টেটোন তামুলীৰ ব'ম ব্লাষ্ট | Full Movie | Assamese Film
ฝัง
- เผยแพร่เมื่อ 27 มี.ค. 2020
- Life is beautiful, Always keep smiling, Create health & wealth with Lokoi entertainment.
This is a one of best film in my career.
This film give us a graceful and good massage for our society.
Grateful to Ajit Borthakur and my entire team.
Sincere thanks to my mother Niropama Saikia for produce the film.
With regards -Dibyajyoti Saikia ( Director-Editor).
Our other videos :
• Local যুদ্ধ || Comedy ...
th-cam.com/video/ESRA3IheWpkh/w-d-xo.htmlttps://y...
Please watch my channel and subscribe.Thank you.. - บันเทิง
এক জেগা এক ভাৰা , যমনী আৰু ভাল লাগিল 🙏
লকৈ দা ভিডিওটো চাই সচাঁকৈয়ে বহুত ভাল লাগিল। আমাৰ সমাজৰ বহুকেইটা দিশ সুন্দৰ ভাৱে উপস্থাপন কৰিছে মাত্র ১ ঘন্টাৰ ভিডিওটিতে। আপোনাক ধন্যবাদ 🥰🥰
উৎসাহিত হলো, মতামত ৰ বাবে ধন্যবাদ
Lokoi da video sale montu val lagi jai❤️😌
ধন্যবাদ
@@lokoientertainment dhonyobad kokai❤️❤️❤️
বহুত ধুনিয়া বনাইছে.. ভাল লাগিল চাই..
আৰু dislike দিয়া বোৰৰ কথা বেছি নাভাবিব.. বাছ খনত থকা বিভিন্ন মানুহৰ দৰে, সকলোৰেই ধাৰণা আৰু ভাল বেয়া বেলেগ.. আৰু বনাব
ধন্যবাদ জ্ঞাপন কৰিলো
সুন্দৰ লকৈ দা।
আপুনি আমাৰ বাবে কি হয়তো শব্দৰে বুজাব নোৱাৰিম। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ককাইদেউ। লকৈ লকৈ
উৎসাহিত হলো, অশেষ ধন্যবাদ
Aq 😂a 😂 you 😂 you 1 aàà
As
বিশেষ ব্যক্তি কেইজনক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ,,,,।।
স্বাগতম
দিব্যজ্যোতি ককাইদেউ বহুত সুন্দৰ হৈছে। আপোনাৰ চিনেমাৰ স্ংলাপবোৰত একো একোটা ডাঙৰ ডাঙৰ গূঢ়ার্থ নিহিত থাকে।
ধন্যবাদ
চাই ভাল লাগিল । মাজত এটা দুটা কথা বহুত ভাল লাগিল ।
ধন্যবাদ জনালো
ধুনীয়া এখন ছবি চালো । বহুত ধুনীয়া হৈছে । আগতে আপোনালোকৰ VCD ছবি বোৰ ভাড়াত আনি চাইছিলো । আজি মনত পৰি গল । SuperHit Assamese Comedy Film . .. টেটোন তামুলী All Part !!!
ধন্যবাদ
বহুত ভাল লাগিল আগলৈ এনেকোৱা ভিডিও পাম বুলি আশা থাকিল
নিশ্চয়, ধন্যবাদ
Apuna video sai bhut Val laga dada
অতি সুন্দৰ হৈছে ভাল লাগিল চায় ৷
অশেষ ধন্যবাদ জনালো
Natural acting. Akdom ghorua manuhor nisina kothabur. Bohut bhal lage sai
ধন্যবাদ
Dibyajyoti Dada iyar pisor part to lge 💚।। ইয়াৰ কিছুমান কথাই বহুতক অনুপ্ৰেৰণা দিব ❤️ ভগৱানে কুশলে ৰাখক। সৰুৰে পৰাই আপোনাৰ এইবোৰ চাই এ ডাঙৰ হলোঁ 😊 এনেদৰেই হহুয়াই থাকিবা 🌹
নিশ্চয়, অশেষ ধন্যবাদ
লগ পাবৰ মন এটা আছে তোমাক দাদা🙂।।
Oti hundor hoisa kokaido....akha koru ru vL vL cinema sabo pam 🙏
নিশ্চয়
বহুত ধুনীয়া লাগিল খুড়াহত
আপুনি জানেনে যে ঈশ্বৰে আপোনাক ভাল পায়? যীচু খ্ৰীষ্ট হৈছে ঈশ্বৰ আৰু ঈশ্বৰৰ পুত্ৰ। যীচুৱে আমাৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে, সমাধিস্থ হ’ল আৰু পুনৰুত্থান হ’ল যাতে যীচুত বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে স্বৰ্গত অনন্ত জীৱন লাভ কৰিব পাৰে। যীচু খ্ৰীষ্টত বিশ্বাস কৰি আপুনি এবাৰ পৰিত্ৰাণ পালে, আপুনি সদায় পৰিত্ৰাণ পাব।
বহুত ভাল লাগিল লকৈ দা !
