বাপতি সাহোন ৰঙালী বিহুটি । celebration of our big festival । Bohag Bihu ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ม.ค. 2025

ความคิดเห็น • 301

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc ปีที่แล้ว +1

    দেখি লোভ লাগি গৈছে দেই আমলৰি টুপ😋😋😋😋

    • @amargaon3296
      @amargaon3296  ปีที่แล้ว

      💛💛🙏❤️🙏🙏

  • @sankurdas2093
    @sankurdas2093 2 ปีที่แล้ว +2

    খুব সুন্দৰ প্ৰচেষ্টা আৰু উপস্থাপন

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @christinadutta1657
    @christinadutta1657 2 ปีที่แล้ว +2

    Happy bihu... Bihur hokolu niyom bur video joriot dekhi palu val lagil....

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ ভিদেও টি উপভোগ কৰা বাবে , লগতে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

    • @christinadutta1657
      @christinadutta1657 2 ปีที่แล้ว +1

      @@amargaon3296 Thank you

  • @manojpegu4065
    @manojpegu4065 2 ปีที่แล้ว +3

    ইমান সুন্দৰকৈ অসমীয়া সংস্কৃতি ৰঙালী বিহুক উপস্থাপন কৰিছে , বহুত ভাল লাগিল চাই।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @PerfectAssam
    @PerfectAssam 3 หลายเดือนก่อน

    বৰ ভাল লাগিল মনটো ❤ ধুনীয়া হৈছে কুলিৰ মাত শুনি বিহু কৰিবলৈ বৰ মন গৈছে 😍 আগবাঢ়ি যাওক ❤️

  • @momigogoi1860
    @momigogoi1860 2 ปีที่แล้ว +7

    খুব সুন্দৰ পৰিবেশন , ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্মই আমাৰ ঐতিয্যময় সংস্কৃতিৰ বিষয়ে জানিবলৈ সুবিধা হব ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনাইছোঁ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @rintusaikia810
    @rintusaikia810 ปีที่แล้ว +1

    সুন্দৰ উপস্থাপন বৌ

  • @tutumonibhumij4118
    @tutumonibhumij4118 2 ปีที่แล้ว +3

    Otikoi xundor baideu vl lagile apunalukor videoti sai agoloiku enekua xundor parivesh video r juge dekhai joak ..ag barhi joak & apunalukor gaon khonor naam2 jonabo

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      প্ৰতিটো ভিডিও ত আপোনাৰ মতামত আৰু সহযোগৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ ।

  • @quineephukan9773
    @quineephukan9773 2 ปีที่แล้ว +4

    বহুত ভাল লাগিল ভিদিঅটো চাই। আপুনি বহাগ বিহুৰ প্ৰতিটো ৰীতি-নীতি পৰম্পৰা ইয়াত সন্নিবিষ্ট কৰিছে।🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ভিদেও টো উপভোগ কৰি ভাল পোৱা বাবে অশেষ ধন্যবাদ জনালোঁ

  • @rajxerox
    @rajxerox ปีที่แล้ว +1

    Nostalgic hoi porilu video ti Sai..koboloi bhakha nai.aiyai aamar baputi hahun rongali bihu

  • @krishnalirajkhowa8311
    @krishnalirajkhowa8311 2 ปีที่แล้ว +1

    Video tu Sai hosakoi bhut basea val lagil ....bhut video saisu aaitur dry nhi....hodai bhut val lgil

  • @HemantaBorah-z7i
    @HemantaBorah-z7i 10 หลายเดือนก่อน

    সুন্দৰ বাইদেউ

  • @utpalbaishya4684
    @utpalbaishya4684 2 ปีที่แล้ว +2

    Bohut val lage apunar vlog bur sai

  • @tapanbaruah1006
    @tapanbaruah1006 2 ปีที่แล้ว +3

    Bohut val lagise. Eiahe asomiyar porompora. Bihur suvessa jasilu.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @rrchannel8812
    @rrchannel8812 2 ปีที่แล้ว +2

