চলিবলৈ হাতত টকা নাছিল😭

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • Created by:
    Mustaq ahmed
    ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios

ความคิดเห็น • 320

  • @rupaliborahrosemajuli1507
    @rupaliborahrosemajuli1507 11 หลายเดือนก่อน +134

    *তথাকথিত* চেলিব্রেটী সকলৰ পিছত নদৌৰি সাধাৰণ মানুহক মনৰ কথাবোৰ কবলৈ এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। সাধাৰণ মানুহ খিনিৰ কথা বোৰে হৃদয় চুই গৈছে

  • @madhuphukan1718
    @madhuphukan1718 11 หลายเดือนก่อน +20

    আপুনি সাধাৰণ মানুহৰ খিনি সুখ দুখ প্ৰকাশ কৰিবলৈ এনেকুৱা এখন মঞ্চ দিছে ধন্যবাদ

  • @pragyanjm
    @pragyanjm 11 หลายเดือนก่อน +30

    আপোনাক বহুত ধন্যবাদ। সাধাৰণ মানুহ খিনিক এখন ধুনীয়া মঞ্চ দিয়া বাবে

  • @shemimahmedssiddiki9003
    @shemimahmedssiddiki9003 11 หลายเดือนก่อน +19

    Khokoloke bohut dhonnybd,, iman morom dia babe, comments bur pohri moi bohut khahokh paisu❤❤

  • @arjubegum3104
    @arjubegum3104 11 หลายเดือนก่อน +21

    দুইও গৰাকী মোৰ খুব প্ৰিয়। আগুৱাই যোৱা 💐💐

  • @anupkrdas6798
    @anupkrdas6798 11 หลายเดือนก่อน +22

    দুয়োগৰাকীকে শুভেচ্ছা জনালো । দুয়োগৰাকীৰ প্ৰগ্ৰেম খিনি চাই ৰাইজে ভাল পাইছে । আৰু আগলৈ আগবাঢ়ি যোৱা সেইয়াই আমাৰ তোমালোকলৈ আৰ্শীবাদ থাকিল ।

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 11 หลายเดือนก่อน +5

    বৰ সুন্দৰ অনুষ্ঠান ৷ মন্ত্ৰমুগ্ধকৰ ৷ চেমিম আহমেদ চিদ্দিকিৰ সা্ক্ষাৎ গ্ৰহণ সমূহো তেখেতৰ চেনেলত প্ৰায়েই চোৱা হয় ৷ দেউতাকৰ প্ৰতি থকা তেখেতৰ আৱেগবোৰ পিতাকৰ আশীৰ্বাদ হৈ ঘুৰি আহি জীৱনত আগুৱাই নিয়ক ৷ মই জনাত চেমিম শব্দটোৰ অৰ্থ সুগন্ধি ৷ পৰিশ্ৰমেৰে কৰা তেখেতৰ সুন্দৰ কামবোৰ সুগন্ধিৰ দৰেই দুৰ- সুদুৰলৈকে বিয়পি পৰক ৷ সদায় ভালে থাকক 🙏

  • @geetuboro7716
    @geetuboro7716 11 หลายเดือนก่อน +6

    Shemim baa apunakhe dekhisilu bohutor e interview lowa kintu Ulutai apunare interview dekhi val lagil. Apuni Himasree r interview lobo soon .

  • @manibankalitanath3648
    @manibankalitanath3648 11 หลายเดือนก่อน +13

    খুবেই ভাল লাগিছে আজিৰ ভিডিঅ টো । খুবেই ষ্ট্ৰং দুজনী ইউটিউবাৰৰ বাৰ্তালাপ। চেমিম খুবেই মৰম লগা , কথাবোৰ কোমলকৈ কোৱা সচাকৈ মৰমলগা ছোৱালী । ঠিক তেনেদৰে হিমাশ্ৰী । দুজনী লৈ অফুৰন্ত মৰম আৰু শুভেচ্ছা সদায় আছে । দুইজনীয়ে সুন্দৰ কামেৰে আগবাঢ়িছা আগুৱাই যোৱা ।

