দৰিদ্ৰতাৰ বেহু ভাঙি সফল ব্যৱসায়ী হোৱা ৰাতুল শইকীয়াৰ কাহিনী | Assamese Businessman Ratul Saikia
ฝัง
- เผยแพร่เมื่อ 26 ต.ค. 2024
- দৰিদ্ৰতাৰ বেহু ভাঙি সফল ব্যৱসায়ী হোৱা ৰাতুল শইকীয়াৰ কাহিনী | Story Of Assamese Businessman Ratul Saikia
দেউতাকে চলাইছিল নৈশবাছ ৷ঘৰত এসাঁজ খাই অন্য এসাজৰ বাবে সদায় চিন্তা ৷ কিন্তু ইমান অসহায় অৱস্হাটো এজন যুৱকে দেখিছিল সপোন ৷ অৰ্থনৈতিকভাৱে চচ্ছল হোৱাৰ সপোন ৷
অৱশেষত দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত পুৰণ হ’ল সেই সপোন ৷ এসময়ৰ এই দৰিদ্ৰ যুৱকজনৰ এয়া প্ৰসাদোপম গৃহ ৷
ৰাতুল শইকীয়া নামৰ লালুকৰ এজন যুৱ ব্যৱসায়ীৰ কাহিনী এয়া ৷
বহু ঘাত প্ৰতিঘাতৰ সম্মখীন হোৱা ৰাতুলৰ একমাত্ৰ শক্তি আছিল ধৈয্য ৷
বছৰৰ পাছত বছৰ ধৰি তেওঁ আনৰ অধীনত দৈনিক মাছ বজাৰত মাছৰ কিনা বেচা হিচাব ৰখা চকৰি কৰিছিল ৷ মাহে লাভ কৰিছিল ৮ হেজাৰ টকা ৷ কিন্তু এদিন এই মাছৰ ব্যৱসায়ে তেওঁৰ ভাগ্যৰ দুৱাৰ খুলি দিলে ৷ অন্ধপ্ৰদেশৰ মাছৰ বেপাৰীৰ লগত চিনাকী হৈ আৰম্ভ কৰিলে হ’লচেইলত চালানী মাছৰ ব্যৱসায় ৷ এতিয়া একোটা বছৰত ৰাতুল শইকীয়াই প্ৰায় ২৪ কোটি টকাৰ ব্যৱসায় কৰে ৷
uparjan.in
যি পুৰুষে নিজৰ পত্নীক সন্মান কৰে পত্নী ৰ সকলো কথা শুনি নিজৰ পত্নীৰ সৈতে আলোচনা কৰি আগবাঢ়ি যায় তেনে পুৰুষৰ কোনো বাধায়ে উন্নতিত হেঙাৰ হব নোৱাৰে। উদাহৰণ আমাৰ এই ককাইদেউ।
Akebare hosa katha
অসমত পৰিশ্রমী মানুহৰ মৰণ নাই | অসমীয়া লৰাছোৱালীয়ে চাকৰি এটা পালেই একো নেলাগে |
Yes you're right 👍
বিয়া নপতা বোৰে কাৰ কথা হোনিব লাগিব
@@junglemanfood6133mar
মানুহ জনী মেইন অ 🥰🥰🥰🥀🥀 মানুহ জনীয়ে সাহস দিলে নোৱাৰা কামো সহজ হৈ পৰে অ 🥀🥰🥰🥀
দা আৰু বৌ গৰাকী সচাকৈ বহুত ভাল ❤️❤️ অকনো অহংকাৰ নাই ।
মানুহ জনৰ কথা বতৰাবিলাক শুনি সচাই বৰ ভাল লাগিল দেই ।
ভগবানে আপোনাৰ মংগল কৰক 🙏🙏🙏
অনাগত দিনত আপুনি আৰু আগুৱাই যাওক দাদা 💪💪💪
Really সুন্দৰ জীৱন আগবাহি যোৱা ।।
Right 🎉🎉❤❤🎉
Apunar channel sai bhut agbarhiboloi hokhyom hoisu ..val lage ..
Bhut bohut dhonyobad jonaw apunak..
Karon aibur sai ami prerona paw..utkhah paw ..hahokh paw ...byobokhai t agbarhi jaboloi...
ব্যৱসায়ত আৰু অধিক আগবাঢ়ি যাওক দাদা।আৰ্শীবাদ থাকিল।
আপোনাৰ সফলতাক মই salute. Nics.
This type of videos are really helpful for the youth...it's an inspiration to all...
Glad you think so!
Ai show tu sai moi bohut hahokh pau jibonot kiba eta kori jaboloi thank you Uparjan channel tu loi moi hotakh hole eta video sai dile mur bohut nijor kaam or proti hepah hoi.