    সুন্দৰ বৰ ভাল লাগিল ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অশেষ ধন্যবাদ আপোনালৈ

  • @souravnath2469
    @souravnath2469 2 ปีที่แล้ว +3

    Town,t thaka pasot aebur aji kali dekhi a nupua holu. Horu thakute aita ghrle goiclu. Tetia aebur dekha. Aji kali nedekha a holu. Sai val lage gol mon to. 💕

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপোনালোকে উপভোগ কৰি ভাল পোৱা জানি অতি সুখী হৈছোঁ । বহুত বহুত ধন্যবাদ জনালোঁ।

  • @brajendas8315
    @brajendas8315 2 ปีที่แล้ว +2

    Happy bohag bihu . Khub val lagil video to sai

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @deepjyotidas2397
    @deepjyotidas2397 ปีที่แล้ว

    Unique culture unique tradition of AXOM, JOI AIE AXOM✊✊✊

  • @horujaankakati6411
    @horujaankakati6411 2 ปีที่แล้ว +2

    Bohut bohut maram jasisu happy bohag bihu

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জনালোঁ ।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

  • @anupamgogoiagogoi8793
    @anupamgogoiagogoi8793 ปีที่แล้ว

    বৰ ধুনীয়া লাগিলে ভিডিয়তু চাই

  • @pankajdas9670
    @pankajdas9670 2 ปีที่แล้ว +5

    খুব ভাল লাগে প্ৰগ্ৰেম টি চাই,গাওঁৰ পৰিবেশ সঁচাকৈ মনোমোহা...বাপুটি সাহোন ৰঙালী বিহুৰ শুভকামনা থাকিল সকলোলৈ

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।।।।।

  • @dibyajyotidas8843
    @dibyajyotidas8843 2 ปีที่แล้ว +4

    বহুত ভাল লাগিল চাই। সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। 🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জনালো । আপোনালৈও বিহুৰ উলগ জনালোঁ

  • @debojitahomrk6645
    @debojitahomrk6645 2 ปีที่แล้ว +1

    আকৌ বিহু বিহু লাগিছে গাঁত

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      👍👍🧡🙏🙏🙏

  • @bhubankhanikor4763
    @bhubankhanikor4763 2 ปีที่แล้ว +1

    বহাগ বিহুৰ এই নিয়ম বিলাক লাহে লাহে হেৰাই যাব ধৰিছে।আপোনালোকে ইমান সুন্দৰ কৈ নিয়ম বিলাক ধৰি ৰাখিছে।দেখিবলৈ পাই বহুত ভাল লাগিল। আমলৈ টোপ পাতত দি খোৱা নাই।জানি ভাল লাগিল। বিহুৰ শুভেচ্ছা সকলোকে জনালো।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ভিডিও টোৰ গভীৰতা উপভোগ কৰা বাবে সুখী হৈছোঁ লগতে ধন্যবাদ যাছিলোঁ ।

    • @bhubankhanikor4763
      @bhubankhanikor4763 2 ปีที่แล้ว

      @@amargaon3296 আপোনালোকৰ পৰিয়াললৈ ও বহুত বহুত ধন্যবাদ।

  • @karobiray7831
    @karobiray7831 2 ปีที่แล้ว +2

    বহুত ভাল লাগিছে , ৰঙা লী বিহুৰ শুভেচ্ছা থাকিল ,

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @hiranyabhuyan8238
    @hiranyabhuyan8238 2 ปีที่แล้ว +2

    Oti Xundor 🎉🎉🎉& Happy Rongali Bihu .

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

    • @hiranyabhuyan8238
      @hiranyabhuyan8238 2 ปีที่แล้ว +1

      Dhanyabad

    • @hiranyabhuyan8238
      @hiranyabhuyan8238 2 ปีที่แล้ว +1

      Assamor Kun khon district pora vdo bonaise apuni .

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      @@hiranyabhuyan8238 চৰাইদেও জিলাৰ পৰা ।।

  • @jibeshbarman7920
    @jibeshbarman7920 ปีที่แล้ว +1

    So sweet dada and vabi .