  • @swapnalitalukdar69
    @swapnalitalukdar69 11 หลายเดือนก่อน +15

    দুয়ো গৰাকীলৈ মৰম আৰু শুভেচ্ছা যাছিলোঁ🌹🌹❤❤

  • @AbhigyanBaruah-hg4op
    @AbhigyanBaruah-hg4op 2 หลายเดือนก่อน +1

    ❤❤❤হিমাশ্ৰী ভণ্টি আৰু চেমিম বান্ধবী তোমালোক দুয়ু গৰাকীয়েই মোৰ বহুত প্ৰিয়

  • @riturajkalita2767
    @riturajkalita2767 11 หลายเดือนก่อน +7

    দুয়ো গৰাকী লৈ আন্তৰিক শুভেচ্ছা তথা বহুত বহুত মৰম যাচিলোঁ।
    লগতেই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 หลายเดือนก่อน +1

    চেমিমক বৰ ভাল পাও ।সময় পালে প্ৰায় vdo বোৰ ঢাও ।আৰু হীমাশ্ৰীকো বৰ মৰম লাগে ।আগুৱাই যোৱা ।শুভেচ্ছা থাকিল ।

  • @janulahon9911
    @janulahon9911 11 หลายเดือนก่อน +6

    দুয়ো গৰাকীলৈ আন্তৰিক অভিনন্দন থাকিল ।শুভাশীষ দিলো আৰু আগবাঢ়ি যোৱা।

  • @bijumedhi1935
    @bijumedhi1935 10 หลายเดือนก่อน +1

    খুব ভাল লাগিল চাই, এনেকৈৱে দুয়োজনী আগবাঢ়ি যোৱা

  • @HasinaBegum-c5m
    @HasinaBegum-c5m 11 หลายเดือนก่อน +5

    হিমাশ্ৰী বাৰ প্ৰতেকটো ভিদিঅ ভাল লাগে।কিন্ত আজিৰ ভিদিঅ টো মোৰ আটাইতকৈ ভাল লাগিল।কাৰন আজি তুমি চেমিম আহমেদ বাৰ ইনটাৰভিও লৈছে। দুজনীয়ে একে কাম‌ কৰি আছে❤❤।

  • @dikhowporiyagavoru9839
    @dikhowporiyagavoru9839 11 หลายเดือนก่อน +23

    শ্বেমিম বা'ক কান্দা দেখা নাছিলো আজিলৈকে।।যেতিয়া বা'ৰ ইন্টাৰভিউ চাওঁ সদায় হাঁহি থাকে।।বেয়া লাগে কান্দিলে..

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq 2 หลายเดือนก่อน

    তোমালোক দুয়োজনীৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে , এই কথা খিনি শুনি ভালো লাগিছে দুখো লাগিছে 🥹হৃদয়খন চুই গল মোৰ, প্ৰত্যেকজন দেউতাকৰে ছোৱালী লৈ মৰম শ্নেহ বেছি , ছোৱালী য়েহে বুজি পায়।

  • @123janmoni
    @123janmoni 11 หลายเดือนก่อน +6

    তোমাৰ video বোৰ চাই বহুত ভাল লাগে। তোমাৰ কথা বোৰ ও মোৰ খুব ভাল লাগে।

  • @mamonigogoi8199
    @mamonigogoi8199 11 หลายเดือนก่อน +4

    দুই গৰাকীক একেলগে দেখি ভাল লাগিল। দুয়োগৰাকীকে আৰ্শীবাদ কৰিছো আগোৱাই যোৱা।

  • @bijoyagogoi6248
    @bijoyagogoi6248 11 หลายเดือนก่อน +2

    দুয়ো গৰাকীৰ প্ৰগেম চাই বহুত ভাল লাগে।দুয়োগৰাকী কে ধন্যবাদ জনালো ।

  • @dilipchandradas2292
    @dilipchandradas2292 11 หลายเดือนก่อน +5

    তোমালোক দুয়োকে জীৱনৰ বাটত আৰু আগবাঢ়ি যাবলৈ শুভকামনা আৰু আশীৰ্বাদ কৰিলোঁ। অসমীয়া ছোৱালী হিচাবে তোমালোকক লৈ গৌৰৱ অনুভৱ কৰোঁ।

