ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ সংঘাত !

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ সংঘাত ! ৰাজনৈতিক দল খুলি অখিল গগৈক প্ৰত্যাহ্বান জনাব বীৰ লাচিত সেনাই বিধায়ক অখিল গগৈক ক্ষুৰধাৰ সমালোচনা শৃংখল চলিহাৰ ।

ความคิดเห็น • 47

  • @JotinBorah-yw7rj
    @JotinBorah-yw7rj 2 หลายเดือนก่อน +1

    Laj lagise😊😊

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 หลายเดือนก่อน +4

    আপোনালোকে দল গঠন কৰিয়ে ঠাকক।সবকে গাদী লাগে তাৰ কাৰনে খোৱা কামৰা কৰি থাক আৰু অসম ৰখাতলে যাওক।বিৰ লাচিতেই হক ৰাইজৰ দলেই হক কনেও একো কৰিব নোৱাৰা আমাৰ অসমীয়া মানুহৰ আবেক অনুভুতি ক্ষন্তেকীয়া কাৰন এ জি পি ৰ দিনৰ পৰাই দেখী আছো কতো দল ওলাল।নিজৰ নিজৰ ভিতৰত‌ গাদীৰ কাৰনে দমফালী মাৰি থাক আৰু মিঞা কেইতাই যে অসমীয়া মাইকী বিলাকক ধৰ্ষণ কৰি আছে সেই বিলাক দেখা নাপাওঁ।কাম নাই আপোনালোকৰ। হাঁহৰ ওপৰত শিয়ালৰ অত্যাচাৰ।😂😂😂😂😂

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 หลายเดือนก่อน +7

    অখিল গগৈ আৰু MLA হব নোৱাৰে, কৈ থৈছো আজিই

    • @DragonAssam-y9e
      @DragonAssam-y9e 2 หลายเดือนก่อน

      😂😂😂😂😂

    • @hemantaborgohain4493
      @hemantaborgohain4493 2 หลายเดือนก่อน

      জ্ঞাতি হিংসুক । যুঁজিব লাগে নে মিলাব লাগে । সকলো সুবিধাবাদী । ৰূপা বৰা মামী হলেও গাড়ীৰ মালিক বেছি আপোন বাবে এনে হ'ল ।

  • @uddiptagogoi8848
    @uddiptagogoi8848 2 หลายเดือนก่อน +10

    শৃংখল বিক্ৰী গল।

  • @njyotinjyoti7541
    @njyotinjyoti7541 2 หลายเดือนก่อน +15

    কি বহিৰাগতক দমন কৰিবি চৃঙ্খল চলিহা নিজেই নিজেই লাগি গলা, এয়া মামাৰ ৰাজনিতি কিনি পেলালে তহতক।

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 หลายเดือนก่อน +2

    খিলঞ্জীয়াই খিলঞ্জীয়াৰ মাজত যুঁজ লগাই বিজেপিক সুবিধা কৰিদি শৃংখলে সুবিধা লব আৰু নোৱাৰিলেও দল খুলি ভোট ভাগ কৰি বিজেপিক জিকোৱাটোৱে শৃংখলৰ লক্ষ্য । স্বাৰ্থপৰ ।

  • @balendas2049
    @balendas2049 2 หลายเดือนก่อน +4

    ২০২৬ ত অসমৰ নৱ প্ৰজন্মৰ আৰু শ্বহীদৰ গাডডাৰ সকলোক পৰিচয় দিব বুলি অসমবাসী ৰাইজ আশাবাদী।

  • @Real12976
    @Real12976 2 หลายเดือนก่อน +4

    Raijor dole aibar val hikkha pabo💪💪💪💪

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 2 หลายเดือนก่อน +3

    শৃংখলক অখিলে পাট্টা নিদিয়ে ৷ শৃংখলৰ কাৰণে অখিলে বিধায়ক হৈছে ৷শিৱসাগৰত অখিলৰ কিহৰ ৰাজত্ব ৷

  • @biratdoley2814
    @biratdoley2814 2 หลายเดือนก่อน

    এতিয়া কিমান মজা

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 2 หลายเดือนก่อน +2

    অখিলৰ হাতৰ আঙুলিৰ সমান নহয়

  • @monjulaborah8567
    @monjulaborah8567 2 หลายเดือนก่อน

    শিৱসাগৰৰ ৰাইজ কোনো সংগঠনৰ আঙুলিৰ ঠাৰত কংগ্ৰেছ , বিজেপি ,ৰাইজৰ দলক ভোট নিদিয়ে নিজৰ বিবেকেৰেহে ভোট দিয়ে ।

  • @PinkyBoruah-i5h
    @PinkyBoruah-i5h 2 หลายเดือนก่อน +1

    Minor major lagi thak. BjP jindabad.

