বিহুমঞ্চত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত মহিলা গৃহৰক্ষী জোৱান, ক্ষমা কৰি দিবলৈ DGPক আহ্বান আয়োজকৰ
ฝัง
- เผยแพร่เมื่อ 14 พ.ค. 2024
- বিহুমঞ্চত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত মহিলা গৃহৰক্ষী জোৱান। নিউজ লাইভৰ হাতত ঘটনাৰ নতুন ভিডিঅ', জুবিনহে মঞ্চলৈ মাতি নিছিল জোৱানগৰাকীক। ক্ষমা কৰি দিবলৈ DGPক আহ্বান আয়োজকৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
টকা খালে, ঘুচ খালে, গুণ্ডামি কৰিলে, ক্ষমতাৰ অপব্যৱহাৰ কৰিলে suspension নহয়, কিন্তু অলপ আবেগিক হৈ মানুহক মৰম কৰিব বিচাৰিলে, suspension হয়,
সুন্দৰ ব্যৱস্থা ...
এয়ায়ে হৈছে আমাৰ দেশৰ আইন😏
Yes
Ayai ajir khmajr niyom
You are right.axomor polis nity
মানুহ মৰা মানুহ বিলাকক পোহপাল দি ৰাখে কিয়
মানুহক অকনমান মৰম কৰাটোও অপৰাধ এইখন অসমত 😂!
atia kobo gole eyat nohoi ki... Eyat sob hobo pare g kunu kintu horu kotha tu bor kore, , , faltu hima nuhua buli kobo pari, doya momota aku nai na morom na mak bapek voni bai sin asa jak pai g kunu karonot dukharup kore, baki dukhi dangor aporadhi aku dal koribole nuare
Hoi diok dhui ki je mnuh 😂
এতিয়া মৰম কৰিবলৈ ও আবেদন কৰিব লাগিব যেন পাইছোঁ 😊
Bahiragotak bukusat lole hol..
On dutyt uniform ot ai Kam koribo nuware . police menual mote..
মদাহী ঘোচখোৰ বোৰৰ ওপৰত গুৰুত্ব দিয়ক, এইটো এটা সাধাৰণ কথা
একদম ঠিক কথা
Hoi o amar axhomot he emn olp ata news t bhut bholai pelai ki hol nu ki bea dekhile video tut emn bholaise j....ji krise sb raije dekhise lukai kri fura burok ki kribo aku bea aku dekha ni olp hug krise ki hol nu tate ...km ni kiba ata dekha pb he lge news bnalei ...
Do you about discipline of a dress in police.? If you know then ..please say as reply to me that what is the full meaning of police
@@HemantaBora-dj4rb hoi nki ? Police r dress t j reel bonai tetiya hei discipline kot jai? Discipline r kotha kobo ahise iyaat.
Right 👍🏻
সকলো মানু্হ,সকলোৰে ইচ্ছা যায়,প্ৰিয় শিল্পী গৰাকীক লগ পোৱা।ভাৱ ভালপোৱা,আবেগ অনুভূতি বোৰ আজি কালি মূল্য নাইকীয়া হল।
Uniform t bhorit dhoratu bor beya hoise....so, ji action hoise bohut bhal hoise... eibiur bonor pokhhi Police t dorkar nai.....
@@BiswajitSaikia-lc1fkki kotha kobo ahiso toi sudurvai puwali . Toi he bonor pokhu . Tohotor nisina bonor pokhu buror thinking bur anekuwa kela
ইমানেই যদি কঠোৰ action লবলৈ পাৰে জানমণি ৰাভাৰ সত্য কিয় উলিয়াব নোৱাৰিলে অসম আৰক্ষীয়ে । ইয়াৰ পৰাই বুজা যায় আইনখন অকল সৰু মানুহক মাৰিবৰ বাবেহে । ডাঙৰ মানুহে কৰিলে মৰমতে আলিংগন কৰা বুলি কলেহেতেন । হিমন্ত মামাই এজন DC ক অপদস্ত কৰিছে আৰু পুলিচ ক কতযে অপব্যৱহাৰ কৰে কোনজন পুলিচ অফিচাৰে আজিলৈকে মাত মাতিব পাৰিছে ।
😂😂😂 সফল অসম আৰক্ষী । কিন্তু জোনমণি ৰাভাৰ লগত কিয় এনেকুৱা হ'ল।
Moi likhim buli bhabisilu ei... Junmoni rabhar ki hoisil... Mur nijouru hoise aru belegor bohut accident dekhisu😡
@@mintubora1980 আইন সকলোৱে বাবে সমান হ'ব লাগে ।
আৰক্ষী হ'ল বূলিনো মৰম চেনেহ নেথাকিবনে? আমিও এবাৰ জুবিনক লগ পাবলৈ মন আছে।
যেতিয়া উচ্চ পদস্থ বিষয়া সকলে বিভিন্ন মঞ্চত শিল্পী গৰাকীক সাৱটি ধৰে,হাত মিলাই তেতিয়া তেওঁলোকৰ অপৰাধ নহয়, কিন্তু এওঁ কৰিলতহে অপৰাধ????