  • @junugogoi4458
    @junugogoi4458 11 หลายเดือนก่อน +5

    দুয়ো গৰাকীলৈ বহুত শুভেচ্ছা আৰু মৰম জনালেো❤❤

  • @bitaboruah9736
    @bitaboruah9736 5 หลายเดือนก่อน +1

    বহুত ভাল লাগিল । দুই গৰাকী মোৰ বৰ প্রিয় । দুই গৰাকীৰ ভিডিও বোৰ মই চাওঁ ।

  • @janulahon9911
    @janulahon9911 11 หลายเดือนก่อน +1

    Bohut val lagil .himashree aru semim duyu gorakiyei val Kam kori ase.❤❤

  • @RinkiBoruah-pz3qu
    @RinkiBoruah-pz3qu 11 หลายเดือนก่อน +3

    ভাল লাগিল দুয়োগৰাকীকে। আৰু ভাল ভাল কাম কৰি যোৱা।

  • @poliboruah3817
    @poliboruah3817 11 หลายเดือนก่อน +15

    Mur dewta dhukuwa 13 years hol ajiw dewta loi mnt pore hodai mnt pore rati puwa godhuli khawate huwte hklu timet dewta loi mnt pore mur dukh hoise krne sage dewta k hopunot dekhu moi obhab puwatu nibisare ji bisaru take diy but biya huwer psr porai husband a bht dukh ksto dise ovb dise bht kandu dewta loi mnt pori ki Korim tnk thakibo lagibo suwali jibontu ai anekuwa semim ba apuni dukh nkribo God ase apuner lgt hodai .

  • @nirmalibarman3863
    @nirmalibarman3863 11 หลายเดือนก่อน +4

    Ai episodto bhut val lagil chemimokto moi khub val pau

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 11 หลายเดือนก่อน +12

    বৰ সুন্দৰ লাগিল দুয়োকে ❤❤

  • @semimasiddiqua3031
    @semimasiddiqua3031 11 หลายเดือนก่อน +3

    Hundor kotha kotha koisa Semim,je hindu muslim okol rajnitee t he sole

  • @papuboruah7406
    @papuboruah7406 5 หลายเดือนก่อน +1

    ভাল লাগিল আৰু আগুৱাই যাবলৈ আশিবাদ কৰিছো

  • @sufiabegum4864
    @sufiabegum4864 11 หลายเดือนก่อน +2

    খুব সুন্দৰ , তোমালোক দুয়ো আগবাঢ়ি যোৱা । মোৰ ইণ্টাৰভিউ চেমিমে লোৱাৰ সময়ত তোমাৰ কথা পাতিছিলো হিমাক্ষী । ভালে থাকা ।

  • @bhuboneswarbhuyan7251
    @bhuboneswarbhuyan7251 11 หลายเดือนก่อน +5

    Very much enjoyable interview _sincere thanks for both of u _go ahead plz with a positive mind _wish u a brighter tomorrow ........

  • @mayurikalita4166
    @mayurikalita4166 11 หลายเดือนก่อน +1

    Dhukh lgil gl shemim ba kanda dakhi 2ma ru shemim ba interview sai bht vl lge❤

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 10 หลายเดือนก่อน

    চেমিম তোমাক বহুত ভাল লাগে |সদায়ে তোমাৰ ভিডিঅ চাও সদায়ে আগুৱাই যোৱা শুভকামনা যাচিলো |

  • @dmanta5218
    @dmanta5218 11 หลายเดือนก่อน +1

    হিক্ষি আৰু চিমিম তোমালোক দয়োকে বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালোকৰ চেনেলৰ দীৰ্ঘয়ু কামনা কৰিছো । 🙏🙏🙏🙏🙏🙏🙏♥️❤️♥️❤️♥️❤️♥️❤️♥️

