‘মা’ৰ শক্তিবৃদ্ধিৰ বাবেই প্ৰয়োজন পশু-পক্ষীৰ তেজ": কামাখ্যাৰ এগৰাকী পুৰোহিতৰ মন্তব্য...

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • ‘মা’ৰ শক্তিবৃদ্ধিৰ বাবেই প্ৰয়োজন পশু-পক্ষীৰ তেজ": কামাখ্যাৰ এগৰাকী পুৰোহিতৰ মন্তব্য...
    Watch the full clip to know more about this story.
    #pragnews #kamakhyatemple #birds #sacrifice
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

ความคิดเห็น • 384

  • @samirroy8182
    @samirroy8182 4 หลายเดือนก่อน +40

    জীৱ বলি দি মা কামাখ্যা ৰ শক্তি বহাব আহিছে আপোনালোকে। ফটোৱা কথা কব আহিছে। যিগৰাকী মা কামাখ্যাই গোটেই জগত খন চলাই আছে সেই মাৰ শক্তি বৃদ্ধি কৰিব আহিছে আপোনালোকে। আপোনালোকৰ পকেট গৰম কৰাৰ প্ৰথা আৰু ভণ্ডামি বন্ধ কৰক। মাৰ শক্তি আপোনালোকে বহাৱ নালাগে।

    • @shellyghosh9374
      @shellyghosh9374 4 หลายเดือนก่อน +4

      Sahi kaha aapne, pata nahi kab log samjenge

    • @ranjit19656
      @ranjit19656 4 หลายเดือนก่อน +1

      That type of kandari changed our culture

  • @keshabbora710
    @keshabbora710 4 หลายเดือนก่อน +65

    জীৱ হত্যা মহা পাপ বুলি নাজানে ভগৱানৰ পুতেকক বলি দিয়াৰ অধিকাৰ তোমাৰ নাই।এইবোৰ ভূৱা কথাৰে মানুহক ভূল কথা নকব।

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 4 หลายเดือนก่อน +1

      Right 🙏

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +9

      আৰু ভগৱানৰ পুতেকক মাংস হিচাপে কিনি খোৱাৰ অধিকাৰ আছে মানে?

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน

      Korno putykok j Mari Kati sbji kori bonai khaisil.bishnu a hastrot paisa nai kaka

    • @rajibsarania9969
      @rajibsarania9969 4 หลายเดือนก่อน

      Khaido singhol

    • @prahladbora2812
      @prahladbora2812 4 หลายเดือนก่อน

      অই কুকুৰ তই নাজানিলে আল বাল বক্তব্য দি'ব নাহিবি।

  • @sirumanikachari8689
    @sirumanikachari8689 4 หลายเดือนก่อน +36

    কেনেকুৱা কথা কয় এইবোৰ এইজনে।
    বলি বিধান বন্ধ হব লাগে।
    জয় মা কামাখ্যা

    • @jibanjitdas8340
      @jibanjitdas8340 4 หลายเดือนก่อน

      Nice

    • @Haribol1460
      @Haribol1460 4 หลายเดือนก่อน +2

      Bojarot kini khai ne mangso ? 31 December urukat maas mangso subai ne ?

    • @sirumanikachari8689
      @sirumanikachari8689 4 หลายเดือนก่อน +1

      @@Haribol1460 nai nusubaw....
      Tumi Mai khua aru bhagawanr name loi jibo hotya heitu kenekua kotha....
      Tumer hisapot tu manuhk o boli dibo lage....
      Ne ki koi pondit

    • @Haribol1460
      @Haribol1460 4 หลายเดือนก่อน

      @@sirumanikachari8689 Jibo hatya sadai korie ase tumi moi sobei ratipua bisonar pora uthar pasot vorir tolot kiman jibo mrityu hoise vabi saisane ? Akol sagoli moh paro haah aiburei jivo nahoi puk porua saap kesu mokora sob jiboi. Boli diyatu ajir pratha nahoi ami kunu janmo nuhuar agor porai soli ahise . Devotal bali diyatu bhagawan brahma shristi korise likha ase shastrat . Nopoha xokole najanibo. Kintu nije tripti lobo jodi jibo hatya kare xeitu paap buli koise. Bhagawanor shristi kora bostu bhagawanok usorga kora jai. Ami misai torko kori ki laav ami bhagawan nahoi je nijoke right buli kom.

  • @zone6197
    @zone6197 4 หลายเดือนก่อน +89

    মানুহৰ সংখ্যাও বহুত হৈছে, এতিয়া বলি দি মানুহৰ সংখ্যা কমাব নেকি??

