আগতীয়া মুলা খেতি কৰক আৰু অধিক লাভৱান হওঁক । Early Radish cultivation and more benifits
ฝัง
- เผยแพร่เมื่อ 10 ส.ค. 2022
- Hey! Welcome back to my Yotube Channel
DISCLAIMER
IF ANY CONTENT OWNER HAS SOME ISSUES JUST BECOUSE OF USING THEIR VIDEO WITH MY VIDEO PLEASE SEND A MAIL OVER MY BUSINESS MAIL OR DM ME ON INSTAGRAM AND I WILL REMOVE THE VIDEO.
Link-
Tags-
#AssamAgricultureTips
#Kheti
#agriculture
আপোনালৈ বহুত বহুত ধন্যবাদ৷
আপুনি আনতকৈ সুকীয়া৷
বহুতে এনেকুৱা ভিডিঅ দিয়ে৷কিন্ত আতিগুৰি মাৰি দেখুৱাই নিদিয়ে৷
Mojja
thanks ,dada
ধন্যবাদ জনালোঁ
Same to you
Bohut vl lgil..kintu apuni chemical besikoi use Kore.
ok
ভাল লাগিল আপোনাৰ বাৰ্তা বিলাক। কিন্তু কথা হ'ল কি,মুলা, লাই , এইবিলাকত ইমান কেমিকেল দিয়াৰ কোনো প্ৰয়োজন নাই। জৈৱিক সাৰ প্ৰয়োগ কৰিলেই লাভা লাভ ১০০% শতাংশ কথা।আমি জৈৱিক সাৰ প্ৰয়োগ কৰি আজি লৈকে কৰি আহিছোঁ।
মই পদ্ধতিৰ কথা কৈছো কোনে কেনকৈ কৰে খেতিয়কজনৰ কথা ৷ মইও জৈৱ পদ্ধতিতো কৰো ৷ পদ্ধতি ২ টা- জৈৱ পদ্ধতি আৰু ৰাসায়নিক পদ্ধতি ৷
@@assamagriculturetips4250 উম বুজিছো বাৰু দাদা। কিন্তু আপুনি জৈৱিক প্ৰক্ৰিয়া কৰিব দেই, বহুত বহুত ধন্যবাদ থাকিল দাদা আপোনালৈ আৰু আগুৱাই যাওক তাকে কামনা কৰিলো।
দাদা, আগতীয়া মূলা খেতিৰ বিষয়ে জনোৱাৰ বাবে অশেষ ধন্যবাদ । কিন্তু এটা কথা নুবুজিলো দাদা, মানে ঘৰত খাবলৈ হ'লে ফোৰাদন দানা আৰু চুপাৰ ফচফেট নে ,কি বোৰ দিব নেলাগে আৰু ব্যৱসায় ভিত্তিত কৰিলে সেই বিলাক দিব পাৰে বুলি যে আপুনি কলে, ব্যৱসায়িক ভাৱে কৰা বিলাক মানুহৰ বাবে নহয় নেকি ? কথাটো বুজি পোৱা নাই, গতিকে সুধিলোঁ বেয়া নেপাব । ধন্যবাদ ।
মই কৈছো অধিক লাভ যদি আপুনি কৰিব খোজে ৰাসায়নিক সাৰ দিবই লাগিব
Moi o take vabisu
Ki kom beleg bur morok Mart toka lage.
Dada agtiya mane kun mahot dim
val lagil jnubabe
Laal saag kheti bonabo pz
আপুনিও আমাক ৰাসায়নিক বোমাৰ ব্যৱহাৰ কৰি ফাৰ্মাচী ধনী হোৱাৰ পৰামৰ্শ দিলে
ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিলে আপুনি ভাল খেতি কৰিব নোৱাৰে
Aanok beya khaboli Dio
Apuni loguwa kothiyar gutitu kot puwa Jay jonab neki..
Dada june julaymahot koribo parimne
Pari
He RY, আপুনি ollb ভাল কেমেৰা লওক😊
Uumm thike koise
আগতিয়াকৈ মানে কি মাহত কৰিম
moko val lagise .moi karim
Hoy korok
Good video 🙂/dada ronga mular pat khai ne nakhai,,lai pator nisina je,,,pat khua mulatu xeitu naam ke boga mula tu e nki
Ronga mular pat tu khowat test nalqge bohute obossey khay kumol thakote
ফুৰাদন নামৰ বৰ বিহ বিধ দিবৰ বাবে পৰামৰ্শ নিদিয়ে যেন।সাধাৰণতে মূলাত পোক পৰুৱাই বিশেষ আমনি নকৰে।
মাটিত অলপকৈ দিলে সিমান ক্ষতি নকৰে
Dada same process dhania korela hobone
hobo
ভাল লাগিছে কিন্তু আপুনি বহুত কোন মাহত আৰম্ভ কৰিছে সেইটো কোৱা নাই।
Oh .আহাৰ মাহত
Beleg e o to khabo he kinibo.ehote o furadon khbo mne
jaba phult ki har dim dada
Gobor harei dibo ...aru jodi gosjopa besi tozbojiya koribo khuje gosor 6 inch durot 250 gram man DAP sotiyai di mati khini loose kori dibo
কি কথা কলি ঘৰত খাবলৈ হলে। ফুৰাদন দিব নালাগে ।কিন্তু বেলেগে খাবলৈ ফুৰদন দিব লাগে ন ? ফোৰাদন কিমান বিষাক্ত তই janone ?