  • @horizonx6180
    @horizonx6180 11 หลายเดือนก่อน +9

    দুই গৰাকী ভিডিও চাই ভাল লাগে সাধাৰণ মানুহৰ মন কথা বিলাক জানিবলৈ চেষ্টা কৰিবা❤❤❤❤

  • @pradipbezbaruah5786
    @pradipbezbaruah5786 11 หลายเดือนก่อน +2

    Shemim go ahead, don't look to back. You are very talented. Nice

  • @anowara.begum23
    @anowara.begum23 11 หลายเดือนก่อน +2

    সকলোৰে জীৱনলৈ অহা দুখবোৰ যেতিয়া আনৰ আগত প্ৰকাশ কৰিবলৈ ইমান সহজ নহয়। কিন্তু অকলে অন্তৰত দুখৰ বুজা লৈ আগবঢ়ি যোৱা বহুত কঠিন। ভুক্তভোগীয়ে হে বুজিব

  • @animarajkhowa3216
    @animarajkhowa3216 11 หลายเดือนก่อน +1

    তোমালোক দুয়োগৰাকী সদায় চিম্পল হৈ থাকা বাবে ভাল লাগে , আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল

  • @pranitaphukan9197
    @pranitaphukan9197 11 หลายเดือนก่อน +1

    Tumalukar kathbur huni bahut bhal lagise.aguai jua . God bless you

  • @kalpanadas4409
    @kalpanadas4409 3 หลายเดือนก่อน

    দুয়ো গৰাকীৰ প্ৰগ্ৰেম চাই বহু ভাল লাগে দুয়োগৰাকী কে ধন্যবাদ

  • @PrafullaKonwar-k5v
    @PrafullaKonwar-k5v 11 หลายเดือนก่อน +1

    দুয়ো গৰাকীলৈ বহুত বহুত শুভেচ্ছা তথা মৰম যাচিলো

  • @krishnakhound6354
    @krishnakhound6354 11 หลายเดือนก่อน +12

    চকুপানী ওলাই গল দেউতা মাৰ সমান কোনোৱেই হব নোৱাৰে.

  • @morominath7693
    @morominath7693 11 หลายเดือนก่อน +4

    আমাৰ দৰে মানুহ বিলাকক এনেকৈ মনৰ কথাবোৰ খুলি কবলৈ সুযোগ দিয়া বাবে ভাল লাগিছে

  • @kakalidas7450
    @kakalidas7450 11 หลายเดือนก่อน +6

    এইটো সচাঁ কথা, ধৰ্ম ৰাজনীতিত থাকে

  • @manjubarman1855
    @manjubarman1855 11 หลายเดือนก่อน +3

    ভাল লাগিল দুয়ো আগুৱাই যোৱা।❤

  • @Kunja428
    @Kunja428 11 หลายเดือนก่อน +2

    বহুত ভাল লাগিলে ❤❤ দুয়োকে দেখিবলৈ পাই❤❤❤

  • @Manjuara-Begum786
    @Manjuara-Begum786 11 หลายเดือนก่อน +4

    Semim and Himashree both are my favourite, Mridula Bar interview sai bohut val paisu. Aguwai jowa 🎉🎉

  • @jonalimdas8242
    @jonalimdas8242 11 หลายเดือนก่อน

    বৰ ভাল লাগিছে অনুষ্ঠান টি। দুয়ো জনীকে মোৰ বৰ ভাল লাগে। face to face লগ পাবৰ মন য়ায

  • @manuwarahazarika3020
    @manuwarahazarika3020 10 หลายเดือนก่อน

    Shemim,tumar intarviewe to bor val lagil.kaam Kori jua ru val hobo. khumalutona bur korok , gothan mulok hobo lage.dukh dayok hobo nalage..2gorakiloi bohut besi Duwa thakil.🤲🤲.

