বীৰ লাচিত সেনাই ২০২৫ বৰ্ষৰ খুলিব নতুন ৰাজনৈতিক দল...

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • বীৰ লাচিত সেনাই ২০২৫ বৰ্ষৰ খুলিব নতুন ৰাজনৈতিক দল। লক্ষ্য হ’ব অখিল গগৈক পৰাভূত কৰা। ৰাইজৰ দল আৰু অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। পিছে অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত বৃদ্ধি পোৱা দূৰত্বৰ কাৰণ কি?
    #pratidintime #assam

ความคิดเห็น • 107

  • @bibhadas5050
    @bibhadas5050 2 หลายเดือนก่อน +35

    বিজেপিৰ সহায় হোৱাকৈ দল গঠন কৰক,নহলে জাতিপ্ৰেম কেনেকৈ দেখুৱাব!!

  • @upenchutia5100
    @upenchutia5100 2 หลายเดือนก่อน +3

    গগৈ ডাঙৰীয়া,নিজৰ মান সন্মান সকলো হানি কৰি এই বোৰৰ লগত কিয় লাগি থাকে ।আপোনাক অসন্মান কৰিলে আমাৰ নিজৰে দুখ লাগি যায় ।আপোনী দুৰ্নীতি, অপশাসনৰ বিৰুদ্বে আগবাঢ়ি আহিছে,গতিকে সেইখিনি চম্ভালাটোৱে আমি আপোনাৰ কাম্য বুলি ভাবো ।জয় আই অসম ।

  • @RajibRajkhowa-p9f
    @RajibRajkhowa-p9f 2 หลายเดือนก่อน +32

    লাচিত সেনাঈ ৫০০ পৰা ১০০০ভোট পাই বি জে পি সহায় কৰিব বিচাৰিছে।

    • @dipjyotidas2039
      @dipjyotidas2039 2 หลายเดือนก่อน +1

      Apuni Mane akhilr manuah

  • @hemantaborgohain4493
    @hemantaborgohain4493 2 หลายเดือนก่อน +2

    এই শৃঙ্খল চলিহাই জাতিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাজত বুজাবুজিহে কৰাব লাগিছিল কিন্তু খিলঞ্জীয়াই খিলঞ্জীয়াৰ লগত কাজিয়া কৰাবলৈ ককালত টঙালী বন্ধা দেখা গ"ল । এইয়া জাতিৰ স্বাৰ্থ নে দলৰ নেতাৰ ব্যক্তিগত স্বাৰ্থত কৰা সংগঠন । শৃংখলৰ এই কথাত নিজকে সমাজত অৱনমিত কৰিলে । ঠেক চিন্তাধাৰাৰ ব্যক্তিযেন লাগিল ।

  • @dipikaphukan7387
    @dipikaphukan7387 2 หลายเดือนก่อน +1

    ভাল হৈছে ভাল হৈছে অখিল আৰু শৃঙ্খলৰ কাজিয়া চাবলৈহে অসমীয়া ৰাইজৰ বাকী আছিল, আৰু কাম নাই ! চিন্তা কৰ ঐ বুপাইহত .....

  • @jibanandachoudhury8859
    @jibanandachoudhury8859 2 หลายเดือนก่อน +11

    মাৰামাৰি কৰক অসমৰ ৰাইজে প্ৰশংসা কৰিব আপোনালোকক ।

    • @hemantaborgohain4493
      @hemantaborgohain4493 2 หลายเดือนก่อน

      শৃংখলে তাকেই বিছাৰে । নহলে বিজেপিৰ লাভ কেনেকৈ হব আৰু লাচিত সেনাৰ সাংগোপাংগই আৰু বাচ কেনেকৈ কিনিব ?