জুবিনদাই এবাৰ কৈ দিলেই দি দিব চাকৰি.
😂একদম ঠিক কথা
Dadai phn kori kole hb kuno dhara palismen ni ako nhy sob thik hb
জুবিন কেতিয়াৰ পৰা DGP হল সি এটা গান গোৱা লৰা
Can't belieqve
পংখী সন্দিকৈৰ ঘটনাটোৰ লগত গোলামি কৰা আৰক্ষী বিষয়াজন নিলম্বিত হ’লনে ?
নিয়ম সকলোৰে বাবে একে হ'ব লাগে।
Hadharon manuhor lgt du bebohar korila vl karubak susorai anela vl kintu aitu baya nki laura
Right ❤❤❤❤
Assam police t tmi join kora tar pora rule regulations vlkoi jniba 😅
একো বেয়া কাম কৰা নাই মহিলা আৰক্ষী গৰাকী , এটা প্ৰিও গীত গাবলৈ অনুৰোধ হে কৰিছিল ,
Right
In the time of duty
The police person must controll herself
সুন্দৰ.... মানুহৰ আৱেগ অনুভূতিৰ কোনো মূল্য নাই এইখন অসমত🥲👍🏼
মোৰ মতে একো বেয়া কাম কৰা নাই,,তেখেতে জুবিন দাক ভাল পাই আমিও ভাল পাওঁ,,সেই বুলি তেখেতক নিলম্বন কৰা তো একো যুক্তি হোৱা নাই
On dutyt ai Kam koribo nuware.. police menual ot ase
HOME GUARD চাকৰি কৰাতকৈ PRIVATE SECURITY GUARD কৰাই ভাল বুলি এজন গৃহৰক্ষী জোৱানে কোৱা শুনিছো .......বাদ দিয়া....এনেকুৱা চাকৰি ........চাকৰি দিছে দিব পাৰিছে ঠিকেই.....চাকৰি কৰিছে বহুতেই বাদ......দৰমহা দিবযে পৰানাই আচল কথা এইয়াহে....।।।
23000 pai per month
@@user-yz1tf5in7c 23 k পাই ঠিকেই আছে কিন্তু চাকৰি কৰা পাছতো যে দিন হাজিৰা কৰি .........খাবলগীয়া হৈ পৰিছে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ আগতে। ।
Home guard bahut danger Hoi
অপৰাধী বিলাক আজি মুকলি আকাশৰ তলত,,জুবিন দা ক সকলোৱে ভাল পাই ভাল পোৱাটো প্ৰকাশ কৰিলে কেনেকৈ নিলম্বিত হব পাৰে,, দুখ লাগে জুনে এনেকুৱা কৰিছে 🥹
Lina dolek ako koribo nuearile xaru mnhuk he kre ..
