‘দেউতাক মই প্ৰহাৰ কৰিছিলোঁ...’ এতিয়াও অনুতপ্ত নহয় প্ৰবাল দাস

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 พ.ค. 2024
  • ‘দেউতাক মই প্ৰহাৰ কৰিছিলোঁ...’
    এতিয়াও অনুতপ্ত নহয় প্ৰবাল দাস
    Watch the full clip to know more about this story.
    #pragnews #assam #guwahati #assault
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 785

  • @debajanibaruah3105
    @debajanibaruah3105 2 หลายเดือนก่อน +106

    অ বাপা তই জন্ম দেউতাক মাৰিচা তয়ো এদিন পুতেৰে জীয়েৰেৰ মাৰ খাবি বাপা ।তই বুঢ়া নহবি নেকি ।তেজৰ গৰম কেইদিন থাকিবি বাপা ।বৰিৰ কি খবৰ ।

  • @numalsangma9450
    @numalsangma9450 2 หลายเดือนก่อน +243

    নিজৰ দেউতাকক কোনেও এনেকুৱা নকৰে কাৰণ তোমাৰ দৰে গৰু কোনো নহয়।

    • @user-vw8so9ew6n
      @user-vw8so9ew6n 2 หลายเดือนก่อน +5

      আমাক ঘৰৰ পৰা ওলিয়াই দিলাক হয়, কাজিয়া খং ৰাগ থাকে কিন্তু নিজৰ ঘৰৰ মানুহ ৰ লগত এনেকুৱা সপোনত ও কৰিব নালাগে।। মানে অন্তৰ ৰ পৰা লাগিব নালাগে।।

    • @user-ob6ej7bv2q
      @user-ob6ej7bv2q 2 หลายเดือนก่อน

      কেতিয়াও কৰিব নাপায়।

    • @renubegum3699
      @renubegum3699 2 หลายเดือนก่อน

      Ai johora k thik dibo lage kukur tok log pale dutaman sor dim

    • @girijadeka1428
      @girijadeka1428 2 หลายเดือนก่อน

      ❤​@@user-vw8so9ew6n

    • @user-ri7xi8tz9x
      @user-ri7xi8tz9x 2 หลายเดือนก่อน

      ?​@@user-vw8so9ew6n

  • @user-jf3wv1wq1u
    @user-jf3wv1wq1u 2 หลายเดือนก่อน +133

    ই এটা মদুৱা আৰু মাইকী ৰ মতে চলা,ইয়াক সমাজে থিক নকৰিলে নহ'ব,

    • @RupkantaPathori
      @RupkantaPathori 2 หลายเดือนก่อน

      সমাজৰ কাৰনে বিষাদত সাপ,সমাজে মিলি গৰু পিতন দি গছত বান্ধি থব লাগে ।

  • @binudas8708
    @binudas8708 2 หลายเดือนก่อน +41

    তেও কোনো কাৰণতেই ক্ষমাৰ যোগ্য নহয়।

  • @india1157
    @india1157 2 หลายเดือนก่อน +67

    মহাপাপী টোৱে সমাজক আৰু Media আক হে জগৰীয়া কৰিছে বাৰে বাৰে | সি কৰা মহাপাপৰ অলপো অনুতপ্ত নহয় সি ! TRP কাৰণে হে হেনো মেডিয়াই তাৰ news তো কৰিছে আৰু চুবুৰিৰ মানুহবোৰেও তাৰ বেয়া তো বিচাৰে কাৰণে হেনো তাৰ বিৰুদ্ধে ভিডিঅ কৰিছে আৰু 100 diel কৰিছে বা মেডিয়াক খনৰ দিছে !!! এইবাৰ সি বেলেগ কিবা এটা কৰিব যেন লাগিছে... চুবুৰীৰ বা সমাজ খনৰ লোক সকলক অনুৰোধ কৰিলো ., বুদ্ধ্ পিতৃ জনৰ উপৰত অলপ খেয়াল ৰাখিবলৈ 🙏🙏🙏

