‘অ’ খুড়া! উচ্ছেদকাৰী দলক এতিয়াই আহিব নিদিবচোন।

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 พ.ย. 2024

ความคิดเห็น • 687

  • @ashiklaskar5596
    @ashiklaskar5596 ปีที่แล้ว +1

    এই নিকু কলিতার কথা গুলো শুনে আমি চোখের পানি আটকাতে পারলাম না

  • @pratapkalita8894
    @pratapkalita8894 ปีที่แล้ว

    হে ভগৱান তাৰ সপোনবোৰ যেন এদিন নহয় এদিন পূৰণ হয়। আৰু উচ্ছেদ কৰা লোকসকলক সুমতি দিয়ক।

  • @prastutjr
    @prastutjr ปีที่แล้ว +1

  • @birazdas5636
    @birazdas5636 ปีที่แล้ว +1

    Niku god bless you beta.

  • @bipulgogoi2253
    @bipulgogoi2253 ปีที่แล้ว +93

    বহুত দিনৰ মূৰত চকুত চকুপানী ওলাই গল কব নোৱাৰাকৈ। শুদ্ধ অন্তৰে ভগৱানক পার্থনা জনাইছো লৰাটোৰ যেন কুমলীয়া সপোনবোৰ পূৰ্ণ হওক, কোনো দুখ কষ্ট নেপাওক আৰু।

    • @Warriror4789
      @Warriror4789 ปีที่แล้ว +2

      Same bhai bohut bea lgise

  • @bimald1
    @bimald1 ปีที่แล้ว

    আশ্ৰয় দিয়া বাইদেউগৰাকীৰ কথাৰপৰা অনুমান হয় নিকুহতৰ ভঙা ঘৰটোও ভাৰাঘৰেই আছিল।

  • @deepabora5058
    @deepabora5058 ปีที่แล้ว +167

    চকুৰ পানী উলাই গল। বৰ দুখ লাগিল।

  • @msupervlogs4595
    @msupervlogs4595 ปีที่แล้ว

    এইজন লৰা স্কুল বেগৰ ঠাইত ঘৰৰ সামগ্ৰী কঢ়িয়াই আছে। বহুত দুখ লগা দৃশ্য।। ভগৱানে তাক শক্তি দিয়ক তাক জীয়াই থাকিবলৈ।

  • @mainaboruah8861
    @mainaboruah8861 ปีที่แล้ว +1

    ভগৱানে,যাতে,কনমানিতোক,কুশলে,ৰাখে।🙏🙏😭😭

  • @reshnakumbang8053
    @reshnakumbang8053 ปีที่แล้ว

    Very important report

  • @always3541
    @always3541 ปีที่แล้ว

    The reporter should get huge reward for his GREAT camera work ... salute U Sir and your team for showing this paining pics

  • @dehadehi4142
    @dehadehi4142 ปีที่แล้ว +1

    Bohut dhukh lagise 😭😭😭😭😭😭😭

  • @ajijunnessa3762
    @ajijunnessa3762 ปีที่แล้ว

    Amin😭🙏🤲

  • @bipulnath2789
    @bipulnath2789 ปีที่แล้ว

    Heart touching vai

  • @rantu6117
    @rantu6117 ปีที่แล้ว

    হৃদয়বিদাৰক

  • @chakrapaniborah7750
    @chakrapaniborah7750 ปีที่แล้ว

    বৰ দুখ লাগিল

  • @pobitralearner8969
    @pobitralearner8969 ปีที่แล้ว +1

    He vogowan

  • @hrishikeshdeka6257
    @hrishikeshdeka6257 ปีที่แล้ว +1

    God bless him. ....❤

  • @montudutta7017
    @montudutta7017 ปีที่แล้ว +83

    অতি সোনকালে এই পৰিয়াল টোক চৰকাৰে কিবা এটা ব্যবস্থা কৰিব লাগে 🙏 কণমানিতোৰ কথাৰে হৃদয় জোকাৰি গল 👍

  • @joydeepsutradhar862
    @joydeepsutradhar862 ปีที่แล้ว

    অসম চৰকাৰে যেন পৰিয়াল খনক চকুৰে চাই। আৰু নিকুৰ স্কুলৰ ব্যৱস্থা কৰি দিয়ে। 🙏

  • @mitalibaishya7148
    @mitalibaishya7148 ปีที่แล้ว

    God bless you

  • @johnwick-re8hu
    @johnwick-re8hu ปีที่แล้ว +1

    Help him God. And punish those political leaders and bureaucrats who use to bully on poor people!!

