মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ এজন ব্যক্তিৰ। কোন এইজন ব্যক্তি?

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • দেশজুৰি চৰ্চিত কলেজিয়াম বিতৰ্কক লৈ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় এখন আলোচনা চক্র। অসম অধিবক্তা পৰিষদে আয়োজন কৰা আলোচনা চক্রত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ এজন ব্যক্তিৰ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা টিকিব নোৱাৰে বুলিও কটাক্ষ ব্যক্তিগৰাকীৰ। কোন এইজন ব্যক্তি? চাওক আমাৰ এই প্রতিবেদন।
    #pratidintime #assam #himantabiswasarma #assamnews

ความคิดเห็น • 300

  • @Miduldutta
    @Miduldutta ปีที่แล้ว +50

    আপোনাৰ কথা বোৰত ৰাজনীতি নথকা বাবেই ভাল লাগিলে ,
    সচা কথা 100%
    আচলতে আপোনাৰ লোকৰ দৰে মানুহৰ পৰা সাধাৰণ জ্ঞান ল'বলৈ বহুত আছে অসমৰ নেটা মন্ত্ৰী বোৰৰ ,
    যিমান দেখিলো সকলোৰে একে কাম কৰি আহিছে ,
    ৰাজনীতি জ্ঞানে নেটা মন্ত্ৰী বোৰক
    সাধাৰণ জ্ঞান বোলা বস্তূ ভাগ নাইকিয়া কৰিলে ,

  • @digantaborah5196
    @digantaborah5196 ปีที่แล้ว +87

    এনেকুৱা সৎ ব্যক্তি আজিকালি প্ৰায় নায়েই বুলিব পাৰি।

  • @jitenlahkar4485
    @jitenlahkar4485 ปีที่แล้ว +38

    কৃষ্ণ। ১০০ শতাংস সছা কথা কৈছে।এজন সৎ সাহসী অসমীয়া ব্যক্তি। বৰ্তমান সময়ত এনে সৎ-সাহসী অসমীয়া ব্যক্তীৰ প্ৰয়োজন। তেহে অসম আৰু অসমীয়া জীয়াই থাকিব পাৰিব। তেখেতক শত কৌতি প্ৰনাম।

  • @mohibulkhan2472
    @mohibulkhan2472 ปีที่แล้ว +26

    ধন্যবাদ জনাইছোঁ আপোনাক।

  • @dipakkalita7034
    @dipakkalita7034 ปีที่แล้ว +116

    থিক কৈছে নিজৰ ভাগিন ৰ কথা এনেকৈ কোৱা বাবে আপোনাক ধন্যবাদ ।

  • @anukulrabha5766
    @anukulrabha5766 ปีที่แล้ว +37

    হিমন্ত এজন দাম্ভিক মদগৰ্বী মুখ্য মনত্ৰী ।

  • @darpandeka5141
    @darpandeka5141 ปีที่แล้ว +69

    বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে ভাবে যে তেওঁতকৈ জনা ব্যক্তি এই পৃথিৱীত দ্বিতীয় জন নাই । অসমখন কি শৰ্মা ডাঙৰীয়াই নিজৰ পকেটৰ টকা খৰচ কৰি কিনি লৈছে। যিবিলাক ব্যক্তি চকু থাকি এতিয়াও অন্ধ হৈ আছে চকু মেলাৰ সময় খতিয়াবাই পাৰ হৈ গ'ল ।

  • @kishorhaloi5563
    @kishorhaloi5563 ปีที่แล้ว +23

    ধন্যবাদ অনিল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপুনি সচা কথাবোৰ কৈছে

  • @uttambhuyan6413
    @uttambhuyan6413 ปีที่แล้ว +136

    হয় সকলো সচাঁ সৎ সত্য কথা কৈছে ( মহোদয়ে )

  • @user-xx8yw3mt4g
    @user-xx8yw3mt4g ปีที่แล้ว +73

    সচা কথা কৈছে আপুনি

  • @hiteshdeka1317
    @hiteshdeka1317 ปีที่แล้ว +92

    "দেশতকৈ মোমাই ডাঙৰ নহয়" এইবাৰ গোটেই ভাৰতবাসীক জনাই দিলে ।

  • @anupamflutexur7819
    @anupamflutexur7819 ปีที่แล้ว +105

    নিজৰ ভাগিনীয়েক কিমান চতুৰ জানে। কিমান টেঙৰ হিমু। এশ গৰু মাৰিলে বাঘৰো মৰণ নে কি কয় ৰাইজ।

