ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ 👍🏻💕 | Barsha Rani Bishaya | Bhaskar Boruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 เม.ย. 2022
  • #barsharanibishaya #bhaskarboruah #rongalibihu2022
    Follow Barsha Rani Bishaya on
    Facebook: / barsharaniofficial
    Instagram: / barsharani_bishaya_off...
    Twitter: / barshabishaya
    Business Inquiries: barsharani.bishaya.new@gmail.com
    Follow Bhaskar Boruah on
    Facebook: / bhaskar.boruah.5
    Instagram: / bhaskar__boruah
    Twitter: / bhaskar__boruah
    © All rights are reserved to Barsha Rani Bishaya.
    [Any kind of not permitted downloading, uploading, copying, or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
  • บันเทิง

ความคิดเห็น • 453

  • @notungyanassamese5200
    @notungyanassamese5200 2 ปีที่แล้ว +13

    তোমালৈ আৰু তোমাৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুত তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ,নতুন বছৰে তোমালৈ লৈ আনক সুখ শান্তি আৰু আশাৰ বতৰা,, ৰঙালী ৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক তোমাৰ জীৱন,,

  • @pritikonwar3933
    @pritikonwar3933 2 ปีที่แล้ว

    Barsha baa apunaloi rongali bihu suvesha thakil.....luv you

  • @DiphuJengoprank
    @DiphuJengoprank 2 ปีที่แล้ว +17

    অসমীয়া নৱবৰ্ষ ও বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ ৷ নতুন বছৰৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ-সমৃদ্ধি ও আনন্দৰ বতৰা, লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীন তাৰেই কামনা কৰিলোঁ !

  • @nabanitasaikia8749
    @nabanitasaikia8749 2 ปีที่แล้ว +7

    স্বৰ্গদেউ ঈশ্বৰে কাৰেং ঘৰ সজালে তলাতল ঘৰলৈ বাট, দিখৌ নৈৰ তলেদি সুৰংগ সজালে কোনেও নেপালে আঁত... ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভ কামনা থাকিল তোমালৈ তথা পৰিয়ালৰ সকলোটি লৈকে ❤️❤️ ❤️❤️

  • @gulap4298
    @gulap4298 2 ปีที่แล้ว +1

    Baa happy ragali bihu apunr loi u bhout bhout huvasha takil

  • @dalimanideka4848
    @dalimanideka4848 2 ปีที่แล้ว +3

    বা,ভিনদেউ আৰু পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। ধুনীয়া মৰমলগা বা জনীলৈ বহুত বহুত মৰম যাচিলো। সদায় আপোনাকেই প্ৰথম স্থান দি যাম । আপুনি মোৰ সকলো সময়ৰে প্ৰিয় অভিনেত্ৰী ❤️❤️❤️❤️

  • @AbdulRahman-fw5qx
    @AbdulRahman-fw5qx 2 ปีที่แล้ว

    Rongali bihu antorik xhuvesa thakil apunarlukor hokoluke 🙏🙏🙏♥️

  • @manakhiborahboruah1625
    @manakhiborahboruah1625 2 ปีที่แล้ว +1

    Baa Bihu huveysaa jonalu...thanks

  • @juntidas202
    @juntidas202 2 ปีที่แล้ว +1

    Apuna loiu thakil ba bohag bihur hiya vora khuvo kamona jonalu...love u😘😘😘😘😘

  • @angelarchi6077
    @angelarchi6077 2 ปีที่แล้ว

    Happy rongali bihu to borsha baa and ur family ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @maramibora3930
    @maramibora3930 2 ปีที่แล้ว

    Bohut bohut dhuniya lagise baa apuna❤❤Happy rangali bihu

  • @tridishakalita3998
    @tridishakalita3998 2 ปีที่แล้ว

    তোমালোকলৈও বহু বহু শুভেচ্ছা থাকিল ❤️❤️❤️

  • @puspanjalidutta3039
    @puspanjalidutta3039 2 ปีที่แล้ว

    Moromr baa joni,,kio emn val lge tmk 😍😍😘😘😘😘😘😍

  • @anannyachutia592
    @anannyachutia592 2 ปีที่แล้ว

    ৰঙালী বিহুৰ শুভ কামনা জনালো বা তোমালোকক যোৰহাটৰ পৰা

  • @xuvalakshmivideos6714
    @xuvalakshmivideos6714 2 ปีที่แล้ว

    Baa dhunia lagise aapunalukok... hpy rangali bihu...