  • @tksarmah2632
    @tksarmah2632 11 หลายเดือนก่อน +1

    পৰিৱেশ আৰু পৰিস্থিতি হিচাবে কিছুমান বিশেষ বস্তুৰ দৰকাৰ হয়। আজিৰ পৰিবেশত কি কি প্ৰশ্ন কৰা হব আৰু তেনেকৱা পৰিস্থিতিত বিশেষকৈ এজনী ছোৱালীৰ ব্যৱহাৰ কেনে হব পাৰে আপোনালোকে আগতীয়াকৈ বুজি পাব লাগে আৰু তাৰ বাবে সাজু হৈ থাকিব নালাগে জানো ?
    সদায় অভ্যাগতৰ বাবে এগিলাছ পানী আৰু তিচু পেপাৰ ৰাখিব লাগে।
    আপোনালোকৰ podcast prayei চাই থাকো আৰু দুয়ো জনীকে ভাল লাগে ।
    আগুৱাই যাওঁক আমি লগত আছোঁ।

  • @PankhiKakoty
    @PankhiKakoty 11 หลายเดือนก่อน +4

    আপোনালোক দুয়োগৰাকীলৈকে মোৰ আন্তৰিক ধন্যবাদ থাকিল কাৰণ আপোনালোকে আমাক বহুতো অসমৰ জনপ্ৰিয় স্বনামধন্য ব্যক্তিৰ বৰ্তমানৰ লগত পৰিচয় কৰাই দি আছে❤ ❤❤

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 11 หลายเดือนก่อน

    তোমালোক দুয়োগৰাকীকে ধন্যবাদ।

  • @pankajkumarrajkhowa
    @pankajkumarrajkhowa 11 หลายเดือนก่อน +3

    Semim and the interviur you go on with positive energy, god bless you

  • @vestigehealthiswellth5246
    @vestigehealthiswellth5246 5 หลายเดือนก่อน

    Bhout valgia videotu Sai thank you so much both of you Godbless ❤❤

  • @monjuboruah894
    @monjuboruah894 11 หลายเดือนก่อน

    Shemmim aru himashree tumalukoloi bohut morom pathalu . Tumalukor video hodai sau Agbarhi jua ei kamonarei ❤❤

  • @putulkalita7782
    @putulkalita7782 11 หลายเดือนก่อน +3

    ছেমিমৰ ইন্টাৰভিউ লোৱা বাবে তোমালৈ ধন্যবাদ থাকিল কাৰণ তোমালোক দুয়োজনীৰে ভিডিওবোৰ চাই ভাল পাওঁ ❤

  • @ronjitborah1997
    @ronjitborah1997 11 หลายเดือนก่อน +2

    Duijonie simple and smart,vodro aru open herted

  • @mamitasaikia6194
    @mamitasaikia6194 11 หลายเดือนก่อน

    দুয়োগৰাকীলৈ ধন্যবাদ জনাইছো।

  • @Arzu029
    @Arzu029 11 หลายเดือนก่อน +1

    Humanity is above religion ! Assamese society and culture is always rich and will remain forever ! Good presentation !

  • @runubarman3428
    @runubarman3428 5 หลายเดือนก่อน

    Semim tumar personality bht vl lagil . from mukalmua

  • @hiranyaborgohain9517
    @hiranyaborgohain9517 11 หลายเดือนก่อน +3

    দুয়ো গৰাকীলৈকে শুভাশীষ যাচিলোঁ ❤

  • @barnalihazorika6861
    @barnalihazorika6861 11 หลายเดือนก่อน +3

    Semim bar kothabur huni imman val lage ❤❤❤

  • @hemantiroy8004
    @hemantiroy8004 11 หลายเดือนก่อน +1

    Semim tumi iman dhuniya kotha koa khub val lage duiojonoke val lage tumalokor vdo moi Sai thaku enedore aguai joa

  • @HasibRahim07
    @HasibRahim07 11 หลายเดือนก่อน +5

    আৱেগিক নহবা,তুমি জানাই নহয় যে,মানুহ মাত্ৰেই মৰণশীল।এই বিন্দনীয়া পৃথিৱীখন এৰি গুচি যাব লাগিব।এয়া চিৰন্তন সত্য;প্ৰত্যেকজন লোকৰ বাবে তেওঁৰ মাক দেউতা সকলোতকৈ আপোন।এই আপোনজন কেতিয়াবা ওচৰৰ পৰা অদৃশ্য লৈ আঁতৰি যায়,তেতিয়া অন্তৰত বৰকৈ বেয়া লাগে।এদিন হয়তো আমিও ইহজগতৰ পৰা চিৰ বিদায় লব লাগিব।মোৰ ফালৰ পৰা তোমালৈ আশীৰ্বাদ থাকিল, তুমি আগবাঢ়ি যোৱা;তুমি জানিবা কৰ্মক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হবা;সেই বাধাক নেউচি আগবাঢ়ি যাবা নিশ্চয় সফল সব পাৰিবা ।