    • @sarbeswargogoi2781
      @sarbeswargogoi2781 ปีที่แล้ว +3

      মই হিচাব কৰি গৈ আছো,এশলৈ এতিয়াও 24টা বাকী আছে। লাহে লাহে হবগৈ দিয়ক।

  • @31no.sahidurrahmanparagola98
    @31no.sahidurrahmanparagola98 ปีที่แล้ว +10

    মহোদয়া এক দম সচা কথা কৈছৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @binudhazarika3087
    @binudhazarika3087 ปีที่แล้ว +10

    সঁচা কথা কৈছে চাৰ 🙏🙏🙏 আপোনাৰ কথা শুনি ভাল লাগিল

  • @chaochingblockpattu1350
    @chaochingblockpattu1350 ปีที่แล้ว +76

    বক্তা গৰাকীক অশেষ ধন্যবাদ।

  • @jantikakati7244
    @jantikakati7244 ปีที่แล้ว +28

    বহুত ভাল কথা কৈছে 🙏🙏🙏

  • @dsvlog8750
    @dsvlog8750 ปีที่แล้ว +19

    সচাকৈ ৰাইজৰ টকা আধা খিনি নিজৰ ব্যক্তিগত জীৱনত লাহ - বিলাহত প্ৰয়োগ কৰিছে । আৰু কোটি কোটি টকা ঋণ লৈ অসমৰ ভবিষ্যত অন্ধকাৰ লৈ থেলি দিছে ।

  • @TarunKumar-oo8nc
    @TarunKumar-oo8nc ปีที่แล้ว +9

    এইবাৰ শুনিলো যেনিবা "দেশতকৈ ভাগিন ডাঙৰ নহয় " ।

  • @irennath1411
    @irennath1411 ปีที่แล้ว +14

    100 %right sir

  • @lulalu6707
    @lulalu6707 ปีที่แล้ว +39

    👍👍👍👍👍👍👍 সছা কথা উল্লেখ কৰিছে ছাৰ আপোনাৰ 🙏🙏

  • @dipabhuyan3684
    @dipabhuyan3684 ปีที่แล้ว +25

    মোমাইকক ভাগিনে ভাল নাপাই ভাগিনে ৰাইজক তৌবা তৌবা দেখাইছে ওপৰে দিছে তলে তানিছে আমি মৰিছো কি কব ধন্যবাদ

  • @deijinaakhter4594
    @deijinaakhter4594 ปีที่แล้ว +4

    আপোনাৰ দৰে সকলোৰে সৎ সাহস থকা হলে, দেশ ৰসাতলে নগলে হেতেন । গণতান্ত্রিক অধিকাৰ সমূহ সাব্যস্ত কৰিবলৈ মানুহৰ যেন আকাল হৈ গ'ল।

  • @nabajyotisaikia3203
    @nabajyotisaikia3203 ปีที่แล้ว +23

    Vl kotha koise .

  • @azaharulislam2800
    @azaharulislam2800 ปีที่แล้ว +32

    Salute him. But Assamese media like corona patient

  • @paramanandabora1047
    @paramanandabora1047 ปีที่แล้ว +20

    অতি সচা কথা কৈছে ।

  • @sourabhray3801
    @sourabhray3801 ปีที่แล้ว +24

    Right kotha .

  • @nabajyotisaikia3203
    @nabajyotisaikia3203 ปีที่แล้ว +28

    Moja kotha koise...

  • @hirokmahanta5132
    @hirokmahanta5132 ปีที่แล้ว +28

    সঁচা কথা কাম কৰিথকা মানুহ সকলক কম টকা দি চলাইছে মেডিকেল ৰ nhm, কভিদ সময়ত বাহ বাহ পালে টকা নবহিল

  • @RahimKhan-cp4tl
    @RahimKhan-cp4tl ปีที่แล้ว +11

    অধিবক্তা ঠিকেই কইছে

  • @rahulaxom2603
    @rahulaxom2603 ปีที่แล้ว +9

    Salute apunak...xosa kotha kua apunar dore manuhar khub prayojan..🙏🙏🙏

  • @animaborah7558
    @animaborah7558 ปีที่แล้ว +3

    মানুহ এনেকুৱাই হব লাগে ।সঁচা তো সদায় সচা ।ৰাইজক টকা বিলাই জনপ্ৰিয়তা অৰ্জন কৰি আছে

  • @sandhyalakshmibora4269
    @sandhyalakshmibora4269 ปีที่แล้ว +6

    আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏

  • @mrskdasvlog5621
    @mrskdasvlog5621 ปีที่แล้ว +7

    মামাৰ পৰিচয় মামায় দিলে ভাল আৰু নো কি লুকাই আছে সকলো অপ্ৰিয় হ'লেও সৈত

  • @bhupendas3078
    @bhupendas3078 ปีที่แล้ว +10

    100% right, we are very shameful.

