‘মই প্ৰিন্সিপালক হত্যা কৰিছো…’ প্ৰধান শিক্ষকক ছুৰীৰে আক্ৰমণ কৰি এই স্বীকাৰোক্তি ছাত্ৰজনৰ
ฝัง
- เผยแพร่เมื่อ 8 ก.ย. 2024
- ‘মই প্ৰিন্সিপালক হত্যা কৰিছো…’ শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ প্ৰধান শিক্ষকক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত নিজেই সামাজিক মাধ্যমত হত্যাকাণ্ডৰ কথা স্বীকাৰ ছাত্ৰজনৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ইমানেই বাকী আছিল চাবলৈ সেয়াই নিশ্চিত কৰিলে এই ঘটনাই অভিভাৱক সকলে কিমান মৰম কৰে নিজৰ সন্তানক। আচলতে য'ত শাসন বা অনুশাসন নাই তেনে শিক্ষাত কি শিক্ষাৰ মূল্য আছে! সেয়ে পৃথিবী লৈ মহাপুৰুষ অহাতো একেবাৰেই বন্ধ হৈ পৰিল। কেৱল ধোৰন্দ পাপী নকল মহাপুৰুষ বোৰ হে আহি আছে।
Thik koise
প্ৰত্যেক চেনেল ত শিক্ষক জনৰ নাম লৈছে কিন্তু ছাত্ৰ জনৰ নাম যে লোৱা নাই কিয় ,
আৰু দোষী ছাত্ৰ জনক blur কৰি কিয় দেখাইছে,
সকলোৱে দেখিব লাগে এনেকুৱা মানসিকতা ৰ লৰা টোক
Suprim court e dekhabo Bane korise
Akl student jon nhoi.. teu maak bapekok v dekhabo lge... kar ghorot poribekh tu krnei ankua hbo prxe..
একেবাৰে সচা কথা
Taku dhori mari pelabo lage
Minor buli sari jab
ছাত্ৰ জনক অসমৰ কোনো শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিব নোৱাৰা কৰি দিব লাগে,, তেওঁ যেনে পাপী ,,,পাপী হৈ বুঢ়া হওক
Bahut val koise apuni ❤
eiburok mari pelalei bhal hobo
Fasi dibo lage
Tar ineu poha r moti goti nai ... admission nidileu ebur kori e khabo ...tat ke tak mari pelua e bhal
চেকনিৰ আগত বিদ্যা এই বাক্যশাৰী যিদিনাই নাইকিয়া হ’ল সেইদিনাৰ পৰা গুৰু লৈ শিষ্যৰ শ্ৰদ্ধা ভয় নাইকিয়া হ’ল ৷
Kiw hei low tu uthai dle student k punishment dya tu aami poha timet tika lal kori pitisil sirk aku kob nuwarisilu aamar majt voi aasil jiman teacher bur friend r dore hb lole tetya r pora sattri jouno nirjaton hob dhorile aaru aaji sattoi aei kaam korib parile ..
Kanaiya tailor Rajasthan ki kand Assm may.
এই বয়সতেই তাৰ ইমানখিনি, গতিকে ইয়াক এতিয়াই শেষ কৰি দিব লাগে।
মুখ খন কিয় ঢাকি দিয়ে??? সেইটো এটা হত্যাকাৰী।।
এনেকুৱা ছাত্ৰ সমাজৰ বাবে অভিশাপ।যা জিৱন কাৰাদণ্ড দিব লাগে।
Robo dei ata kotha vabisu sattir logt teacher a jouno nirjaton kore tat eman besi poribekh hulsthuliya nhoi satto jne ane korat teacher bikhekh gents bur atya mgjt ata val gyan..
আপোনালোকে j news bur die ,, অভিযুক্তৰ mukh bur kio ঢাকি ঢাকি die..? পুৰুষ houk মহিলা houk কিয় ঢাকি dib lge মুখবোৰ..? mukh bur uliai dib Tetiahe mnuhe sini pab,, সাৱধান hb....
Hi ki xbr❤
Suprim court or niyom aito.