আপুনি মোৰ কথাটো ভুল বুজিছে ..কিছুমান মানুহ ফুৰাডন বুলি কলে ভয় খায় ..কিন্তু ফুৰাডন কোনো সাৰ নহয় ই পোক পোৰুৱাহে নিয়ন্ত্রন কৰে । কিন্তু কিটনাশক বিলাক মানুহৰ স্বাস্থ্যৰ কাৰনে ক্ষতিকাৰক
Next video
coming wait
ধন্যবাদ থকিল।
Gort khabor karone Mane . Bojart kini khowa bor manuh nohoi neki . Aponi Paisa he saise dad
Moi kotha tu beleg vabi koisu kintu aponaloke meaning beleg olaise .kisuman manuh organic kheti koribo khuje teo lokor karone koisu
Organic kori lav koribo noware efale customere chikchikiya bisare
Hodon mane ki
শোধন মানে বিজখিনি ৰোগমুক্ত কৰা
80 rupees ot pay ekuai koribo njna tmi
Bota.bole.thea.tohit.ki.kora
আমি শাক খেতিত গোবৰৰ বাদে আন একো ব্যৱহাৰ নকৰো
Pani kiman dinot aru kiman porimanot dibo lage
mati besi hukan holehe pani dibo nohole mulat pani diyar dorkar nai
Khoub rod dile pani din ne
hoy besi rod dile aru mati jodi hukai jay pani dibo
dada mula. kheti. go. bhal lakse re beya. laga nai podhoti. go
ধন্যবাদ
Gutai kheni dekhun lo poison very dengures belag bekolpo ny neki,
Manuh organic bostu posondo nokore manuhok dekhat chichikiya lage
আজিকালি মানুহে পইজনেই ভাল পায়।যেতিয়া আমি বজাৰত শাক-পাচলি বিকিব যাঁও তেতিয়া সকলো কাষ্টমাৰকে ধুনীয়া চিকচিকিয়া পাচলি লাগে আৰু সকলোৱেই জানে পাচলি প্ৰয়োজনতকৈ বেছি ধুনীয়া কিয় হৈছে
Set neet dile problam hobo nk
ছেড নেট দিলেই ভাল
Apuni rakhayani khar bebohar kori ase apuni orgenik khar bebohar korak sir,matitu onisto nohoy sir,
moi dui dhoronor khetiye koru
ফুৰাদন দিয়া বাবেই বজাৰৰ শাক খাব ভয় লাগে
কিটনাশক ব্যৱহাৰ কমকে হলেও ব্যৱহাৰ কৰিব লাগিব নহলে খেতিয়ক খেতি কৰা বাদ দিব লাগিব
দাদা,মই ঘৰত খাবৰ কাৰণে লাউ,মূলা, বেঙেনা অলপ কৰিম জৈৱিক পদ্দতিত কৰিব বিচাৰো ।জৈৱিক ঔষধ নামটো জনাব।
আপুনি THUNDERS এটা আনি থব আৰু ১৫ দিন মুৰে মুৰে প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মিহলাই স্প্ৰে কৰিব
আৰু যেতিয়া ৰুব বা গুটি পেলাব তেতিয়া Trichoderma viride জৈৱিক মাটিত মিহলাই লব
ককাইদেউ ,গৰু গোবৰৰ ঠাইত ব্ৰইলাৰ গু দিব পাৰিম নে?
পাৰিব সেইটুও ভাল সাৰ
দাদা আগতীয়াকৈ কৰিবলৈ কি মাহত কৰিব লাগে ।জনাবচোন ।
ভাদ মাহত
@@assamagriculturetips4250 Thanks Dada
Eiman okon man khati koribo karona duk laga dada , moi jagunr hoi moi 8kg mula guti hicisu , Ami jagunr kikhok hokoluya Jana kanakoi khati kora , Amar eiyat ahila pgl hoi jabo khati dakhi , apunar budhi2 bya nhi kin2 Amar karona nhbo
hoyneki ..val kotha ..kenekoi kore jonabosun
@@assamagriculturetips4250 Amar eiyat Jurhat tinsukia Dibugar Sivseger damaji hapakhati duliyajan hokolu jagar pora bapari aha Dailey mrng hodai bojar laga jagunt ahibo katiyaba
Dada apunar gohr kot hoi
Chirang District..vill..Hasrawbari
যিকোনো চাফ দিলে হব নে?
Saaf fungicide dibo lagibo ..kapor dhowa sarf dile nohobo
Aapuni bahut chemical use korar kotha kole so Val nalagil....moi ghrot khowar karone korim vabiisu
Use VERMYCOMPOST sir