    • @prasujyaprannath276
      @prasujyaprannath276 4 หลายเดือนก่อน

      right

    • @dipankarroy786
      @dipankarroy786 4 หลายเดือนก่อน

      Right 👍

    • @raunakabbas6183
      @raunakabbas6183 4 หลายเดือนก่อน +3

      Jdi hastro puranor kotha nejane boktoiboi ndibo

    • @RationalistAssam
      @RationalistAssam 4 หลายเดือนก่อน +5

      ব্ৰাহ্মণ্যবাদীসকলৰ এইবোৰ সুবিধাবাদ। এইবোৰে মাছ বুলি নাখাই জিজি বুলি খাব বিচাৰে।

    • @RationalistAssam
      @RationalistAssam 4 หลายเดือนก่อน +4

      এই ধাৰ্মিকৰ নামত অসভ্যচবকহে বলি দিব লাগে।

  • @WhatsthehellXyz
    @WhatsthehellXyz 4 หลายเดือนก่อน +29

    যদি ভগৱান আছে আৰু শুনি থকা মতে ভগবান সৰ্ব শক্তিমান। তেনে অৱস্থাত ভগবানৰ শক্তি বৃদ্ধি কৰিবলৈ কিয় জীৱ জন্তুৰ তেজৰ প্ৰয়োজন ? কিয় জীৱ জন্তু বলি দিব লাগে ? সকলো ধৰ্মৰ মতে ভগবান মাত্ৰ এজন। কিন্তু কিয় হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কিছু সংখ্যকেহে বলি প্ৰথা মানে ? পৃথিৱীৰ বাকী ধৰ্মৰ লোক সকলক আৰু বলি বিধান নমনা বাকী হিন্দু সকলক কোনে ৰক্ষা কৰে ?
    ধৰ্ম এজন মানুহৰ ব্যক্তিগত ইচ্ছা অনিচ্চাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰ্মৰ কোনো গ্ৰহণযোগ্য বৈজ্ঞানিক বিশ্লেষণ নাই। ধৰ্ম দুৰ্বল মানুহৰ ভৰসা, বণিয়া সকলৰ ব্যৱসায়ৰ আহিলা আৰু চতুৰ ৰাজনৈতিক দল, নেতা সকলৰ এপাত শক্তিশালী অস্ত্ৰ ।

    • @mintumonisaikia275
      @mintumonisaikia275 4 หลายเดือนก่อน

      Indiat dhormor nameot bodmasi soli aase. Hindu dhormo nohoi. Khongskritee hoi. Hindu khongskritee soitanor sristi hoi.

  • @abinashgoswami6795
    @abinashgoswami6795 4 หลายเดือนก่อน +6

    দোকানে দোকানে মঙহৰ গোন্ধ লৈ ফুৰা বোৰৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই.....মাই ভগবতীৰ শক্তি সৰ্বব্যাপী।🌺🌺🌺

  • @anupamboruah2991
    @anupamboruah2991 4 หลายเดือนก่อน +29

    জয় মা কামাখ্যা। মাৰ শক্তি যি সকলে উপলব্ধি কৰা নাই তেনে বিয়ক্তীয়ে কমেন্ত ত অযথা যি কোনো কথা লিখিব। কিন্তু মা কামাখ্যা ৰ শক্তি অপৰিসীম। জীৱনৰ শেষ দিনা খনলৈকে মাৰ চৰণত শৰণাপন্ন হৈ থাকিম। 🙏

    • @AbhijitDas-wk8ch
      @AbhijitDas-wk8ch 4 หลายเดือนก่อน

      Maai jodi xosai boli khai video ata kriba aru virel kori diba

    • @mintumonisaikia275
      @mintumonisaikia275 4 หลายเดือนก่อน

      Sup kela ki khokti aase raijhuwa kor. Kamakhya bhootni hoi vogoban nohoi.

    • @mintumonisaikia275
      @mintumonisaikia275 4 หลายเดือนก่อน

      @@AbhijitDas-wk8ch indiat dhormor nameot bodmasi soli aase

    • @nayanjyotikalita-k5l
      @nayanjyotikalita-k5l 4 หลายเดือนก่อน

      jai maa kamakhya❤,maa ki jai ho

  • @manashhazarika076
    @manashhazarika076 4 หลายเดือนก่อน +29

    এই বলি বিধান ৰ কথা শুনিলে মোৰ মূৰ গৰম হৈ যায় । মই নিৰামিষ ভোজী গতিকে দৃঢ়তাৰে ক'ব পাৰো যে আপোনাকে ভাগৱত ভাগ অধ্যয়ন কৰি তাৰ মৰ্ম বুজিবলৈ চেষ্টা কৰিব। বেদ , পুৰাণ সৃষ্টি কৰাৰ পাছতো মহামুনি বেদব্যাসে কিয় ভাগৱত ৰচনা কৰিব লগীয়া হ'ল ভালদৰে বুজি পাব। কলি ৰ যুগত এনেকুৱা পশুত কৈ অধম মূৰ্খ ই মানৱ জীৱনৰ প্ৰকৃত উদেশ্যক ভৰিৰে গচকি কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিব।

    • @dwaipayan3086
      @dwaipayan3086 4 หลายเดือนก่อน

      Bhagavat likha ase j Devatar uddese pasu bali hinkha bhitorot nopore.

    • @xaranja9291
      @xaranja9291 4 หลายเดือนก่อน

      Ki koi....kintu page t ase jonabo nki​@@dwaipayan3086

  • @Adnant732
    @Adnant732 4 หลายเดือนก่อน +20

    মা ইমান দুৰ্বল নে যে তেজ খালেহে শক্তি পায় ।তেন্তে সেয়া মা নহয় -ভূত-প্ৰেতহে যি তেজ খায়

    • @tusharkalita7832
      @tusharkalita7832 4 หลายเดือนก่อน

      Apunar nijor maa o rakshasni tetia hole

  • @subodhkaibarta4678
    @subodhkaibarta4678 4 หลายเดือนก่อน +54

    জীৱ হত্যা মহা‌ পাপ,পূজাৰী দেৱ।জানি থোৱা ভাল। আপোনাৰ প্ৰথম সন্তানটো দেৱীক দান কৰি চাওক ছোন।মহা পাপি।

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 4 หลายเดือนก่อน +1

      Right 🙏

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน +2

      Aponlakoy niramik vuji nki.maruwari

    • @hemantakalita7049
      @hemantakalita7049 4 หลายเดือนก่อน

      Tarmane ki bujabo bisarisa?​@@ajitrabha6646

    • @gautamsarma5002
      @gautamsarma5002 4 หลายเดือนก่อน +4

      Bzrt ji mutton, chicken, pork Mari ghrt tasty ke bonai tetiya jibo haitya kot Jai , pujat diya tu suk pore nhoi

    • @lsd4889
      @lsd4889 4 หลายเดือนก่อน +2

      Ghrt je boilar, hah,chagalir mangkha khowa seibor ki o baba... bali diya2 jdi maha pape..

