ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বাৰে বাৰে শুনি থাকিব পাৰোঁ এই গীতটি। এজনী ছোৱালীয়ে চাৰি বেৰৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হ'লে যি ভাষা আৰু কৰুণ সূৰেৰে মনৰ ভাব প্ৰকাশ কৰিব , সেই দৃশ্য হুবহু ৰূপত ফুটি উঠিছে নমিতা ভট্টাচাৰ্য্য বাইদেউৰ কণ্ঠত।
World no 1 best song, my favourite song, I love you this song, my favourite song, most beautiful song
বহুত সুন্দৰ গীত,অতি মিঠা মাত,সুৰ।
চিৰ সেউজ এই গীতবোৰ।মন প্ৰাণ ভৰি যায়।এই গীতবোৰ আমাৰ কলিজাৰ অঙ্খ আছিল।
Khub sundar gaan,sorure porai khuni acho
বহুত আৱেগ পূৰ্ণ গীত, নমিতা বাঈদেউৰ কণ্ঠত গোৱা সকলোবোৰ গীতৰ সুকীয়া পৰিচয় আছে। ১৯৭৫ চন, তেতিয়াৰ দিনত আকাশবাণী কেন্দ্ৰৰ পৰা " কল্পতৰু" অনুষ্ঠানত এনে গীতসমূহ সঘনাই প্ৰচাৰ হৈছিল। গাঁৱত তেতিয়া দুই এটা ৰেডিঅ'আছিল। কল্পতৰু অনুষ্ঠানৰ সময়ত দৌৰি গৈ ৰেডিঅটোৰ চাৰিওফালে সকলোৱে বহি pin drop silence মেইনটেন কৰি গীতবোৰ শুনিছিলো। তেতিয়াৰ দিনবোৰ! ..........এতিয়া আৰু সেই আৱেগিক ক্ষণবোৰ নাই, মাত্ৰ অকলে থাকি অনুভৱহে কৰিব পাৰোঁ।
বাইদেউ আপুনি দেশৰ অসম প্ৰদেশৰ সঙ্গীতৰ সুৰৰ ৰানী হয়.....॥
বহু দিনৰ মুৰত শুনিলো বাইদেউৰ গান মোৰ বহুত ভাল লাগে
ৱাহ। কি যে মিঠা গীত অ'
Golden song of Golden era .Ever green.
Hundor
Best singer Dr.Nomita Bhattacharya
"তৰামাই" বোলছবিৰ এটি চিৰসেউজ গীত। গীতিকাৰ কেশৱ মহন্ত আৰু সংগীত ৰমেন বৰুৱা দেৱৰ। দৰদী শিল্পী নমিতা ভট্টাচাৰ্য্য বাইদেউৰ কন্ঠত গীতটিয়ে ইমানেই প্ৰাণ পাই উঠিছে যে সাংকৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই গীতটো প্ৰায়ভাগ শিল্পীয়ে পৰিবেশন কৰিছিল।এতিয়াও তাৰ মাদকতা একেই আছে, একেই আছে তাৰ জনপ্ৰিয়তা।
Vary nice🙂🙂 gk supoti saboxun bhal pabo sai🙂🙂🙂🙂😊😊
Xasake ati xundr geet
আহ কি যে সুন্দৰ | বুজাই কবলৈ বা লিখিবলৈ ভাষাই বিছাৰি নাপাম ছাগে????
Most beautiful song, best song, my favourite video
Evergreen assames song
This song, a vintage car and the open road... Perfection.
Moi sui Jua geet xuni thakibole mon jai
Best song, my favourite song, I love you this song, my favourite song
So nice namita baa so lovely voice yours.i like it.
Bhalllll
মোৰ বৰ দেউতা পিয় গান আচিলে। গানটো শুনিলে বৰ দেউতা লৈ মনত পৰে।
গীতটি শুনি মনতো ১৯৭৫ চনলৈ উৰি গ'ল-----
Evergreen song
মন চুই যায় ।
চিৰ সেউজীয়া আৰু সোনালী যুগৰ সোনালী গীত।🙏
অতি সুন্দৰ ❤❤
One of my favourite
Eibur gaan hunile deha hat pori jai
A heart touching song ........ I like it very much ......... ☺👏👏👌
Bor xundor geet.
Very sweet voice .Like a Goddess singing this song Oh my God .Speechless 😶
Perfect voice for this song
বৰ ভাল পাওঁ গানটো ।
Moi ki koru
Very nice song, old is gold.💖
Old is diamond
Very nice song
১৯৭৫ চনৰ গীত আৰু মই বাৰে বাৰে শুনিছোঁ ২০২০ ত ইয়াকে কয় চিৰসেউজ গীত।
Yes
অসমীয়া গাঁৱলীয়া ছোৱালী এজনীৰ মনৰ কথা এই গান তোত কৈ বেছি ভালকৈ একোৱে প্ৰকাশ কৰিব নোৱাৰে ।
Purna gan khunar majai beleg .👍
Git to bhal lagil
Mor prio geet
চিৰ যুগমীয়া, চিৰ সেউজ গীত
Just excellent
মই ভাল পোৱা এটি গীত ।ভাল লাগিল শুনি।
Evergreen song.