hosa kotha
সকলো মানুহৰে প্ৰিয় শ্লিল্পী হ'ল জুবিন গাৰ্গ
এয়া এগৰাকী অনুৰাগীৰ মৰম হে বাকী বোৰ son khari jai
Nilbmn no
মিলিক চাকৰি টো দিব লাগে। মানৱতা খাটিৰত।
জুবিন পাছ ত মানুহ বোৰ কি য় লাগি থাকি কে বাৰু জুবিন পিছত লাগালাভ নাই জয় জুবিন দা👍👍🤘
Xsa zubben dar logt lagi lav ni aku ghenta korib nuare 😂 joi zubben da ❤😂
চাকৰিতো খেলি মেলি হোৱাতো বেয়া লাগিল🙏
এনেকৈ কৰ্তব্য পালন কৰিলে বন্দুক চোৰ হ'বলৈ আৰম্ভ হ'ব😅😅😅
এইটো কি নিয়ম হল । এইবিলাক ভাল কথা হোৱা নাই।।চোৰ ডকাইত ধৰিব নোৱাৰে ।।
Aji কালি মৰম এ অপৰাধ 😂❤joi zubben দা 🤍🥺
Strange ! If same type of behaviour is done by a male to a female celebrity, then what? She is not suspended for showing affection or whatever. She is suspended for misbehaving . There are many other ways to show love. I don't know why people dont understand. Good job Assam police.
এইবোৰ মৰম দাদা ❤❤❤❤
নিজে পিন্ধি থকা পুলিচৰ পোছাক জোৰক সন্মান কৰিব নোৱাৰিলে সেই মহিলা গৰাকীয়ে ।তাত আৰু দুখ কৰি লাভ নাই।
right 👍
পুলিচ আবেগিক হলে নহব ।
Yes the police should be suspended
good
Zubeen manei abeg ❤❤❤
জোনমণিৰ ৰাভাৰ ধৰা পৰা কেচটো গাব দি ৰাখিলে৷ এতিয়া এইটোতে লাগি থাকক আৰু
বাইদেউ জনীক চাকৰিৰ পৰা ওলাই দিব নালাগিছিল ভুল কৰিলে জুবিন দাক ভাল পাই কাৰণে ওচৰলৈ গৈছে
Real news ...❤
Amar Assam roxartole gol
The uniform be respected
On duty reels bonuaburok action noloi kio....
দিন দুপৰতে,,, পাব্লিকক শাৰাশাস্তি কৰা,, আৰু মদাহী ঘোচ খোৱা কিটাক দেখি নেপাই নেকি????
Very good job ❤❤❤ . We should listen music but we should not mad after the music.
এই চৰকাৰে চাকৰ বুলি ভাবে নেইকি, ঐ পুলিচ গুচ ঐ পুলিচ ,,,,😡😡😡
Love you Zubin ❤️❤️❤️❤️
অসমত মৰম নাই মৰম কৰিলেই নিলম্বন। মামাৰ আদেশ
Nice Video
Love you zubin da
জুবিনে কৈলে আইন সলনি কৰিব লাগে নেকি
❤❤❤❤❤❤❤Moja joy zubeen daaa
Iman Diciplene Ase jodi Kola dress pindhi reels Bonua keijonik Dismissed Kori Dekhuwak.
এয়াই amar assam assam police jindaba Assam. Police sowali jonir bhul nhy plz teor sakori ghuray dio ❤
Aku beya kam kora nai, love you zubeen Daa❤..
তেখেতৰ পুনৰ মকৰল কৰক
চাকৰি টো ঘূৰাই দিয়ক
Leena doley suspension korok balor police
The Zubeen One of all family of Assam. But not only Assam and other states and out of country know about Best Singer Zubeen. Zubeen was show all audiance how to love as a Singer.
Khub beya hoyse
On duty video upload di thake 90% police a aagte seibor bandha karaksn ⚔️🇮🇳⚔️
DGP জন এক নম্বৰ ফাল্তু পুৰুষ হয় ,
পুলিচ বিষয়া কিছুমানে যেন অপৰাধিক সহযোগ কৰি আছে সিহঁতক কিয় বিলম্বিত কৰা নাই ,
DGP কৈ
আমাৰ জুবিন দা মান সম্মান মৰম স্নেহ আৰু অসমৰ আদৰ্শ হয় ,
তাৰ পকৰ পুৰিছে জুবিন দাক ভৰিত নধৰি যদি,
বা , জুবিন দাক চুমা নাখাই তাক খালে হয় ,
হয়তো সেই মহিলা পুলিচ বিষয়া গৰাকীয়ে পুৰস্কাৰ পালে হয় ,
আৰু হোনিবলৈ বেয়া হৈছে যদিও আজি সময়ত এইয়াই সঁচা 👍👍👍
Akdom hundor disa Bhai 👍🏻😍
Right
মানুহৰ ইমান বেয়া নজৰ ঠাকে
Zubeen.e khuwabo de whole life
Thik koise
Ayai axom
Love From Borsola 💜❤️🩹
Ai2 karone Axom khanr eya dokha thuiiiiiii kla
Aitu vhal kora ni kinto dgpe ki Jane morom vhal pua
জোনমণি ৰাভাৰ কথা বোৰ তেনেকৈ এই তল পৰি থাকিল আৰু আমাৰ মৰমৰ শিল্পী জনক ভাল পায় কাৰণে মৰম কৰিলে তাতে লাগিল অথন্তৰ আল বাল কথা বোৰত লাগি থাকে কেলা
❤❤❤❤
❤
❤❤❤
Ai2 konkhn xongbidhan t likha kotha o.