  • @ripunjoyboruah3251
    @ripunjoyboruah3251 4 หลายเดือนก่อน +12

    দেৱী ভগৱতী নিজেই শক্তিৰ ভঁৰাল, তেওঁক শক্তিৰ যোগান ধৰা কথা অৰ্থহীন। মুখৰ তৃপ্তিৰ বাবেই দেৱীৰ অজুহাত লৈ পেট বঢ়াইছে। বোবা জীৱৰ তেজ বহুত দিলা এদিন নিজৰ তেজ এঘটিমান নিজে দি চাব।
    যি মহাদেৱৰ অন্য নাম পশুপতিনাথ তেওঁ আকৌ বোলে পশু ভক্ষণ কৰে। কলিযুগ নোহোৱা হ'লে ত্ৰিশূলকে মাৰি পঠালেহেঁতেন।

    • @meet639
      @meet639 4 หลายเดือนก่อน

      Kolijug k pap koli kio ako koba nore

  • @jayantaboruah8890
    @jayantaboruah8890 4 หลายเดือนก่อน +47

    ৰামে যেনেকৈ দূৰ্গা দেৱীক চকু দান দিছিল, তেখেতে শৰীৰৰ এটা অংগ দি দেখুওৱাক

    • @girinkalita8995
      @girinkalita8995 4 หลายเดือนก่อน

      Kt ase

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +1

      কত লিখা আছে ৰামে চকু দান দিয়া বুলি। ছিৰিয়েল চাই আহিল নি?

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน +2

      Durga mak first time Ram a Puja korisil hastrot likha asy pruvu

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน

      @@ajitrabha6646 kun khon hastrot? Valmiki Ramayana.t ase nai? Hai khon tu Main Ramayan

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน

      @@air33-ias53 Ram jonmo nhoty ramyan liksil bisakh Kora janu

  • @pranitakonwar1413
    @pranitakonwar1413 4 หลายเดือนก่อน +4

    জয় মা কামাখ্যা 🙏🙏🙏

    • @MoshamH
      @MoshamH 4 หลายเดือนก่อน

      Jai Ma kamakhya. 🙏🙏🙏

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 4 หลายเดือนก่อน +12

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @abhijitgoswami9583
    @abhijitgoswami9583 4 หลายเดือนก่อน +22

    মাছ-মাংস দকচি খোৱাবোৰে বলিৰ বিৰোধিতা কৰি লাভ নাই।

    • @digantagoswami9800
      @digantagoswami9800 4 หลายเดือนก่อน +1

      Right

    • @hridaysarma8339
      @hridaysarma8339 4 หลายเดือนก่อน +3

      এইটোও শুদ্ধ, সেইবাবে যোগ্য ভোগ্য বসুন্ধৰা 👍

    • @usar457
      @usar457 4 หลายเดือนก่อน +1

      Right

    • @tiku7742
      @tiku7742 4 หลายเดือนก่อน +1

      Right

  • @BibekGogoi-i1s
    @BibekGogoi-i1s 4 หลายเดือนก่อน +5

    যদি আপুনি কাৰোবাক জীৱন দান দিব নোৱাৰে তেন্তে আপুনি কোনো জীৱ বলি দিয়াৰো আধিকাৰ প্ৰাপ্ত কৰিব নোৱাৰে,,কালী নিজে 'মা' গতিকে বাকী সকলো বিলাক হৈছে তেওঁৰ সন্তান,,মাতৃয়ে কেতিয়াও সন্তানৰ বলি লব নোৱাৰে,,
    পৃথিৱীত সকলোতকৈ বেছি জনসংখ্যা মানুহৰহে অন্য কোনো জীৱৰ নহয়,,সেইবুলি মানুহ বলি দিব নেকি,,,
    যিসকলে ভাৱে যে, মা কালীয়ে ৰক্ত হ'লেহে শক্তি পায় বা জীৱ বলি দিলেহে শক্তি পায় তেনেহলে সেই সকলে নিজৰ ৰক্ত বা নিজৰ বলি দিব লাগে,, কোনো নিৰিহ প্ৰাণী বধ কৰি বলি দিব নালাগে,,
    ঈশ্বৰ, সকলো দেৱ দেৱতা কেৱল পত্ৰ,ফল,ফুল আৰু জলেৰেই সন্তোষ হয়,,
    তেখেতে কৈছে,,কোমোৰা অথবা অন্য উদ্ভিদতো জীৱ থাকে,হয় সেইতো সত্য কথা কিন্তু সেইবিলাকৰ পৰা আমাৰ দেহত থকাৰ দৰে ৰক্ত নোলায়,, আৰু সেইবিলাক মনুষ্যৰ বাবেই,,,সেইহে আমি মনুষ্য হিচাবে শাস্ত্ৰৰ নিগম কথাখিনিলৈহে মন কৰিব লাগে আগমৰ কথাখিনি নহয়,,,
    আমি সকলোৱে গীতা , ভাগৱতৰ আলোচনানৈ আহিবৰ সময় হ'ল,,
    শাস্ত্ৰৰ উত্তম গীতা ভাগৱত
    ধৰ্মৰ উত্তম নাম।
    দেৱৰ উত্তম। দৈৱকী নন্দন
    চৰনে কৰো প্ৰনাম।।
    ,,জয় শ্ৰী কৃষ্ণ,,, জয়তি গোবিন্দ মহাপভূ।।
    ,,, ব্ৰহ্ম জানন্তে ব্ৰাহ্মণ,,,