  • @BitulGogoi-f6i
    @BitulGogoi-f6i 2 หลายเดือนก่อน

    কাজিয়া লাগেই ককাই ভাই

  • @banjitchangmai4047
    @banjitchangmai4047 2 หลายเดือนก่อน

    এতিয়া মেডিয়া বোৰে আৰু ডাঙৰ কৰি দিব,, সকলো মানু্হক বিশ্বাস কৰিব পাৰি অ, অসমীয়া মানু্হক নহয়,, কাৰণ নিজৰ স্বাৰ্থ কাৰণে অসমীয়া এ সকলো দি দিব,,,, পইচা পালে মুখ বন্ধ মোৰ জীবন বনিব আৰু কি লাগে 5 টা পিৰী চলিব কি লাগে,, জাতি বিকি দিব এনকুৱা অসমীয়া

  • @jibannath2836
    @jibannath2836 2 หลายเดือนก่อน

    অ সকলো পাহৰিলে অখীলে ।
    বেটেৰি ই য়ে কাক কৰিলে?
    অখিলো বৰসি মৰিলে খাও খাও কৰে কিন্তু সেইতো মাছ নহয় ।
    সেইতো কেকোৰা

  • @axomiya12lora
    @axomiya12lora 2 หลายเดือนก่อน

    বীৰ লাচিত সেনা আ ৰু ৰাইজৰ দলৰ মাজত বিভাজন নিবিচাৰো

  • @DhritamBaishya-m3u
    @DhritamBaishya-m3u 2 หลายเดือนก่อน

    Srinkhol solihak bohut vaal laage hosay ejon bir lachit barfukonor dore

  • @ANJANA1324
    @ANJANA1324 2 หลายเดือนก่อน +2

    উশংখল চলিহা 😅

  • @DigntaGogoi-vq7yz
    @DigntaGogoi-vq7yz 2 หลายเดือนก่อน +1

    অসমত ককাই ভাই মাজত খোৱা কামোৰা বেছি

  • @bishnubaruah1270
    @bishnubaruah1270 2 หลายเดือนก่อน +1

    Srinkhal soliha bjpr agent

  • @aliciadawns8535
    @aliciadawns8535 2 หลายเดือนก่อน +2

    Badonor karoneitu ahom rajoto dongkho hoisil .

  • @prashanakumargogoi8924
    @prashanakumargogoi8924 2 หลายเดือนก่อน +1

    শৃংখল চলিহা অসমীয়াই অসমীয়া লগত লাগি একো লাভ নাই। পাৰিলে শিৱসাগৰত থকা কোটি পতি বঙালী, বিহাৰী, এই বিলাকক খেদাই তোমাৰ সৈন্য সকলক সুবিধাৰ দিয়া। তেতিয়া হে অসমৰ অসমীয়াই বুজিব তোমাৰ সাহস।

    • @janardonborgohain3801
      @janardonborgohain3801 2 หลายเดือนก่อน

      Xubidha dise. Kele Super r malikor hoi dadagiri koriboloi ahise nhoi😂

  • @DurnaDihingia-hm6ng
    @DurnaDihingia-hm6ng 2 หลายเดือนก่อน

    Kharkhuya osomiya enai nakai

  • @umeshkardong6116
    @umeshkardong6116 2 หลายเดือนก่อน +2

    জানো বুলি বৰ বেছিকৈ কথা কোৱা অভ্যাস ভাল কাম নহয় ।কথাত কটা যায়,কথাত বতাহ যায় । সকলোকে কও যাতে কাকো বেচি সমালোচনা নকৰিব আৰু কাৰো অন্তৰত আঘাট পোৱা কথা নকব ।

  • @commenti5459
    @commenti5459 2 หลายเดือนก่อน

    অসমীয়া এনেও বীৰ নিজৰ মাজতে লাগি মৰিব পাৰে

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 2 หลายเดือนก่อน

    Cam nai

  • @SmilingFireflies-lj7sg
    @SmilingFireflies-lj7sg 2 หลายเดือนก่อน

    Nijor majot kiyo kajiya kara?

  • @DhritamBaishya-m3u
    @DhritamBaishya-m3u 2 หลายเดือนก่อน

    Enekua lora 100 bososoror murot ebar jonmo hoi ..iman voi nukhua lora aajiloi dekhay naay...sabbas srinkhol da

  • @MamuBora-jf4ng
    @MamuBora-jf4ng 2 หลายเดือนก่อน

    Folabi

  • @janardonborgohain3801
    @janardonborgohain3801 2 หลายเดือนก่อน

    Lachit sena mane Arunudoi bus r malikor bharatiya gunda??
    Enei Arunudoi r bazar beya, aru dubibo jn lagise, Diamond e beleg bus bisara aru😂

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d 2 หลายเดือนก่อน

    Aami yadi gharat nejai kajiya lagi thaku tente aamar unnati kar para hoba,aami hakalu mili akhamkhan aguwai loi jaba lagiba.

  • @GunendraNath-ze3fq
    @GunendraNath-ze3fq 2 หลายเดือนก่อน

    Kam, nai ntun,dol,b,j,p,r,lav,hob,

  • @karunaborah7199
    @karunaborah7199 2 หลายเดือนก่อน

    Sinkhol soliha and akhil na simonta dalali pokorot sioori thaki labh mai

  • @nynnath5362
    @nynnath5362 2 หลายเดือนก่อน

    nijor majot a lagi thk thtr kam nai r

  • @PinkyBoruah-i5h
    @PinkyBoruah-i5h 2 หลายเดือนก่อน

    Ninor major lagi lagi akham barbad hai jaise. Anekoi hale jindabad BJP kai thalu

  • @bijuchangmai5839
    @bijuchangmai5839 2 หลายเดือนก่อน +2

    Lagi thak nijor majot Sringkhol Chalihar kam nai

  • @PolashBorah-zv4vg
    @PolashBorah-zv4vg 2 หลายเดือนก่อน

    Tohoti jadi asal akomiya tente kahiya kiyo

  • @jayantasonowal1753
    @jayantasonowal1753 2 หลายเดือนก่อน

    😅😅😅😅😅😅

  • @razdeu8468
    @razdeu8468 2 หลายเดือนก่อน

    😂😂😂

  • @SANATANI_AXOMIA_NABA
    @SANATANI_AXOMIA_NABA 2 หลายเดือนก่อน

    😂