  • @janmoniboruahboruah7062
    @janmoniboruahboruah7062 2 ปีที่แล้ว +2

    Eman dhuniyake dekhai se bohut val lagil ghorloi monot pori gol goi vedio tu sai haapy bihu

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ । love from Amar Gaon..

  • @rupjyotitumung2551
    @rupjyotitumung2551 2 ปีที่แล้ว +8

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।আশা কৰোঁ নতুন বছৰতো সকলোৰে সুখৰ হওঁক, নতুন বছৰতো সকলোৰে ভালে যাওঁক । প্ৰকৃতিৰ সেউজীয়া সাদৃশ্যৰে ভৰা গছে- বনে ন কুঁহি পাতে চৰাই- চিৰিকতিয়ে ঢোল, পেঁপা, গগনাৰ মাতে, ডেকা-গাভৰু, জীয়াৰী-বোৱাৰী সকলোৰে মন আপ্লুত হৈ পৰিছে ৰঙালী বিহুটিক আদৰিবলৈ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহ আশীৰ্বাদ ৰ বাবে ।।। আপোনালৈও ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ

  • @manishachowdhury9846
    @manishachowdhury9846 2 ปีที่แล้ว +3

    Hokoluloi bohag bihur hubhessa jasilu aaji video Sai bohut besi bhaal lagil ketiya j video hekh hoi thakil gomei napalu

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ ইমান মৰম চেনেহ দিয়া বাবে ।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।

  • @medinitalukdar4873
    @medinitalukdar4873 2 ปีที่แล้ว +2

    Ba...ki dhunia lagise ki mojja

  • @nirmalikashyap1455
    @nirmalikashyap1455 2 ปีที่แล้ว +7

    ব্যস্ততাৰ বাবে চাব পৰা নাছিলো ভিডিও টো সেইবাবে আজি একদম আজৰি হৈ উপভোগ কৰি আছো আৰু গাঁওখনত যাব বহুত মন আছে .. বহুত বহুত ধন্যবাদ,
    সৰুৰে পৰা এতিয়ালৈকে মইয়ো তেনেকৈয়ে দৌৰি যাও দেউতা আহিলে বুলি । ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো আপোনাৰ পৰিয়ালটোলৈ। 💕

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জনালোঁ । আপোনালৈও শুভেচ্ছা যাছিলোঁ ।।

  • @ratanphukan6329
    @ratanphukan6329 2 ปีที่แล้ว +3

    Apunar Rongali bihur vlogti sai bor bhal lagil .Amar falor pora apunalukoloi bohag bihur antorik huvhokamona thakil. dhonyobad.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      প্ৰথমৰ পৰাই আমাৰ ভিদেও বিলাক আন্তৰিকতাৰে উপভোগ কৰি আহিছে আপুনি । আপোনাক ৰাঙলী বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ ।।

  • @পূৱালীশিৱসাগৰ
    @পূৱালীশিৱসাগৰ 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @DiSaTLC
    @DiSaTLC 2 ปีที่แล้ว +2

    অতি সুন্দৰভাৱে দেখুৱাইছে.. ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ..

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালৈও বিহুৰ শুভেচ্ছা যাছিলোঁ।।

  • @aradhyahazarika953
    @aradhyahazarika953 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল ভিডিঅ'টো চাই। বিহুৰ ওলগ জনালোঁ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @pranjalborah5425
    @pranjalborah5425 2 ปีที่แล้ว +5

    Video tu bhut VL lgil baidew,, nostalgic hoi golu,,ji Dre goru bihu ga dhurua,r pora dhori porua tup ru laupani khua loike,,Oh God,,hosai apunar video bur,,t hosa Ortho ase,,,love from Gohpur 🙏🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপোনাৰ সুন্দৰ কমেন্টৰ বাবে ধন্যবাদ জনালোঁ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