  • @juliphukanphukan7136
    @juliphukanphukan7136 2 ปีที่แล้ว

    O baa eman dhuniya lagise happy rongali bihu

  • @abhijtbardoloi9527
    @abhijtbardoloi9527 2 ปีที่แล้ว

    বা আপোনাৰ লৈ বহুত বহুত ৰঙালী বিহু ক্ষোভ কামনা থাকিল ।।। আমি চাব গৈছিলো।।।।

  • @PubaliSaikiaBorah
    @PubaliSaikiaBorah 2 ปีที่แล้ว

    Ba tumaku Rongali Bihur xuveisha jonalu❤️❤️❤️

  • @sudiptaborah5625
    @sudiptaborah5625 2 ปีที่แล้ว

    ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ বা

  • @nimasikhaborah6264
    @nimasikhaborah6264 2 ปีที่แล้ว

    ৰঙালী বিহুৰ শুুুভেচছা থাকিল বা ❤️💮

  • @bondanahazarika1041
    @bondanahazarika1041 2 ปีที่แล้ว +1

    পৰিয়ালৰ সকলো লৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।

  • @ashonasarmah5685
    @ashonasarmah5685 2 ปีที่แล้ว +4

    বহুত বহুত ধন্যবাদ বা ❤️ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏🏻❤️

  • @anjudutta4109
    @anjudutta4109 2 ปีที่แล้ว +5

    সুন্দৰ । ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক মৰম আৰু শুভকামনা তোমালোক লৈ লগতে ভিডিঅ' ৰ সকলোকে মৰম আৰু শ্ৰদ্ধা জনালোঁ 🎉❤️

  • @sanuvlog6732
    @sanuvlog6732 2 ปีที่แล้ว +3

    তোমাৰ লগতে তোমাৰ পৰিয়াললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল🙏🙏

  • @apurbanath2176
    @apurbanath2176 2 ปีที่แล้ว

    #অসমীয়া_নৱবৰ্ষ আৰু #ৰঙালী_বিহুৰ আন্তৰিক হিয়াভৰাঁ শুভেচ্ছা জনালোঁ বৰষা বা আৰু ভাস্কৰ দাদা ।

  • @karabichetia2622
    @karabichetia2622 2 ปีที่แล้ว +2

    সুন্দৰ বৰষা বা❤আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ❤

  • @tantinisworld4890
    @tantinisworld4890 2 ปีที่แล้ว +1

    বৰষা বা আপোনাৰ সমূহ পৰিয়াললৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। বহুত বহুত মৰম 💕 (অৰুণাচল প্ৰদেশ)

  • @MyDh2
    @MyDh2 2 ปีที่แล้ว +4

    সংসাৰ চক্ৰত চিৰকাল ভ্ৰমো
    তোমাত নভৈল বোধ।
    একোৱে প্ৰকাৰে সুখ শান্তি নাই
    নিজিনিলো কাম ক্ৰোধ।।
    প্ৰণত পালক তোমাৰ চৰণে
    লৈলোহো আৱে শৰণ।
    ভয় শোক মৃত্যু গুচয় যিমতে
    ৰক্ষা কৰা নাৰায়ণ ।।
    মহাপুৰুষ গুৰুজনাৰ ভণিত এই বাক্যৰেই অসমীয়া নতুন বছৰ ১৯৪৪ শকাব্দ আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক শুভ-কামনা জনাই সমস্তজনৰ মহিমামণ্ডিত জীৱনৰ হকে প্ৰাৰ্থনা জনালোঁ।

  • @ratulboruh5848
    @ratulboruh5848 2 ปีที่แล้ว

    Thanku barsha ba apunaloi thakil......