  • @ninakakoti7789
    @ninakakoti7789 ปีที่แล้ว

    নিকুৰ video বনোৱা ব্যক্তিজনলৈ বহুত বহুত ধন্যবাদ। অজানিতে তেওঁ কাৰোবাৰ বহুত উপকাৰ কৰি থৈ গল।

  • @bhaskardeka1904
    @bhaskardeka1904 ปีที่แล้ว

    God bless you 🙏

  • @onimabegom3515
    @onimabegom3515 ปีที่แล้ว

    Bohut agole jawk konmani vaiti tu❤️💕🤲🤲🤲🤲🤲

  • @ganeshmissong2747
    @ganeshmissong2747 ปีที่แล้ว

    Osakoi. Duk lagilllll

  • @munudidiyoutubevideos8059
    @munudidiyoutubevideos8059 ปีที่แล้ว

    Patidin time thanks

  • @ashikulali9575
    @ashikulali9575 ปีที่แล้ว

    Mojja kam korise mama

  • @bolindehingia1304
    @bolindehingia1304 ปีที่แล้ว +198

    অতি দুখলগা দৃশ্য ।ঈশ্বৰে কুশলে ৰাখক , কণমানিটিক ।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 ปีที่แล้ว +255

    অসম চৰকাৰে তেওঁলোকৰ লগতে কনমানিতোক সহায় কৰে যেন তাকে কামনা কৰিলো 🙏🙏

  • @nayanjyotiborah8330
    @nayanjyotiborah8330 ปีที่แล้ว

    Xosai bht Val lagil mainatir kotha xuni olop help kori Val kage

  • @arupsarma7792
    @arupsarma7792 ปีที่แล้ว +1

    My friend...... please help us ..... please................

  • @ParthaMSD7
    @ParthaMSD7 ปีที่แล้ว

    Vaiti 2 Dangor manhu hok tare kamona korilu vogobanor osorot 🙏

  • @guptasarmah8949
    @guptasarmah8949 ปีที่แล้ว +17

    শিশুটি মে যথেষ্ট প্ৰতিভাৱান তাৰ কথাৰ পৰাই প্ৰমাণ পোৱা যায় । পাৰিলে কোনো অৰ্থৱান সদাশয় ব্যক্তিয়ে দয়া কৰি সহায়ৰ হাত আগবঢ়ায় যেন ।

    • @bishalsarma5306
      @bishalsarma5306 ปีที่แล้ว

      সহায় কৰিলে ইতিমধ্যে

  • @punyapravasaikia6669
    @punyapravasaikia6669 ปีที่แล้ว

    Very very sad news.God bless u

  • @mrinalkardong7662
    @mrinalkardong7662 ปีที่แล้ว

    থাকিব দিয়ক আপোনাক ভগৱানে এদিন আপোনাক চকু মেলি চাব

  • @gopinathkoch6230
    @gopinathkoch6230 ปีที่แล้ว

    Bhogowan soku meli Sai Jen 🙏🙏🙏

  • @mithunsaikia857
    @mithunsaikia857 ปีที่แล้ว

    💓💓💓💓💓💓💓💓💓💓💓

  • @parthapratimdas8426
    @parthapratimdas8426 ปีที่แล้ว +106

    কনমানিটোৰ কথাখিনিয়ে হৃদয়ত খুন্দা মাৰি গ'ল !😭

  • @babluray5831
    @babluray5831 ปีที่แล้ว

    Mrm lga sikhutuk..vgbn e vle rkhok🙏

  • @arzianakhatun2859
    @arzianakhatun2859 ปีที่แล้ว +1

    Allah সবাইকে সুস্থ রাখুন

  • @rajaxomvlogs2153
    @rajaxomvlogs2153 ปีที่แล้ว

    🙏🙏

  • @juluhazarika7921
    @juluhazarika7921 ปีที่แล้ว

    🙏😭😭

  • @dharmeswargowala8126
    @dharmeswargowala8126 ปีที่แล้ว

    Unusuall 🙏

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 ปีที่แล้ว +1

    কনমানিটো সচাঁকৈয়ে এদিন বহুত ডাঙৰ মানুহ হ'ব। নে কি কয় ৰাইজ???