ধন্যবাদ জনালো
Kisumn xoru xoru bs2 dagi dhorise. Vl lgil bhut. Apunaluke anekoi agbari jayok. Takei kamona koriso
অতি সুন্দৰ হৈছে
ধন্যবাদ জ্ঞাপন কৰিলো
oti xundor hoise axa koru agoloiu any koi aaguwai jai jen kisno
কৃষ্ণ
বহুত ভাল লাগিল ছবিখন চাই,পৰিয়ালৰ সৈতে ছবিখন উপভোগ কৰিলো,অাগলৈ এনেকুৱা ভিডিঅ' পাম বুলি আশা থাকিল। 😊😊
ধন্যবাদ
Bohut bohut dhuniyaa laagil..proud of u
ধন্যবাদ জনালো
Maa kosom Lokoi daa boom mojaa lagil deii saii aru dislike diya hokolok jitu loise oo mojaaaa........
সচাই বহুত ভাল লাগিলে,দাদা।মই Nagaon ৰে হয়,মোৰ নাম Bishnu.আপোনাক এবাৰ লগ পোৱাৰ আশা আছে মোৰ,আপোনাক মই সেই ভাওনা খনৰ পৰা মানে সৰুৰে পৰা চাই আহিছো,দেখি আহিছো,প্ৰ্থমতে হাহিৰে ভৰা যদিও শেষলৈ এটা কিছু বাৰ্তা দিয়ে।সছাকৈয়ে বহুত ভাল লাগে ।সদায় যেন এনেকৈয়ে পাই থাকো আমি।
নিশ্চয়, অশেষ ধন্যবাদ
hundar vl lgile sy
ধন্যবাদ
Nice
মজ্জা লাগিল
সম্পূৰ্ণ চাই মতামত জনাবা saju
বহুত ভাল লাগিল, এই কৌতুক গোষ্ঠীৰ ছিৰিয়েল এখন হব লাগে । ভাল চলিব।
ধন্যবাদ
বৰ ভাল লাগিল। বৰ্তমান পৰিস্থিতিৰ লগত তুলনা কৰিব পাৰি।
হয়, ঠিকেই কৈছে
Moja move Da.👌👌
Hundor 💓💓
Mojahhh lokoi daaa
ধন্যবাদ হে বুলিলো
Bohut bhal lagil Lokoi daa
ধন্যবাদ
আজিৰ সমাজৰ মানসিকতাৰ লগত সামঞ্জস্য থকা সুন্দৰ সৃষ্টি.... দিব্যজ্যোতি দা! বহুত ভাল লাগিল।আপোনাৰ প্ৰতিটো কাহিনীত থাকে এটা সুন্দৰ বাৰ্তা সমাজৰ বাবে। ভৱিষ্যতে এনেকুৱা সৃষ্টিৰ আশা কৰিলোঁ। "Lokoi entertainment" ৰ সদায় কুশল কামনা কৰিছোঁ। জয় আই অসম🙏।
উৎসাহিত হলো, ধন্যবাদ জনালো
মজা লাগিলে
ধন্যবাদ
Big fan Dada apunar.. Abar apunak log pabo hepah aase.
Bhut vhal lgil aru pam buli akha thakil lokoida
নিশ্চয়
সুন্দৰ কমেডি ভিডিও বনাইছে আৰু বনাব লাগিব কিন্তু দিব্যজোতিদা
নিশ্চয়, ধন্যবাদ
Love you dipjyoti Da ❤️❤️❤️❤️
Bohut vl lagil sai lokoi daa .enekuwa aru vedio dib buli ahsa krilo
নিশ্চয়, ধন্যবাদ
বহুত বহুত ভাল লাগিছে ছবি খন দাদা আৰু আগবাঢ়ি যোৱা 🙏🙏🙏
ধন্যবাদ
@@lokoientertainment ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ
খুব ভাল লাগিল দিব্য দা আজি গোটেইখন চালো আৰু বহু পুৰনা মানুহ দেখা পালো
হয়, কেইবাজনো এতিয়া নাই
@@lokoientertainment ক'লৈ গ'ল তেওঁ লোক
@@user-yu9hc2hf3u Dhukal
*LOVE FROM DUBAI* NICE SIR BOHUT XUNDOR HOISE, Next part lage amak 🔥🔥🔥🔥🔥🔥
Thank you
Apunr acting ru apunk bhut vl lge dada bsi ke apunr acting bur mur khub priyo ru alpte ses hua mrmr ghar seril khn khub vl lgisil sai ... apunr vdio agle pam buli akha rkhilu .. apunr xklu sobir vitort tetun tamulir vauna khn sai khub vl lgisil...
