৬টা স্থানত সদায় চুপ থাকিব | গুৰুত্ব বাঢ়িব, বুদ্ধিমানে এনেকুৱাই কৰে | THE POWER OF SILENCE
ฝัง
- เผยแพร่เมื่อ 10 มี.ค. 2023
- ৬টা স্থানত সদায় চুপ থাকিব | গুৰুত্ব বাঢ়িব, বুদ্ধিমানে এনেকুৱাই কৰে | THE POWR OF SILENCE
৬টা স্থানত সদায় চুপ থাকিব
সমাজত গুৰুত্ব বাঢ়িব
বুদ্ধিমান মানুহে এনেকুৱাই কৰে
সকলো থকাৰ পিছতো বহু মানুহ জীৱনত সফল হ’ব নোৱাৰে
যোগ্যতা থাকিও থমকি ৰ’বলগীয়া হয়
এই ভিডিঅ’টো ভালদৰে চাওক
আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফল হ’ব
আমাৰ আন Videoসমূহৰ লিংক তলত দিয়া আছে এবাৰ চাই লওক-
জীৱনৰ সকলো ক্ষেত্ৰতে সফলতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'
• বুদ্ধিমান মানুহৰ ১০টা ...
• Video
• Video
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#silence
#motivation
#motivationalvideo
#assam
#assamese - บันเทิง
আপোনালোকে মোক যি মৰম দিছে তাৰ সলনি আপোনালোকক মই কি দিব পাৰিছো নাজানো। মই চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। আশাকৰিম অনাগত সময়ত আপোনালোকে এইদৰেই মৰম, সহযোগিতা আৰু আশীৰ্বাদ দি যাব। মই দুঃক্ষিত- আপোনালোকৰ সকলোৰে কমেন্টৰ ৰিপ্লাই দিব নোৱাৰাৰ বাবে। যথেষ্ট ব্যস্ততাৰ মাজত থাকি আপোনালোকৰ বাবে কিছু সময় উলিয়াই এইদৰে প্ৰতি সন্ধিয়া ভিডিঅ' আপলোড কৰো। কিন্তু এটা এটা কমেন্টৰ ৰিপ্লাই দিয়াতো মোৰ বাবে বৰ্তমান অলপ অসুবিধা হৈ আছে। কিন্তু মই আপোনালোকৰ প্ৰতিটো কমেন্ট কামৰ মাজতে পঢ়ি আপোনালোকৰ নামৰ সৈতে নোট কৰি থৈছো। গতিকে মোৰ ব্যক্তিগত ৰিপ্লাই নাপালেও আপোনালোকে কমেন্ট নকৰাকৈ নাথাকিব। আপোনালোকে মোক টেলিগ্ৰাম, ইনষ্টাগ্ৰাম আৰু ফেচবুকতো FOLLOW কৰিব পাৰে।
Chitra Ranjan Nath বুলি Search কৰিলেই মোক পাব
পুনৰবাৰ অশেষ ধন্যবাদ আপোনালোকক🙏
Very nice 👍
Very good
Bahut val lagil
❤❤❤
বহুত ভাল লাগিল
বৰ সুন্দৰ লাগিছে ।
কথাবোৰ বৰ ধুনীয়া আৰু স্পষ্ট ভাল লাগিল
ভাল লাগিল,নিজকে অলপ সন্তুষ্টি অনুভৱ কৰিলো।
আপোনাৰ কণ্ঠস্বৰ আৰু কথা কোৱাৰ শৈলী খুউব ভাল লাগিল।
খুব dhuniya বুজনি। আজিৰ পৰা মই ও নিজকে শুধৰণি কৰিব চেষ্টা কৰিম দিয়ক। মোৰ লগত বহুত বহুত মিল আছে আপোনাৰ চিন্তাধাৰা। মোৰ মাজত বহুত ভূল আজি দেখা পালো। Thanks for indicating me sir
আপোনাৰ ভিডিওটো চাই যথেষ্ট উপকৃত হলো । আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ।