    • @sinigdhahikhagogoi7731
      @sinigdhahikhagogoi7731 ปีที่แล้ว

      @@amargaon3296 নমস্কাৰ🙏।আপোনালোকৰ পৰা videoটো সংগ্ৰহ কৰিবলৈ কেনে ধৰনৰ অনুমতি ল'ব লাগিব।জনালে নিশ্চয় ভাল পাম।

  • @junmonipawe7113
    @junmonipawe7113 2 ปีที่แล้ว +3

    Bihu huvheissa jonalu dei baideo bohut val lagil sai ane lagise moi gaon asu hundro niyam

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @rimuboro5104
    @rimuboro5104 2 ปีที่แล้ว +3

    Khundor Video...Apunalukor Video Dekhiei Val Lagi Gol...Dhuniya...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @mitalihandique684
    @mitalihandique684 2 ปีที่แล้ว +2

    সুন্দৰ... ভাল লাগিল... বিহুৰ শুভেচ্ছা জনালো

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @barshaboro9296
    @barshaboro9296 2 ปีที่แล้ว +2

    Val hoise video tu.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @NipaTai-qb2eg
    @NipaTai-qb2eg 10 หลายเดือนก่อน +1

    Nice vedio😮

  • @Anonymous25055
    @Anonymous25055 2 ปีที่แล้ว +2

    Nice video, Jai Aai Axom, Happy Rangali Bihu

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @usharanibora6664
    @usharanibora6664 2 ปีที่แล้ว +2

    সুন্দৰ হৈছে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @darsanasaharia3577
    @darsanasaharia3577 2 ปีที่แล้ว

    Apunar vdo Sai bahut val lagise aru love from mangaldai ❤️❤️❤️ aru apuni kar para vdo Kara kaba

  • @archanakalita830
    @archanakalita830 2 ปีที่แล้ว +1

    Bahut val lagise sai

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🙏🙏💛💛💛💛

  • @leeon4411
    @leeon4411 2 ปีที่แล้ว +3

    Awaaa 🤗🤗🤗so interesting and best recipe as always ❤️❤️❤️❤️

  • @puspadas5571
    @puspadas5571 2 ปีที่แล้ว +3

    Oti xundor ❤️

  • @Abinashsaikia2303
    @Abinashsaikia2303 2 ปีที่แล้ว +3

    ৰঙালী বিহু বহুত শুভকামনা জনালোঁ,,,

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।

    • @Abinashsaikia2303
      @Abinashsaikia2303 2 ปีที่แล้ว +2

      @@amargaon3296 ধন্যবাদ,আগলৈ আৰু আগবাঢ়ি যোৱা,, ভগৱানে সহায় কৰক

  • @ramendeuri9937
    @ramendeuri9937 2 ปีที่แล้ว +2

    অতি মনোৰম, অতিকে বিতোপন ভিডিও। 👌👌👌

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ ।।।
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।।

  • @silpikagogoi9040
    @silpikagogoi9040 2 ปีที่แล้ว +3

    Rongali bihu huvaish jonalu 🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ । আপোনালৈও বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।।

  • @nabanitachangbun5426
    @nabanitachangbun5426 2 ปีที่แล้ว +2

    bht val lgile,,, Love frm Charaideo ❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Thank u so much for your love and support

  • @surajhazarika
    @surajhazarika 2 ปีที่แล้ว +2

    Happy """ৰঙালী""" Bihu ...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ , আপোনালৈও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @jdas5149
    @jdas5149 2 ปีที่แล้ว +2

    ভিডিঅ'তো চাই বৰ ভাল লাগিল। আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ .....
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ. .....