আৰক্ষী সকলোঁ মানুহ এ হয়
মিলিয়ে আৰক্ষী পোছাক জোৰ অপব্যৱহাৰ কৰিছে on deuty এজন চিভিলিয়ানক সাৱটি ধৰি প্ৰেমিক ধৰা দি ৰাজহুৱা মঞ্চত ভৰিত ধৰি চুমা খোৱা টু কেতিয়াও গ্ৰহণ যোগ্য নহয় পুলিচ বিভাগে যি কৰিছে ঠিক কৰিছে
Toi kr pra ahili buka suda
@@Policewallah4311 বাপেৰ মূৰা টো কৈছোঁ তই,,,
Plz maf Kari dib
নিলম্বন নকৰিব sir
Arokkhi bibhage thikei KO rise , no compromise
Tur nam najanu....nam Sur miya bangladasi ....kihor no compromise....toi kata ter par hour pithir dag gol ny....anor Kiba Ata hole Val paone toi
Nyai paok tare kamona karilu
I love jubin
Khyoma kori dibo lage
Ji bilak sabo lge tat gurtk diok ebur nhoi
কেলে নিলম্বন কৰিব লাগে। জুবিন গাৰ্গ মানুহ হে হয় অসুৰ নহয়।
Aito aru kotha ne..manoh he..duty timet je tik tok bonai khibore son duty kori thake..khibork age oliyaba lage
Police or mentality....agote ghuskhur SI hokolok nilombon korok
🎉🎉🎉❤
Hosakoi aikhon
Assamot okonman abegig hoi ajon val loga gayokok mrom jonuwatu opradh hobo parena ghur opradhai hari jai ki hol manuhor monbur
Asorit
Ki j hobo....😂 Morom dekhale aru ki,beya kam kora nai to.😢
Axom xonot bahut aporadhi asy xaibur ako mukoli akaxor tolot ghuri furisy....xaibok xasti diok...... aiburt emn matha ghomabo nlgy🙏🙏🙏
Done mine no probleme
Zubin da❤❤❤❤
Love, you, zubeen, da, from, dhing, Juri
Don't suspend her service . What she will do wrong. Kindly Request Assam govt Hon''ble Dr Hemant Biswa Sharma again do will her service because her all family dependent of service.....
Plz continue her job.
Mili bai 🔥love❤ jubin kakaidew.
Suspension uthai lowak.....government please called our honourable DGP home guard,
DGP Assam police, SDGP. 🙏
Politician k dhorile eka dinae promotion hoi gol hetan
একো বেয়া কাম কৰা নাই । নিলম্বন কৰিবলৈ।
ক্ষমা কৰি দিবলৈ অনুৰোধ জনালোঁ
Mi vabu a2 oporahd nahoi eyat koi bhut dangar joganaa kam kre asia asamia xiburr sakrer pora uleyai deok
Police holew tekhet agoraki manuh hoi... So imosn... Bula bstu Tu... Thkibo a...
Mama r sarkar na atia ji noho Leo koribo
জুবিনক অসমৰ সকলো মানুহে ভাল পায় কিন্ত্ত তেওৰ ওলপ বেছি হৈছে যেন লাগিছে
এইটো একো ডাঙৰ কথা হোৱা নাই ।এয়া কেৱল ভালপোৱা মৰম 😊
Jubin character is doubtful
❤️🌟💎🙏