  • @hemant11116
    @hemant11116 4 หลายเดือนก่อน +8

    Joi Ma Kamakhya 🙏🙏

  • @jayashreesarma4395
    @jayashreesarma4395 4 หลายเดือนก่อน +2

    কামাখ্যা দেৱী শক্তিৰ অধিষ্ঠাত্ৰী গতিকে সদায় বলি লাগিব মা দেৱীক🙏🙏

    • @thejknath6017
      @thejknath6017 4 หลายเดือนก่อน

      Bamun k boli lage vogobanak nalage

    • @jayashreesarma4395
      @jayashreesarma4395 4 หลายเดือนก่อน

      @@thejknath6017 mangsho khabo bd dbo..

    • @thejknath6017
      @thejknath6017 4 หลายเดือนก่อน

      @@jayashreesarma4395 bamunar mathat sheyai thake khadya aru shilak tez khuyuwa ake buli vabe,,,,andhabiswas biyapai nathakile bohutar dukan nosoletu

  • @MukutGoswami-v1d
    @MukutGoswami-v1d 4 หลายเดือนก่อน +14

    নিজে বলি যাব লাগে ।কাৰণ পশু পক্ষী বলি দি লাভ হব নোৱাৰে,ভগমনক কথা কব পাৰিব মানুহে।

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 4 หลายเดือนก่อน +2

      Thikei tu....Jollad tumiye hoba....😁

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน

      Apuni vul bujsy world sob jib Mari khay Kati mara khowa.ty holy apuni maruwari nki ghi khowa

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน +1

      Guru nkhowa jul khowa

  • @PriyankarSingha
    @PriyankarSingha 4 หลายเดือนก่อน

    Jia Maa Kamakhiya❤❤❤🙏🙏🙏🌸🌸🌸

  • @BhaskarDeka-qv4ym
    @BhaskarDeka-qv4ym 4 หลายเดือนก่อน +6

    Jai Maa Kamakhya 🛕🙏🙏🛕
    Jai Mata Di 🙏🙏

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 4 หลายเดือนก่อน

    প্রকৃততে আত্মবলিদান শ্রেষ্ঠ দান। অৰ্থাৎ যিদিনালৈকে মানুহে "কাম, ক্ৰোধ,লোভ, মোহ, মদ, আৰু মাৎস্যয এই চয়টা ৰিপু দমন কৰিব নোৱাৰে তেতিয়ালৈকে দেবী তথা ভগবান সদয় নহয়। " গতিকে দেবী তথা ভগবান সদয় হব লাগিলে দৈবীক পদ্ধতিৰে ভক্তি কৰিব লাগিব।

  • @Assamese-Zg
    @Assamese-Zg 4 หลายเดือนก่อน +5

    Jai maa kamakhya 🙏🙏🙏

  • @ShantanuDas2100
    @ShantanuDas2100 4 หลายเดือนก่อน +14

    এই জিৱ-জন্তু বিলাক কাৰ মাৰে হয় ন তেনেহলে নিজৰ মাকে সন্তানক কাতিৱ মাৰিৱ নেকী? কি ক'থা কৈছে আপুনি মই একো নেজানো কিন্তু যিতো দেখিছো শোনিছো সেইহে কইছো

    • @prahladbora2812
      @prahladbora2812 4 หลายเดือนก่อน

      নাজানিলে আল বাল বক্তব্য নিদিবি

    • @prahladbora2812
      @prahladbora2812 4 หลายเดือนก่อน

      নাজানিলে আল বাল বক্তব্য নিদিবি

  • @papuja143
    @papuja143 4 หลายเดือนก่อน

    জয় মা কামাখ্যা

  • @sujatakalita8966
    @sujatakalita8966 4 หลายเดือนก่อน +8

    Jai maa kamakhya maa,

    • @mukulbaruah1833
      @mukulbaruah1833 4 หลายเดือนก่อน +3

      Surajit kalita tuk Boli dile sakti a aru kunu din Boli nibisare.

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 4 หลายเดือนก่อน

      ​@@mukulbaruah1833ekdom xosa....aru eijon purohit ne panda ne vokto ne vondo nejanu , kiba xadhu kuwa jen he pao dexun....