Mukh dekhale chanel , aditor or jail hobo
হয় হয়
@@ManabjyotiNath-zl5wnবালৰ আইন বনাইছে কেলা লেওৰাহঁতে😡
Thike koise
মোৰ বয়স এতিয়া 60+ . আমি স্কুলত পঢ়ি থাকোতে শিক্ষকে যি ধৰণে শাসন কৰিছিল, সেইটোহে আচল পদ্ধতি। ইমানেই ভয় কৰিছিলোঁ যে গাওঁত খেলি থাকোঁতে, কেনেবাকৈ স্কুলৰ শিক্ষক এজন ৰাস্তায়েদি পাৰ হৈ গলেও, খেলা এৰি গছৰ আঁৰত লুকুৱাইছিলো। গুণ্ডা প্ৰকৃতিৰ ছাত্ৰও মন পৰিবৰ্তন হৈ গৈছিল।
এতিয়াৰ শিক্ষা পদ্ধতিত কিবা ভূল আছেনেকি, ভবাৰ দৰকাৰ হৈছে। অভিভাৱকৰ ওপৰত বেছি নোকোৱাই ভাল। কাৰণ বহু অভিভাৱক থাকে তেনেই অজ্ঞ আৰু অশিক্ষিত। তাতে তেওঁলোকে এখন ঘৰ চলাব লগা থাকে।
এই বিছিংখলতাৰ কাৰণ আন কিবাহে অভিভাৱক নহয়।
Lora tur দেউতাক নাই uncle
দেউতাক নথকা আৰু বহু সন্তান আছে যিসকলে নিজৰ প্ৰতিভাৰে পৰিয়ালৰ লগতে দেশক গৌৰৱান্বিত কৰি আহিছে তেন্তে কিয় দেউতাক নাই বুলি সহানুভূতিৰ কথা কয় !! সেই দুৰ্ভিগীয়া পৰিয়ালটোক আমি কি উত্তৰ দিম ! জীৱন আৰু জীবিকা , দায়িত্ব খাতিৰত হ'লেও তেওঁৰ উদ্দেশ্য আছিল আমাৰ সন্তান সকলক শিক্ষাৰে পুষ্ট কৰি একো একো জন মানৱ কৰা । নিজৰ সৰ্বস্ৰ ত্যাগ কৰি আমাৰেই সন্তানক সম্পদ কৰি গঢ়ি তুলিবলৈ যাওঁতে তেখেতে জীৱন হেৰুওৱালে দুটি সন্তান পিতৃ হাৰা হ'ল লগতে অসমলৈ শাকে-সেন্দুৰে সম্পূৰ্ণ হৈ অহা পত্নী গৰাকী আজি নিসংগ হ'ল । অতিকৈ দুখৰ বিষয় যে অসম নামৰ সেই নামটোৱে তেওঁলোকৰ সন্তানক উপযুক্ত হৈ উঠিলে অসমৰ প্ৰতি কেতিয়াও ভাল ভাব দিব নোৱাৰে । সপৰিয়ালে অহা পত্নী আজি দুটি সন্তান বুকুত লৈ অকলশৰে ঘৰলৈ উভতিছে ইয়াতকৈ আৰু বেদনাদায়ক কি হ'ব পাৰে । স্বামীৰ এই অপ্ৰত্যাশিত এই বিদায় এগৰাকী পত্নীৰ বাবে মৃত্যুতকৈয়ো যান্ত্ৰনাদায়ক । অভিভাৱকৰ দায়িত্ব আছিল সেই সন্তানটোক নিয়ন্ত্ৰণ কৰা পৰিস্থিতি সাপেক্ষে যিকোনো পৰ্যায়ত গৈ শাসন কৰা না কি বেয়া দেখি নিদিষ্ট দূৰত্বত অৱস্থান কৰা । ইমান পৰ্যায়লৈ অসিষ্ট হোৱাৰ আগজাননী নিশ্চিত ভাৱে ঘৰতো দেখুৱাইছিল কঠোৰ হৈ দমন কৰা হ'লে আজি কোনোৱে জীৱন হেৰুওৱাব লগা নহ'লেহেতেন !!
Amar dinotu asile teacher k bhoi kora mane respect kora
He kunu phycho nohoi phycho huwa hole he goi akhn suri kini anibo pare neki pura husta obosthat korise iyak Ari dibo nalage ji mula barhe tar dupatote sin
@@happysoul7659 দেউতাক নাই বুলি মানু্হ মাৰি পেলাব niki!