  • @apsararelaxation9742
    @apsararelaxation9742 2 ปีที่แล้ว

    Rongali bihur khuveswa jonalu 🙏😍🌹👌

  • @upolokhigohain8368
    @upolokhigohain8368 2 ปีที่แล้ว

    Bohutt Bohutt dhonyobad thakil baa ❤️ Aapunar lgt aapunar poriyal loi Akhomiya nboborko totha Hepahor Rongali Bihu ti huvesha thakil ❤️

  • @chaoutpalbaruah7972
    @chaoutpalbaruah7972 2 ปีที่แล้ว

    Happy Bihu❤️🥰baa Dhuniya lagise a ❤️

  • @LusyKhdeori
    @LusyKhdeori 2 ปีที่แล้ว

    Baapree minakshi baak finally dekhilu j bor morom lge swli jni emn innocent😘😘😘😘😘

  • @kabitaborah5007
    @kabitaborah5007 2 ปีที่แล้ว +1

    Mojaaa lagise ba ❤️❤️

  • @dollidas2853
    @dollidas2853 2 ปีที่แล้ว

    Rongali bihur bht bht xubhessa jnalo baa Nd vindeu...baa aibar bihu nanasa buli hunisu plz krn Tu kbo dei

  • @musicchannelaparajitamishr579
    @musicchannelaparajitamishr579 2 ปีที่แล้ว

    Happy rangali bihu ba an vindo💓aponalokr jiban rangre upasi porok mone bisara dharane sadai happy hok🧡💝

  • @Surajmoni104
    @Surajmoni104 2 ปีที่แล้ว

    Bht vl lgise ba apunak bht mrm jasilu manasr pra❤❤

  • @mistipankajkalitakatita5583
    @mistipankajkalitakatita5583 2 ปีที่แล้ว

    2malukoloi bihur bhut bhut shubhesa thakil..ahib loga dinbur aru jen vl hoi jen baa

  • @karabibarman3341
    @karabibarman3341 2 ปีที่แล้ว

    খুৱ ধুনীয়া লাগিছে সমুহ পৰিয়ালটি ।ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।

  • @mollikadutta8855
    @mollikadutta8855 2 ปีที่แล้ว

    বৰষা আন্তৰিকতাৰে তোমালৈ অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।অনাগত দিনত তোমাৰ লগতে ভাস্কৰ আৰু তোমাৰ নন্দাগৰাকী সুস্বাস্থ্য কামনা কৰিলোঁ ভগৱানৰ ওচৰত।

  • @bidishadas7917
    @bidishadas7917 2 ปีที่แล้ว +1

    অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ বৰষা বা লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ ও মৰম আৰু শুভেচ্ছা জনালো🙏❤️

  • @marinabegum6093
    @marinabegum6093 2 ปีที่แล้ว

    Rongali Bihur Xubessa Thakil Baa❤❤

  • @kajalroy2614
    @kajalroy2614 2 ปีที่แล้ว

    HAAPPY RONGALI BIHU.....Baa

  • @suravisvlogsdiary
    @suravisvlogsdiary 2 ปีที่แล้ว

    Happy Bihu barasha baa aru Bhaskar daa ❤❤❤ apunaluk k ebar log pam buli akha thakil ❤

  • @protibhabordoloi5545
    @protibhabordoloi5545 2 ปีที่แล้ว

    Happy ৰঙালী বিহুৰ বা

  • @apurbadeka6823
    @apurbadeka6823 2 ปีที่แล้ว

    ❤️..বা তোমালৈ ও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ..❤️

  • @JYOTIKAMIXYT
    @JYOTIKAMIXYT 2 ปีที่แล้ว

    অতি সুন্দৰ।তোমালোকলৈ বহুতো শুভেচ্ছা জনালোঁ।বহুত ধুনীয়া লাগিছে।নিকুবাৰ ছোৱালী।সকলোকে দেখি ভাল লাগিল।

  • @priyankagogoi5159
    @priyankagogoi5159 2 ปีที่แล้ว

    বা তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ🙏🙏🙏❤❤🥰🥰🥰🥰🥰

  • @namitahazarika8204
    @namitahazarika8204 2 ปีที่แล้ว

    Apunar logote apunar poriyal r hukuluke Rongali Bihu r hiyabhora huvessa thakil😘🙏

  • @deepdas3126
    @deepdas3126 2 ปีที่แล้ว

    এই যুগ্ম জীৱন সদায়েই হাহি আৰু সুখৰ হওঁক তাৰেই কমনাৰে , তুমি হাঁহি থাকিলে ময়ো হাঁহি থাকিম ⚘