    • @ytdesert3581
      @ytdesert3581 2 หลายเดือนก่อน

      Usor suburiyai manuhor unnoti sabo nuware

  • @sharmahdoley6121
    @sharmahdoley6121 2 หลายเดือนก่อน +31

    তেনে লোকক কঠোৰ শাস্তি প্ৰদান কৰাই নহয় , ফাঁচী দিব লাগে ।

  • @dhanjitbarman861
    @dhanjitbarman861 2 หลายเดือนก่อน +122

    ইয়াক পিতিব লাগে ই পিতৃক প্ৰহাৰ কৰিছে

  • @user-to6yi6jk6r
    @user-to6yi6jk6r 2 หลายเดือนก่อน +46

    ইয়াক দেখিলে গম পায় যে ই এটা মস্ত গুণ্ডা।

  • @jorzinabegum7637
    @jorzinabegum7637 2 หลายเดือนก่อน +43

    অনুতপ্ত হৈ স্বীকাৰ কৰিলে সকলো মাফ হৈ যায় তাৰ মানে তেওঁ 10 জনক আদৰ্শ দেখোৱ্ই নে কি?

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Jorjina Begam manuhe bonua jimaan bilak Dharma asey khakalute kebol khingkha aru khontrukh k prassay dise. Manuh hoi jiai thakiboloi jodi issa asey tente Saitan bilakr Dharma ari bigyanbad(Nastik r) jiban japon karak.

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 2 หลายเดือนก่อน +102

    জহৰাই ধুনীয়া এক্টিং কৰে... ঘৈণীয়েকৰ কথামতে চলে... ইয়াক ভ্ৰাম্যমাণত চুক্তিবদ্ধ কৰিব লাগে...😂😂😂

  • @pravachutia931
    @pravachutia931 2 หลายเดือนก่อน +70

    পিতা সৰগ মাতা গংগা পিতাহি পৰম তপঃ , বুজি পোৱা নাই ,।

  • @jahirulislam4311
    @jahirulislam4311 2 หลายเดือนก่อน +27

    সেই অঞ্চলৰ ৰাইজে কি কৰি আছে এতিয়ালৈকে পুত্র নামৰ কুলাঙ্গাৰটোক কিয় গৰু পিটন দিয়া নাই ৰাইজে।

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Jahirul apuni pratham Islam tyag kari kebol bugyan(Nastikr) jiban/japon karok tar pisat apuni lookak gyan diba pariba.

  • @devdas8542
    @devdas8542 2 หลายเดือนก่อน +81

    ইয়াক যদি মই জালুকবাৰিত পাওঁ বেয়া মাৰিম কিন্তু 😊😊 কোনো যাতে একো নকই

    • @ApurbaDasEntertainer
      @ApurbaDasEntertainer 2 หลายเดือนก่อน +7

      ফালি দিবা পিঠি ইয়াৰ

    • @Subscribe_here1000
      @Subscribe_here1000 2 หลายเดือนก่อน

      Beleg noholeo Tar ai takla matha tu fataba a..

    • @bharatibarkataki7592
      @bharatibarkataki7592 2 หลายเดือนก่อน +3

      হয় দেই , ইয়াক ভালকৈ দিব লাগে ৷ সমাজৰ কলঙ্ক এইটো ৷

    • @eusufahmed9564
      @eusufahmed9564 2 หลายเดือนก่อน

      Kiba budhi Kori loi jabo pari neki sao roh

    • @xavriev
      @xavriev 2 หลายเดือนก่อน

      Hobo Das dum, tohot duita eke

  • @bishnubordoloi736
    @bishnubordoloi736 2 หลายเดือนก่อน +83

    এইটোক হে গৰু পিতন দিব লাগে।

    • @shubhamytcreator7297
      @shubhamytcreator7297 2 หลายเดือนก่อน

      Tumi goruk puja nokora neki ..

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน +3

      Bishnu Bordoloi apunar purbapurukh a likha Ramayan,Mohabharat, Bhagawat Gita,Bed,Puraan,Upanukhad, Monusmrity pahiba, ai kitap bilak t khingkha, khontrukhr bahire aku nai.

