পুৰণি কাপোৰক নতুন ৰূপ দিবলৈ প্ৰয়াস

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • পুৰণি পাটৰ কাপোৰ এযোৰক মই কিদৰে নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ চাওক চোন । আপোনালোকৰ যদি মোৰ দৰে এনেকুৱা কাপোৰ আছে তেন্তে আপোনালোকে ও এই দৰে নিজৰ কাপোৰ যোৰক সজাই ল'ব পাৰিব । খৰচো বেছি নহয় মাত্ৰ ৩০০ মান টকাৰ ভিতৰত আপোনাৰ কাপোৰ যোৰক নতুন কৈ পাব আৰু পিন্ধি ও ভাল লাগিব । আৰু নিজে কিবা এটা কৰি পিন্ধাৰ কথাটোৱে বেলেগ নহয় জানো । ভাল লাগিলে লাইক, কমেন্ট আৰু চেয়াৰ কৰি দিব দেই ।

ความคิดเห็น • 7