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน +1

      ​@@AbulHussain-dl6ogগৰু খোৱা কেইটাৰ সমান ভণ্ড কোনো নাই।

    • @namgharsattra
      @namgharsattra 4 หลายเดือนก่อน

      ​@@mukulbaruah1833 Apuni sage vegetarian hoi no... Jebo jontu mari mas mankho nakhai sage...... Good👍

  • @aparajitatamuli7273
    @aparajitatamuli7273 4 หลายเดือนก่อน +9

    এইজনকে বলি দিব লাগে,দেৱীৰ শক্তিৰ বাবে,নিজে বলি পথা হৈ চাওঁক চুন,সমাজৰ ভালৰ বাবে

    • @RitupanBaishya
      @RitupanBaishya 4 หลายเดือนก่อน

      Kosai bilake je Kati thake ead t goru korbani kore tat kio ako nokoi goru korbani t xubhesa boli bidha nt birodhita

    • @raunakabbas6183
      @raunakabbas6183 4 หลายเดือนก่อน

      Apuni jdi bosor puroni puran hastro kotha nejane tenehole kotha nobokibo

    • @bhargabsarma4326
      @bhargabsarma4326 4 หลายเดือนก่อน

      Ako nojonake kotha kole vl nalage

  • @jayashreesarma4395
    @jayashreesarma4395 4 หลายเดือนก่อน

    Jai Maa Kamakhya..Jai Maa Bhagawati..
    Maa Devi🙏🙏

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 4 หลายเดือนก่อน +4

    ভগবানৰ সৃষ্টিৰ উপাদানেৰে ভগৱানক পূজা কৰাতো হtস্যকৰ। ভগবানৰ প্ৰতি থকা ভাৱ আৰু ভক্তিৰে তেঁওক উপাসনা কৰা কাজ্য সঠিক বুলি কোৱা হয়। যাৰ আকাৰ আকৃতি নাই যাক ভাৱ আৰু অনুভূতিৰে হে দেখা পোৱা যায় তেওঁক ভগবান বুলি কোৱা হয়। পূজাৰী দেৱে আকাৰ আকৃতি লৈ জন্ম হোৱা লোকক ভগৱান বুলি অভিহিত কৰা কথা কিমান শাস্ত্ৰ সন্মত কোৱা বাহুল্য।

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน

      Aponi jy nydykha jonoko bisakh Kora a same kotha.aru bipot holy sun vogobanoky lagy soboky.

    • @DipAarav
      @DipAarav 4 หลายเดือนก่อน

      ​@@ajitrabha6646we are Hindu

  • @ajitsarma8237
    @ajitsarma8237 4 หลายเดือนก่อน +2

    জয় মা কামাখ্যা 🙏🙏🙏🙏

  • @indronilsaikia8611
    @indronilsaikia8611 4 หลายเดือนก่อน +1

    জয় মা মহামায়া ভগওতী♥🙏

  • @sumanmaharaj4799
    @sumanmaharaj4799 4 หลายเดือนก่อน

    Joy maaa

  • @BibhaRongpee
    @BibhaRongpee 4 หลายเดือนก่อน

    Joy ma kamakhya🌺🙏🌺

  • @pabindas6525
    @pabindas6525 4 หลายเดือนก่อน +19

    যি বোৰ জীৱক সৃষ্টি কৰে , সিবোৰৰ তেজ কোনো দেৱ দেৱীযে নিবিচাৰে , ই বিলাক অন্ধ বিশ্বাস, 21শতিকাৰ মানুহৰ মুখত ই বিলাক কথাই শোভা নাপাই

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน +1

      Ty holy Pakistan ja.ak dyb ak hyo nki apuni.

    • @DipAarav
      @DipAarav 4 หลายเดือนก่อน

      Eid dina kobi maka sooda garu khai je hinda

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน

      @@DipAarav bodn borfukan

  • @ankitdas1690
    @ankitdas1690 4 หลายเดือนก่อน +1

    জয় মা কামাখ্যা 👏👏👏

  • @dipankardutta3319
    @dipankardutta3319 4 หลายเดือนก่อน +2

    জয় মা কামাখ্যা 🙏🙏🙏🙏🙏🙏🙏

  • @debajitlovers292
    @debajitlovers292 4 หลายเดือนก่อน

    Jai Shree Ma Kamakhya temple Ji Ki Jai

  • @p.b.9637
    @p.b.9637 4 หลายเดือนก่อน

    Joy ma kamakhya

  • @chandrashreedeka559
    @chandrashreedeka559 4 หลายเดือนก่อน +2

    মানুহৰ সংখ্যাও বহুত বেছি হৈছে, আগতে চোন মানুহো বলি দিছিল এতিয়াও দিয়ক নিজৰ কাৰণে ভগৱানৰ নাম লৈ অমাত জীৱ কেইটা বাছি লব নালাগে নহয়😢 তেখেতে‌ মা হয় মাকে কেতিয়াও সন্তানৰ বলি নিবিচাৰে,, পাৰে যদি নিজৰ কু মনোভাৱ খিনি বলি দিয়ক তেতিয়াহে যদি মানৱ জীৱন সাৰ্থক হয়।

  • @KaustovSarma
    @KaustovSarma 4 หลายเดือนก่อน +1

    জয় মা কামাখ্যা ❤️🙏🥺

  • @bulbulinath7612
    @bulbulinath7612 4 หลายเดือนก่อน

    জয় মা

  • @biren-s6u
    @biren-s6u 4 หลายเดือนก่อน +6

    জীৱ-জন্তুৰ তেজৰ জৰিয়তে কেনেকে দেৱ দেৱতাক শক্তি কৰা যায় ? দেৱ দেৱতা এতিয়াও জীয়াই আছে নেকি? দেৱ দেৱতাৰ নিজা শক্তি নাই নেকি?