❤❤❤🙏🙏
Axomi r ot adoror geet ever green songs
Very heart touching song
এটা সুন্দৰ গীত👍👍
Bideo apunar gan huni khub bhal p
Nice 👍
Old is gold
Nomita bar geet mor priyo suni thakileo amoni nelage,
Nice song
Evergreen song 👏
Ki dhuniya
very sweet song
Evergreen song❤️
Anyone listening in December 2021 👍👍🎉
Nice
HappybirthAdy
চিৰ সেউজ গীত। মোৰ অতিকৈ প্ৰিয়।
Old is gold❤️
❤❤❤❤
beautiful song
মই ভাল পোৱা গীত
বহুত দিনৰ মূৰত গীতটি শুনিবলৈ পায় ভাল লাগিল-গীতটিৰ কথাংশ লেখি দিয়া বাবে ধন্যবাদ( আপোনাৰ সংগ্ৰহত খগেন মহন্তৰ অ' পূজাৰী আদৰি দিলো এই বৰণৰ শৰাই ....গীতটি আছে যদি দিবচোন !!বিছাৰি হলেও দিব বুলি আশা কৰিলো )
ঠিক আছে বাৰু। লোকনাথ গোস্বামীৰ কণ্ঠত উক্ত গীতটি থকা মনত আছে। খগেন মহন্তৰ কন্ঠত চাম বাৰু.. শুনা মনত আছে। "তৰামাই" বোলছবিৰ আৰু এটা মাত্ৰ গীত আছে দিবলৈ। তাৰ পিছত এই গীতটো দিম।
2023 r June r 1 tarikhe huni asu
More prior geet
Good
❤️❤️❤️❤️❤️❤️❤️
I love this song
Thank you 🙏👍
মই ২০২৪ত শুনিছোঁ শুনি আমনি নলগা চিৰসেউজ গীতটি
Moi ki koru 😂😂😂😂
Lorela monot pore jai RADIOt suna
SandSandha melon
বৰ ভাল লাগিল
❤❤
বাৰে বাৰে শুনি থাকিব পাৰোঁ এই গীতটি। এজনী ছোৱালীয়ে চাৰি বেৰৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হ'লে যি ভাষা আৰু কৰুণ সূৰেৰে মনৰ ভাব প্ৰকাশ কৰিব , সেই দৃশ্য হুবহু ৰূপত ফুটি উঠিছে নমিতা ভট্টাচাৰ্য্য বাইদেউৰ কণ্ঠত।
World no 1 best song, my favourite song, I love you this song, my favourite song, most beautiful song
বহুত সুন্দৰ গীত,অতি মিঠা মাত,সুৰ।
চিৰ সেউজ এই গীতবোৰ।মন প্ৰাণ ভৰি যায়।এই গীতবোৰ আমাৰ কলিজাৰ অঙ্খ আছিল।
Khub sundar gaan,sorure porai khuni acho
বহুত আৱেগ পূৰ্ণ গীত, নমিতা বাঈদেউৰ কণ্ঠত গোৱা সকলোবোৰ গীতৰ সুকীয়া পৰিচয় আছে। ১৯৭৫ চন, তেতিয়াৰ দিনত আকাশবাণী কেন্দ্ৰৰ পৰা " কল্পতৰু" অনুষ্ঠানত এনে গীতসমূহ সঘনাই প্ৰচাৰ হৈছিল। গাঁৱত তেতিয়া দুই এটা ৰেডিঅ'আছিল। কল্পতৰু অনুষ্ঠানৰ সময়ত দৌৰি গৈ ৰেডিঅটোৰ চাৰিওফালে সকলোৱে বহি pin drop silence মেইনটেন কৰি গীতবোৰ শুনিছিলো। তেতিয়াৰ দিনবোৰ! ..........এতিয়া আৰু সেই আৱেগিক ক্ষণবোৰ নাই, মাত্ৰ অকলে থাকি অনুভৱহে কৰিব পাৰোঁ।
বাইদেউ আপুনি দেশৰ অসম প্ৰদেশৰ সঙ্গীতৰ সুৰৰ ৰানী হয়.....॥
বহু দিনৰ মুৰত শুনিলো বাইদেউৰ গান মোৰ বহুত ভাল লাগে
ৱাহ। কি যে মিঠা গীত অ'
Golden song of Golden era .Ever green.
