Assamese dry small fish Recipe//আইতা দিনৰ থলুৱা জুতি//পাতত দিয়া শুকান মাছৰে জুতি লগাই এসাঁজ

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • Assamese dry small fish Recipe//আইতা দিনৰ থলুৱা জুতি// পাতত দিয়া শুকান মাছৰে জুতি লগাই এসাঁজ
    পাতত দিয়া (ইংৰাজী: cooked in banana leaf) হৈছে ভাৰতকে ধৰি ইণ্ডোনেছিয়া, মালয়েছিয়া, লাওছ আদি এছিয়াৰ বিভিন্ন দেশৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী।[1] এই পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ৰন্ধা হয়। পৃথিৱীত কল উৎপন্ন হোৱা ঠাইসমূহৰ লোকসকলে ইয়াৰ বৃহৎ পাতবোৰ ব্যৱহাৰ কৰাৰ উপায় উদ্ভাৱন কৰিছে আৰু সেইমতে নিমখীয়া আৰু মিঠা দুয়োধৰণৰ খাদ্যৰ চাৰিওফালে মেৰিয়াই ৰন্ধাৰ পদ্ধতি অনুসৰণ কৰিছে। কলপাতেৰে তৈয়াৰ কৰা টোপোলা এটাই আৰ্দ্ৰতা ধৰি ৰাখে আৰু ব্যঞ্জনত ভিন্ন সোৱাদ প্ৰদান কৰে।[2] কলপাতে খাদ্যবস্তুত সুগন্ধিৰে ভৰাই কৰি তোলে। অসম আৰু পশ্চিমবংগত পাতত দিয়া মাছৰ ব্যঞ্জন বিশেষভাৱে জনপ্ৰিয়।[1] মিচিং লোকসকলে কলপাতৰ সলনি তৰাগছৰ পাতেৰে মেৰিয়াইয়ো পাতত দিয়া খাদ্য প্ৰস্তুত কৰে। পাতত দিয়া খাদ্য আমিষ বা নিৰামিষ দুয়োপ্ৰকাৰৰ হ'ব পাৰে। ভাৰতৰ অন্যান্য প্ৰান্ত বা এছিয়া আৰু অন্য মহাদেশৰ বিভিন্ন অঞ্চলত কলপাতেৰে মাছ বা মাংস মেৰিয়াই ভাপত দি সিজোৱা হয়। ইয়াৰ পৰিৱৰ্তে অসমত সাধাৰণতে ভাপত দিয়াৰ সলনি কলপাতৰ টোপোলা বান্ধি জুইত পুৰি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। গুজৰাটী ৰন্ধনশৈলীতো পাতত দিয়া পদ্ধতিৰ প্ৰয়োগ দেখা যায়।
    I downloaded my non copyright background music from this channel • Video
    Please subscribe and dont forget to give the link in your description when you use it for your videos okay 🥰

ความคิดเห็น • 16

  • @rumitalukdardas3687
    @rumitalukdardas3687 2 ปีที่แล้ว +2

    Bhal lagil

  • @PKNath-fx9gv
    @PKNath-fx9gv 2 ปีที่แล้ว +1

    Val lagil👌👌👌

  • @kaushiknath7285
    @kaushiknath7285 2 ปีที่แล้ว +2

    Mja🤗🤗

  • @nirmalisvlogs1570
    @nirmalisvlogs1570 2 ปีที่แล้ว +2

    emn dhunia koi banala jivar pani ahi gol

    • @sweetmona2815
      @sweetmona2815  2 ปีที่แล้ว +1

      হয় নে,, ধন্যবাদ।।

  • @runcreation7484
    @runcreation7484 2 ปีที่แล้ว +1

    Dhuniya lagise 👌👌👌💞💞🙏💞💞

    • @sweetmona2815
      @sweetmona2815  2 ปีที่แล้ว

      হয় নে,,ধন্যবাদ 😍😍

  • @pinkysultana2453
    @pinkysultana2453 2 ปีที่แล้ว +1

    Moja

  • @binakakatinath2502
    @binakakatinath2502 2 ปีที่แล้ว +1

    Tasty

  • @krishnalivlogs1824
    @krishnalivlogs1824 2 ปีที่แล้ว +1

    ভাল লাগিল চাই ❤️❤️ ৰেচিপী টো try korib লাগিব ।। দেখি খাওঁ খাও লাগি গৈছে😍😍