  • @520.thamba
    @520.thamba 2 ปีที่แล้ว +3

    Bahut5 ❤️❤️❤️ dhanyawad jasilu apunalukr ei khundor channel tu loi .First day r porai moi saisu.Bahut khukhi 🙂🙂🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      হয়, প্ৰথমৰ পৰাই আপুনি মৰম চেনেহ দি আহিছে । বহুত বহুত ধন্যবাদ জনালোঁ ।

    • @520.thamba
      @520.thamba 2 ปีที่แล้ว

      @@amargaon3296 Thank you ...go ahead 👍🙏

  • @westongogoi5673
    @westongogoi5673 2 ปีที่แล้ว +3

    বিহুৰ শুভেচ্ছা থাকিল বাইদেউ, আপোনাৰ ঘৰ

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ । আপোনালৈও আগন্তুক বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ । আমাৰ গাঁও চৰাইদেও জিলাত

  • @seemapaul5220
    @seemapaul5220 2 ปีที่แล้ว +2

    Wowwwww...mesmerizing culture. feeing proud to see your videos

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Lots of thanks such a beautiful comment .

  • @girendrabhuyan8026
    @girendrabhuyan8026 2 ปีที่แล้ว +2

    Khub val lagil

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Dhanyabaad gyapon korisu

  • @prityneog5989
    @prityneog5989 2 ปีที่แล้ว +3

    অসমীয়া জাতিৰ স্বাভিমান বাপোতিসাহোন ৰঙালী বিহুৰ নিয়ম নিতি বোৰ আমাৰ চহৰীয়া বহু ল’ৰা -ছোৱালীয়ে নাজানে __আপোনাৰ ভিডিঅ জৰিয়তে বহু নজনা কথা শিকিবলৈ পাই ভাল লাগিল ৷ আগুৱাই যাওঁক আৰু 🙏 শুভকামনা থাকিল ৷

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপোনাৰ মৰম চেনেহ আৰু আশীৰ্বাদ ৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @eskay4810
    @eskay4810 2 ปีที่แล้ว +2

    Very Nice..............

  • @jonalipathak192
    @jonalipathak192 2 ปีที่แล้ว +2

    বিৰাটেই ভাল লাগিল চাই ❤❤

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ জনালোঁ

  • @কল্পজ্যোতিলালুং
    @কল্পজ্যোতিলালুং 2 ปีที่แล้ว +16

    মই চাই থাকোঁ বহুত ভাল পাওঁ। মই হৈছোঁ গাঁওলিয়া ল'ৰা ? গাঁও পৰিবেশ পালে ভালেই পাওঁ ।গতিকে ধন্যবাদ 🙏ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ । বিহু খাবলৈ আহিব আমাৰ ফালে মৰিগাঁও পৰা ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ ।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

    • @bachelorskitchenwithsarkar9178
      @bachelorskitchenwithsarkar9178 2 ปีที่แล้ว +1

      Kon gaon hoy...khube dhuniya

    • @truthforpeaceinassamese3197
      @truthforpeaceinassamese3197 2 ปีที่แล้ว +1

      @@bachelorskitchenwithsarkar9178 jaanibo nidie

    • @apurajentertainment4988
      @apurajentertainment4988 2 ปีที่แล้ว +1

      @@bachelorskitchenwithsarkar9178 চৰাইদেউ

    • @SusmitaDas-rr1ro
      @SusmitaDas-rr1ro 2 ปีที่แล้ว

      Gau khonr namtu jonale Kihoi nu

  • @momigogoi8585
    @momigogoi8585 2 ปีที่แล้ว +3

    Bihut ghoroloi jbo nuarilu montu beya lagi ase, gaon loi monot porise..Apunalukor video sai monbur val lagi gol.. Bihur huvessa jasilu🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ জনালোঁ ।।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।।

    • @momigogoi8585
      @momigogoi8585 2 ปีที่แล้ว +1

      @@amargaon3296Dhonyabad🙏

  • @sonughatuar9144
    @sonughatuar9144 2 ปีที่แล้ว +2

    Very nice,,,,,,,, well done👍

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Very very thanks to you..

  • @jyotibaruh2348
    @jyotibaruh2348 ปีที่แล้ว +1

    Beutifulb

  • @dadulborah8413
    @dadulborah8413 2 ปีที่แล้ว +2

    বাইদেউ আপোনাৰ ঘৰ শিৱসাগৰৰ ফালে হয় যেন লাগিছে ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      হয় ঠিকেই কৈছে । চৰাইদেও জিলাৰ এখন ভিতৰুৱা গাঁও হয় আমাৰ ।

  • @pranjalbania9210
    @pranjalbania9210 2 ปีที่แล้ว +2

    Val lagil dei..

