ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

দীৰ্ঘ সময়ৰ পৰা অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ค. 2024
  • শিক্ষা সেতু প’ৰ্টেলত শিক্ষকৰ পিছত দীৰ্ঘ সময়ৰ পৰা অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰি কিয় ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত অনুপস্থিত তাৰ তদন্তৰ দিলে নিৰ্দেশ। লগতে শিক্ষা সেতু প’ৰ্টেলত অনুপস্থিত থকা ৰাজ্যৰ ৪,৯০৭গৰাকী শিক্ষকৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল শিক্ষামন্ত্ৰী ডাঃ পেগু।
    #pratidintime #assam #teacher

ความคิดเห็น • 7

  • @MaineeMainee-wx6ns
    @MaineeMainee-wx6ns หลายเดือนก่อน +4

    সকলো বিদ্যালয়ত সকলো ক্লাছত প্ৰথমে কিতাপ দিয়ক, তাৰ পাছত এই নিম্ন মানদণ্ডৰ এপটো কথা চিন্তা কৰক, যদিহে অসমৰে দুখীয়া লৰা ছোৱালী পঢ়া এই বিদ্যালয় সমূহ জীয়াই ৰাখিবলৈ শুদ্ধকৈ মনত ভাবিছে,

  • @bishnuabhay350
    @bishnuabhay350 หลายเดือนก่อน +1

    Pohi huni ki korim certificate loii .. certificate khon suit case t humaii thakibo bosor dhori...kunu labh naii...

  • @jslp9dj
    @jslp9dj หลายเดือนก่อน +1

    ছাত্ৰ ছাত্ৰী সকল কিয় অনুপস্থিত তাৰ কাৰণ সমূহ বিশ্লেষণ কৰা উচিত। ছাত্ৰ ছাত্ৰীসকল বেয়া পথে গৈছে নিকি সেয়া চোৱাৰ সময় আহিছে। Drugs/ alcohol সেৱন কৰিলে কোনো শিক্ষানুষ্ঠানত / চাকৰিত নিযুক্তি নাপাব বুলি নিয়ম বনোৱা উচিত।

  • @pintoroy6961
    @pintoroy6961 หลายเดือนก่อน +1

    Kam ni

  • @nindaruwa5985
    @nindaruwa5985 หลายเดือนก่อน

    আপোনাৰ কাষতে থকা সচিৱ, computerist, বৰবাবু এইকিটাক আগতে তদন্ত কৰক তুলিতে ভুত?

  • @educationforallassam9691
    @educationforallassam9691 หลายเดือนก่อน

    😂

  • @Him-l3z
    @Him-l3z หลายเดือนก่อน

    চৰকাৰী বিদ্যালয় বিলাকত তলা লগাই দিয়ক, এনেই টকা খৰচ কৰি আছে। ।।