  • @zayndx2288
    @zayndx2288 ปีที่แล้ว

    Ufffff bukut lgi gol kotha2 khuni emn Khru vaiti2 ........🙏🙏🙏🙏

  • @youtubeuser8607
    @youtubeuser8607 ปีที่แล้ว +21

    এই পোণাটোৰ মাতটো কান্ ত বাজি আছে, সৰুৰে পৰা এই বিলাক দেখা নাছিলো,এই বয়সত সহ্য নোহোৱা হৈছে। ঈশ্বৰে কুশলে মঙ্গলে ৰাখক 🙏🙏❤️😍😍

  • @pravachutia931
    @pravachutia931 ปีที่แล้ว +5

    যিখন দেশত মানুহে শান্তিৰে টুপনি যাব পাৰে আৰু এমুঠি খাব পাৰে ,সেইখনেই ধনী দেশ ॥

  • @jumidasdas
    @jumidasdas ปีที่แล้ว +97

    এইবোৰৰ হে ভাল সাংবাদিকতা

  • @indrajitchetri442
    @indrajitchetri442 ปีที่แล้ว +1

    Thank you mama thank you best Chief Minister #NEW ASSAM # bulldozer king mama

  • @amiokachari4375
    @amiokachari4375 ปีที่แล้ว +16

    সম্পদ সম্পদেই,লাগিলে দুখীয়াৰ পিৰা খনেই হওক আৰু ধনীৰ আটক ধুনীয়া চুফা খনৰ! যিয়ে কষ্ট বিনিময়ত লাভ কৰে।🙏

  • @pratapkalita8894
    @pratapkalita8894 ปีที่แล้ว

    তাৰ কথাখিনি শুনি চকুপানী ৰখাব নোৱাৰিলোঁ। হে ভগৱান এইবোৰ মানুহৰ প্ৰতি অকনমান চকু দিবা। চৰকাৰে এই শিশুবোৰক অকনমান চাওক। ধনী মানুহ বোৰক একো কৰিব নোৱাৰে, দুখীয়া মানুহ বোৰক ইমান অত্যাচাৰ কৰিব নাপাই। এই শিশুটিক চৰকাৰে তাৰ দায়িত্ব ল'ব লাগে। বহুত দুখ লাগিল।

  • @vivekvlog5053
    @vivekvlog5053 ปีที่แล้ว

    এয়াই জীৱন

  • @robinsaikia2948
    @robinsaikia2948 ปีที่แล้ว

    Mama tumi hosa 🔥🔥🔥 vl lagel

  • @sujitcreation108
    @sujitcreation108 ปีที่แล้ว

    😭😭😭😭😭😭

  • @anjaligogoi9862
    @anjaligogoi9862 ปีที่แล้ว

    Baby very nice tumra vgobanor usrt 🙏🙏🙏💓💓💓

  • @hellowmoto854
    @hellowmoto854 ปีที่แล้ว +1

    Loratu aagontuk din bur bohut vaal hbo..kune dekhise ahibo loga din .adin bht dangor manuh hbo

  • @pp_wonderer9269
    @pp_wonderer9269 ปีที่แล้ว

    Sad reality and real face of ...................