ধন্যবাদ, subscribe কৰি বেল তো দি থব
বহুত্্ভাল। হৈছে
মজ্জা দিব্য দা
ধন্যবাদ জনালো
বহুত ভাল লাগিছে দাদা আৰু এই Dislike বোৰ নাচাব তাৰ সলনি like বোৰ চাব আৰু আমাক নতুন video দি থাকিব।পাৰিলে সকলোকে কৈছো মোৰ channleটো এবাৰ চাব
হয় হয়, ধন্যবাদ
Tetun tamuli mur khub prio, ahxa koru aru new story sabo parim, good luck
Thank you
Nice👌🥰👌❣️
Thanks
Bohut dhuniya hoise... background music moja lagise
অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
Film khn hb pare alp puroni kintu jikhini ktha film khnt uposthapon korise khub sundor uposthapon aru ajir somoyr lgt o mil khua.
অশেষ ধন্যবাদ
ভাল লাগিল দাদা ! old is good
ধন্যবাদ
সুন্দৰ হৈছে লকৈ দা আশা কৰোঁ আগলৈও এনেদৰেই আমাক মনোৰঞ্জনৰ খোৰাক দি যাব
ধন্যবাদ জ্ঞাপন কৰিছো
Lokoi da xundor sobi agloi aru pai thakim buli axa rakhilu
নিশ্চয়
ধন্যবাদ
বহুত ভাল লাগিল ধেমালিৰ মাজেৰে ৰাইজলৈ এক সুন্দৰ বাৰ্তা
আপোনাৰ অভিনয় বহুত ভাল লাগে। এক ভিন্ন সুৰি স্বাদ প্ৰদান কৰে
Bhut val lagise dada ...aru ntun video dibr..aakha thakil....
নিশ্চয়, ধন্যবাদ
বৰ ভাল লাগিল
Dada bohut val lage apunar comedy sai..God bless you anekoie aguai jauk dei🙏🙏😇 love from Dibrugarh ❤️
Thanks
mojaaaaaaaaaaaa
😍
G
Dip da bohut val lagil aru agor porai val paw log paisu apunak hoitu apuni pahorise.... Herai juwa artis hokololoi antor di sodahnjoli giyapn korilu....
ধন্যবাদ জ্ঞাপন কৰিলো
Bohut hundhor hoise...👍👍👍
ধন্যবাদ
অতি সুন্দৰ সময়োপযোগি ছবি । বৰ ভাল লাগিল । আপোনালোকৰ গোটটোৰ সকলো সদস্যক পুনৰবাৰ দেখাপাই আনন্দিত হ'লো। ভৱিষ্যতে আৰু ছবি চাবলৈ পাম বুলি আশা ৰাখিলো।
নিশ্চয়, ধন্যবাদ
ভাল লাগিল দেই চাই
দাদা আমি আছো আপোনাৰ লগত dislike কৰা সকলক বাদ দিয়ক
জয় আই অসম
উৎসাহিত হলো, ধন্যবাদ
অতি সুন্দৰ।
ধন্যবাদ
লকৈ দা সুন্দৰ। ভাল লাগিল
ধন্যবাদ জনালো
আৰু সুন্দৰ ছবিসমূহ দিব
নিশ্চয়
অতি সুন্দৰ সকলোৰে অভিনয় , লগতে আপোনাকো অশেষ ধন্যবাদ আমাক এইকন মনোৰঞ্জন দিয়াৰ বাবে । এইদৰে আগলৈকে এনেধৰণৰ Video দি আমাক আনন্দ দিব বুলি আশা থাকিল । ধন্যবাদ । জয় আই অসম ।
ধন্যবাদ
লকডাউনত ধুনীয়া উপহাৰ দিলে আৰু দিব আপোনাৰ ছবি সমূহ ২১দিন কি গমেই নাপাম
স্বাগতম, চেষ্টা কৰিম
Thike koise apuni ...