  • @Jatindra-vw8kq
    @Jatindra-vw8kq 4 หลายเดือนก่อน

    Joi MA kamakha

  • @bikashdeka2359
    @bikashdeka2359 4 หลายเดือนก่อน +2

    চৰকাৰে এই কথাটোত গুৰুত্ব দিব লাগে ।
    জুবিন দাই কিবা কলে জগৰ এহ লাগে আকো ।
    ছাগলীটো মাৰি ইহতে খাই ভগৱান কবাতে থাকে ।

  • @parthapratimsarma301
    @parthapratimsarma301 4 หลายเดือนก่อน +2

    Jai Maa ❤

  • @birdmencrew8653
    @birdmencrew8653 4 หลายเดือนก่อน +2

    পাপ কৰা মানুহক বলি দিওক...মানুহৰ বলিত আৰু শক্তিশালী হব

  • @karabihaloi7088
    @karabihaloi7088 4 หลายเดือนก่อน

    Jai Mata Di❤ 🙏 jai maa kamakhya 🙏🙏♥️🌹🙏

  • @NityanandGogoi-l9s
    @NityanandGogoi-l9s 4 หลายเดือนก่อน +7

    Divine Mother eman weak nhoi j animals ar tez khai powerful hobo

    • @tonurambora7305
      @tonurambora7305 4 หลายเดือนก่อน

      Momo. Namnang posung hoita te bodho bhage noradhoma oiso totrong nojanonti mata ke khadoti sutom

  • @dikshamoni4583
    @dikshamoni4583 4 หลายเดือนก่อน +3

    Jay MAA Kamakhya🙏🙏🙏

  • @rawandreal99
    @rawandreal99 4 หลายเดือนก่อน +2

    মই মানৱ ধৰ্মত বিশ্বাস কৰোঁ ❤

  • @himakshilaskar9344
    @himakshilaskar9344 4 หลายเดือนก่อน +1

    Jai maa kamakhya

  • @NortheastExplorerRH
    @NortheastExplorerRH 4 หลายเดือนก่อน

    কমেণ্টসমূহ পঢ়িলো। সকলোৰে ধনাত্মক চিন্তাধাৰা দেখি ভাল লাগিছে। ময়ো গোঁসানীক সেৱা কৰোঁ, কিন্তু বলি বিধানৰ সম্পূৰ্ণ বিৰোধী । গোঁসানীক পায়স, বুট - মগু দিলেও সন্তুষ্ট হয়। প্ৰকৃত সত্য সকলোৱে জানে। বলি দি কাক আৰাধনা কৰিছে সুধিব লাগিছিল???? আমিও জানো পূজাৰীৰ কথা..... ম'হৰ মাংস , ছাগলী ,পাৰ ,মূৰ্গীৰ মাংস এইসকলে বজাৰত কিনি খাব নালাগে..... দৰাচলতে এনেকৈয়ে হৈ যায়।
    মা কামাখ্যা সতীয়ে কোনো জীৱৰ মাংস খাম বুলি কৈছিলে নেকি কোনোবা স্বনামধন্য পূজাৰীক?????

  • @monoranjandas304
    @monoranjandas304 4 หลายเดือนก่อน +1

    JAY MAA KAMAKHYA MAA

  • @pabindas6525
    @pabindas6525 4 หลายเดือนก่อน +3

    জত জীৱ টত শিৱ,শিৱৰ পত্নী পাৰ্বতী,পাৰ্বতীৰ এটা অংশৰ পৰা কামাখ্যাৰ জন্ম ,সকলো জীৱই শিৱৰ অংশ,গতিকে পাৰ্বতী জানো শিৱৰ তেজ খাব

  • @narenmorang1102
    @narenmorang1102 4 หลายเดือนก่อน +1

    Maa kamakhya

  • @bikidas500
    @bikidas500 4 หลายเดือนก่อน +1

    Jai Maa kamakhy 🙏🌺❤️

  • @sanjaynath1972
    @sanjaynath1972 4 หลายเดือนก่อน +3

    Moi bissakh nokoru Maa tmi manuh rupi danob burok bujua tmr akhirbad blg r hotta hobo nuare

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 4 หลายเดือนก่อน +2

    কোন এইজন পুৰোহিত?মায়েকৰ কাৰণে পশু পক্ষীৰ তেজ বিছৰা!নিজে অন্ধ বিশ্বাসত দুবি আছে আৰু এই সকলৰ পৰাই ডাইনীৰ নিছিনা অন্ধ বিশ্বাসৰ সৃষ্টি হৈছে।ইমান যদি ভক্ত নিজক সমৰ্পণ কৰক।এঙ্কৰ জনীকো বিশেষ উৎসাহী যেন দেখা গৈছে।অন্ধ বিশ্বাসৰ বিপৰীতে যিজনে সত্যক দৰ্শন কৰিছে আৰু সত্যৰ জ্ঞানৰ লগত যুক্ত তাকে "আৰ্য" বুলি কোৱা হয়। গতিকে আৰ্য কোন অনাৰ্য কোন?