হত্যা কাৰীক গুলিয়াই দিব লাগে জীয়াই ৰখাই কাম নাই।Whether to keep it alive.From Hyderabad
এনে ছাত্ৰ ৰ ৰাজহুৱা স্থানত শাস্তি প্ৰদান কৰা উচিত। নহ'লে এনে পাপী বৃদ্ধি হব
বিকৃত মানসিকতাৰ ছাত্র-ছাত্রীৰ বাবে জেলস্কুলৰ ব্যৱস্থা কৰিব লাগে
এইজন লৰা সৰু হবই নোৱাৰে ? কাৰণ তেও এজন সত্যাকাৰি । উচিত শাস্তি দিব লাগে।
জহৰা... সি সত্যাকাৰী নহয়... হত্যাকাৰী... অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিব আহিছ... আৰু তোৰ কমেণ্টত লাইক কৰা কেইটা আৰু অলগৰ্ধৰ ভড়াল...
@rakeshchthik koise accounter koribo lage haru lora jodi iman dangar step kenekoi lobo parileoudhury3768
Murkha sala
ঐ গাধ নিজৰ ভাষাটো শুদ্ধকৈ লিখিব নাজানা
ইচ ৰাম অসমীয়া ভাষাৰ বিলৈ ।
স্কুলবোৰত বেত এচাৰি পুনৰ বাহাল কৰিবৰ হল। সৰুতেই যদি দুচাত মান খালে হয় সি চিধা হৈ গল হয়।
Hmm amar college t j etyau mar diye....aru mar khaw babehe daily poha huna pa dhori thik u hoi asu
বাইদেউ গৰাকীৰ কথাত মইয়ো একমত ।
শিক্ষকসকলেও দায়ী আছে, তেখেতসকলে দেখিছোঁ স্কুলবিলাকত অবাধ নকলৰ সুবিধা কৰি দিয়া
Olp muror gondogol ase nki iat nokol kribo diar ktha kor pora ahil ki mentality mnuh 1jon mori gol
Tumi akhomiya buli akhomiya manuhok defend kori asa nki😂😂😂
এইবোৰ সমাজৰ আৱৰ্জনা বিহ গছৰ পুলি সৰুতে উঘালি পেলাব লাগে
ছাত্ৰ হলে তেনেকুৱা কাম কেতিয়াও নকৰে ,,দেউতা মা এই পৃথিৱীত আমাক জন্ম দি ডাঙৰ দিঘল কৰিলে কিন্তু শিক্ষা দিখা শিক্ষা গুৰুৱে দিছে। চৰকাৰ প্ৰশাসক জনালোঁ যে উচিত তদন্ত কৰে যেন।
মুখ্যমন্ত্ৰী ছাৰ আৰু নেতা পালি নেতা সকলে এই ঘটনাটো গমে নাপায় নেকি? কিবা বিশেষ নে কি সম্প্ৰদায়ৰ হোৱা হ'লে 'বিনা মেঘে বজ্ৰপাত' হ'লে হয়।
Teoluke a sn teacher k respect nkre...kimn insult kri kri ktha koi...aibur r bikhoye hunilew nhuna r vao dhoribo
গুলি কৰক না 🤬 পোৱালি চাল্লা
মই হোৱা হলে গৰু পিতন দিলোঁ হেঁতেন পোৱালি চাল্লা 🤬
@@anirbantalukdar3042toh heibulie ki he manuh mari dibo neki. Apunaluk nisina manuhr karonei lora sualie teacher aru doctor k agote jitu respect asil heitu koribole eri dise. Lora suali jtya pohibo nuare ba nije pohabo nuare tution dibole kio request kore tetyahole nije pohabo lage. Last t bemar hole tetyahole doctor ejonr usorle kio douri jai nije thik hobo dibo lage. Teacher aru doctor manuhr profession hoi iyar porai hei doctor jone or teacher jone ji fees pabo heitur pora teu solibo lagibo ghor solabo lagibo. Doctor hol bulie poisa tu akakhor pora hori nopore. Hei doctor jonu eta time t student asil lakh lakh toka pohute coaching loute khoros hoisil. Teuk tu free te pohua nai kuneu. Bohut doctor nije dukhiya ghorr hoi. Teur tu mon jai nijor deuta maa family k val ke furau valke khuau. Jodi fees komei hobo lage tetyahole bostu r daam u komauk. MLA montri keitai je lakh lakh toka luti ase sakori kora manuhr porai poisa kati kati manuhr majot toka bilai ase heibur dekha napai. Okl teacher aru doctor keitake dhori thakibo. Nijor ghort jtya ejon doctor baa teacher thakibo tetya gom pabo kiman struggle. Aru kotha eta je koise advice diuteu 1000 toka heitu moiu prefer nokoru tenekua kisuman doctoru thake nothoka