  • @dipjyotiburagohain5273
    @dipjyotiburagohain5273 2 ปีที่แล้ว +2

    Happy bohag bihu to entire team.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @pradipthegreat6542
    @pradipthegreat6542 2 ปีที่แล้ว +3

    পশ্চিমবঙ্গ থেকে ভালোবাসা রইলো অনেক 💕

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Ami tumake onek dhanyabaad disi...

  • @samarbaruah2874
    @samarbaruah2874 2 ปีที่แล้ว +1

    bohut val lagil,. aajihe paisu aru Saisu. Subscribers hoie golu apunar

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ আপোনাৰ সহযোগৰ বাবে

  • @hiyashreenath1923
    @hiyashreenath1923 2 ปีที่แล้ว +2

    Vindew k dekhi vl lgi gol... Happy Family 😍😍

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । তোমালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @pranjitgogoi3889
    @pranjitgogoi3889 2 ปีที่แล้ว +2

    Happy rongali bihu minali

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @gupalsonowal6452
    @gupalsonowal6452 2 ปีที่แล้ว +3

    Bihur bhut bohut huvesha ba,. Timer avabar babe vidio sua olp dere hl ba... Love from borholla titabor..

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @Priiiyamm
    @Priiiyamm 2 ปีที่แล้ว +8

    অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান বাপতি-সাহোন ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ এই শুভক্ষণত সকলোলৈকে হিয়াভৰা ওলগ আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালীৰ ৰঙেৰে টনকিয়াল হওঁক সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী। সুখ, শান্তি, সমৃদ্ধি, হাঁহি, আনন্দৰে উপচি ৰঙীন হৈ পৰক সকলোৰে মন প্ৰাণ, সকলোৰে জীৱন।🙏💞

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      সুন্দৰ কমেন্ট আপোনাৰ । বহুত বহুত ধন্যবাদ জনালোঁ ।

  • @ranjuchetia2330
    @ranjuchetia2330 2 ปีที่แล้ว +2

    Val lagil👍

  • @madhujya007
    @madhujya007 2 ปีที่แล้ว +4

    হেঁপাহৰ ৰংবোৰৰ বুকুৰ মাজত লৈ আকৌ এবাৰ বিহুতি আহিল আমাৰ মাজলৈ।ৰঙালীৰ ৰং বোৰ যেন এনেদৰেই সকলোৰে বুকুৰ মাজত জীপাল হৈ ৰওক তাকে কামনা কৰিলোঁ।👍👍🙏
    দেহ মন সাত পৰি যোৱা যেন লাগে আপোনালোকৰ ভিডিওবোৰ চাই🤘

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জনালো ।।।

  • @bishkhamoni5712
    @bishkhamoni5712 2 ปีที่แล้ว +2

    ভাল লাগিল চাই । বহুতো নজনা কথা শিকিবলে পালো।।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @janmonidas6580
    @janmonidas6580 2 ปีที่แล้ว +4

    Iman dhuniya poribekh.....mur apunalukor Chanel tu sale mon val lagi jai...bohut thanks 😊 enekuwa poribekh dekhuwar babe.....parile plz riplai dibo.. kun jega hoi?mane apunalukor eai poribekh kot hoi plz jonale val pam...🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে । আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ এখন ভিতৰুৱা গাঁও হয় ।।

  • @dimpalkalita2260
    @dimpalkalita2260 2 ปีที่แล้ว +3

    বহাগ বিহুৰ💕 শুভেচ্ছা জনালো💕

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

    • @dimpalkalita2260
      @dimpalkalita2260 2 ปีที่แล้ว +1

      @@amargaon3296 😌😌

  • @sonughatuar9144
    @sonughatuar9144 2 ปีที่แล้ว +2

    Beautiful bass👌👌👌

  • @priyampriyaburagohain7363
    @priyampriyaburagohain7363 2 ปีที่แล้ว +3

    ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ😊✨🙏🏻

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @rjclassic9153
    @rjclassic9153 2 ปีที่แล้ว

    Asomiya buli gourab koru dei baaido mon sui gol. Aji 11 Octobert o mr video to sai bihu bihu lagil.