  • @murchanaswargiary3173
    @murchanaswargiary3173 11 หลายเดือนก่อน +1

    Hosake bohut vaal lage tumar channal tu karon tumi hadharon manuh khinik monor kotha khuli koboloi ata jaga dis😍

  • @DipanjaliDuarah
    @DipanjaliDuarah 5 หลายเดือนก่อน

    Tumalok duyojani video xadai saw val lage katha bur xuni.thankyou.

  • @majoniakhtara1195
    @majoniakhtara1195 11 หลายเดือนก่อน +2

    ভাল লাগিল চায়, শেষৰ কথা সিনি শুনি বহুত বেছি ভাগ লাগিল,

  • @dhurbajitsaikia8903
    @dhurbajitsaikia8903 11 หลายเดือนก่อน +4

    সদায় চাওঁ আপোনাৰ ভিডিঅ', ভাল লাগে আৰু বিশেষ ব্যক্তি সকলৰ জীৱনত ঘটা ঘটনা আৰু তেওঁ লোকে সেইবোৰ ধুমুহাৰ লগত কেনেকৈ যুজি জীৱন আগুৱাই নিছে, সেইবোৰৰ পৰা কিছু এনাৰ্জী পাওঁ ❤️👌 লাইক কমেণ্ট আৰু চাস্ক্ৰাইৱ কৰা নাছিলো, আজি কৰি দিছোঁ 😎😀👍

  • @hiya312
    @hiya312 11 หลายเดือนก่อน +3

    দুই গৰাকী প্ৰিয় ❤

  • @jitubikashjitubikash6940
    @jitubikashjitubikash6940 11 หลายเดือนก่อน

    Mohan Allah Taalai tekhetok Jannat bakhi korok.asolote tekhetor intekal bohut vaal.Ako nai dukh nokoribo besi besi koi Dowa koribo