    • @rojoniprovabaruah5461
      @rojoniprovabaruah5461 2 หลายเดือนก่อน +1

      100%

  • @gayatri2927
    @gayatri2927 2 หลายเดือนก่อน +14

    খং উঠিলে কি মা দেউতাক মাৰিব লাগে বুলি ভাবে নেকি ?? এই কথাষাৰ কৈ কি মহান দেখাইছে নিজকে?? মা দেউতাই জন্ম দিছে আমাক।। বিবেক বুলা বস্তুটো আছেনে নাই এতিয়াও হাঁহি হাঁহি কথা কৈ আছে যে দেউতাক প্ৰহাৰ কৰি ??

  • @parisvideo1096
    @parisvideo1096 2 หลายเดือนก่อน +14

    কাৰণ যিয়েই নহওক মা দেউতাক মাৰা মানেই মহা পাপ। এই পাপৰ শুধৰণি জীৱনত আৰু নহব। কিমান দিন, কিমান বছৰ মৰমেৰে কোলাত লৈ মৰম কৰিছিল, ভাত খুৱাইছিল, কোলাত লৈ শুৱাইছিল, কিমান পেচাব-পাইখানা চফা কৰিছিল, গা বেয়া হলে ৰাতি ১২টা বজাতো ডাক্তৰ গৈছিল।

    • @BRbb-vv7zy
      @BRbb-vv7zy 2 หลายเดือนก่อน

      ঠিকেই। এই পাপৰ প্ৰায়চিত্ত নাই।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 หลายเดือนก่อน +11

    ই মানসিক বেমাৰী হয়, চিকিত্সকৰ পৰামৰ্শ লোৱা উচিত ।

  • @arupkakati4905
    @arupkakati4905 2 หลายเดือนก่อน +33

    এনেকুৱা লৰা থকাতকৈ ছোৱালী ১০ থাকিলে , ভাল ।কাৰণ বুঢ়া বয়সত বৃদ্ধআশ্ৰমত পঠাৱ । মাৰি উঠি ক্ষেমা বিচাৰি ছে , নিলাজ চালা ।

    • @carshorts7621
      @carshorts7621 2 หลายเดือนก่อน

      পিছে সেই ছোৱালীয়ে আন এখন ঘৰত গৈ শহুৰ-শাহুৱেকক মাৰিবলৈ উচটনি দিয়েগৈ।যদি পৌৱেকে তেনে নকৰে তেতিয়া যৌতুকৰ ভুৱা গোচৰ জাপি দিয়ে।

  • @kamaleswarbarman1454
    @kamaleswarbarman1454 2 หลายเดือนก่อน +8

    এহ তাৰ কথা চা তাৰ মন গ'ল দেউতাকক মাৰিলে।বেলেগে বেলেগে ভিডিঅ'কৰিব নালাগিছিল। ভিডিঅ'কৰা জনক ধন্যবাদ দিলো পুতেকৰ চৰিত্ৰ ওলায় পৰিল। ঠিক নাই কোনোবা দিনা দেউতাকক মাৰি পেলাব খাতা‌‌্ং

  • @pranjalboruah5007
    @pranjalboruah5007 2 หลายเดือนก่อน +7

    ই জহৰাই পুলিচৰ ভয়ত আবুল তাবুল বকিছে
    ভাই পিতা পুত্ৰৰ পবিত্ৰ সম্পৰ্ক শেষেই কৰিলি
    মাৰিবি ও মেডিকেল ও কৰিবি তেনেকুৱা নহয় ।

  • @pranabdas6318
    @pranabdas6318 2 หลายเดือนก่อน +13

    তই কিয় মাৰিব কেলা তই কৰ পৰা আহিলি নিজৰ দৈউতাক দৈউত নহলে তই নাহিলে হয়

  • @suryakiran2748
    @suryakiran2748 2 หลายเดือนก่อน +4

    যিমান খং উঠিলেও মাক বাপেকক মাৰিবলে অধিকাৰ নাই কাৰো ।মহাপাপ গোটাই লৈছা । তোমাৰ পৰিয়াল তোমাৰ কথা বুলি ক'লে নহ'ব নহয় । তোমাৰ পৰিয়ালটোতো এখন সমাজত হে বাস কৰে ।কোনোবা সাগৰৰ মাজত বাপ নকৰে নহয় ।