  • @TaslimAliBabul
    @TaslimAliBabul 2 หลายเดือนก่อน +6

    কাজিয়া নকৰিবি জাতি মাটি ভেটিৰ ৰখীয়া হত, এৰা ধৰা কৰ ঐ ভাই ভতিজা হত। নহলে দেখিবি জয় আই অসম গৈ যায় আই অসম হব!আৰু এদিন হয়টো অসম খনেই ভাগি চিগী হায় হায় অসম হব । (বহু আক্ষেপেৰে লিখিলোঁ , ভুল হলে ক্ষেমিব)। জয় আই অসম 👋👋👋👋

  • @Kamaljj7xz
    @Kamaljj7xz 2 หลายเดือนก่อน +4

    Welcome... নতুন দলটো সোনকালে খোলক নহলে শিৱসাগৰত লাল চালামৰ উৎপাত বেছি হৈছে...

  • @fakaruddinahmed3785
    @fakaruddinahmed3785 2 หลายเดือนก่อน +11

    বান্দৰে পিঠা ভগোৱাৰ সাধুটো মনত কৰক বন্ধ হত।

  • @ujjalkonwar2859
    @ujjalkonwar2859 2 หลายเดือนก่อน +2

    লাচিতৰ চেহেৰা মাত কথা একেবাৰে অসভ্য

  • @KrishnaLoying-ip5nr
    @KrishnaLoying-ip5nr 2 หลายเดือนก่อน +19

    এই দুটা দলে অসমখনক বৰৱাদ কৰি দিলে

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 หลายเดือนก่อน

      অসমীয়া সকল নিজৰ মাজতে কাজিয়া কৰি মৰিব আৰু বহিৰাগত মানুহে অসমখন দখল কৰি গৈ থাকিব । চৰকাৰেও সেইটোকে বিছাৰি আছে যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও প্ৰতিবাদ নকৰে ।

  • @PrabtraBorah
    @PrabtraBorah 2 หลายเดือนก่อน +10

    নেতা হলি তই সেইকাৰনে আইন হাতত তুলিবলে কোন বে😃

  • @kimjennie5870
    @kimjennie5870 2 หลายเดือนก่อน +20

    ফটুৱা, কথা কোৱা, শিক্ষা একো নাই যেন লাগে, তেনেই আৰু নকও, আমি অসমৰ ৰাইজে সকলো কথা ধৰিব পাৰো ,কোন কিমানৰ,

  • @hemanta9711
    @hemanta9711 2 หลายเดือนก่อน

    নিজৰ মাজতে কাজিয়া কৰি থাকক বহুত ভাল দেখিছে। লোকে আনন্দ মনে চাই হাঁহি আছে। অসমীয়া জাতি এনেকুৱাই নিজৰ মাজত খুৱা কামোৰা কৰি থাকোতেই বণিয়াই সুবিধা লৈ আছে।

    • @kaushikdeka3430
      @kaushikdeka3430 2 หลายเดือนก่อน

      Miya e subidha luwa nai neki

  • @dhrubajyotiborah4718
    @dhrubajyotiborah4718 2 หลายเดือนก่อน +1

    আৰু খুলি থাক দল বিজেপিক সহায় কৰিবলৈ । 100 মান ভোট পাই নে নাপাই সন্দেহ আছে

  • @joychandra6254
    @joychandra6254 2 หลายเดือนก่อน +6

    ভৰিতলৰ মাটি কন নেহেৰুৱাব, অখিল গগৈ।

  • @chakrajyotirajkhowa361
    @chakrajyotirajkhowa361 2 หลายเดือนก่อน +1

    এনেকৈ নিজৰ মাজত খোৱা কামুৰা কৰি থাক আকৌ পাৰ্টি খোল
    শেষত বিজেপি a lav হব 😅😅

  • @SwarajNath-nc3sg
    @SwarajNath-nc3sg 2 หลายเดือนก่อน

    ধন্যবাদ লাচিত সেনা/ এতিয়া গম পালে?? এইটো ছাগলী গগৈৰ লগত চুপতি মাৰি কিয় নিজৰ সন্মান হানি কৰিছে।‌ ই চল চাই কঠিয়া পাৰা জিনিচ / ১৭ বাৰ যুঁজত পৰিচয় থকা লাচিতে দেখুওৱা আদৰ্শ ইয়াৰ গাত নাই সাৱধান ইয়াক শপত লৈ আজিয়ে ত্যাগ কৰক/ জয় আই অসম/ নমস্কাৰ

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq 2 หลายเดือนก่อน

    Nijor Majot Kazia Nkoribo........ 🙏🙏

  • @Barnalidas-kg8su
    @Barnalidas-kg8su 2 หลายเดือนก่อน

    Lachit khena jindabad....