nohoi. Kintu heibulie hokolu tu tenekua nohoi. Sodagor deuri sarbeswar bhuyan nisina vogoban tulyo doctor u ase. Val beya hokolu dhoronor manuh hokolu profession t thake. Heibulie gutei profession tuk beya buli kuatu vul. And What is the meaning of next will be the doctor. Mane next doctor ejonoku mari dibo lage neki besi poisa loise buli. Doctor k murder tu korie thake news hunie thoka jai. Teacher k murder koratu he notun. Hei loratur jitu mentality poisa disu pohaboi lagibo lagile class t he faltu kori thakok. Tenekua type manuh patient hoiu ahe doctor r usort. Faltu vakhat kotha kobo mod khai ahibo aru kobo tak agot sabo lage. Kiba kole kobo poisa disu saboi lagibo. Arey sakor nohoitu tar. Taar bapek maak tar sakor hobo pare heibuli sob manuh taar sakor nohoi tu. Tenekua mentality bur nijor puter vul holeu soku mudi thoka parents r karone gorh loi. Aru apunar dore tar crime tuk college poisa besi lua buli justification diya manuhr karoneu tenekua mentality r manuh sristi hoi.
Mari pelalei bhal ei bilak student k
Encounter kribo lagisil..
Meditation ,prayer ,music class bur compulsory koribo lage
আইন প্ৰণয়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ত শিক্ষকে কিবা শাসন বা শাস্তি দিয়া ব্যৱস্থা ৰখা নাই । ফলস্বৰূপে এইয়া ফচল।মন কৰিব কোনোবা বিদ্যালয়ত শিক্ষকে ছাত্ৰ বা ছাত্ৰীক কোবাই বা অনুশাসনৰ ব্যৱস্থা গ্ৰহণ কৰে কেতবোৰ অভিভাৱক আহি শিক্ষকজনক জৱাব দিহি কৰা লগতে আইনৰ কাঠ গড়াত ঠিয় কৰায় ।হয়তো এইয়া ইয়াৰে ফচল নহয় জানো? মই মোৰ মনৰ কথাখিনি হে লিখিলোঁ ক্ষমা কৰিব 🙏🙏🙏
Exactly
Psychologist is needed in every institution
Ji manuhok murder kore aito kenekoi minor hobo
Takehe
এটা ই কথা শিক্ষক জনক চুৰি মাৰোতে
কোনো এজনে ও ধৰিব নোৱাৰিলে 😢😢😢
এইটো জীয়াই থাকিলে আৰু মানুহ মাৰিব ----?
উচিত শাস্তি পাবই লাগিব দোষীয়ে📌
আমাৰ ভাৰতৰ আইনে হত্যাকাৰী কিয় মৃত্যুদণ্ড নিদিয়ে বাৰু,....?
দুখ লাগিল। প্ৰাইভেট স্কুল বোৰ হোৱাৰ পৰা কিবা শিক্ষা ব্যৱস্থাত কেউন লাগিল।আমাৰ দিনত গুৰুক শ্ৰদ্ধা কৰিছিলোঁ।
Globally changed environment..mobile game.horror series..drugs damaging the brain of students😢😢
😢agree
এজন শিক্ষকৰ দায়িত্ব ছাত্র-ছাত্রীক ভাল পথ দেখুওৱাটো তেওঁলোকে ছাত্র-ছাত্রী ভালৰ কাৰণে শাসন কৰে কিন্তুু সেই শাসনক লৰা ছোৱালীয়ে যদি গাত পাতি লয় বেয়া পায় খং কৰি শিক্ষকক মাৰিয়েই পেলাই তেনেহলে তেওঁলোকে জীৱনত একো ভাল শিক্ষাই লাভ নকৰিলে সেইজন লৰাই একো গুণ লাভ কৰিব নোৱাৰিলে, মাক দেউতাকে একো শিক্ষা নেদিলে কেনেকে কাক ব্যৱহাৰ কৰিব লাগে, শিক্ষক কিছুমান বেয়া ব্যৱহাৰ কৰাও থাকে কিন্তুু সেইবুলি মাৰি পেলোৱাটো কাৰো অধিকাৰ নাই নিজৰ সৎ কর্মখিনি কৰি গলে হল আজিকালি মানুহবোৰ দানৱ হৈ গৈছে যেন কাৰো মনত মানৱতা বুলি একোৱে নাই সৰু সৰু কথাত খং কৰি মাৰি পেলাই
উচিত শাস্তি দিব লাগে ছাএজনক
এইটো চিবিআই তদন্ত কৰিব লাগে।
ই সমাজক একো দিব নোৱাৰে ভবিষ্যতে। ইয়াক শেষ কৰি দিব লাগে।
What Law say .......... we are waiting for judgement of CJM ⚖️⚖️⚖️🇮🇳🇮🇳
It is menttaly torcher he has always got frm his teacher he uncontrol his temper he had lost and he do this i taught this wii be happened
So you mean he did right?
