কম সময়তে অধিক লাভবান হওক, এইটো জাতৰ কলৰ খেতি কৰক।

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ค. 2022
  • নমস্কাৰ গ্ৰহণ কৰিব,,
    এই video টোৰ জৰিয়তে মই লখিমপুৰ জিলাৰ ঢকুৱাখনাত থকা এখন কলৰ বাগানৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিছো,,, আশা কৰিছো আপোনালোকে video টো আঁকোৱালি লব।
    আপোনালোকৰ সহায়-সহযোগিতা , দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছো।
    ধন্যবাদ
    G9 Variety ৰ কলৰ পুলি আৰু কল কিনিবৰ বাবে যোগাযোগ কৰক
    আভা নাৰ্চাৰী----70352 82042
    ---------------------------------------------------------------------Music in this video
    Music by / ikson
    Track - Fields [Official]
    Music Provided by Ikson®
    Listen: • #175 Fields (Official)

ความคิดเห็น • 43

  • @jewishdaimarivlogs6239
    @jewishdaimarivlogs6239 3 หลายเดือนก่อน +1

    Good job brother

  • @manujchutia9811
    @manujchutia9811 2 ปีที่แล้ว +1

    Mojja

    • @AchiniBoruah
      @AchiniBoruah  2 ปีที่แล้ว

      ধন্যবাদ 🙏

  • @Runumonii
    @Runumonii 2 ปีที่แล้ว +1

    কল খেতি লাভজনক, ভাল লাগিল

  • @ChongloiChongloi-mi6du
    @ChongloiChongloi-mi6du ปีที่แล้ว +1

    Kiman distance hobo Lage

  • @madanray4558
    @madanray4558 ปีที่แล้ว +1

    Dada apnar video soya deri hol tothpi kob parb ne .col banpani jagat hoy ne

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      অলপ ওখ ঠাই হ'লে ভাল হয় আৰু,,,, কলৰ ভিতৰতো পানী থাকে যে সেইকাৰণে কম পানী থকা ঠাই ভাল হয় তাৰ কাৰণে

  • @bristibonya9198
    @bristibonya9198 ปีที่แล้ว +3

    কল ৰোৱাৰ নিৰ্দিষ্ট সময় আছে নেকি দাদা ?সদ্যহতে কি মাহত ৰুলে ভাল ?

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว +1

      এইখিনি সময়তে ভাল হয়,,,, দুৰ্গা পূজাৰ ওচৰতেই কল, তামোল সেইবোৰ ৰুৱে

  • @ruphulbhai470
    @ruphulbhai470 ปีที่แล้ว +1

    Dada dhukuwakhana kun jegat.

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      নাৰায়ণপুৰ চাপৰি

  • @khanikarrajbongshi6293
    @khanikarrajbongshi6293 ปีที่แล้ว +1

    G9 kall poli kenekoi pam

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      Description ত phone no এটা দিয়া আছে,,,, তাত যোগাযোগ কৰিলেই হ'ল। অম দামতে পাই যাব

  • @chongloichongloi8624
    @chongloichongloi8624 ปีที่แล้ว +1

    Hills area te hobo paribo ni Ki?

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      পাৰিব চাগে, পাহাৰতো বহুত কলগছ‌ থাকে নহয়

  • @sahadevnarzary448
    @sahadevnarzary448 11 หลายเดือนก่อน +1

    9 g,কলৰ খেতি মোৰ ১০ বিঘাখেতি কৰিছো। সৰ্বমুঠ ৪,০০০ৰুলে ।😊

    • @AchiniBoruah
      @AchiniBoruah  11 หลายเดือนก่อน

      অ হয় নেকি? কোন ঠাইৰ আপুনি?

  • @gayatridewri3945
    @gayatridewri3945 ปีที่แล้ว +1

    Dhakuakhana kt jega Nam kosu

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      নাৰায়ণপুৰ চাপৰি

  • @jahirulislam9140
    @jahirulislam9140 7 หลายเดือนก่อน +1

    কলৰ পুলি কোন মাহত ৰপন কৰিলে অধিক লাভমান হব পাৰি।

    • @AchiniBoruah
      @AchiniBoruah  7 หลายเดือนก่อน

      দুৰ্গা পূজাৰ সময়ত ৰুলে ভাল বুলি কয়

  • @jiten2408
    @jiten2408 3 หลายเดือนก่อน +1

    Tekhetor bagan khon kun jegat ase

    • @AchiniBoruah
      @AchiniBoruah  3 หลายเดือนก่อน

      ঢকুৱাখনাত

    • @jiten2408
      @jiten2408 3 หลายเดือนก่อน

      ঢকুৱাখানাৰ কোন জেগাত

  • @ripungogoi466
    @ripungogoi466 ปีที่แล้ว +1

    Dhakuwakhana kot o

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      নাৰায়ণপুৰ চাপৰি

    • @jiten2408
      @jiten2408 6 หลายเดือนก่อน

      Contact number please​@@AchiniBoruah

  • @ankurbordoloi2467
    @ankurbordoloi2467 ปีที่แล้ว +1

    Kot

  • @ismailali2225
    @ismailali2225 ปีที่แล้ว

    Dada apunar number2 deb sn

  • @jibonborguhain9493
    @jibonborguhain9493 ปีที่แล้ว +1

    Apuner earia to kiman ase jonabo nki .thanks

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      এইখন মোৰ নহয়,,,, চিনাকী দাদা এজনৰ হে.... সেইবিষয়ে তেখেতক‌ সুধিব লাগিব

    • @manikrabha9983
      @manikrabha9983 ปีที่แล้ว

      Jain irrigation jalgaon online korile puli pai jabo.

  • @nayanmonipigfarm1777
    @nayanmonipigfarm1777 ปีที่แล้ว +1

    ঢকুৱাখনা কোন ঠাইত তেখেতৰ ঘৰ?

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว +1

      ভোৰতাল গাওঁ....জালভাৰী

  • @user-wm7dp9ws6g
    @user-wm7dp9ws6g ปีที่แล้ว +1

    Vhal lagesa. Aponar ph. No deba

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      ধন্যবাদ,,,Same name.

  • @haripddoley6273
    @haripddoley6273 ปีที่แล้ว +1

    Dada, Manuh jonr number loi dibo paribo nki ??

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      Description ত পাবা number টো

    • @haripddoley6273
      @haripddoley6273 ปีที่แล้ว

      Nursery number2 nalage ... Kheti kora manuh jonr number lagisil. Drip irrigation system kotha hudhim buli babisu

    • @AchiniBoruah
      @AchiniBoruah  ปีที่แล้ว

      @@haripddoley6273 নহয় মানে ইয়াত number টো দিলে চবেই পাব,,,ফোন কৰিব যে,,,,,, সেইকাৰণে চবেই এনেকে number দিবলে বেয়া পাই,,,, সেইকাৰণে তুমি nursery ৰৰ number টোলে ফোন কৰি তেওঁৰ number টো লৈ লোৱা

  • @ripungogoi466
    @ripungogoi466 ปีที่แล้ว

    Dada apunar phone number tu diok