  • @NipuLahkar-qv1jq
    @NipuLahkar-qv1jq 2 หลายเดือนก่อน

    Ona Axomia bure Eibur Dekhile bht Mzzaaa Pabo.......😌😌

  • @robinchangmai9312
    @robinchangmai9312 2 หลายเดือนก่อน +2

    নিজৰ ভিতৰত সংঘাতৰ বা মতবিৰোধ ৰ বাবে ৰাজনীতিলৈ আগমণ হোৱাটো দূৰ্ভাগ্যজনক। ৰাজনীতি পাকচক্ৰত আৰু বা কি হয় । ৰাজনীতি কৰা সকলোৰে অধিকাৰ আছে । কিন্তু এনেকৈ ?

  • @bibekbhatta254
    @bibekbhatta254 2 หลายเดือนก่อน

    কথাই প্ৰতি কাজিয়া পেছাল কৰি চৰ্ত টেম্পাৰ মনৰ এটা অপ ইনৈতিক সিদ্ধনন্তৰে ৰাজনৈতিক দল গঠন কৰাটো বিজেপিক সহায় কৰা হব

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 หลายเดือนก่อน

    কোনো এটা সংগঠণৰ লগত যোগাযোগ নাই সেইবোৰে কি কৰিৱ এইবোৰ কবলৈ গলে পাৱত গজা সংগঠণ ?

  • @lakhikurmi3144
    @lakhikurmi3144 2 หลายเดือนก่อน +1

    MP election ৰ Congress পৰা power....
    পাইছে

  • @amiyabaruah3534
    @amiyabaruah3534 2 หลายเดือนก่อน

    আপোনালোকে ককাইভাইৰ মাজত কাজিযা লাগি বি জে পি ৰ সেবা কৰিব ।

  • @RamPegu-us4jb
    @RamPegu-us4jb 2 หลายเดือนก่อน +1

    লাচিত সেনাই কি কৰিব অখিল দাৰ লগত এনেই যুদ্ধ নকৰিব।

    • @YoYo-h9j
      @YoYo-h9j 2 หลายเดือนก่อน

      Ahomor nam loi ona Ahoma dangor dangor kotha koise.

  • @jitujyotimusic4700
    @jitujyotimusic4700 2 หลายเดือนก่อน

    Krishno , mamai kiman toka dile

  • @desithugbaba9136
    @desithugbaba9136 2 หลายเดือนก่อน +1

    Ekhon busor karone eta party jonmo hol😅

  • @assamnoobgamer9752
    @assamnoobgamer9752 2 หลายเดือนก่อน +6

    বীৰ লাচিত সেনা জিন্দাবাদ।অখিল এটা পগলা মানুহ তেওঁ নিজে‌ ভাল সকলোৱে বেয়া।ইমান খঙাল মানুহে কেতিয়াও ৰাজনীতি ‌কৰিব নোৱাৰে ।তেওক সকলোৱে অখিল ঊদদিন বুলি কয়।😂😂😂😂

  • @BharaliBharali4090
    @BharaliBharali4090 2 หลายเดือนก่อน +4

    বীৰ লাচিত সেনা জিন্দাবাদ🤘🤘🤘

  • @bhodrasensowa8416
    @bhodrasensowa8416 2 หลายเดือนก่อน

    ফিৰিঙতিকে জুইলৈ ৰূপান্তৰ কৰিআছে।

  • @Barnalidas-kg8su
    @Barnalidas-kg8su 2 หลายเดือนก่อน

    Akhil gogoi jikisile ek matra lachit khenar karone...