Hundor
Best singer Dr.Nomita Bhattacharya
"তৰামাই" বোলছবিৰ এটি চিৰসেউজ গীত। গীতিকাৰ কেশৱ মহন্ত আৰু সংগীত ৰমেন বৰুৱা দেৱৰ। দৰদী শিল্পী নমিতা ভট্টাচাৰ্য্য বাইদেউৰ কন্ঠত গীতটিয়ে ইমানেই প্ৰাণ পাই উঠিছে যে সাংকৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই গীতটো প্ৰায়ভাগ শিল্পীয়ে পৰিবেশন কৰিছিল।এতিয়াও তাৰ মাদকতা একেই আছে, একেই আছে তাৰ জনপ্ৰিয়তা।
Vary nice🙂🙂 gk supoti saboxun bhal pabo sai🙂🙂🙂🙂😊😊
Xasake ati xundr geet
আহ কি যে সুন্দৰ | বুজাই কবলৈ বা লিখিবলৈ ভাষাই বিছাৰি নাপাম ছাগে????
Most beautiful song, best song, my favourite video
Evergreen assames song
This song, a vintage car and the open road... Perfection.
Moi sui Jua geet xuni thakibole mon jai
Best song, my favourite song, I love you this song, my favourite song
So nice namita baa so lovely voice yours.i like it.
Bhalllll
মোৰ বৰ দেউতা পিয় গান আচিলে। গানটো শুনিলে বৰ দেউতা লৈ মনত পৰে।
গীতটি শুনি মনতো ১৯৭৫ চনলৈ উৰি গ'ল-----
Evergreen song
মন চুই যায় ।
চিৰ সেউজীয়া আৰু সোনালী যুগৰ সোনালী গীত।🙏
অতি সুন্দৰ ❤❤
One of my favourite
Eibur gaan hunile deha hat pori jai
A heart touching song ........ I like it very much ......... ☺👏👏👌
Bor xundor geet.
Very sweet voice .
Like a Goddess singing this song
Oh my God .
Speechless 😶
Perfect voice for this song
বৰ ভাল পাওঁ গানটো ।
Moi ki koru
Very nice song, old is gold.💖
Old is diamond
Very nice song
১৯৭৫ চনৰ গীত আৰু মই বাৰে বাৰে শুনিছোঁ ২০২০ ত ইয়াকে কয় চিৰসেউজ গীত।
Yes
অসমীয়া গাঁৱলীয়া ছোৱালী এজনীৰ মনৰ কথা এই গান তোত কৈ বেছি ভালকৈ একোৱে প্ৰকাশ কৰিব নোৱাৰে ।
Purna gan khunar majai beleg .👍
Git to bhal lagil
Mor prio geet
চিৰ যুগমীয়া, চিৰ সেউজ গীত
Just excellent
মই ভাল পোৱা এটি গীত ।ভাল লাগিল শুনি।
Evergreen song.
❤❤❤🙏🙏
Axomi r ot adoror geet ever green songs
Very heart touching song
এটা সুন্দৰ গীত👍👍
Bideo apunar gan huni khub bhal p
Nice 👍
Old is gold
Nomita bar geet mor priyo suni thakileo amoni nelage,
Nice song
Evergreen song 👏
Ki dhuniya
very sweet song
Evergreen song❤️
Anyone listening in December 2021 👍👍🎉
Nice
Happybirt
hAdy
চিৰ সেউজ গীত। মোৰ অতিকৈ প্ৰিয়।
Old is gold❤️
❤❤❤❤
beautiful song
মই ভাল পোৱা গীত
বহুত দিনৰ মূৰত গীতটি শুনিবলৈ পায় ভাল লাগিল-গীতটিৰ কথাংশ লেখি দিয়া বাবে ধন্যবাদ
( আপোনাৰ সংগ্ৰহত খগেন মহন্তৰ অ' পূজাৰী আদৰি দিলো এই বৰণৰ শৰাই ....গীতটি আছে যদি দিবচোন !!বিছাৰি হলেও দিব বুলি আশা কৰিলো )
ঠিক আছে বাৰু। লোকনাথ গোস্বামীৰ কণ্ঠত উক্ত গীতটি থকা মনত আছে। খগেন মহন্তৰ কন্ঠত চাম বাৰু.. শুনা মনত আছে। "তৰামাই" বোলছবিৰ আৰু এটা মাত্ৰ গীত আছে দিবলৈ। তাৰ পিছত এই গীতটো দিম।
2023 r June r 1 tarikhe huni asu
More prior geet
Good
❤️❤️❤️❤️❤️❤️❤️
I love this song
Thank you 🙏👍
মই ২০২৪ত শুনিছোঁ শুনি আমনি নলগা চিৰসেউজ গীতটি
Moi ki koru 😂😂😂😂
Lorela monot pore jai RADIOt suna
Sand
Sandha melon
বৰ ভাল লাগিল
Nice
Nice song
❤❤