ধ্ৰুৱজ্যোতি বৰাৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী | BORA BAZAR
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- ধ্ৰুৱজ্যোতি বৰাৰ কঠোৰ পৰিশ্ৰমৰ কাহিনী BORA BAZAR
UPARJAN: 9101735732
এসময়ত তেওঁ খৰি বিক্ৰী কৰিছিল পথৰ কাষত। আৰু এতিয়া তেওঁ এখন বিশাল বজাৰৰ মালিক ৷
হয় টিয়কৰ এই “বৰা বজাৰ” বহুজনৰে চিনাকী ৷ অসমীয়া ব্যৱসায়ী ধ্ৰুৱজ্যোতি বৰাৰ কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফল এই বৰা বজাৰ ৷
অসম হাৰ্ডৱেৰ নামৰ এখন দোকানৰ পৰা উপাৰ্জন কৰা টকাৰেই টিয়কৰ সু সন্তান ধ্ৰুৱজ্যোতি বৰাই ২০১৫ চনত গঢ় দিলে বিশাল বজাৰখনৰ ৷
UPARJAN.IN
অসমীয়া মানুহৰ, বিশেষকৈ খিলঞ্জীয়া ভূমি পুত্ৰৰ উন্নতি দেখিলে বুকুখন ফুলি উঠে, গৌৰৱ অনুভৱ কৰো, ইশ্বৰে আগুৱাই নিয়ক বৰা বজাৰক
ভাল লাগে উদ্যমীয়ে উদ্যমীক সহায় কৰা দেখিলে৷ অসমীয়া হিচাপে গৌৰৱান্বিত
উদ্যমী পুৰুষ বৰা ডাঙৰীয়া লৈ অভিনন্দন । তেখেতৰ মনৰ অনুভৱৰ কথাখিনি শলাগ লৈছোঁ । সততা আৰু নিষ্ঠাৰে ব্যৱসায় অন্য এক মাত্ৰা প্ৰদান কৰিছে । 'বৰা বাজাৰ ' হ ওঁক অনবদ্য ও অনন্য ।
আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনাৰ দৰে ব্যক্তি সকলক লৈ অসমীয়াই গৌৰৱবোধ কৰে ।
ভাল লাগিল।বহু অনুপ্ৰাণিত হলো।কষ্ট আৰু মগজু সঁচাকৈয়ে লাগিব। থলুৱা,খিলঞ্জীয়াৰ এনে উত্তৰণে অসমক আগুৱাই যোৱাত সহায় কৰিব।ভূমিও আমাৰ বজাৰো আমাৰ।তেহে ……অসম উন্নতিৰ পথত।অশেষ অভিনন্দন।
এনেদৰেই খিলঞ্জীয়া সকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যত উপনীত হোৱাত সহায় হব | সকলো খিলঞ্জীয়াই মনে -প্রাণে এই আদৰ্শ লোৱা উচিত |
CONGRATULATIONS. STAY BLESSED
অসমীয়াৰ বজাৰ দেখি ভাললাগিছে৷ নিবনুৱা সমস্যা সমাধানত দাদাই ভুমিকা লোৱাৰ বাবে অশেষ ধন্যবাদ৷
দাদা আপোনাৰ কৰ্মৰাজিৰ আৰু মানসিকতা বৰ সুন্দৰ।আপোনাক এদিন লগ পাম ।
ভাল লাগিল তেখেতৰ যি কষ্ট, আৰু ত্যাগৰ সফলতাৰ ফলত আজি বৰা বজাৰ অসম প্ৰায় বোৰ জিলাতে মানুহৰ মূখে মূখে শুনিবলৈ পাও,,,,,টিয়কত বৰা বজাৰ সোমাই আহিলো,,,,,
গৈছো, পৰিৱেশটো ধুনীয়া
ধুবজোতি পতি বহুত বহুত ধন্যবাদ থাকিল Bhadra kanta gogoi নবজ্য্যোতি গাওঁ
Great people,god bless him ❤️
Khub val lagil..bht utkha dise Bora daar kahani tu aa...
বৰ ভাল লাগিল দাদা ,এজন অসমীয়াৰ উদ্যোগ দেখি । মই শিৱসাগৰৰ , কিন্তু টীয়ক, কাকজান, যোৰহাট আদিলৈ গ'লে প্ৰায়ে বৰা বজাৰত সোমাওঁ ।...অসম হাৰ্ডৱেৰ ষ্ট'ৰতো সোমাই দুই এবাৰ কিনিছোঁ কিবাকিবি।
Vaal laagil...ejon khub vaal maanuh bora daa...muru byoboxaay koribole mon ase...kintu ki byoboxaay korile success hom hei2 buji naapau..