সুন্দৰ , বহুত প্ৰেৰণা মুলক নিদৰ্শন ।
May God bless you and your family and friends 🙏🙏🙏
Best And Beautiful ❤️❤️❤️
Salute dada as a Assamese we are proud of you 👍🏻👍🏻
আপোনাৰ ভাইটি হিচাপে কৈছোঁ. দাদা আপুনি আৰু আগুৱাই যাওক🙏 বহুত ভাল দৰে কথাবোৰ কৈছে❤️
Eitu best channel. Sobe aadori louk. Eibilak video saihe Assam aag bahibo
Ratul tur progress dekhi bhal palu be happy.
খুব ভাল লাগিল দাদা আমাৰ দৰে নিবনুৱাবোৰে এনেধৰণৰ ভিদিঅ সমূহে দেখা পালে নিজে অনুপ্রেৰণা পাওঁ
thank you
বহুত ভাল লাগিল দাদা জনৰ কথা বোৰ অনুগ্ৰহ কৰি দাদা জনৰ ফোন নম্বৰ তো লাগিছিল। ধন্যবাদ।
Real you tube channel of Assam.
ইউটিউবত এইবোৰহে দিব লাগে |
বহুত ভাল পালো
Bohut bhal kaam korise apunaluke ayy channel tu khuli ......... Keep it up !
গৌৰৱবোধ কৰিছো।আন্তৰিক শুভেচ্ছা জনালো।
Thanks dada God bless u
Bohut val lagil dada apunr kotha xini xuni
Uparjon Chanel tu khub vl lagise thanks
Dream ata ase ♥️ love from Dhakuakhana ❤️
Ratul da apunaloi aphuranta shubhkamna thakil aru ag bahok
দাদা আপোনালোকৰ বাতৰি চাই সচাকৈ বৰ লাগিল
Bhal lagil kotha bur xuni 👍
Bohut val lagile dada.
Apunalukor channel tur pora bohut inspired how
আপোনাৰ সফলতাত আমি অত্যন্ত সুখী হৈছে। আপোনাৰ ফ,'ন নাম্বাৰটো অনুগ্রহ কৰি জনাব নে?
Apuni aru aguai jauk. 🙏🙏
God bless you
🙏🙏xosai val lagil...
Val lagill... Mohila Hokoloru kaahini dibosun upokito hom
thanks, okay we will try to cover..
Dada bhute Val lgil 💓
ভাল লাগিল ,এখেতৰ নিচিনা ব্যক্তি যুৱ চামৰ প্ৰেৰণা,তেখেতৰ ঘৰ কোন জিলাত..
Kunu thikona nai namnai gaon or namnai ki😎😎😎😎😎😎😎😎😎😎😎 Haikhatkar EKU VALLOGA NAI HAI
Bohut gourob anuvob korisu ajon axomia hisabe, Khali apunale mur ata request apuni alop ujon komai su saithor adhikari houk, ru bohut aguai jawk
Great dada
Khub val lagil thnks
Bohut. Val. Lagil. Dada.
video tu sai vl lagil... 🎯
✔️1st dada【NEXT LEVEL/ DEBASISH VIDEO】√
Bohut val lagil sai
thank you
ভাল লাগিল ভিডিঅ টো চাই 👍👍👍👍❤🙏🙏🙏
thank you
@@uparjan1873 number tu diok sub
Val lagily dy
So nice video
Very nice dada
🙏
Val lage axomiya manuhe business korile, moi xodai axomiyar tate maal kinu, dam besi kom jiyei nahouk, enekoi bhabilehe jatiyotabad jiyai thake .
Jai Hind dadaloi
Val lagil
💯
Val lagil saai
nice👍
Val lgil
Dada jon contact number 2 pmni.pani business kore alp hlpe lgisle.pani business karene
সপোন এটা আছা ডাঙৰ ব্যৱসায়ী হোৱাৰ পাৰিমনে।
Pareba
Pwd contractor hokolor interview Lobo sabo sun...
Good inspiration
Eei Ratul saikia naamor Dada jonor phone number tu muk lagisil , byobokhayik dikhot kisu kotha patibo bisaru. Pam neki baaru?
Bus r business video ata lagisil
okay , we will try...
kana koi korim bidness
dada number tu debo naky apunarnar
Ratul saikia dada contak numbertu pam ni
Teur contact details dibo sun parile
Moisa Bibokhai Buli kuatkoi mas Bibokhai buli kole u Hoi🏆🏆🏆
Besi profit lole toka hoboi
নমস্কাৰ ককাইদেউ , মোক আপুনি এই Ratul Saikia ককাইদেউ ৰ contact number টো লগতে তেওঁৰ ঠিকনা টো জনাব বুলি আশা কৰিলো । মোৰ ককাইদেউ জনৰ পৰা বহু কথা জানিব আছে । অনুগ্ৰহ কৰি আপুনি মোক সহায় কৰিবলৈ আবাহন কৰিলো ।
Val lagil
Val lagil