  • @abhirun847
    @abhirun847 ปีที่แล้ว

    সি বুজি পাইছে জীয়াই থকা কিমান কঠিন ।

  • @brajagopalsharma469
    @brajagopalsharma469 ปีที่แล้ว

    😥😥😥🙏🙏🙏

  • @pjduwarah5889
    @pjduwarah5889 ปีที่แล้ว +8

    বাতৰি পৰিৱেশন কৰিছে থিকে আছে ,যদি নিকু সহায় কৰা হলে ভাল আছিল। যদি কোনোৱে A/C নআম্বাৰ দিলে ভাল আছিল কিবা এটা সৰুক হ'লেও সহায় কৰিলো হয়।

  • @ayushgamingclubassam9641
    @ayushgamingclubassam9641 ปีที่แล้ว

    ইছ কিমান যে দূখ লগা । আমি ভিদিঅ টো চাই দূখ লাগিছে বুলি কবহে পাৰিছো। ল'ৰা টোৱেহে গম পাইছে কেনেকুৱা লাগিছে তাৰ।

  • @anupam-bitupan7911
    @anupam-bitupan7911 ปีที่แล้ว

    That's like মিডিয়া।।।

  • @BaharulIslam-tr7mi
    @BaharulIslam-tr7mi ปีที่แล้ว

    😭😭😭😭😭 শুস্ত ৰখুক ভালে ৰাখুক

  • @Tickthegreen
    @Tickthegreen ปีที่แล้ว +101

    দুখজনক। ভগৱানে সহায় কৰক এইসকলক

  • @skrmixturetravelvlogs6355
    @skrmixturetravelvlogs6355 ปีที่แล้ว

    We should need help the poor family

  • @ashikulali9575
    @ashikulali9575 ปีที่แล้ว

    Thike korise mamai

  • @dill735
    @dill735 6 หลายเดือนก่อน

    🙏😢

  • @khekakhua9340
    @khekakhua9340 ปีที่แล้ว

    😢😢😢

  • @ajaysonowal4494
    @ajaysonowal4494 ปีที่แล้ว

    B. J. P. A bhot val Kam korisa good💯💯💯

  • @tanbir2931
    @tanbir2931 ปีที่แล้ว +4

    মই পঢ়াৰ দায়িত্ব লৱ ইচ্ছুক

  • @Toxic-go3zw
    @Toxic-go3zw ปีที่แล้ว +6

    অতি হ্নদয় বিদাৰক ঘটনা ।শিশুটিৰ কথা শুনি মনটো সেমেকি গৈছে !

  • @bhrigupatiray4474
    @bhrigupatiray4474 ปีที่แล้ว

    Bht bya lgise

  • @btcbaksa6180
    @btcbaksa6180 ปีที่แล้ว +1

    Dukh lga kintu

  • @ChihaGogoi
    @ChihaGogoi ปีที่แล้ว

    Prithibikhonot thakiboloi adhikar nuhuwa hoise kiyo jonom dila bhogoban 😭😭😭😭😭😭

  • @prasenjeetroy743
    @prasenjeetroy743 ปีที่แล้ว +1

    I am very sad.