ভাল লাগিল । অসমীয়া হিচাপে অসমীয়া লোকৰ উন্নতি দেখি মনতো বহু ভাল লাগিছে। ধন্যবাদ
Val lagil Bora da aapunar jibon kahini.please Bora da Jodi paray muk eakhon dukan dibo babey hubhida dibo paribo nayki
Bohut vaal lagil kothabur
সছাকৈ আমি চকুৰ আগত দেখা। তেওঁ বহুত উন্নতি কৰিব পাৰিলে। ভাল কথা
DADA APUNAR KAMOT MOI BOR HAPPY.AGOLOI ARU AAKHA KORISU . THANK YOU.
"BORA BAZAAR" heart of Teok
ভাগ্য পৰিবৰ্তন কেতিয়া হয় কোনেও নাজানে
Abor manohak aasalote cm banaba lage, bahut... Val Dhuba da, ❤️❤️❤️👍
Val munuh deiii .hundor monor odhikari
Bor bhal lagil.
Borahda Val lagil.
Grand salute bora da
Bora da.. Great..
ভাল লাগিল
Thanks Bor Video To dia karane
মন পচন্দ কথা কলে ভাল লাগিল...
Proud of you Sir🙏
Jai Aai Axm ✊✊✊
Very good👍 inspiration video and this man is truly inspired
আপুনাৰ কষ্ট লেখত লব লগিয়া , ভগৱানে আপোনাৰ লগতে আপোনাৰ পৰিয়ালক কুশলে ৰাখক , টিয়কত থাকি গৌৰৱ অনুভৱ কৰো ।
Bora Bazar is the most popular merket in Teok ❤
May god bless you! Dada
Salute sir ❤❤
Apuni hosai bohut val manuh dei
আৰু উন্নতি হওক আৰু আগুৱাই যাওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
তেওঁ প্ৰকৃততে সমাজসেৱি ব্যৱসায়ী
bhut val lgile ktha kini huni ru bhut utkha dile val lgil🙏🙏🙏
Val lagil
Love from dhemaji
So nice.... 👌👌👌👍👍👍
Bohut bhal lagil. God bless you dada
Khub xundor
🙏🙏🙏👌bohut bohut dhyanoybad akhomiya jubok juboti hokolok hubidhaya diya babe 🙏🙏🙏 aru anekuwa Akhomiya r bohut proyojon ajir donot 🙏🙏🙏👌👌👍🏻👍🏻👍🏻❤️❤️❤️
Bohut dhunia concept
Honest Man
ভাল লাগিল বৰা ডা
Great👍
vl lagil dekhi
i love you sir........ i Love business man 👍👍👍👍👍👍
বহু ত ভাল লাগে video চাই
Very good initiative
Bora Da I like to your Labor i whiches you.
God bless you
Dada bht bht dhanrabat
Vl lgil
Hundar
Very good advice
Good 👍
👍👌very good
Right kotha sir
Apunar video wait kori thaku dada🙏
Good job
mor bhut sikibo lga ase aponr poraa khuraa mor bepar koribo bhut mn ase ..axomiya lora hoi moi sanjib kr das
প্ৰকৃত জাতীয়তাবাদী
ভাল লাগিল চাই । সহজ সৰল মানুহজন । আপোনাকো অশেষ ধন্যবাদ জনালোঁ এই ধৰণৰ ভিডিঅ উপহাৰ দিয়াৰ বাবে । আগলৈও এনেকৈয়ে প্ৰেৰণামূলক ভিদিঅ পায় থাকিম বুলি আশা কৰিলোঁ ।
Very good
Great humen being 🙏🙏🙏🙏🙏
Real story to inspire....
Big thumbs up 👍👍👍👍
Very good 👌👍👌
Aru aguai jauk
God bless you for ever,
Bora Da kholagisu 👍
Hai kila 4lineot maite gol cute toka pala
Business Mindset
Good
Thikei ase, al da best...
4m Poison
mahnu hbo lge apunar dhore
.👌👌
সুন্দৰ
Good News
Thank you dada
Sobor ankuwa luck nathaka. Bhagyo laga
Very very nice
Good good
Nice video ♥️♥️
Good job 💪
Thanks bara daloy
Great vindew👍
Bahut bahut 🙏🙏🙏
moja
আপোনালোকৰ চেনেল টোৱে বহুত শিক্ষিত নিবনুৱাক অনুপ্ৰাণিত কৰিব কাম কৰিবৰ বাবে ,দুখীয়া আচলতে সেইজন লোক যোন এলেহুৱা ।
আমাৰ গৌৰৱ বৰা বজাৰ❤️ৰৈ আছোঁ দুৰ্গা পূজাৰ বাবে🤩
4 Lane tu juwar karone bohut poisa pai invest korile .... ♥️
আমাৰ অসমীয়া হিচাপে আমাৰ মানুহৰ এনে প্ৰেণামূলক ভিডিঅ’ চাই মনত কিৱা এটি সাহস পোৱা যেন অনুভৱ হয়।
Sundar
Shivji mass