    • @ajitrabha6646
      @ajitrabha6646 4 หลายเดือนก่อน

      Aponi local murgi Mari paisa na kaka

  • @DeepjyotiHatimuria
    @DeepjyotiHatimuria 4 หลายเดือนก่อน

    🙏🙏🙏ইচ ইচ ইচ 🙏🙏

  • @RabinGhimire-vt5vz
    @RabinGhimire-vt5vz 4 หลายเดือนก่อน +3

    Hindu dharmak viswash nakara manuh sage Karan amar iyat khilaku bhagwan Shankarar rup buli puja Kara haye
    Amar mul dharma grantha hol ved Aru Srimad vhagwat gita
    Ved Aru gitat Bali Prathar ullekh nai

  • @Khagengogoi123
    @Khagengogoi123 4 หลายเดือนก่อน +2

    এইবোৰ কাম মূৰ্খ নহলে কৰিব নোৱাৰে।বেদত বলি শব্দৰ যি অপভ্ৰংশ ৰূপ পালে,তাৰেই পৰিনতি এইবোৰ।

  • @romiodas508
    @romiodas508 4 หลายเดือนก่อน +2

    Jai Maa Kamakhya 🙏🙏🙏❤️💖♥️

  • @harakantatamuli1053
    @harakantatamuli1053 4 หลายเดือนก่อน +2

    JAI MAA KAMAKHYA .🎉🎉🎉

  • @ranjit19656
    @ranjit19656 4 หลายเดือนก่อน

    আপোনাৰ যুক্তি আমাৰ মনত হজম কৰিব নোৱাৰে

  • @jrgogoi2730
    @jrgogoi2730 4 หลายเดือนก่อน +5

    Prle ai jnak boli diyak

  • @anjanbrahma3807
    @anjanbrahma3807 4 หลายเดือนก่อน +1

    Jai Maa Kamakhya Maa 🪔

  • @pinkuboruah2245
    @pinkuboruah2245 4 หลายเดือนก่อน

    Jai maa kamakhay

  • @AbhijitDas-wk8ch
    @AbhijitDas-wk8ch 4 หลายเดือนก่อน +5

    Bali maha paap xei karone শ্ৰীমন্ত শংকৰদেবে এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল জয় গুৰু শঙ্কৰ

    • @shantanus2284
      @shantanus2284 4 หลายเดือนก่อน

      Manuhe durga pujat goi pelai bhog prasad nakhai kintu pujar pora ghuri ahute restaurant t mutton biryani khai pelai ghoroloi ahe

    • @SumanKoch-my7br
      @SumanKoch-my7br 4 หลายเดือนก่อน +2

      Nana jone নানান কব, শংকৰ দেৱে শুদ্ধ পথ দেখুৱাইছিল ভাল কৈ বিচাৰ কৰিলে চালে গম পাব

    • @vishaldasgupta4573
      @vishaldasgupta4573 4 หลายเดือนก่อน

      Oi tohoti mas mangho Khao ne nai ? Tohotor dore ditio hypocrate nai

  • @SumanKoch-my7br
    @SumanKoch-my7br 4 หลายเดือนก่อน +2

    Blode donet center pora daily olop olop loi ahilei hoi

  • @kalpanapayeng7639
    @kalpanapayeng7639 4 หลายเดือนก่อน +1

    Jai MA kamakya 🙏🙏🙏🙏

  • @momisarmah767
    @momisarmah767 4 หลายเดือนก่อน +1

    Joy maa kamakhya

  • @nayanjyotikalita-k5l
    @nayanjyotikalita-k5l 4 หลายเดือนก่อน

    jai ma kamakhya devi ❤️

  • @NarayanKrishnaHariRam
    @NarayanKrishnaHariRam 4 หลายเดือนก่อน +3

    হেৰো... পৃথিৱীখন তই স্বজন কৰা নাই, ভগৱানে সকলোকে এটা বয়স দিছে, জীৱ সত্যা কৰাতকৈ মানুহৰ সংখ্যা সকলোতকৈ দ্ৰুত গতিত বহিছে, তহতে প্ৰথম নিজৰ বলি দে অধৰ্মীহত...
    ঘোৰ নৰকত যাব লাগিব তহঁতি, মা"ক মাংস খুৱাবলৈ আহিছে, নিজৰ কাৰণে বুলি নকৱ কিয়... মৰা মানুহ স্পৰ্শ কৰিলে, স্নান কৰোঁ আৰু তহতি পেটত ভৰাই ৰাখ... তহঁতৰ শৰীৰে শুদ্ধ নহয়... তহঁতৰ পূজাৰ পৰা একো লাভ নহয়, শ্মশান হয় তহঁতৰ পেটটো...
    তহঁত মানুহৰ শাৰীত নপৰ... ৰাক্ষক হয় তহঁত... মা" যদি সন্তানৰ বলি বিচাৰে, সেয়া মা" কেতিয়াও হব নোৱাৰে...

  • @niquelous7282
    @niquelous7282 4 หลายเดือนก่อน

    Correct 💯

  • @jibanjitdas8340
    @jibanjitdas8340 4 หลายเดือนก่อน

    ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা ৰাধা

  • @musicloverwithlovestory7711
    @musicloverwithlovestory7711 4 หลายเดือนก่อน +3

    Pujari khura apunaku boli dibo aaha jonomo t.. kamakhya mai e kua nai boli db le
    Apunar aai paap r din ahi axe Pujari khura

    • @niquelous7282
      @niquelous7282 4 หลายเดือนก่อน

      Tantra shastra nopohi gayan nidiba, jodi science or bakxat kou then Predator and Prey concept tu pohi loba.