  • @bimanchetia9801
    @bimanchetia9801 2 หลายเดือนก่อน +32

    টোক গৰু পিতন দি মাৰি পেলাব লাগে। অসমৰ তই কলংক । এতিয়া গা সাৰিব লৈ নৌ টেংকি কথা নকবি।।

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Bimam chetia apuni karhiai loi furaa Dharma kitap Ramayan,Mohabharat, Bhagawat Gita, Puraan, Bed,Upanikhad, Monusmrity t khingkha aru khontrukhr bahire aku likha nai. 1 ta udaharn disu, Ram a Garbhabati khitak ghararpora bahir kari disil. Agor Goru jeni jaai pisor Goru teni jaai.

  • @Rdk922
    @Rdk922 2 หลายเดือนก่อน +15

    Its a social crime..society should punished

  • @bidyutdoley9422
    @bidyutdoley9422 2 หลายเดือนก่อน +11

    আপুনি দেউতাক ছাই বুলি মাৰি মাৰি চাব নেকি বুৰ্বক

  • @assamcrazy.1853
    @assamcrazy.1853 2 หลายเดือนก่อน +5

    এনেকুৱা পুত্ৰ বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিব লাগে। পুলিছে তাক কিয় এৰি দিলে । মদাহিক ৰাইজে কিয় নকৰিলে। তাৰ কথাৰ বহাদুৰিয়ে বেলেগ।

  • @basantahira8645
    @basantahira8645 2 หลายเดือนก่อน +6

    এইটোক কথা সুধি থাকোতেই কাণ ফাটি যোৱাকৈ এপাত দিব লাগিছিল
    জহৰা চালা

  • @swapnilchakravarty420
    @swapnilchakravarty420 2 หลายเดือนก่อน +12

    Doita nohoi Deuta buli kobi

  • @mridulaphukon8686
    @mridulaphukon8686 2 หลายเดือนก่อน +3

    তুমি যেনেকৈ তোমাৰ দেউতাক মাৰিছা তোমাকো এদিন তোমাৰ লৰাই মাৰিব

  • @Hiradeka07
    @Hiradeka07 2 หลายเดือนก่อน +1

    ঘৰৰ ভিতৰত যিমান ডাঙৰ কাজিয়া নহয় কিয়ক সি দেউতাকক কিয় মাৰিব মানুহৰ ঘৰত কাজিয়া লাগে কিন্তু কাজিয়া লাগিলে মাক দেউতাকক মাৰি উচিত নহয় আজি কাজিয়া দেউতাকক মাৰি কালি কাজিয়া লাগিব সি দেউতাক আকৌ নামাৰি তাৰ কোনো মামে নাই তাৰ কথা তে গম পাই সি তাৰ দুখ কব পৰা নাই বেলেগৰ কৰা কৈ আছে উচতাই দিছে বুলি তাৰ পৰা লিখা লব লাগে জীৱনত কোনো দিনে মাক দেউতাকক হাত নোঠাও বুলি সেই হাতত এদিন পোক লাগিব

  • @amitdutta5883
    @amitdutta5883 2 หลายเดือนก่อน +8

    Sudurbhai tuk pua hole ghopoai dingi singi pelalu hoi ..

  • @gobindadeka6204
    @gobindadeka6204 2 หลายเดือนก่อน +4

    যিহৰ কাৰণে নহক তই এটা নৰাধম ৷

  • @rajibsaikia1261
    @rajibsaikia1261 2 หลายเดือนก่อน +14

    Garu piton dibo lagisil thanat

  • @user-ir8qt8dz9s
    @user-ir8qt8dz9s 2 หลายเดือนก่อน +5

    যিমান যি হলেও দেউতাক গাত হাত উঠাই নাকি।।

  • @mahabulkhanofficial8638
    @mahabulkhanofficial8638 2 หลายเดือนก่อน +3

    যিমানেই যি নহওক কিয় কোনেও এনেকুৱা কাম কৰিব নালাগে বহুত বেয়া লাগিল ঘটনাটো এয়াক পিটন দিব লাগে 😢😢😢

  • @northeastexplorer9920
    @northeastexplorer9920 2 หลายเดือนก่อน +12

    Tur mukh khon dekhile lage toi kela johora hoi😂😂😂

  • @apnadesh9477
    @apnadesh9477 2 หลายเดือนก่อน +2

    This man should not be left alone..he seems crazy.