  • @karinadoley9690
    @karinadoley9690 ปีที่แล้ว +12

    Salute Advocate Anil Kumar sir

  • @durlavboruah4034
    @durlavboruah4034 ปีที่แล้ว +15

    Excellent

  • @user-kd4em5fd3u
    @user-kd4em5fd3u ปีที่แล้ว +14

    দেশতকৈ মমাই ডাঙৰ নহয়।

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl ปีที่แล้ว +5

    Sir you are excellent great

  • @sanjibbora1789
    @sanjibbora1789 ปีที่แล้ว +13

    বহুত ভাল কথা কৈছে মহোদয়।

  • @nanigopaldeb552
    @nanigopaldeb552 ปีที่แล้ว +3

    Like fully 100%.

  • @tbvvghukf
    @tbvvghukf ปีที่แล้ว +6

    hosa kotha koisy apuni... great salute sir

  • @nibagaro6976
    @nibagaro6976 ปีที่แล้ว +16

    ভাগিন আগত হব মামা পিছত থাকিব
    উকিল আৰু মিনিষ্টাৰ ,একে ৰাসৰকাঠি
    ৰাইজক দিবা এপালি, চলিব এনেকৈ।

  • @santanurajkonwar4093
    @santanurajkonwar4093 ปีที่แล้ว +3

    একেবাৰে সত্য কথা কৈছে মোমায়েকে। নিজৰ ভাগিনক নিশ্চয় ভালকৈয়ে চিনি পায়।

  • @mumtazali2453
    @mumtazali2453 ปีที่แล้ว +7

    We the people always respect the Persons as like the Person Respected Anil Kumar Bhattacharya.

  • @TC-nn6sn
    @TC-nn6sn ปีที่แล้ว +23

    Exactly. .

  • @nirugogoi4576
    @nirugogoi4576 ปีที่แล้ว +2

    Enekua hot byokti paboloi bohut tan apunak dhoinybad

  • @kkdsvlogs7657
    @kkdsvlogs7657 ปีที่แล้ว +8

    Right......statement

  • @bhumidas9888
    @bhumidas9888 ปีที่แล้ว +8

    Good voice

  • @TC-nn6sn
    @TC-nn6sn ปีที่แล้ว +15

    U are saying right. .

  • @7gc970
    @7gc970 ปีที่แล้ว +27

    সচাঁ কথা কৈছে টকাৰ শতকামত ব্যৱহাৰ হোৱাৰ নাই ।

  • @nabajyotichetia51
    @nabajyotichetia51 ปีที่แล้ว +4

    এই টকা বিলালে বুলিযে কৈছে। আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়াও পাইছে নেকি বাৰু? কাৰণ প্ৰতিদিনৰ চোক আগতকৈ কমিল । নে বুঢ়া হোৱাৰ কাৰণে

  • @pranjalsaikia7163
    @pranjalsaikia7163 ปีที่แล้ว +18

    100%Right

  • @babusaikia7886
    @babusaikia7886 ปีที่แล้ว +19

    This is right

  • @air33-ias53
    @air33-ias53 ปีที่แล้ว +7

    Thik koise..

  • @Bindasslifejadab
    @Bindasslifejadab ปีที่แล้ว +7

    Suniba baya but 100% right 👉 I think

  • @jitubarman6162
    @jitubarman6162 ปีที่แล้ว +17

    এইবাৰহে আচল মামা-ভাগিনৰ খেলা ৷

  • @safiqukaomm6209
    @safiqukaomm6209 ปีที่แล้ว +5

    এইবাৰ মামাক মামাই ওভতি ধৰছে

  • @mintudas7915
    @mintudas7915 ปีที่แล้ว +2

    Sir ekebare RIGHT. HOSA KOTHA APONI. THANKS.