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 3 หลายเดือนก่อน

    মই মুছলিম হোৱাৰ কাৰণে এই কথা ষাৰ আপোনাৰ ষ্টেজত কোনে লিখিছিল? আপোনাক মই ভালকৈ জানো। মানুহ নামেৰে এবিধ জাতি আছে যাক জীৱ শ্ৰেষ্ঠ বোলা হয়। ইমানেই। মানুহৰ মাজত কোনো জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্য নাই। এই বোৰ নৰধম এবিধ মানুহৰ কাম। মানুহৰ জীৱিত দেহাবিলাকৰ ভিতৰত জীৱ বা জীৱাত্মা বা চেতনা বা আত্মা বা ব্ৰহ্ম নামৰ চিৰস্বাশত অদূশ্য নিৰাকাৰ নিবিকাৰ অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় কল্পনা তীৰত কালৰ অতীত চৈতন্য সনাতন সবাৰোউদ্ধত সেই আত্মা টো থাকে। যাৰ জাতি ধৰ্ম বৰ্ণ লিঙ্গ বুলি কথা নাই। জীৱ বা আত্মাৰ হিন্দু মুছলমান খূষ্টান অসমীয়া বঙালী হিন্দী ইংৰাজী বঙালী ভাষাৰ মতা মাইকী আদি জীৱৰ বৈষম্য ক'ত দেখিলে। হাতীৰ আৰু মাখীৰ সমান জীৱ। জগত খনত বেছি ভাগ আত্ম বোধ আত্ম উপলব্ধি আৰু মানৱীয় প্ৰমূল্যবোধ বুজি নোপোৱা অসভ্য মানুহৰ কাম। নাম জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ কথা একে বাৰে তলৰ খাপৰ অজ্ঞানতা আন্ধাৰত থকা মানুহ নামেৰে এক শ্ৰেণীৰ পশুৰ কাম। দুই জনী কে‌ জানো। মই ও শিল্পী অভিনেতা জীৱন নাটৰ। কান্দি কান্দি থকা মানুহক হহোৱাব জানো। কাৰণ সকলো ৰে আত্মা একেই। লিঙ্গ নাই জাতি ধৰ্ম বৰ্ণ নাই। মানে জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে নিগূন নিষ্কাম স্বাৰ্থ হীন সৎ ভাৱনাৰে সকলো জীৱ কেই শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ প্ৰকাশেৰে সামাজিক সাংস্কৃতিক ৰাজনৈতিক ভৌগোলিক ঐতিহাসিক কলা সাহিত্য শিল্প বাণিজ্য সকলো বৈষম্যতাবাদ পৰিত্যাগ কৰি সত্য শৌচ ক্ষমা দয়া মহানতাৰে জগতৰ উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱৰ মঙ্গল কামনাৰে আগবাঢ়ি যাবলৈ শিকিব লাগিব। হিন্দু মুছলমান খূষ্টান অসমীয়া বঙালী হিন্দী ইংৰাজী আদি জাতি ও নাই ভাষা ও নাই ম ই দেখুন ১৮টা ভাষা যেনে তেনে জানো। বাংলা দেশেৰ থেকে চিঠি আহে। মানুহৰ জীৱ সব একে সৰু বৰ মতা মাইকী নাই। প্ৰথম সকলো মানুহ হ'বলৈ শিকক। ধনী মানি জ্ঞানী পিছত হ'ব। মই অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ মানুহৰ লগত বিভিন্ন দিশত চিনি পাওঁ মোক কোনেও নাপায়।পৰিচয় দিয়াত নাই। সময়ৰ কাম সময়ে কৰি যাব। ধন্যবাদ প্ৰদীপ গগৈ গুৱাহাটী।

  • @JitenDeka-fx8xf
    @JitenDeka-fx8xf 11 หลายเดือนก่อน

    Bhut bsi vl lgil interview tu , shemim bak bhut vl pau, duigorakiy mili vl dhuise kintu ksumnok vl lgise xeikrne, xsa ktha kbole ankua xahox sbore thkib lge, love you both sister ❤

  • @MakaniDeka-i8k
    @MakaniDeka-i8k 5 หลายเดือนก่อน +1

    Bahut bhal lagil

  • @deepjyotihandique9915
    @deepjyotihandique9915 10 หลายเดือนก่อน

    দুয়ো লৈ বহুত শুভকামনা জনালোঁ ❤️।

  • @KarabiDeka-k3b
    @KarabiDeka-k3b 11 หลายเดือนก่อน +4

    ❤চেলিম তুমাৰ সকলো ভিডিও চাও ভাল লাগিল

  • @Akash-oh2hk
    @Akash-oh2hk 11 หลายเดือนก่อน +5

    সুন্দৰলাগিল দুয়োগৰা কীকে❤

  • @jatnarabha9323
    @jatnarabha9323 3 หลายเดือนก่อน

    বহুত ভাল.লাগিল

  • @shikhasgallery2716
    @shikhasgallery2716 11 หลายเดือนก่อน +2

    ৰাজতিলক বা ইতিহাস থিয়েটাৰ হ'ব।

  • @tksarmah2632
    @tksarmah2632 11 หลายเดือนก่อน +1

    ধৰ্ম সংক্ৰান্তত চেমিমে যি বৰ্ণনা দিলে সেইটো উচ্চ স্তৰৰ আৰু প্ৰসংসনীয়।
    ধৰ্ম নিৰপেক্ষতা অসমীয়া জাতিৰ এক উল্লেক্ষনীয় জাতীয় চৰিত্ৰ। শেহতীয়া ৰাজনৈতিক বাতাবৰণে সমাজত কেৰোন লগাইছে যদিওঁ চেমিমৰ দৰে অসমীয়া বুলি গৌৰৱ কৰি কবলৈ আমি অসমীয়া সকল সদা প্ৰস্তুত থাকিব লাগিব।
    আমি প্ৰথমতে অসমীয়া আৰু অসমীয়াত্ত্ব আমাৰ জাতীয় বৈশিষ্ট। ধৰ্ম মানুহৰ অতিকৈ ব্যক্তিগত বিষয় বস্তু তাক লৈ আনে নাক গুজিবলৈ যাব নালাগে।
    অসমীয়া জাতি ধৰ্ম নিৰপেক্ষ হৈ থাকিম ।
    জয় আই অসম !

