Tati bap koti koti dhanyabad aapunak.apunar bhagwat bakkhaya r video r karone agrahore baat sai thaku...aaxa korisu agoloi bohutu nojona kotha aapunar pora Jani gyan ahoron koribo parim..prona prabhu ji..dhanyabad
সন্ত কবীৰে কৈছে কোটি নাম সংসাৰ মে তাতে মুক্তি ন হোয়। আদি নাম জো গুপ্ত জপ বুঝে বিৰলা কোয়।। সেই গুপ্ত নাম কি? মাতৃ গৰ্ভত শৰীৰৰ সৃষ্টি হয়। গর্ভত থাকোতে সন্তানে ঈশ্বৰৰ নাম লয়। সেই সময়ত ভৌতিক সংসাৰৰ কোনো ভাষাৰ জ্ঞান সন্তানৰ নাথাকে। তেনেহ'লে কি ভাষাত ঈশ্বৰৰ নাম লৈছিল? যাক পাহৰি সংস্কাৰ অনুসৰি সংসাৰত বিভিন্ন ধৰণৰ নাম ল'বলৈ ধৰে। মাতৃ গৰ্ভত সন্তানৰ মুখ বন্ধ থাকে, কোনো শব্দ ব্যক্ত কৰিব নোৱাৰে। সেই অব্যক্ত বা গুপ্ত নাম কি আছিল?
কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু,
কৃষ্ণ জয় গুৰু শংকৰ
Krishna krishna Ram Ram hewahe dhorilu❤❤🎉🎉
Krishna Krishna🙏🙏🙏
🎉🎉🎉
Krishna Krishna bap
শ্ৰদ্ধাৰ তাঁতি বাপৰ ব্যাখ্যা বৰ ভাল হৈছে। তিনিও গৰাকী বাপক সেৱা জনাইছোঁ। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ বাপ আপোনাসৱৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ 🙏
Krishna
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা আগবঢ়াইছে 🙏🙏🙏
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏🙏
Krishna 🙏
শংকৰ সংঘ ওলোটা শাস্ত্ৰ। দিনত হলে বাপ বাপ ৰাতি হলে হাফ হাফ।
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক
Tahatar pandit bore nakhai.
@@giripathak8333 নাখায় আৰু বাপ বাপ হাফ হাফ কৈ নাথাকে বুজিলি।
নিয়ম মতে সিঁহতে ওলোটাকৈ খোজ কাঢ়িব লাগে ।সিহত সদায় ওলোটা ।মাছ বুলি নাখাই জিজি বুলি খোৱ ভকত ওলোটা।
@@asomiaasom6008 কৃষ্ণ ভগৱানে আপোনাক কুশলে ৰাখক।।
কৃষ্ণ ৰাম কৃষ্ণ ৰাম ❤
কৃষ্ণ মায়া নাখিবেক কৃষ্ণহে উপায় জানি ভকত বৈষ্ণৱ হবে কৃষ্ণ ভক্তিত মজি থাকে সৰ্বদায কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,,,,,
Krishna Krishna
জয় গুৰু শংকৰ 🙏 বাপ দুজনাৰ শ্বৰণত সেৱা আগবঢ়ায়ছো 🙏 কৃষ্ণ
Bap krishna
কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ
কৃষ্ণ কৃষ্ণ কৃষ্ণ তাঁতী বাপসেৱা জনালোঁ
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰথমে আপোনাৰ চৰনত কোটি কোটি বাৰ ভক্তি ভৰা সেবা জনালো গুৰুজনাই যি সুদ্ধ সত্য ধৰ্ম কলিৰ লোকৰ তৰিবৰ নিমিত্তেই জগতত প্ৰচাৰ কৰিছিল সেই বাটে আপুনিও গৈ থাকক এই সময়ছোৱাত আপোনাৰ সন্মুখত শুক্ৰচায্য দৰেই ধৰ্মত প্ৰথভস্থ হৈ জীবিকাৰ কাৰনেই জগতত ভুল তথ্য প্ৰকাশ কৰিব কিন্তু সূৰ্যক যানো ধাকিব পাৰি
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏
Chaya aru aagbaha❤❤❤❤❤❤❤❤
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্তু শঙ্কৰ দেৱ🙏
Jai shree Krishna 🙏❤️🙏
Krishna
কৃষ্ণ।
Joi Guru Sankara 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😂🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😂😂😂🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤
Krishna tanti bap
Sant rapal ji moharajor bhagbot biyakha hunok