  • @susantaboruah3137
    @susantaboruah3137 2 หลายเดือนก่อน +2

    Eee aghom hoi janu ..kotha koi e

  • @mornigogoi5205
    @mornigogoi5205 2 หลายเดือนก่อน

    Akhil Gogoi khai patfola

  • @SumanRoy-sx8jr
    @SumanRoy-sx8jr 2 หลายเดือนก่อน

    BJP kimn dile

  • @anonymous_assamese4838
    @anonymous_assamese4838 2 หลายเดือนก่อน

    নিজৰ মাজত যুঁজ কৰি লাভ নাই

  • @dhruabasaikia4112
    @dhruabasaikia4112 2 หลายเดือนก่อน +1

    Kiman taka dise
    Mamai

  • @amiyabaruah3534
    @amiyabaruah3534 2 หลายเดือนก่อน

    আহোমৰ শিঙত বি জে পি নমৰে ।মৰিব নিজৰ মানুহ ।

  • @Mayum94
    @Mayum94 2 หลายเดือนก่อน

    Kun hoi sringkol solisha

  • @ss6758
    @ss6758 2 หลายเดือนก่อน

    Finally someone have spoken. Jatiyotabadi ketiao communist hobo nuare.

  • @anupkrdas6798
    @anupkrdas6798 2 หลายเดือนก่อน

    অখিল গগৈৰ কিবা ৰাইজৰ দল আছে নেকি ।

  • @hff67
    @hff67 2 หลายเดือนก่อน

    Mass dhoribo nuari pani ghula kora.. besi eitur .. okol gundagiri .. Aadak dekhil uthil gaa

  • @taniyachangmai7034
    @taniyachangmai7034 2 หลายเดือนก่อน

    Shringkhol solihai olop besi korise

  • @muningohain3623
    @muningohain3623 2 หลายเดือนก่อน

    Bap ray. Ki issue????

  • @PrabtraBorah
    @PrabtraBorah 2 หลายเดือนก่อน +2

    অখিল এইবোৰ ভালহোৱা নাই অতপালি ভাল নহয়

  • @himangshudeka4991
    @himangshudeka4991 2 หลายเดือนก่อน

    Umm dol kom hoise aru 10 taman khulok…opposition party r aru vote komibo

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 2 หลายเดือนก่อน

    KALANKAR

  • @Ranjit2024-o7o
    @Ranjit2024-o7o 2 หลายเดือนก่อน

    😂😂 atau je vote pabi jen loga nai..Hexot mane kewl election khelai aim loi thako mane

  • @SHAWMITRANATH
    @SHAWMITRANATH 2 หลายเดือนก่อน

    Aru 20 ta dol khuli BJP dolok sohay korok

  • @rawandreal99
    @rawandreal99 2 หลายเดือนก่อน

    ধুই 😂😂😂

  • @himangusaikia9611
    @himangusaikia9611 2 หลายเดือนก่อน

    ami akhomiya j

  • @TarunDasTarundas-i4t
    @TarunDasTarundas-i4t 2 หลายเดือนก่อน +1

    অখিল গগৈ অকৃতজ্ঞ।

  • @AbdulHakim-ov4mo
    @AbdulHakim-ov4mo 2 หลายเดือนก่อน

    Birthday lachit for Bjp

  • @bijuchangmai5839
    @bijuchangmai5839 2 หลายเดือนก่อน +1

    Lajnaikia Akhomiya Sringkhol Utsringkhol Chaliha

    • @dhruabasaikia4112
      @dhruabasaikia4112 2 หลายเดือนก่อน

      Hai balar putek hai bapeku ka
      M nuhua moril mamar samsa hai.....

  • @ProdipBorahProdip
    @ProdipBorahProdip 2 หลายเดือนก่อน

    Khulok khulok political party,zero seat pabo 110 percent

  • @SanjayDibruwal
    @SanjayDibruwal 2 หลายเดือนก่อน

    Singkhal solihai julunga bhorabo napale haibabe utpat kori ase singkhol solehar aku kaam nii

  • @khaningogoi8560
    @khaningogoi8560 2 หลายเดือนก่อน

    ঘেন্তা বকিছ, তোমাৰ কাম নাই । জাতীয়তাবাদ কৰা 😂😂😂😂😂😂

  • @babuldeka6255
    @babuldeka6255 2 หลายเดือนก่อน

    Kam balag nai nikki

  • @dhamadas1731
    @dhamadas1731 2 หลายเดือนก่อน

    Atiya bata karon jab khali singlo soliyar voridiyok gogoi val nai diya ja baya

  • @parishmitachoudhury930
    @parishmitachoudhury930 2 หลายเดือนก่อน

    Jatiyatabadi hokole juji mor....