  • @pranabdas6318
    @pranabdas6318 2 หลายเดือนก่อน +7

    তাৰ লগত কিয় ইমান কথা পাতিব লাগে নিউজ কৰিলে ভালকে কৰক

  • @ajiburali4665
    @ajiburali4665 2 หลายเดือนก่อน +4

    অসম চৰকাৰে ব্যৱস্থা কৰিব লাগে ।

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n 2 หลายเดือนก่อน +1

    God bless you

  • @aliyabegum7869
    @aliyabegum7869 2 หลายเดือนก่อน +1

    আপোনাক আপোনাৰ লবা বা ছোৱালী এদিন মাৰিব মনত ৰাখিব

  • @ritumonisaikia9385
    @ritumonisaikia9385 2 หลายเดือนก่อน +7

    Deutak k moratu vul nohoi pap hoi

  • @dimpalborgohain943
    @dimpalborgohain943 2 หลายเดือนก่อน +1

    কৰ্মৰ ফল পাবি অ বোপাই,,,,, এদিন তইও তোৰ লৰা ছোৱালীৰ পৰা ৰাজপথত গুৰুলা গুৰুলকৈ মাৰ খাবি। তোৰ দৰে সন্তান হোৱাতকৈ নিসন্তান হোৱাই ভাল।

  • @madanrabidas9451
    @madanrabidas9451 2 หลายเดือนก่อน +3

    Why media talking so politely with this nonsense

  • @lovelyofficial2157
    @lovelyofficial2157 2 หลายเดือนก่อน +2

    মিছা কৈছে ......সি আকৌ কৰিব তেনেকৈ.....তাৰ পাছত কবগে নিজেই মৰিলে!

  • @rinkushivam8759
    @rinkushivam8759 2 หลายเดือนก่อน +5

    এনেকুৱা পুতেকক গুলিয়াই মাৰিলেও পাপ নহয়

    • @mukulbaruah1833
      @mukulbaruah1833 2 หลายเดือนก่อน

      Rinku Shibham tur purbapurukh a likha Ramayan,Mahabharat,Bhagawat Gita,Bed,Puraan, Upanikhad,Monusmrity pahibi tat kebol khingkha aru khontrukhr gyan asey.

    • @bnjn5135
      @bnjn5135 2 หลายเดือนก่อน

      Oi katuya tor kuranot boinek sudbi buli likha ase ​@@mukulbaruah1833

  • @lalitadas969
    @lalitadas969 2 หลายเดือนก่อน +4

    pita mane bhgban pitak anekuwa krib napay bhut dukh lagise

  • @Somaina1234
    @Somaina1234 2 หลายเดือนก่อน +5

    Nonsense ki poriyal or maajot koi aase hi jail ot vorai tobo lagisile take

  • @trygame1503
    @trygame1503 2 หลายเดือนก่อน +1

    চাওক আমাৰ ভাৰতৰ কানুন ব্যৱষ্হা ছি ছি ঃ লাজ লাগে এনেকুৱা ই যদি দ্বিতীয় জনে আৰু সাহস পাৱ দেশৰ সেইবাবে উন্নতি নাই।
    তাৰ আচলতে বাৰি কাটিৱ লাগিছিল

  • @_gayatri_dutta
    @_gayatri_dutta 2 หลายเดือนก่อน +3

    Dekhi bya lgil 😭💔
    Miss you'h my papa

  • @dilipkrbora1132
    @dilipkrbora1132 2 หลายเดือนก่อน +3

    ইয়াক সামাজিকভাবে বৰ্জন কৰিব লাগে ।

  • @arjunrajmusical3600
    @arjunrajmusical3600 2 หลายเดือนก่อน

    বৃদ্ধ দেউতাকক এনেদৰে মাৰে ?ই সমাজৰ কলঙ্ক।

  • @rameshmili-vj2ut
    @rameshmili-vj2ut 2 หลายเดือนก่อน +1

    We one justic.