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰী মুখেৰে অমৃতময় ভাগৱত বাখ্যাই অন্তৰত বাৰুকৈ কৃষ্ণ প্ৰেমৰ প্ৰেৰণা যোগাই, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
মানে অম্বুবাচীও অবস্তু নহয় জানো? কৃষ্ণ। জয় গুৰু শঙ্কৰ।
কৃষ্ণ বাপ আপোনাৰ শ্ৰীচৰণত সেৱা জনালো🙏🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ বাপ
Krishna krishna ram ram
তাতীবাপে অম্বুবাচী সাত সমন্ধে যি যুক্তি ডাঙি ধৰিছে অতি সন্তোষ জনক ব্যাখ্যা।যি সকলে সাতত তিনিটা দিন ধৰি গুৰু গৃহ ভাগৰ দুৱাৰ বন্ধ ৰাখে তেওঁ লোক অতিকৈ অজ্ঞানী বুলি কৈছে।
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক।
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Anil Tanti bapjonaloi kutri kutri pronam Krishna krishna❤❤❤❤
কৃষ্ণ কৃষ্ণ বাপ
সমাজৰ নীতি নিয়ম মানি চলা হয় সেয়া।
কৃষ্ণ বাপ জনা।
Apbb
Joy Krishna Gubindra Krishna Gubindra Krishna
Tati bap koti koti dhanyabad aapunak.apunar bhagwat bakkhaya r video r karone agrahore baat sai thaku...aaxa korisu agoloi bohutu nojona kotha aapunar pora Jani gyan ahoron koribo parim..prona prabhu ji..dhanyabad
Krishna Krishna Krishna❤❤❤❤❤
আজি কেইদিনমানৰ পৰা ইয়াকে শুনিআচু যে আমতীৰকথা কি কাৰনত লাগে ভাগৱতত আছেনেকী এইকথা খিনী
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক আপুনি ফোন এটা কৰিব পাৰিলে ৮০১১৫৩৪৭৮৫
ভাগৱতত কি নাই?
Krishna bap sewa lobaxokooluai
Krishna Krishna Krishna Krishna.
Keresna Keresna Bap Bandhb Hunder
Prothom sunilu Aapunar byakhya.pronam
Krishna bap
নাজানো আপুনিয়েই সকলো নেকি ?
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক
Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤
কৃষ্ণ ভগৱন্তই আপোনাক কুশলে ৰাখক 🎉🎉🎉 জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ দায়িত্ব আপোনালোকৰ হাতত আছে সত্য শুদ্ধ ধৰ্ম প্ৰচাৰ কৰি জগৎ ক উপকাৰ প্ৰদান কৰক। কৃষ্ণ প্ৰভু আমাৰ আশীৰ্বাদ আছে।।🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
কৃষ্ণ🙏
Ram Krishna
Namdharma kalijugatat pradhan dharma tantrar abasyk nai. Jadab krishnakalita.
সন্ত কবীৰে কৈছে
কোটি নাম সংসাৰ মে তাতে মুক্তি ন হোয়। আদি নাম জো গুপ্ত জপ বুঝে বিৰলা কোয়।।
সেই গুপ্ত নাম কি?
মাতৃ গৰ্ভত শৰীৰৰ সৃষ্টি হয়। গর্ভত থাকোতে সন্তানে ঈশ্বৰৰ নাম লয়। সেই সময়ত ভৌতিক সংসাৰৰ কোনো ভাষাৰ জ্ঞান সন্তানৰ নাথাকে। তেনেহ'লে কি ভাষাত ঈশ্বৰৰ নাম লৈছিল? যাক পাহৰি সংস্কাৰ অনুসৰি সংসাৰত বিভিন্ন ধৰণৰ নাম ল'বলৈ ধৰে। মাতৃ গৰ্ভত সন্তানৰ মুখ বন্ধ থাকে, কোনো শব্দ ব্যক্ত কৰিব নোৱাৰে। সেই অব্যক্ত
বা গুপ্ত নাম কি আছিল?
আপুনি সঁচাকৈ গুৰুশঙ্কৰ ৰ কথা কৈছেনে.. শংকৰ দেৱৰ নীতি পালন হোৱা নাই নেকি
ফোন নং দিব
আপুনি কি ক'ব স্পষ্ট কৰক
❤❤❤❤
Sundar baykha tanti bap krishna
Oo1😅
কৃষ্ণ
জয় গুৰু শঙ্কৰ
Krishna
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা আগবঢ়াইছে 🙏🙏🙏
Krishna
Krishna
Krishna
Krishna