  • @ritubhardhara467
    @ritubhardhara467 2 หลายเดือนก่อน

    Heitu hosa kotha power besi use kora tu beya

  • @BitulGogoi-f6i
    @BitulGogoi-f6i 2 หลายเดือนก่อน

    ৰাজনীতি মাঠু

  • @bulbulgogoi8577
    @bulbulgogoi8577 2 หลายเดือนก่อน

    😢

  • @sahidali745
    @sahidali745 2 หลายเดือนก่อน

    Hru hura kthat aibur ki hru lora suali nsina lagise aisb kori karu lb nhoi

  • @Jintuaxomm
    @Jintuaxomm 2 หลายเดือนก่อน +1

    Faltu .

  • @deepjyotirabha8869
    @deepjyotirabha8869 2 หลายเดือนก่อน

    Amar okhomiya bur nijor majot juji hekh hbo..

  • @Mayum94
    @Mayum94 2 หลายเดือนก่อน

    Raije jikaise burbok tumi jika nai

  • @gunajitsarma5579
    @gunajitsarma5579 2 หลายเดือนก่อน

    Ehot bor adin mla hb mantri hb .. alop taka kharash koribo lagibo 😂😂😂.nohale ...

  • @Desiignr
    @Desiignr 2 หลายเดือนก่อน

    Akhil gogoi soki gol

  • @RupjyotiLahon-s8f
    @RupjyotiLahon-s8f 2 หลายเดือนก่อน

    0:50 0:50

  • @saikiawoodfurniturevlogs3415
    @saikiawoodfurniturevlogs3415 2 หลายเดือนก่อน

    😅😅

  • @ranjanasaikia2831
    @ranjanasaikia2831 2 หลายเดือนก่อน

    Assam t kiman dol banai

  • @pkflutemusical5214
    @pkflutemusical5214 2 หลายเดือนก่อน

    Jar mata bhangib Bichingkale dibo

  • @Chandrachetri51
    @Chandrachetri51 2 หลายเดือนก่อน

    Dal bonai thakok😂

  • @BipulGogoi-x7s
    @BipulGogoi-x7s 2 หลายเดือนก่อน

    😂

  • @nituphukon9541
    @nituphukon9541 2 หลายเดือนก่อน

    Aaikhon Sivasagar hoi eat bohut poha Huna hikkhito manuh aasa kotha kolai buji pai. Fotua kotha koi aaku lava naai eat

  • @desithugbaba9136
    @desithugbaba9136 2 หลายเดือนก่อน

    Laal selam keita jote tote

  • @JuliKgdas
    @JuliKgdas 2 หลายเดือนก่อน

    Ai bilak ki hoise doui dolor majot

  • @bikramburagohain8591
    @bikramburagohain8591 2 หลายเดือนก่อน

    Patta nepaw

  • @bhimrajkaman
    @bhimrajkaman 2 หลายเดือนก่อน

    Tur matei sivsagar solene ki

  • @alexaphalo2296
    @alexaphalo2296 2 หลายเดือนก่อน

    Power nopowa te ei obostha 😂😂😂😂😂😂

  • @d.s9310
    @d.s9310 2 หลายเดือนก่อน

    Atu dalal kela

  • @riturajgogoi218
    @riturajgogoi218 2 หลายเดือนก่อน

    Pagol ai2

  • @jugalboruah9134
    @jugalboruah9134 2 หลายเดือนก่อน

    বেয়া কথা এইবোৰ | ইমান সৰু সৰু কথাৰ বাবে এনেকুৱা কৰে নে ? এয়া কিবা ষড়যন্ত্র নহয়তো |
    বেয়া লাগিল দেই

  • @mimic.123
    @mimic.123 2 หลายเดือนก่อน

    Kam nai kukurhot

  • @KingTSswag
    @KingTSswag 2 หลายเดือนก่อน +1

    Toi tu eta mokkel… tuk sibsagar kunubai patta diye niki