  • @NijuPathori
    @NijuPathori 11 หลายเดือนก่อน

    Duyu gorakir kotha bur bohut besi val lage ❤❤

  • @moviecrime3160
    @moviecrime3160 11 หลายเดือนก่อน +1

    Bhut thanks 2 janik

  • @simasvlog1796
    @simasvlog1796 11 หลายเดือนก่อน +1

    Moi agt Samim baa r a interview saisu im Muslim love from jorhat town ❤

  • @himajyotisvlog
    @himajyotisvlog 11 หลายเดือนก่อน +1

    বহুত ভাল লাগিলে চেমিম তোমাৰ কথা বোৰ💓💓💓

  • @nayanmonidas5812
    @nayanmonidas5812 10 หลายเดือนก่อน

    Dhanyabad thakil tomalokaloi Moro soali Joni tomalokor dore haok axakorilo

  • @NajiraParbin-yy5vq
    @NajiraParbin-yy5vq 11 หลายเดือนก่อน

    Bhut vl lagie video to sai 👍👌 moi semim baak bhut vl pao aro ❤

  • @amritbhuyan8293
    @amritbhuyan8293 5 หลายเดือนก่อน +1

    Xundor

  • @renuborah8910
    @renuborah8910 11 หลายเดือนก่อน

    Semim bhonti tumar vidio moi regular saw bohut val lage tumi daily mekhela sador pindhiba bohut val lage aguai jua gog bless you

  • @AnkitaSarania
    @AnkitaSarania 7 หลายเดือนก่อน

    Tumi Kam Kori juwa baa vogbane aapunak xahokh diyk❤️❤️❤️

  • @dharitreelahkar8080
    @dharitreelahkar8080 11 หลายเดือนก่อน

    Semim kothabur bohut bhal lagise.. xosake kisuman manuahe nijoke bohut danger manuah buli bhabe aru ph2 rcv nkari nijoke nijor sokur agot bohut danger manuah buli bhabi loi.....

  • @kalyaniborah6550
    @kalyaniborah6550 11 หลายเดือนก่อน +2

    বহুত ভাল লাগিল ।

  • @RofikaBegum-m6j
    @RofikaBegum-m6j 11 หลายเดือนก่อน +1

    দুই গৰাকীয ইন্টাভিকে ভাল লাগে❤❤❤❤❤❤❤❤❤❤

  • @kiransaikia6211
    @kiransaikia6211 9 หลายเดือนก่อน

    bohut hundor hoise.aagoloi juwa

  • @nimnitamahanta7390
    @nimnitamahanta7390 5 หลายเดือนก่อน

    Bohut bhal lagil mam

  • @Karabipathak-o1j
    @Karabipathak-o1j 11 หลายเดือนก่อน

    Ba apunar video bur sai bhut bhal lage aru apunak bhut bhal lage ba

  • @PallabiPallabi-m6n
    @PallabiPallabi-m6n 11 หลายเดือนก่อน +3

    Aponalog duiujonei mor preo❤duiujonei aru agbarhi jaok❤

  • @hiramonisutradhar7174
    @hiramonisutradhar7174 11 หลายเดือนก่อน +2

    চেমিমক মোৰ বৰ ভাল লাগে ।

  • @herambanath1697
    @herambanath1697 11 หลายเดือนก่อน

    Bahut bhal kotha kola thanks

  • @rumibarman8007
    @rumibarman8007 11 หลายเดือนก่อน +8

    দুয়োকে বহুত ভাল লাগে ❤️❤️❤️