  • @rijumushahari5038
    @rijumushahari5038 ปีที่แล้ว +71

    অতি দুখ লগা হে ভগবান কণমানি ঘৰখন যাতে চৰকাৰে সহায় কৰে তাকে অনুৰোধ কৰিলোঁ 🙏

  • @leeaction440
    @leeaction440 ปีที่แล้ว

    😭😭

  • @boikuntaye1815
    @boikuntaye1815 ปีที่แล้ว

    বহুত দূখ লাগিল বাতৰিতো চাই

  • @xcvbn467
    @xcvbn467 ปีที่แล้ว

    😭😭😭😭😭😭😭😭😭🙏

  • @LegendIshan
    @LegendIshan 7 หลายเดือนก่อน

    😢

  • @benjamirl6032
    @benjamirl6032 ปีที่แล้ว

    God bless you niku

  • @simantadeka1191
    @simantadeka1191 ปีที่แล้ว

    😥😥😥😥

  • @kalyani345
    @kalyani345 ปีที่แล้ว

    😭😭😭😭

  • @Mvlog8913
    @Mvlog8913 ปีที่แล้ว

    😢😢😢😢🙏

  • @rikidas724
    @rikidas724 ปีที่แล้ว

    মাত কথাবোৰ হৃদয়স্পৰ্শী, ভগৱানে মঙ্গল কৰক।

  • @ritumonu7169
    @ritumonu7169 ปีที่แล้ว

    Allah

  • @puspakumarkalita9165
    @puspakumarkalita9165 ปีที่แล้ว

    Please help.msg to Assam govt

  • @CricFreak786
    @CricFreak786 ปีที่แล้ว

    😔😔😔

  • @MohiburOfficial22
    @MohiburOfficial22 ปีที่แล้ว

    😮

  • @dhanjitnath2394
    @dhanjitnath2394 ปีที่แล้ว +8

    তুমি এদিন বহুত ডাঙৰ মানুহ হবা বাবু আশীৰ্বাদ কৰিছোঁ ।ভালে থাকিবা।🙏

  • @pallabassamesevlogs7951
    @pallabassamesevlogs7951 ปีที่แล้ว

    😢😢😢God bless you

  • @maramibaruah4041
    @maramibaruah4041 ปีที่แล้ว +1

    Teulukok jate khohai kore jen sarkare 😥😥🙏

  • @monujboruah3367
    @monujboruah3367 ปีที่แล้ว

    চৰকাৰ খন মানিচো কিন্তু দেই । অসমৰ অসমীয়া থলুৱা মানুহ খিনিকে সংস্থাপন দিব পৰা নাই আকৌ বিদেশী আনিবলৈ যায়। মানুহ হিচাপে জীয়াই থাকিবলৈ এই লোকসকলৰ কি মানৱ অধিকাৰ নাই । আমাৰ দেশ মাটিৰ গান গাই ফুৰা মানৱ অধিকাৰ নিৰাপত্তা কথা চিঞৰি ফুৰা সংগঠন বোৰ ক'ৰবাত মৰিল নেকি। চৰকাৰে এটা নিৰাপত্তাকৈ থাকিবলৈ ঠাই নিদিয়াকৈ এই লোকসকলৰ ঘৰ বোৰ ভাঙিবলৈ ক'ত অধিকাৰ পালে । এইখন গণতান্ত্ৰিক চৰকাৰনে উত্তৰ কোৰিয়াৰ কিম জং উনৰ দৰে একনায়কত্ববাদী চৰকাৰ । এনেবোৰ কাম কৰিবলৈ বিশ্বৰ আগত লাজ পাব লাগে । মানুহ হিচাপে জীয়াই থকা অধিকাৰ সকলোৰে আছে । আৰু মানুহৰ জীয়াই থাকিবলৈ মৌলিক প্ৰয়োজনীয় সামগ্ৰী সমূহ ধ্বংস কৰা অধিকাৰ কোন বাপেকে দিলে । আমাক চৰকাৰ কিয় প্ৰয়োজন যদি জনসাধাৰণকে নিৰাপত্তা বঞ্চিত কৰে ।

  • @abhijitbharadwaz8283
    @abhijitbharadwaz8283 ปีที่แล้ว

    Really bhut dukh loga

  • @parthasarathiborah6024
    @parthasarathiborah6024 ปีที่แล้ว

    ডাঙৰ ডাঙৰ MNC বোৰক উন্নয়নৰ নামত চৰকাৰী ভূমি দি এনে সৰু সৰু অসমীয়া পৰিয়ালবোৰক উচ্ছেদ কৰাটো কিমান যুক্তিসংগত সেইটো চৰকাৰে এবাৰ ভাবিব চোৱা উচিত।
    বিদ্ৰঃ সৰু লৰাজনৰ কথাখিনিয়ে চকুপানী নমাই আনিলে। ভগবানে তাৰ মংগল কৰক।

  • @krishanuspiderman8581
    @krishanuspiderman8581 ปีที่แล้ว

    😭😭❤️

  • @arunbhumijofficial6914
    @arunbhumijofficial6914 ปีที่แล้ว

    😥😥😥😥😥😥😥😥😥

  • @barunbiswasallinone5360
    @barunbiswasallinone5360 ปีที่แล้ว

    খুবই দুঃখজনক খবর 🌺🙏🌺

  • @Krishnamedhivlogs2023
    @Krishnamedhivlogs2023 ปีที่แล้ว

    🙏🙏🙏🙏🥺🥺🥺🥺🥺