Eyak nabalok buli ari dile bht vul hobo... eyar basi thokar kuno Adhikar nii..
Tar Gharort akebare Sanskar nothoka,voi nai,khai babe saru student hoi Hatya koribo parila!?!(Tak Life-time JaiL diyak,no eXcuse).so sad incident,sir ji R🙏p.🤔
ফাঁচি দিয়ক ইয়াক।। নহ'লে এটা সময়ত ই সমাজৰ কাৰণে এটা বহুত ডাঙৰ সমস্যা হৱ।।।
Psycho Student 😢
আজি কালি ৰ লৰা ছোৱালীয়ে শিকৰ,কেবি,ৰজনি,আন বহুতো নিচা কৰে,সেইভাৱে লৰা ছোৱালী ৰ মূৰত কাম নকৰে,বহু ক্ষেত্ৰত বেয়া কাম কৰা দেখা যায়।তাৰ বিষয়ে ভালকৈ তদন্ত কৰিব লাগে
ছাত্ৰ জনৰ নাম নাই নেকি ?
Dishant gogoi
Akol ghor khon dukhi nhoi, pvt school o tokar babe student record beya holew admission diye lgote bhut pvt scl aku action nloi student oprt.
এইটো জীয়াই থাকিলে আৰু মানুহ মাৰিব........
সেইটোৰ ঘৰৰ পৰিবেশ একদম তুচ্ছ হ'ব লাগিব, সি সৰুৰে পৰা হয়তো ঘৰত বা বাহিৰত মানসিক চাপ পালে, যাৰ ফলত সি মানসিকভাৱে বিকাৰগষ্ট হ'ল আৰু এতিয়া কাণ্ড কৰিলে গৈ সেইয়া।
মাক বাপেকৰ অনুশাসন নহ'লে ল'ৰা ছোৱালী এনেকুৱা হ'ব ই।
Dishant gogoi ৰ ওপৰত উচিত শাস্তি প্ৰদান কৰক
Movies like animal and mirzapur influence these kind of incidents
ঘৰখনেই প্ৰথম পঢ়াশালি, ঘৰখনৰ পৰাই সংস্কাৰ সাধন কৰে সন্তানে ।আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ আগতে ঘৰৰ পৰা পোৱা শিক্ষা আৰু সংস্কাৰ হে আচল কথা।
মইও এজন ছাত্ৰ ক চোলা ত ধৰি বাহিৰত উলিয়াই দিছিলোঁ ছাত্ৰ জনৰ ঘৰত কিবা কিবি কৈছিল যদিও নিকেতনত অহা নাছিল এতিয়া ছাত্ৰ জনৰ চাকৰি হ'ল ম,ইও এৰিলোঁ নিকেতন মনত মোৰ এতিয়াও পৰে আকাশ
Upper Assam bahut Cultured place. so Akhiluddinay keba ata koreba lagay.
আৰু হব এনে ঘটনা শিৱসাগৰ ত,,মই দেখিছোঁ নিজৰ মাক বাপেকে নিজৰ লৰা ক মাৰি দিব কয়,এজনৰ শিক্ষক ৰ পুতেক আছে,,,এইবোৰ ঘৰৰ মাক বাপেকৰ ভুল
তাক উচিত শাস্তি নিদিলে এতিয়া এইটো এটা বেমাৰ হৈ পৰিব । শিক্ষক সকলৰ নিৰপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিব
Teacher is the most honourable and respectful in the world but teachers are not save now a days.
Eitu bor terrible incident , aji kali bhoi loga hoise kota mora web series bur banned korok , soceity aru family u dayi eiburor babe , xokoluke khali topper lage govt job napale nijor naam di namate goru gadho januaror naam di maate ...