  • @mahfuzaahmad156
    @mahfuzaahmad156 2 ปีที่แล้ว

    Wishing both of you a very HAPPY RONGALI BIHU 💐💐💐

  • @kakomonivlogs5173
    @kakomonivlogs5173 2 ปีที่แล้ว +1

    Happy ৰঙালী বিহু বৰষা বা🙏

  • @rangiarsuwaligituma4986
    @rangiarsuwaligituma4986 2 ปีที่แล้ว +1

    Apunaloiu bhut bhut xuvessa thakil

  • @champaksarma4845
    @champaksarma4845 2 ปีที่แล้ว +1

    Happy Bohag bihu ba

  • @wahidabegum2555
    @wahidabegum2555 2 ปีที่แล้ว

    Happy rongali bihu baa🙏🙏🙏

  • @sumusonowalsonowal5862
    @sumusonowalsonowal5862 2 ปีที่แล้ว

    Mur Moromor Ba joni loi Rongali Bihu ❤️ Bohutu morom Huvessa Jonalu ❤️ Amar Motu Vindok Bihur Ulok jonalu ❤️

  • @kaberiborah9534
    @kaberiborah9534 2 ปีที่แล้ว +2

    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏❤🙏🥰

  • @munmibora7280
    @munmibora7280 2 ปีที่แล้ว +1

    বা, তোমাৰ আৰু তোমাৰ পৰিয়াললৈ আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়ভৰা শুভেচ্ছা জনালোঁ।

  • @bismitadeka1544
    @bismitadeka1544 2 ปีที่แล้ว

    Tumaloiu bohut bohut huvokamona thakile ♥️♥️♥️♥️

  • @priyakshiborachannel4646
    @priyakshiborachannel4646 2 ปีที่แล้ว

    Happy rongali bihu borokha baa

  • @sumisaikia232
    @sumisaikia232 2 ปีที่แล้ว

    অতিকৈ চেনেহৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আহিবলগীয়া অনাগত দিনবোৰ ৰঙেৰে ওপচি পৰে যেন।।

  • @sherryburagohain1472
    @sherryburagohain1472 2 ปีที่แล้ว

    ভাস্কৰ,মুনমী , বৰষা নিকুমণি বা আৰু পৰিয়ালৰ সকলোলৈ মৰম আৰু শুভেচ্ছা যাচিলো৷

  • @purabiroy336
    @purabiroy336 2 ปีที่แล้ว +1

    আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়াল বৰ্গলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল ।❣️

  • @jinumonideka2430
    @jinumonideka2430 2 ปีที่แล้ว

    অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ my sweet Barsha ba ❤️😘 love from Udalguri

  • @smitabaishya8122
    @smitabaishya8122 2 ปีที่แล้ว

    Rongali Bihur Hiya bhora khuvessa jonalu ❤️🥰

  • @sabitriduttas9249
    @sabitriduttas9249 2 ปีที่แล้ว

    সুন্দৰ ধুনীয়া লাগিছে বিহুৰ শুভেচ্ছা জনালো।

  • @binitakakati1561
    @binitakakati1561 2 ปีที่แล้ว

    Very nice ba... Happy Rongali bihu ba❤❤❤❤❤❤💕💕💕💕💕

  • @harshitatalukdar5717
    @harshitatalukdar5717 2 ปีที่แล้ว +1

    Sweet , cute and classy as always ! Love you Barsha ba!

  • @bondonadolakasharia6974
    @bondonadolakasharia6974 2 ปีที่แล้ว +1

    Happy bihu...Love you ba

  • @sunurani3999
    @sunurani3999 2 ปีที่แล้ว

    Happy rongali bihu baaa😍

  • @gulenabegum8207
    @gulenabegum8207 2 ปีที่แล้ว

    আপোনালৈও শুডেচ্ছা থাকিল৷

  • @swapnasaikia1421
    @swapnasaikia1421 2 ปีที่แล้ว

    Happy rongali Bihu ba aru vindeu

  • @pras_tuti
    @pras_tuti 2 ปีที่แล้ว +1

    অসমীয়া নববৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল বা ✨❤️🌻

  • @bhagyashreedeka9565
    @bhagyashreedeka9565 2 ปีที่แล้ว

    বহুত মৰম বা❤️😘

  • @mayuridevi5733
    @mayuridevi5733 2 ปีที่แล้ว

    বা তোমালৈ আৰু তোমাৰ সমূহ পৰিয়াল বৰ্গ লৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাচিলো 🥰

