Sivasagar News : শিৱসাগৰত ছাত্ৰই হত্যা কৰিলে শিক্ষকক | N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • Sivasagar News | শিৱসাগৰত ছাত্ৰই হত্যা কৰিলে শিক্ষকক। ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ শিক্ষক। একাদশ শ্ৰেণীৰ এজন ছাত্ৰই সংঘটিত কৰে হত্যাকাণ্ড। একাডেমীখনত কোচিং দিয়া হয় JEE আৰু NEETৰ ।
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #sivasagarnews #sivasagarlatestnews
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 22

  • @assamgamer000
    @assamgamer000 3 หลายเดือนก่อน +4

    ছাত্ৰ বুলি কবই নালাগে গুণ্ডা বুলি কব লাগে 😡😡😡

  • @junsaikia6521
    @junsaikia6521 2 หลายเดือนก่อน

    উচিত তদন্ত কৰক নহলে ছাত্ৰ সমাজ একেবাৰে বিনষ্ট হব। এনেকৈ হলে শিক্ষক সকলে ক্লাছ কৰিবলৈ ভয় কৰিব। লৰা টো পাগল যেন পাওঁ, তাক মেণ্টেল হস্পিটেল ত ৰাখি আইনৰ কাম চলাওক নহলে মুকলি কৈ এৰি দিলে আকৌ কোনোবা তাৰ হাতত যাব। কি দিনকাল আহিল প্ৰভু। আমি এতিয়া ও (40ৰ দেওনা পাৰ হল) শিক্ষক ক দেখিলে ছাতি নমাই দিও চকী ৰ পৰা উঠি দিও। আৰু এতিয়া কি হৈ আছে।এনে ও আজিকালি ছাত্ৰ সমাজে শিক্ষকক ক্লাছ ত হে সন্মান দিয়া যেন পাওঁ, বেলেগ কৈ লগ পালে মাতিব পাওঁ বুলি লোকাব বিচাৰে, যিটো নিজৰ সন্তান ৰ ক্ষেত্ৰতো দেখা পাওঁ যি কি নহওঁক ভগৱানে ছাৰ জনৰ আত্মা ক শান্তি ত ৰাখক তাৰেই কামনা কৰিছোঁ।

  • @saiyedurrahman1882
    @saiyedurrahman1882 3 หลายเดือนก่อน +1

    হৃদয় বিদারক ঘটনা

  • @Nobyakishor
    @Nobyakishor 2 หลายเดือนก่อน

    Student jonor name ki😢

  • @ThapaDurga-p6q
    @ThapaDurga-p6q 2 หลายเดือนก่อน +1

    Professor jnr uprt o kiba bhul asil sage

  • @karanrajkhowa5084
    @karanrajkhowa5084 3 หลายเดือนก่อน +1

    Sexual harrasment is a high possibility. Shouldn't rule it out.

  • @TheAbhilash33Vlog
    @TheAbhilash33Vlog 3 หลายเดือนก่อน

    😢😢

  • @krsnaedits382
    @krsnaedits382 3 หลายเดือนก่อน

    💔

  • @justchill9411
    @justchill9411 3 หลายเดือนก่อน +1

    Justice for teachers

  • @kp23456
    @kp23456 2 หลายเดือนก่อน

    বৰ্তমান মুখ্যমন্ত্ৰীৰ শাসণ ব্যৱস্থাই উত্তৰ প্ৰজন্মক অপৰাধ জনিত কামত লিপ্ত কৰিবলৈ উদ্গনি দিছে। সঁচা কথা এয়াই হত্যাকাৰীসকললক সাৰপানী যোগোৱা কাৰ্য বিলাকে অসমৰ উত্তৰ প্ৰজন্মৰ মানসিকতাক কোন পিনে নি আছে। প্ৰতিগৰাকী অভিভাৱকে গম পাব।নিজৰ সন্তানটোক অধ্যয়ন কৰিলে। সঁচা কথাবোৰ সকলোৱে উপলব্ধি কৰা উচিত

    • @saitendrakalita9288
      @saitendrakalita9288 2 หลายเดือนก่อน

      আৰু কত কত ৰাজনীতি সোমোৱা কুকুৰহত

  • @karimali2243
    @karimali2243 3 หลายเดือนก่อน

    Suri khon kini lokoai anisile bah bah val news koriso kintu dada mojah

  • @Maverick0111
    @Maverick0111 3 หลายเดือนก่อน +1

    Mur sir asile...vikas ot amaak chemistry pohai sile..br bhal asile sir..aa abhadra student tuk Kara danda dibo lge

    • @karanrajkhowa5084
      @karanrajkhowa5084 3 หลายเดือนก่อน

      Tumi ki jaatir manuh beya nupua jodi koba niki?

    • @humanginisonowal-uj8zz
      @humanginisonowal-uj8zz 3 หลายเดือนก่อน

      @@karanrajkhowa5084 dishant Gogoi

    • @ThapaDurga-p6q
      @ThapaDurga-p6q 2 หลายเดือนก่อน

      ​@@karanrajkhowa5084Muslim

  • @sunishakalita53
    @sunishakalita53 2 หลายเดือนก่อน

    Seitu satro nohoi murderer.

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 3 หลายเดือนก่อน +1

    Lora tur photo kio dia nai ha

  • @Cricketrelatedvideo0123
    @Cricketrelatedvideo0123 2 หลายเดือนก่อน

    Lora to name ki