  • @shamsulhoque6849
    @shamsulhoque6849 ปีที่แล้ว +4

    আটাইতকৈ দুৰ্ভাগ্যজনক, ২৫/৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পিছত শিক্ষক সকলক টিউটৰ সজাই লেবাৰৰ মজুৰি দি শিক্ষক সমাজক অপমান কৰাটো ।মুখ্যমন্ত্রী মহোদয়ে চিন্তা কৰা উচিত ১০/১২ হাজাৰ টকাত এটা পৰিয়াল চলাটো সম্ভৱ নেকি? তাৰোপৰি এই শিক্ষক সকলৰ অৱসৰৰ পিচত কি অবস্থা হব ?

  • @SaddamHussain-lk9bs
    @SaddamHussain-lk9bs ปีที่แล้ว +4

    Right sir

  • @daduamguri3054
    @daduamguri3054 ปีที่แล้ว +16

    Staya kotha

  • @pranjalsaikia7163
    @pranjalsaikia7163 ปีที่แล้ว +12

    Mozza dse

  • @aruncharoh6722
    @aruncharoh6722 ปีที่แล้ว +9

    100% hosa kota

  • @hritikdas8538
    @hritikdas8538 ปีที่แล้ว +18

    Right koka

  • @aktarhussain4476
    @aktarhussain4476 ปีที่แล้ว +7

    Right

  • @brotherhoodd5107
    @brotherhoodd5107 ปีที่แล้ว +9

    Right said kokka

  • @prasantakumardas9082
    @prasantakumardas9082 ปีที่แล้ว +7

    Right Right

  • @Shantana_Rajkhowa
    @Shantana_Rajkhowa ปีที่แล้ว +2

    Hundor

  • @nurulquraanofficial.channe5344
    @nurulquraanofficial.channe5344 ปีที่แล้ว +6

    100%

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 ปีที่แล้ว +5

    Rightly Says.

  • @b.kalita1381
    @b.kalita1381 ปีที่แล้ว +5

    Val kotha koise

  • @Samazinnervoice5322
    @Samazinnervoice5322 4 หลายเดือนก่อน +1

    Great man....brave speech....said the truth..thnx.. it's showing that if u really love ur nation ur country definitely u can't tolerate such things no matter whether relative or not.. 👍🙌🙏 it's almost year after get this video....but happy that genuinety still alive ...

  • @pranjalsaikia7163
    @pranjalsaikia7163 ปีที่แล้ว +15

    Very good

  • @sonybigtv6160
    @sonybigtv6160 ปีที่แล้ว +9

    💯

  • @ArifIslam-sb2pk
    @ArifIslam-sb2pk ปีที่แล้ว +4

    Dhanyawad Bhattacharjee sir 🙏🙏

  • @pankajkalita5138
    @pankajkalita5138 ปีที่แล้ว +11

    Mojja

  • @shahjahanali1735
    @shahjahanali1735 ปีที่แล้ว +1

    You Are Right, Thanque

  • @user-fk1mt2nw4s
    @user-fk1mt2nw4s ปีที่แล้ว +1

    100% right sir Thank You

  • @lulalu6707
    @lulalu6707 ปีที่แล้ว +3

    🔥🔥🔥🔥🔥 jya bharat 💪

  • @krishnagogoi1657
    @krishnagogoi1657 ปีที่แล้ว +2

    সচাঁ কথা কৈছে আপুনি |

  • @sikhsmonikalita8185
    @sikhsmonikalita8185 4 หลายเดือนก่อน

    Himanta Bishwa Sir Zindabad

  • @nitudutta4186
    @nitudutta4186 ปีที่แล้ว +12

    Mojja 👏

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 5 หลายเดือนก่อน +2

    আপুনি মামাৰ একেবাৰে আচল মামাকনে,সচাকথাবোৰ কবলৈ ধৰিছে,তাক স্বীকাৰ নকৰি নোৱাৰিলো

  • @amarsarmah6619
    @amarsarmah6619 ปีที่แล้ว +3

    মোমাই ডাঙৰ নহয়। বাবেই মোমাইৰ কথা মতে নচলে।সেয়ে মোমায়ে বেয়া পোৱাতো স্বাভাবিক।হলেও মোমাই ভাগিনৰ কথা। কথাবিলাক ৰাইক কৈছে।ৰাইজৰ মোমাই সেই জন মুখ্য মন্ত্ৰী।

  • @nayanMeloDtunes
    @nayanMeloDtunes ปีที่แล้ว +10

    I pray to the senior educated good civilians and retired clean civil servants to come forward and bring out a regional strong political party who would bring prosperity to the people of Assam in true sense.
    We donot want illiterate goons to become leaders n mantris to over power our constitution values and do whatever they want like Raja maharaja.