অতি সুন্দৰ। সকলোৱে জানিব লগীয়া আৰু শিকিব লগীয়া কথা। ভাল লাগিল
#PjPinkuCreation
ভাল লাগিল। বহুত ধন্যবাদ।
বহুত ভাল লাগিল
Val. Lagil. Aro. Dibo
অতি সুন্দৰ উপদেশ।
সুন্দৰ কথা কলে দাদা
কথা খিনি বৰ দৰকাৰী। কথাতে কয় কথাত বটা পায়,কথাত কটা যায়,। আগলৈ এনেকুৱা পৰামৰ্শ পাই থাকিলে ভাল হ'ব। ধন্যবাদ।
Bhut vl lagiel ❤👍
আমি প্ৰতিজন ব্যক্তিয়ে আপোনাৰ এই অতি মুল্যবান কথাখিনি, নিজৰ জীৱনত প্ৰয়োগ কৰিলে ,সকলোৰে মংগল নিশ্চিত। আপোনাক ধন্যবাদ জনালো।
Right
আপোনার সছাকৈ জ্ঞানৰ ভাণ্ডাৰ আছে আৰু বহুত জ্ঞান পালো ধন্য বাদ।
সঁচা কথা। ভাল লাগিল।
Valuable 👍🙏video
Bohut val lagil❤️
বহুত ভাল লাগিল ধন্যবাদ 🙏
ধন্যবাদ ভাল লাগিল
ভাল লাগিল
ধন্যবাদ জ্ঞাপন কৰিলো 🙏
বহুত সুন্দৰ দাদা
ধন্যবাদ থাকিল
Dhuniya sir ❤👌💯👍
Gutei ktha khini mur logt logu hoise thank you all everything
বৰ ভাল লাগিল ৷ ধন্যবাদ ৷
বহুত সুন্দৰ কথা।
সুন্দৰ
Thank you
সঁচাকৈয়ে ভাল লাগিল
কথাবোৰ ভাল লাগিল। টি ভিৰ টক show ত ভাগ লোৱা সকলে এই কথাবিলাক পালন কৰিব লাগে। কাৰণ কিছুমান টক 'চ"ত বৰ বিৰক্তি লাগে। তাত কোনোও কাৰো কথা নুশুনে।
একদম ঠিক কৈছে
Bohut val lagil dada
আপোনাক বহুত বহুত dhainabad জনাইছোঁ আৰু এনেকুৱা vl vl উপদেশ দি যাব বুলি আশা কৰিলো😢
সুপ্ৰভাত ধন্যবাদ
বহুত ধুনীয়া লাগিল। আকৌ এনেকুৱা ভিদিও দি থাকিব।
সুন্দৰ লাগিল কথা খিনি
Val lagil
Bohut val. Lagil
Bahut vhal lagil 🙏🙏🙏🙏
ভাল লাগিল ।
সুন্দৰ কথা কৈছে।
ভাল লাগিল।
Thank you for this video
Bahut val Lagil
Vl lagil👍
নমস্কাৰ দাদা বুলিয়ে কলু ভুল হলে শুধৰাই দিব মই বৰ বেছি পঢ়া-শুনা কৰা নাই কিন্তু মই বহুত ঠাই ভ্ৰমণ কৰিছোঁ বহু ডাঙৰ আৰু নিম্ন শ্রেনিৰ মানুহৰ লগত ঘুৰিছো কিন্তু এনেকুৱা কথা কোনেও কোৱা নাই আপুনি যে ফেচবুকত তাৰ বাবে বহুত বহুত ধন্যবাদ
ভাল লাগিল উপকৃত হ'লো
দাদা আপোনাৰ কথাখিনিযে হৃদয় চুই গল আপোনাক অশেষ ধন্যবাদ আৰু বহুত নজনা কথা শিকিলোঁ
Bhut val lagile video to
Very nice vedio. I am impressed. Thankyou very much
ভাল লাগিল আপোনাৰ কথাখিনি ৷
বহুত সুন্দৰ পৰামৰ্শ
অতি সুন্দৰ
Bhut dhuniya lagisa 💝❤️❤️💝💝❤️❤️💝💝❤️❤️💝❤️💝💝❤️❤️💝💝 dada
Aponar kotha bilak bhot vl. Lagil
ভাল লাগিল ।ধন্যবাদ ।
Bohut bohut oupokit holu dhoyonobad.