  • @ritumonisaikia9385
    @ritumonisaikia9385 2 หลายเดือนก่อน +4

    Jimanei ji nuhuok deutak k marebo lageni kenekua putra aitu

  • @sashibhatta5198
    @sashibhatta5198 2 หลายเดือนก่อน +6

    পুতেকে কি কলে সেইটোহে কব লাগে ৷ বাকীখিনি পুলিচে কৰিব ৷ পুত্ৰৰ ভুল সাধাৰণ নহয়, শিক্ষা পাব ৷

  • @Axomiyapariyal123
    @Axomiyapariyal123 2 หลายเดือนก่อน

    আপুনি বহুত ভাগ্যবান, ইমান ডাঙৰ অপৰাধ কৰাৰ পিছতো থানাৰ পৰা অনুৰোধ কৰি আপোনাক ওলাই আনিলে। যিয়েই নহওঁক আপুনি পাপ কৰিছে । হাজাৰ বেয়া হলেও মাক বাপেকক হাত উঠাব নাপায়।

  • @babaentertainment2226
    @babaentertainment2226 2 หลายเดือนก่อน

    অ নিজে দায়িত্ব ললো বুলিয়েই এইদৰে মাৰিব লাগে নেকি ।মাৰি থাকিবি আৰু মাফ‌ খুজি থাকিবি ।

  • @dasarathsaikia3464
    @dasarathsaikia3464 2 หลายเดือนก่อน +4

    Yak moi pabo lagisil goru dhulai dilu heten .....

  • @padumiboruah
    @padumiboruah 2 หลายเดือนก่อน

    😢😢😢

  • @user-hr4md8gh6o
    @user-hr4md8gh6o 2 หลายเดือนก่อน

    😢😢😢😢😢😢😢😢😢

  • @navakantagogoi5012
    @navakantagogoi5012 2 หลายเดือนก่อน

    এই তপাৰো পিঠি বহল কৰিব তাৰ পুতেক / জীয়েক বা ঘৈণীয়েকে । কথা সিমানেই । বেয়া কাম কৰি ভাল ফল ক'ত পাব ?
    ঘৰ অকল ইহে চলাইছে আৰু !

  • @biswajitrabha7401
    @biswajitrabha7401 2 หลายเดือนก่อน

    কোনে বিশ্বাস কৰিব গৰু টোক এতিয়া , আৰু পিচলৈ যে নকৰিব । ধৰা সাপোকে বিশ্বাস কৰিবি তথাপি এনেকুৱা চৰিত্ৰ মানুহক বিশ্বাস কৰিব নোৱাৰি দেই।

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 2 หลายเดือนก่อน +1

    He is not a son,he is a sub human living being

  • @musicworld676
    @musicworld676 2 หลายเดือนก่อน

    Vl lagise atia apunak bhagobane apunak khumoti diok

  • @lakhibaruah7514
    @lakhibaruah7514 หลายเดือนก่อน

    ইমান বেয়া কাম কৰিছে ।সি এটা সমাজৰ আৱৰ্জনা

  • @JayantaChangmai-bs3py
    @JayantaChangmai-bs3py 2 หลายเดือนก่อน

    যিমানেই নহওঁক নিজৰ জন্মদাতা, গাত হাত তুলাটো ভূলহৈছে ,তাকো ৰাজ পথত

  • @nilutpalchaudhary2565
    @nilutpalchaudhary2565 2 หลายเดือนก่อน

    ভূল নহয়। ডাঙৰ ভূল হৈছে। 😡

  • @trishu7
    @trishu7 2 หลายเดือนก่อน +2

    Laj loga ni emn dhuniya k kotha khini koise jen bht val kam he korise😠😠😠😠

  • @HEMCHBORA
    @HEMCHBORA 2 หลายเดือนก่อน

    তুমি সুষ্ঠ ভাৱে প্ৰহাৰ কৰিছা ।মানসিক বিকৃতি ঘটিছে ।বৰ্তমান প্লজন্মৰ কুলাঙগাৰ ।

  • @bijumonikalita588
    @bijumonikalita588 หลายเดือนก่อน

    নিজৰ দেউতাক হাত দিয়া মানে ঈশ্বৰক হাত দিয়া

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 2 หลายเดือนก่อน +5

    তেওঁ দেউতা মাৰ টে ভূল হৈছে কিন্তু আমি কথা বতৰা বোৰ নাজানো আৰু নাজাকৈ বোযা কমেন্ট কৰিব নালাগে তেওঁলোক ব্যক্তিগত কথা

    • @seemashree7812
      @seemashree7812 2 หลายเดือนก่อน

      Amaar sohur burau o.Kiba ata kotha kolei Beya gali galaj pari raastat ulai jaai, non stop boki a thake.Kintu maribo nuwari diok sun.