  • @nabinpatir4008
    @nabinpatir4008 ปีที่แล้ว +6

    সঁচা কথা চাৰ

  • @northeastfire9437
    @northeastfire9437 ปีที่แล้ว +2

    Respected Sir, Thank u apuni openly kak Nalbari Sahahor osorot thakio bahut janona bhugi asu ,,,,, ????

  • @bikashdeka60
    @bikashdeka60 ปีที่แล้ว +6

    Good comments

  • @nomikonwar6739
    @nomikonwar6739 ปีที่แล้ว +4

    Hocha kotha koisa

  • @azadulislam5268
    @azadulislam5268 ปีที่แล้ว +1

    God bless the real person

  • @jakirhussein5820
    @jakirhussein5820 ปีที่แล้ว +8

    hosa kotha koise

  • @montudarig4737
    @montudarig4737 ปีที่แล้ว +9

    এইবোৰ কথাত লৈ ইমান চিন্তা কৰাৰ কি প্ৰয়োজন চৰকাৰ খন ৰাইজে বনাই যদি ৰাইজৰ চকুত বেয়া হয় তেতিয়া ৰাইজে কি কৰিব লাগে যানে । ধন্যবাদ 🙏

  • @phonebhushonbarman7190
    @phonebhushonbarman7190 ปีที่แล้ว +3

    Dekhot koy momoy dangor nohoy🇮🇳🇮🇳🇮🇳🇮🇳🙏🏻🙏🏻🙏🏻🙏🏻

  • @deelipkashyap
    @deelipkashyap ปีที่แล้ว +3

    মামা ভাগিনৰ কাজিয়া যুগ যুগান্তৰৰ পৰাই চলিয়েই আছে ! পাছে সদায় মামা জনেই মৰেগৈ ৷ শ্ৰীকৃষ্ণই মামা কংসক বধিয়েই এই নিয়মটো চালু কৰি গ'ল ৷
    'শ্ৰীকৃষ্ণম শৰণম মমঃ ৷'

  • @umeshchetiya1340
    @umeshchetiya1340 ปีที่แล้ว

    VEry good news

  • @nurzamal9365
    @nurzamal9365 4 หลายเดือนก่อน

    You are Right sir ❤

  • @arabindabaro2350
    @arabindabaro2350 4 หลายเดือนก่อน

    বহুত বেছি অহংকাৰী হলে তেনে বোৰ মানুহৰ মগজুত কাৰো কথাই সোমাব নোৱাৰা হৈ পৰে।
    আমিবোৰ বহুত সৰু মানুহ। জনতাৰ আশীৰ্বাদত ৰজা হোৱাৰ পাছত সেই
    ৰজাই প্ৰজাৰ মূৰৰ ওপৰত ভৰি দি খোজ কাঢ়িবলৈ চেষ্টা কৰে। প্ৰজাৰ মাজতো ৰজা ঘৰৰ কৰ্মী আছে যিবোৰৰ কিছুমান আকৌ শিয়ালতকৈও বেছি ধুৰ্ত , সেইবোৰে নিজৰ স্বাৰ্থত বেছিভাগ কাম কৰে। ফলস্বৰূপে, ৰজাৰ শাসন প্ৰণালীত খেলি মেলিৰ সৃষ্টি হোৱা দেখা যায়।
    বাৰু সেইবোৰ যিয়েই নহওঁক, ৰজাৰ কাম কাজত আঙুলি টোৱাবলৈ আমি সৰু মানুহবোৰৰ অধিকাৰ একেবাৰে নাই।

  • @julfikkarali1883
    @julfikkarali1883 ปีที่แล้ว +3

    আগৰ ন্যায় বেবস্থা আৰু বৰ্তমানৰ নেয়বেবসতাত বহুত পাৰ্থক্য দেখিবলৈ পাও।

  • @islammstv6852
    @islammstv6852 ปีที่แล้ว +3

    Rit sir

  • @prasantagogoi5591
    @prasantagogoi5591 5 หลายเดือนก่อน

    Bahut val katha koise