প্ৰত্যেক চেনেলত ছাত্ৰ তথা অভিভাকৰ নাম উল্লেখ নকৰাতো কি ৰহস্য থাকিব পাৰে ?? ?
Eiak open guleai dibo lage. Nohole aru Student a ana kam koriboloi sahos aru prarona pabo. E aru balag ghotona o koribo pare jen lage future Thanks
Adolescence is a very Risky age.Adolescent are needed to be treated in a very careful way.These generations is the most impatient,most indiscipline n most impulsive generation!
Avoid mobile....if people watch MIRZAPUR and other inappropriate series which badly affecting the young generation in their mental level...
Bahut dukhr khabor 😢😢ai lora tuk kathur panishment dibo lage .
Tamilnadu sarkar k ki jabab dibo amar state cm sir a?
Johoratuk encounter kori ghrt bulduzer logaauk
তাক ছাত্ৰ বুলি কিয় কৈছ সি তাৰ আখ্যাৰ যোগ্য নহয় তাক হত্যা কাৰি বুলি কওঁক ।
Cyco hoi aitu
So admission lua tym'ot sali jari Sai lobo lage, student as well as parents'r personal interview hobo lage, dhanor lobh't jaak taak admission dibo nalage... complete parents'r bhul, parents',ku khasti dibo lage
আচলতে শিক্ষা ব্যবস্থাৰ অধপতন!! নৈতিক শিক্ষা ক্লাছ বিলাকত দিব নোৱাৰিলে এনেকুৱা ঘটনাৰ পুনৰাই হব !
Prothom mak bakor vul. Xorurepora kak xonman koribo lage nixikale. So xaiburor problem
Villains are not born they made
বিশেষ সম্প্ৰদায়ৰ নেকি?
Baki teacher meme kiyo goru piton nidile kihor voyot ? Prothome public dhulai tar pasothe police ba ain
To much competition but not teaching morality
ইয়াক কঠোৰ শাস্তিৰে দণ্ডিত কৰিব লাগে।বহু বছৰৰ লক্ষ্য কৰিছো লৰাবোৰ ইমানেই উদণ্ড হৈছে যে জেষ্ঠ জন বুলি সন্মানৰ স টোও নাই।নীতি শিক্ষা বোলা বস্তুটোৱেই নাই। নেতা-পালিনেতা;অভিভাবকৰ পৰা আদি কৰি যুব প্ৰজন্মলৈকে। পৃথিবীৰ ভিতৰত কলংকিত দেশ ভাৰত।ভাৰতৰ ভিতৰত কলংকিত ৰাজ্য অসম। অসমৰ%মানুহ ইমানেই বেয়া যে অসমৰ লৰা-ছোৱলীয়ে সেয়ে সৰ্বভাৰতীয় পৰ্যায়ত অন্য ৰাইজৰ লৰা ছোৱালীৰ লগত ফেৰ মাৰিব নোৱাৰে।
Khei karone kou, self defence khikibo lage, self defence bht joruri hoi,
ছাত্ৰ জন নাম অভিভাৱকৰ নাম নাই ক'ত দেখা নাপালোঁ। আমাৰ শিক্ষা মন্ত্ৰী জনৰ মতামত কি দেখুৱাই নাই ঠিক আছে বাৰু তেখেত ব্যস্ত মানুহ পিছত ক'ব কিজানি।
উল্লেখযোগ্য যেন যি কোনো বেলেগ সম্প্ৰদায়ৰ হলেহেতেন ইমান দিনে কিমান নেতা মন্ত্ৰী দ'ল সংগঠন উপস্থিত হৈ বুল্ডজন বীদেশী আৰু ক'ত কি ? তথা কথিত সাংবাদিক সকলে বাৰে বাৰে ক'লে হয় যে এটা সম্প্ৰদায়ৰ অপৰাধ প্ৰবনতা বাৰি গৈছে ।
যিকি নহওঁক লাগে নিজৰ নিজৰ বিচাৰ । আমি নিৰিহ মানুহ আমাৰ মুখ এই বিলাক কথা সোভা নিদিয়ে।
Student name.
Kiba gogoi
Dishant Gogoi.