  • @HemantaBora-dj4rb
    @HemantaBora-dj4rb 2 หลายเดือนก่อน

    Good comment
    Why are you question repeate

  • @binodneog3320
    @binodneog3320 2 หลายเดือนก่อน

    Sorry ক'লে হৈ যায় নেকি?খং আকৌ নহ'ব নেকি।মগজু আছেনে বাৰু তাৰ ।ঘৰৰ দায়িত্ব এনেদৰে পালন কৰে নে?আনে নেদেখিল সাৰি যাৱ মানে। খংটো নিয়ন্ত্ৰণ কৰিব পৰা মানুহ এইজনা!

  • @deepikas1606
    @deepikas1606 2 หลายเดือนก่อน +1

    😮Video korat koi hi Jodi praba dasok prohar korat mana korile heten xeitu he best kol hoi
    Like comment loi ba ba loi lav nai
    dangoriya tumak he vl apiton dibo Lage

  • @ramcharanthakuria928
    @ramcharanthakuria928 2 หลายเดือนก่อน

    পিতৃক মাৰধৰ কৰা কুলংগাৰ পুত্ৰক বাপেকে হেৰাই দিব পাৰে। কিন্তু সমাজৰ অতিশয় দুখজনক ঘটনা

  • @ranjitdeka6448
    @ranjitdeka6448 2 หลายเดือนก่อน +11

    Tur putereu tuk anekoia dibo adin
    .

  • @sam_vids1089
    @sam_vids1089 2 หลายเดือนก่อน

    মাক দেউতাকৰ ওপৰত হাত উঠালে তাক তকলা কৰাই পৰা চিত্র কৰাই, কিন্ত ইয়াক তো সেয়ো কৰিব নোৱাৰিব, ফাল্টু মানুহ কৰবাৰ

  • @jutikasarma133
    @jutikasarma133 2 หลายเดือนก่อน

    ইয়াক তেজপুৰত নি দুটামান current shock দিলে থিক হৈ যাব । ই অলপো অনুতপ্ত নহয় ।

  • @AvoyMedhi
    @AvoyMedhi 2 หลายเดือนก่อน

    ইয়াক ফাঁচী দিব লাগে অতি সোনকালে ,,,নিজ পিতৃক প্ৰহাৰ কৰিছে কি আচৰিত পুত্ৰ ,,,,, পুত্ৰ নহয় ই মহা পাপী

  • @HappyBurrito-ij4hs
    @HappyBurrito-ij4hs 2 หลายเดือนก่อน

    তাৰ কথাকোৱাৰ একটিং চা দেউতাকক মাৰি তাৰ লেবেল৷তাৰ দুখন ভাঙি পেলাব লাগিছিল মহপাপি চালা, । লৰাছোৱালী কি কৰিব লাগে বহু দুখলগা কথা৷ । পৱিত্ৰ ৰি’চতা তাক জেলত ভৰাই থক এই গেলা গৰমত মৰি থাকক বদমাচ ৷

  • @foridabegum4051
    @foridabegum4051 2 หลายเดือนก่อน

    ওলত বিয়নী পিঠিত ঘহনী। এদিন তুমিও বুঢ়াহবা এতিয়া কাঠ তোমাৰ বাবে ল'ব ৰদ...ৰদ

  • @binuphukan3880
    @binuphukan3880 2 หลายเดือนก่อน

    দেউতাক মাৰপিত কৰা কামটো তেওঁৰ বাবে সৰু কথা

  • @dhritirekhadas2757
    @dhritirekhadas2757 2 หลายเดือนก่อน

    য়ি কাৰণ নহওক দেউতাকক মৰাটো সাধাৰণ কথা নহয় ৷ দেউতাকক কিয় মাৰিব লাগে ?