  • @aldeswarpayeng5121
    @aldeswarpayeng5121 2 ปีที่แล้ว +1

    ধুনীয়া ❤️🔥

  • @indiastalentassam7854
    @indiastalentassam7854 2 ปีที่แล้ว +2

    তোমাৰ লগতে তোমাৰ সমূহ পৰিয়াললৈ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল বা ❤️

  • @tarulatahazarika6418
    @tarulatahazarika6418 2 ปีที่แล้ว

    শুভ ৰঙালী বিহু 😘😘😘বা

  • @akashlinagoswami4204
    @akashlinagoswami4204 2 ปีที่แล้ว +1

    Happy Rongali Bihu barasha baa & bhindeu ❤️

  • @fullabiroy3625
    @fullabiroy3625 2 ปีที่แล้ว

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বা ❤️❤️❤️

  • @maramirabha6994
    @maramirabha6994 2 ปีที่แล้ว

    Happy rongali Bihu Baa

  • @manalishakalita7145
    @manalishakalita7145 2 ปีที่แล้ว

    Happy rongali bihu baa❤

  • @madhujyachetia8085
    @madhujyachetia8085 2 ปีที่แล้ว

    Happy Rangali Bihu baa...apunak log pai hoxakoi nijor baa r dore lagil...lots of love ❤️❤️❤️

  • @kanaklatabarman7629
    @kanaklatabarman7629 2 ปีที่แล้ว

    Happy Rongali bihu baa and bhindeu

  • @susmitaray7034
    @susmitaray7034 2 ปีที่แล้ว

    Happy Bihu baa...❣️

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว

    বৰষা বা তোমালৈৱো অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ❤❤❤ বা তোমাক ইমান মৰমলাগিছে ❤❤❤❤❤☺☺☺

  • @sumimaninath4257
    @sumimaninath4257 2 ปีที่แล้ว

    Apunalok sklore babe babeo amar pariyalr tafr pra rangali bihur bhut bhut suvechha thakil ba .....

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 ปีที่แล้ว

    বহুত. বহুতৰঙালী বিহুৰ শুভেচ্ছা জনালো

  • @sherryburagohain1472
    @sherryburagohain1472 2 ปีที่แล้ว

    ৰঙালী বিহুৱে আপোনাৰ মন ৰঙীন কৰক

  • @bloodlinegaming331
    @bloodlinegaming331 2 ปีที่แล้ว

    তোমাক এই সাজত বৰ মৰম লাগিচে👌 সপৰিয়াললৈকে বিহুৰ শুভেচ্ছা জনালো

  • @rajshreechaliha5018
    @rajshreechaliha5018 2 ปีที่แล้ว

    বিহু আৰু নববৰ্ষৰ শুভেচ্ছা জনালোঁ বা

  • @pranitakakati7367
    @pranitakakati7367 2 ปีที่แล้ว

    Happy rongali bihu baa♥️♥️♥️

  • @momikrichankalita3409
    @momikrichankalita3409 2 ปีที่แล้ว

    Happy Rongali bihu baa

  • @parismitagoswami6456
    @parismitagoswami6456 2 ปีที่แล้ว

    আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ বা ❤️❤️❤️❤️❤️😘😘😘😘😘

  • @jupivlogs7743
    @jupivlogs7743 2 ปีที่แล้ว +28

    আপোনালো সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️

  • @tulumanisaikyadutta5760
    @tulumanisaikyadutta5760 2 ปีที่แล้ว

    Apunaloiu bhut bhut huvessa thakil ❤️

  • @manikakalita7337
    @manikakalita7337 2 ปีที่แล้ว

    Happy bihu barasha baa❤️♥️

  • @bonditapegu8865
    @bonditapegu8865 2 ปีที่แล้ว

    Happy rangali Bihu baa ♥️♥️♥️♥️♥️💝😍😘🥰

  • @dimpigoswami7995
    @dimpigoswami7995 2 ปีที่แล้ว

    বহুত ধন্যবাদ বা ❤️

  • @AllTypesWithLorence354
    @AllTypesWithLorence354 2 ปีที่แล้ว +1

    Happy Rongali bihu baa😊😊❤❤