Tar koti katti salt deok ru Tak katti tukura tukura krak
Hoi takehe koribo lage amar sibsagar t ekuwei nai ajon teacher a sibsagar t ahi student r bhabiya gariboloi iman sesta korar pasot ajon teachere mrityuk haboti lobo loga hoi amar axomia kiman bahirote thake moi iyar swikar hoisilu atia amar axomia bahirote thakibo kenekoi heikarone axomia train ect attack kore
Psychology class add Krbo lage
Nijoke Cinema r villain buli bhabisile....
Etya minor buli consider nkori .... death sentence dibo lage and death day t aha loike bhoi khai mori mori jiyai thakibo ....best punishment
Amr Sivsagar bya name Krise aibur student ai😕
Please go through the root. Why the child has become such arrogant? I think the child is growing up in a sick environment. Please visit his home , ask his mother....,
Exactly
He was addicted to drugs
Spare the rod, spoil the child..
Old english saying
The student was sxually abused by the teacher. A deep investigation must ensue.
How do u know that?
Apuni tat present asil jnu ? Apuni jnke kbo pare j enkua hoise ba hol buli?? Ji a houk nhouk heibuli ki 11clsr stu atai nijr teacherk murder kratu baru hudho hoi apuni nijei kouk ?? Jdi teacher r bhul asile ba kba hoisil thn he policer hohari lbo lgisil enke murder ?
So please don't spread that type of news
@@aestheticlife8686 sai vikash is around 8 km from where I live and most of the locals here are talking about the possibilities.
Poisa disu ,porhaok.... ejon student e teacher k kenekoi kobo pare ! Etiyar pora teacher xokole students k xaxon koriboloi bhoi koribo
Result of animal @@@ movie
he is minor definitely class 11,so he will write 300 word essay.
লৰাজন আজিকালি সদায় কৈ থকা বিশেষ শ্ৰেণীৰ নহৈ অন্য কোনোবা বিশেষ শ্ৰেণীৰ নেকি বাৰু? তাৰ কোনো নাম , জাত, মা - দেউতা, ভাই - ভনী, ঘৰ, গাওঁ কোনেও উল্লেখ কৰা নাই। জানিব দিয়া হলে ভাল আছিল, যাতে আমিও সতৰ্ক হৈ থাকিব। পাৰোঁ
Student name dishant gogoi
অখিল গগৈয়ে কি কৰি আছে নিজৰ জাগাত ঘোতনা হয় আছে
First kotha assamese valke likhibo hik. Second kotha police e kaam kori ase akhil gogoi ahilei jega tut case solve hoi najai tu enei jiti kothat amuke ki kori ase sorkare ki kori ase heibur jukti nuhua kotha koi thakibo nalage
@@silversurfer2967 চৰকাৰৰ কথা উল্লেখ কৰা নাই অখিল গগৈয়ে বেলেগেৰ কথা কয় আৰু নিন্দা কৰে আজি তেওঁ এজন বিধায়ক হিচাবে কি কৰি আছে
পাগল লৰা . . .
এতিয়া আদালতে এখন মানুহৰ ওপৰত ৰচনা লিখিব দি এৰি নিদিলে এ হল
Omm shanti
Akhomor CM and education minister a hikhokok honman nokore. Meeting ot Ani on camera opoman kore. Hai karone students bure a o nokora hoise
নিশ্চয় মানসিক ভাৱে সুস্থ নাছিল....
Johoratur nam ki ?
চিন্তা কৰিব নালাগে 😂😂 মিঞা নহয়....
Aitu pagol. Aituk ancounter kora val
Encounter koribo laga tak
Parenting ঠিক নহয়। অত্যধিক pamper এ নষ্ট কৰে। আজিৰ পৰিয়ালবোৰে সন্তানৰ পচন্দ অপচন্দমতে ৰন্ধা বঢ়া কৰে। আমাৰ দিনত আমাৰ মাহঁতে যি ৰান্ধি দিছিলে, তাকে কোনো আপত্তি নোহোৱাকৈ খাইছিলোঁ। সেয়াই আৰম্ভনি।
ল'ৰাজন আচলতে চয়তান
পাপীৰ পিঠাত মন
এই জনক যাৱত জীৱন কাৰাদণ্ড দিৱ লাগে
And where is our Govt. now? Till now why our CM Sir is not coming forward to say anything? CM Sir our teachers are not safe please do something take it as serious matter because teachers are the person who makes the future of the country.
ফাঁচি দিব লাগে নহলে পুনৰ হব এনেকুৱা
Meditation is most important now a days.