100% khasa,val lagil....
Vediotu bhal lagil .Many many thanks .
Nice. Advice. Thanks
Dada Apunar kotha khini Bor bhal lagil aru barukoiye grohon jogoy kotha kole moi upokrito hom buli AXA korilu apunar pora aru enekua upodekh mulok bani xunibo pam buli
AXA thakil 🙏🙏😍
জীৱনটো ভালকৈ চলাই নিৱলৈ, অতি দাকাৰী vdo👌👌👍👍
❤ ভাল হৈছে
Masahaallah
Bhut bhut dhuniya hikha. Val lagila huni
Good advice dada.
জীবনত আগবাঢ়িবলৈ আপোনাৰ পৰা প্ৰেৰণা পাওঁ দাদা । 🙏🙏🙏🙏
Bar bhal lagil
বৰ ভাল লাগিল
Arpunar kotha huni bohut bhal lagil thank s❤❤❤
সুন্দৰ উপদেশ।
Aapunar kotha bur pora bohut hekibo pari dada. Bohut te val lagese kotha bur 🙏🙏🙏
Apunar kotha bur xuni thakile kt asu pahri jao...bhut val lage...love u dada
Anekoya updekh aagaly aako Pam buli aaponak thanks 🙏
ভাল লাগিল ৷শুভেচ্ছা জনালো৷
ekdom right 👍👍
Dhuniya lagise video tu kotha kini khuni
Xundar
বহুত মূল্য বান কথা ক'লে ধন্যবাদ জনালো 🙏🙏🙏
Thanks
Video to Sai bohut bhil lagil 🙏
vl lagil
আপোনাৰ ভিডিঅটো চাই বৰ ভাল লাগিল। কাৰণ ভিডিঅটোত বহুত গুৰুত্বপুৰ্ণ কখা কোৱা হৈছে। আগলৈও আৰু ভাল ভাল ভিডিঅ চাব পাম বলি আশা কৰিলো
অতি সুন্দৰ 👍👍👍
সচাই ভাল লাগিল দাদা
Bohut val lagile janibo pari...AXA koru apunar pora val Gyan pam..
Nice advice. Thanks
Thank you
Val lagil Dada aru dibo sun
বহুত ভাল লাগিল কথাখিনি 🙏
Good👍
Wow!!❤ very happy. Thanks sir .
All the best
Bahut Val Lagil Apuner bahumulia katha.khini xuni. Thanks.Joi.Shree. Radhe.Radhe. ji.
Bohut val lage aponar kotha bor xunile . Thank you so much.
Really , very important thought. thank you so much 👍
Bor xundor.bohut kotha xikilu
Very Nice advice
Dada apunar kothasuni bohut bhal lage
মই খুব কম কথা কওঁ ,খং উঠিলে মৌন হৈ থাকো আজি কালি
Hundar
Bohut vaal laage protitu video apunar thank you
Thnk u dada
Jiman koisa apuni ei prblm 2 muk hoi aase
আপুনি আমৰ সমাজখনৰ বিষয়ে ভাল চিন্তা চৰ্চা কৰি থকাৰ বাবে মই মোৰ ফালৰ পৰা বহুত বহুত বহুত আন্তৰিক শুভেচ্ছা যাচিলোঁ । আপুনি আমাৰ চকু খুলি দিলে । আমাৰ ভবিষ্যত সম্পৰ্কে কিছু ভাল চিন্তা চৰ্চা কৰি আছে ।