  • @bulbulhussain2728
    @bulbulhussain2728 2 หลายเดือนก่อน

    ,,এনেকুৱা সন্তান মৰি যোৱাই ভাল।

  • @muninborah6784
    @muninborah6784 2 หลายเดือนก่อน

    এইখন চৰকাৰৰ দিনত এইবিলাক সাধাৰন ঘটনা।

  • @Shortslvlog2k
    @Shortslvlog2k 2 หลายเดือนก่อน +1

    Yes Boss With interest pabo pisot bura hole ,Tar puteke oo dibo roh.

  • @advika...8603
    @advika...8603 2 หลายเดือนก่อน +1

    লাজ লগা কথা ‌গৰিহনা দিব লাগে

  • @sewalikalita1282
    @sewalikalita1282 2 หลายเดือนก่อน

    ‌ইয়াক আচলতে উচিত শাস্তি দিব লাগে।

  • @neiringmanikhalam249
    @neiringmanikhalam249 2 หลายเดือนก่อน

    এই জন কেতিয়াও ভবিষ্যতে উন্নতি নহয়

  • @user-bd4ft5mn8i
    @user-bd4ft5mn8i 2 หลายเดือนก่อน

    হয় হয় মিছা কথা যিমান য়ে চিঞৰি নকয়া কিও কেতিয়া ও সঁচা নহয়

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i 2 หลายเดือนก่อน

    এইটো জে একেবাৰে অনোতপত হোৱা নাই । ঘৈনীয়েকৰ মেখেলা ধুৱাটো ।লগতে পেতিকুত ধুৱে ।

  • @user-lq6uo8bi2e
    @user-lq6uo8bi2e 2 หลายเดือนก่อน

    নিম্ন জাতৰ মানুহে নিচ কাম কৰিব। এটা ডোমে এজনী ছোৱালী মাৰিলে। ডোমৰ জাত

  • @ranjuborah8133
    @ranjuborah8133 2 หลายเดือนก่อน

    মানুহ ইমান তললৈ নামিব পাৰেনে? কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @budheswarnath6516
    @budheswarnath6516 2 หลายเดือนก่อน

    কুলাংগাৰ হয় এইটো... সমাজৰ বাবে এনে খৱৰ ক্ষতি কাৰক

  • @abhisekhrai6706
    @abhisekhrai6706 2 หลายเดือนก่อน

    Har Har Mohadev Om Namah Shivay🕉🕉🕉

  • @sewalikalita1282
    @sewalikalita1282 2 หลายเดือนก่อน

    ভিডিঅ. টো কিন্তু মিছা নাছিল।‌‌‌‌ দেউতাকক মাৰাটো পুৰস্কাৰ দিব লাগে ।ইয়াক ৰেহাই নিদিব।আৰু মাৰিব ।ইয়াৰ অনুশোচনা বুলি একো নাই।

  • @kalpanakataky9092
    @kalpanakataky9092 2 หลายเดือนก่อน

    ইমান মাৰিছে তেজ ওলাই গৈছে আকৌ কৈছে ইমান একো হোৱা নাই।তাকো একে ধৰণে কোবাই দিব লাগে

  • @bijuhazarika913
    @bijuhazarika913 2 หลายเดือนก่อน

    পুতেকটোৰ মূখৰ মিঠা হাহিঁতেই বুজিব পাৰি বদমাছ সি ।বাপেকৰ বাবেই সুন্দৰ পৃথিৱীখন দেখা পালে

  • @bharatibarkataki7592
    @bharatibarkataki7592 2 หลายเดือนก่อน

    তোৰ সন্তানেও এদিন তোক তেনেকুৱা কৰিব ৷ আৰ্জিলে ফল ভুঞ্জিবিয়েই ৷ ভগৱানে সকলো দেখি আছে ৷

  • @user-sg6wk5hw3c
    @user-sg6wk5hw3c 2 หลายเดือนก่อน +2

    Dada apunar dre manuh jiyai thaki lav nai kiy jiyai asa