  • @jadupathak5435
    @jadupathak5435 4 หลายเดือนก่อน +1

    পাৰ যদি নিজকে বলি দি টোৰ তেজ বোৰ দেৱীক অৰ্পন কৰ । বলি বিধান লগে তাহঁতক ।তাকে kela বলি দিব লগে ।

  • @RunumaSonowal
    @RunumaSonowal 4 หลายเดือนก่อน +1

    Jay Ma kamakhya

  • @BitupankonwarKonwarBitupan
    @BitupankonwarKonwarBitupan 4 หลายเดือนก่อน +1

    Missa kotha😊

  • @ramen1344
    @ramen1344 4 หลายเดือนก่อน +1

    JAI MAA KAMAKHYA

  • @sangitagogoi4159
    @sangitagogoi4159 4 หลายเดือนก่อน

    🙏🙏🙏

  • @tiku3
    @tiku3 4 หลายเดือนก่อน

    Hajo নামটো শুনি ভাল লাগে

  • @jeetuarnabdas4147
    @jeetuarnabdas4147 4 หลายเดือนก่อน +2

    Bhogobanor usarat parthana korok, khumoti dibo aapunak

  • @kabitaadhikary2050
    @kabitaadhikary2050 4 หลายเดือนก่อน +5

    Aibor misa kotha koi raijok bivranto nokorib

  • @binoydeka7916
    @binoydeka7916 4 หลายเดือนก่อน +2

    ই এটা বেপাৰত পৰিণত হৈছে

  • @AbhijitDas-wk8ch
    @AbhijitDas-wk8ch 4 หลายเดือนก่อน +2

    নিজৰ পুত্ৰৰ বলি দিয়া সচা ভক্ত যদি

  • @BhargabHazarikaBhargabhazarika
    @BhargabHazarikaBhargabhazarika 4 หลายเดือนก่อน

    গীতা ৰ তৃতীয় অধ্যায় কৰ্ম যোগ ত পঞ্চ যজ্ঞ ভূত যজ্ঞ খন ত বলি দিয়া কথা কৈছে।

  • @Avilashdas1449
    @Avilashdas1449 4 หลายเดือนก่อน +2

    Maak a nijor putra putri boli bisaribo ai2 ktyau hboi nuare...boli dia nam2 loi aapunaluke nijor mukhor tripti h loise

  • @AbhijitDas-wk8ch
    @AbhijitDas-wk8ch 4 หลายเดือนก่อน +3

    ভাগৱত পুৰাণত কটো বলি বিধান নায় তন্ত্ৰ ভক্তি নহই ভক্তি কৰিলে মুকিতি পায় গুৰু জনাই কই গৈছে

    • @shantanus2284
      @shantanus2284 4 หลายเดือนก่อน

      Koli jugor manuhor karone Horinam shrestho xomoye xomoye gyani hokole koi goise..

  • @nandeswarbhumiz8514
    @nandeswarbhumiz8514 4 หลายเดือนก่อน

    Jai kamakha

  • @bhaskarborah7929
    @bhaskarborah7929 4 หลายเดือนก่อน +2

    Boli Tyag kra usit, Kebol Prem bhabe hee hokolu Sontushto hoi

  • @sanjaytalukdar3630
    @sanjaytalukdar3630 4 หลายเดือนก่อน

    Gote video Tut reporter jonik o sawte gol...eimn dhuniya❤️

  • @ajoyrabha3294
    @ajoyrabha3294 4 หลายเดือนก่อน

    Jai shree krishna

  • @bchazarika1967
    @bchazarika1967 4 หลายเดือนก่อน

    পণ্ডিত জনৰ মনৰ মাজত থকা পাশবিকটা হে বলি দিব লাগে.। নিস্পাপ জীব জন্তুক নহয়।

  • @OMNOMOSHIVA444
    @OMNOMOSHIVA444 4 หลายเดือนก่อน +1

    Maa kamakhya army nursing assistant ot jin ebar job pao exam val hoisil kosto kori disu bhut huru pora mai mok kosto kori dagor korisa mor 4 bosor papa morisa 🙏🙏🙏🙏

  • @bikashdeka2359
    @bikashdeka2359 4 หลายเดือนก่อน +1

    ইহতৰ নিচিনা মানুহৰ কাৰনে দেশত পাপৰ সৃষ্টি হৈছে ।বলি লাগেই তোৰ পুতাৰেক নেদা কিয়া ।
    মা কামাখ্যাই বলি নিবিচাৰে ।

  • @jeetuarnabdas4147
    @jeetuarnabdas4147 4 หลายเดือนก่อน +2

    He ri Apuni kihor puruhit moi najanu, aapunar kothar, eta uttar dibo bisarisu, Apuni jibo Jantu, pokhu pakhi bolir kotha koise je, ei jontu bur buli nidile, prithibi khanat bhori poribo, moi Jodi kaw he, mahaproloi, banpani , bamaroli audit dekhun khomoye khomoye prokritiye hajar hajar jontu Mari aase,,,,,,,,, aaru eta kotha '' debi maaye ''' ketiaw kunu jibo jotu r, ba khantanor tej nibisare,

  • @SahadevRabha-j2j
    @SahadevRabha-j2j 4 หลายเดือนก่อน +2

    Pujari baba aponi kiba olp misa kowa jen pao ajo sowali je bhoy khay moril mani asa kio manuhok prem koribahe lage bhogobane

  • @SinmoyDeka-dx9hd
    @SinmoyDeka-dx9hd 4 หลายเดือนก่อน +3

    Maa kamakhaiyi biisora naii nrdhokhi jiibo atar tez diboloi, ahi kuwa oo naii tez diiboloi. Jodi pare nijor gar tez olp maak orpon koribo MAA santusti pabo..

  • @KorobiChutiaa
    @KorobiChutiaa 4 หลายเดือนก่อน

    কথা ধেই কিন্ত পইচাৰ বাবে মৰি থাকে পাণ্ডা কেইটা। দেবী লাইট নাথাকিলেও দেবী ঘূৰিব, লাইট থাকিলেও আহিব।