  • @sikhamonidevi3021
    @sikhamonidevi3021 2 ปีที่แล้ว +2

    সচাকৈ আপোনাৰ ভিডিঅবোৰ চাই বহুত বেছি ভাল লাগে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জনালোঁ ।।।
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।।।

  • @priyanuj972
    @priyanuj972 2 ปีที่แล้ว +12

    Beautiful !
    Every citizen of the country who interests themselves on learning the cultural rituals of Assam , and never had the opportunity to come across it by any means, they would get a complete first hand experience about the same ,especially "The Bihu" from this very video.
    "Amar Gaon" team k okhekh khubokamno, aru bihu'r xubhessa.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Thanks for your precious complement, we are very greatful for your support.
      We are very much thankful to get a viewers like you and we always try our best to present our culture. Your support and encouragement help us to improve.

  • @chandanphukon3869
    @chandanphukon3869 2 ปีที่แล้ว +2

    Just awesome 😍😍😍😍😍😍

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ ।।।
      আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।।

  • @nefun3171
    @nefun3171 2 ปีที่แล้ว +2

    Very nice..

  • @kabitaborah5007
    @kabitaborah5007 ปีที่แล้ว

    Mojaaaa

  • @pompibarman6127
    @pompibarman6127 2 ปีที่แล้ว +2

    nice ba.....

  • @angiradas5360
    @angiradas5360 2 ปีที่แล้ว +2

    Excellent !!

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @barakhaboruah7568
    @barakhaboruah7568 2 ปีที่แล้ว +2

    Hundr prodrkhon😍😍

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @shisanka4549
    @shisanka4549 2 ปีที่แล้ว +2

    I miss you my lovely vll bout mnt pire gauwoloi vedio ti salei ...kinu kom Foji life....

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @birajgogoi2653
    @birajgogoi2653 2 ปีที่แล้ว +2

    ১০০ এটা আগ?????? ভাল লাগিল............... বিহু ৰ শুভেচ্ছা থাকিল

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @arpanborah974
    @arpanborah974 2 ปีที่แล้ว +1

    Jibanat ketiyeawu pahoribo nuwara duxar anuvhuti bukut haschi rakhim bohut akxar mur Ghar vhagi gol bohut bohut huvescha thakil aapuna lukale

  • @mridulhb3446
    @mridulhb3446 2 ปีที่แล้ว +3

    HAPPY RONGALI BIHU☺☺ LOVE FROM GOLAGHAT🤟 🥰🥰🥰🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @sanjayboruah7914
    @sanjayboruah7914 2 ปีที่แล้ว +1

    Amazing rechearce & planning to shoot this masterpiece video of 'The Bohag Bihu' is really incredible. Thanks again.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Heartily thanks ....💛💛💛💛💛

  • @PabitraSaikia-h2v
    @PabitraSaikia-h2v 3 หลายเดือนก่อน

    Moja

  • @10M-t3c
    @10M-t3c 2 ปีที่แล้ว +2

    Heaven 😍😍

  • @anirbandutta2051
    @anirbandutta2051 2 ปีที่แล้ว +2

    Lovely support thakil dei

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ ।
      আপোনালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

  • @rikumonicreations1987
    @rikumonicreations1987 2 ปีที่แล้ว +2

    ৰঙালী বিহুৰ অলেখ শুভকামনা থাকিল আপোনালোকলৈ 🤗🤗

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ । আপোনালৈও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।

  • @prasantahazarika6634
    @prasantahazarika6634 2 ปีที่แล้ว

    Mon 2 kiba ata val lage gol.