@@pallabibora1074djdjdjdjdjdjdjdjdjdjdjdkkhddddď
@@pallabigogoi3660 ভ
দাদা ভাল লাগিল ছবিখন..
লকডাউনৰ সময়তে এনেকুৱা আৰু চিনেমা চাব পাম বুলি আশা ৰাখিলো
বাৰু
Koka-aaitar morom hosai otuloniyo; nivaj. .... val lagil Dibyo da
ধন্যবাদ
Bohut val lagil love you lokoi da
Dhuniya sobi ❤❤
ধন্যবাদ
বহুত ধুনীয়া হৈছে।
ধন্যবাদ
bohut vl lagil. xomajor xosa protisobi Dibya Da... moja
ধন্যবাদ
Nic movie ...Dada..keep it up..god bless u ..
Thank you
1st viewer
বাহ, হয়, আপোনাক ধন্যবাদ
Mojaa lagil dada sobi khonot comedy aru thrill duyuta asile bhut bhal hoise
স্বাগতম জনালোঁ, আৰু ধন্যবাদ
Sai bht val lagil dei dada.....
ধন্যবাদ
@@lokoientertainment enkua video aru di thakibosn....amr sai sai alp timepass hbo...ghrt thaki nhle amoni lage o dada
Lakai da great work... Keep it up
Thank u
2nd view
হয়, ধন্যবাদ জনালো
Awards to loi jaba ahi
Mozaaa
Thanks
Val lagil dada agbahi jauk
ধন্যবাদ
Nice 👌👌👌
ধন্যবাদ
বৰ সুন্দৰ ছবি এখন চালো দেই।
ধন্যবাদ জ্ঞাপন কৰিলো
লকৈ দা আপুনাৰ """ হনুমান বেজ """ ছবি খন দিৱ !!! আখা কৰিলৈ
বাৰু
Nice
Bohut vl lagile apuner cenema sai bht vl lage
ধন্যবাদ
Val lagile dei sai
ধন্যবাদ
দিব্য দা মোৰ ফালৰ পৰা "BOOM LIKE"
কিন্তু এটা হে দিব পৰিলোঁ ।
ভালনে আপোনাৰ
Ajari samaor anandar khorak bahut bhal lagise
আছোঁ ভালেই, ধন্যবাদ
ধন্যবাদ
Mojjah dise dada ☺️
krishno ha bulilu aru.. Val lagile bohut dinor pasot aru ata part pai..
ধন্যবাদ
Mojaaaaa
আমি আপোনাৰ চিৰিয়েল বহুত ভাল পাওঁ দাদা
ধন্যবাদ জনালো
বহু দিনৰ মুৰত চালো মন চুই গল❤
আপুনি জানেনে যে ঈশ্বৰে আপোনাক ভাল পায়? যীচু খ্ৰীষ্ট হৈছে ঈশ্বৰ আৰু ঈশ্বৰৰ পুত্ৰ। যীচুৱে আমাৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে, সমাধিস্থ হ’ল আৰু পুনৰুত্থান হ’ল যাতে যীচুত বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে স্বৰ্গত অনন্ত জীৱন লাভ কৰিব পাৰে। যীচু খ্ৰীষ্টত বিশ্বাস কৰি আপুনি এবাৰ পৰিত্ৰাণ পালে, আপুনি সদায় পৰিত্ৰাণ পাব।
Bohut val lagil khomajot hoi thoka kisi ghotonar dorei lagil. Tq so much.
বহুত ধুনীয়া হৈছে দেই আৰু চাবলৈ পামনে
নিশ্চয়
ধন্যবাদ
আজি তৃতীয় বাৰৰ বাবে উপভোগ কৰিলো ৷ মোৰ এখন ভাল লগা ছবি ৷
এনে দৰ্শক আমাৰ আৰ্শীবাদ স্বৰূপ
Bahot val lagil dada .pisar Dakar kihobo no .sabola pamna.
বৰ ভাল লাগিল।সকলো কথা সোমাই আছে👍👍🙏
ধন্যবাদ
mon tu bohut val lagi jai ,apunar vdo sai
ধন্যবাদ
Dada , apunaloi ata onurudh thakil "Tetun Tamulir Vauna" r Part Bonai jabo aagoloiku saboloi pam buli akha thakil..
Dislike mara keijone Movie Khon khompurno ke suai nai Sage..I like your All movie...apunar ovinoi kholag lbo logiya
হয় হয়, ধন্যবাদ
Hi
Hello
Awesome😁
ধন্যবাদ
Mojaa disa
সুন্দৰ
ধন্যবাদ
Koka main ❤️