ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সত্যম খনিকৰ দা যতপ্ৰথম পুৰস্কাৰ তত ❤🎉বহুত সুন্দৰ।
সচাকেঁ সত্যম দা আপোনাৰ কণ্ঠ অপূর্ব 🙏❤
❤🎉অনবদ্য অভিনয় শৈলী । দোহাৰৰ পৰিবেশন উৎকৃষ্ট মানদন্ডৰ । ভাল লাগিল ।
সকলোৰে অভিনয় ইমান ধুনীয়া, চাই আমনি নলগা এখন ভাওনা উপভোগ কৰিলো। আৰু আগবাহি যাওঁক আপোনালোক। লগতে দোহাৰত থকা সকলো লৈকে ধন্যবাদ জ্ঞাপন কৰিলো
ধন্যবাদ
❤জয়তু ভওনা সংস্কৃতি জয়। সুন্দৰ অভিনয়।
অতি সুন্দৰ বেশ ভুসা আৰু কবলে বাকী নাই বহুত সুন্দৰ তাৰকা আৰু মাৰিচ সুবহুৰ ৰূপ প্রকিততে এনেকুৱা হব লগে ❤❤❤❤
বাঁহী সুৰ যেন বিতুল দা বজাইছে শুনি অনুভৱ কৰিছোঁ 💚💚💚
বৰ মনোগ্ৰাহি এখন নাট উপহাৰ নাট্যকাৰৰ ।বিচাৰকৰ দৃষ্টিত শ্ৰেষ্ঠ হোৱাৰ ওপৰিও প্ৰতিজন দৰ্শকৰ বাবেও এখন শ্ৰেষ্ঠ নাট,,,, প্ৰতিজন অভিনেতাৰে দুৰ্দান্ত অভিনয় ❤❤❤❤
🙏🙏🙏
কি সুন্দৰ ❤.. সত্যম দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় 🎉 ভাওনা ভাগে যি বিচাৰিছে কণ্ঠই পৰিপূৰ্ণ কৰি দিছে প্ৰত্যেকটো দৃশ্য ❤❤❤❤❤❤। সকলোৰে কি অপূৰ্ব অভিনয়❤জয় অৰুণোদয় নাট্য গোষ্ঠী ❤
ধন্যবাদ ৰাহুল
সীতা গৰাকী ৰ আৰু অভিনয় আৰু বচ্চন আৰু অলপ গহীন গম্ভীৰ হোৱা হ'লে আৰু ভাল লাগিল হয়।
সকলো ভাৱৰীয়াৰ নিখুঁত অভিনয়। নাট্যকাৰ উৎপল খনিকৰ দেৱৰ মহান সৃষ্টিক শতকোটি প্ৰণাম।
তাৰাকাৰ অভিনয় অতি সুন্দৰ❤🎉
সুন্দৰ ভাওনা ❤❤❤
দুখ প্ৰকাশ কৰা লগতে, দুখ বোৰ ৰাইজলৈ আগবঢ়োৱা টো বহুত ধুনীয়া হৈছে অপূৰ্ব
আৰম্ভ পৰা শেষলৈ সকলো সুন্দৰ ❤🙌🌼....বাহীঁ বাদক জনক বহুত শুভেচ্ছা।সুন্দৰ হৈছে
ধন্যবাদ😊
নাটভাগ উপভোগ কৰি বহুত ভাল লাগিল ❤️❤️❤️❤️
Maris hubakhu taroka juiii
মুখা শিল্প সুন্দৰ হৈছে ।।।
অতি সুন্দৰ সকলোৱে ❤❤❤
ভাল লাগিল চাই ❤
Joy2 aunodoi ❤❤❤❤❤❤
Mat tur bor Dhuniya deii ❤🙏🏽
খুব ভাল লাগিল ❤সকলোৰে অভিনয় খুব সাৱলীল হৈছে।❤❤
অতি সুন্দৰ অভিনয় সকলোৰে ।❤❤❤
সৃষ্টিকৰ্তা প্ৰজাপতি ব্ৰহ্মাৰ মানস পুত্ৰ মনু ৰচিত পৃথিৱীৰ প্ৰাচীনতম আইনশাস্ত্ৰ আৰু সংবিধান মনুস্মৃতি অনুসৰি আশ্ৰমৰ ব্ৰহ্মচৰ্যত ফুলৰ পুষ্প পিন্ধিলে ব্ৰহ্মচৰ্য ভাঙি যায়।
Arunodoi allwyas ❤
❤️❤️❤️
Pranjit da log pam December t jorhatot ❤️
Eshan da mjaa
জয় গুৰু শংকৰ
🔥🔥🔥🔥
জয়তু অৰুণোদয় ❤️
বশিষ্ঠ মুনি r acting val hoise
Val lagil sai❤❤❤❤❤
আদৰ্ষণিয় নাট্য দল , মৰমৰ নাট্য দল। অসমীয়াৰ সংজ্ঞা বিচাৰি আৰু যাব লাগে জানো দূৰলৈ 🌱🙏🏾🤗।
❤️❤️
@@PranjitgayanPranjit-jm6vo ভৰতক চাবলৈ ৰৈ আছো ।Frm ~গোলাঘাট 🙏🏾
@@Dbjtphkn নিশ্চয়❤
Bhut hundor hoise❤
Styom daa everything 💕💕💕🔥🔥🔥🔥🔥
Pranjit da ovinoi🔥🔥 uff❤❤
❤️
Val lagil sai uff ❤😊😊😊
বহুত সুন্দৰ হৈছে। গায়ন-বায়ন কোন বাৰু।
সত্যম মঞ্জিত
Saityam da voice 🥺❤️
Hundar hoisa ❤❤
❤❤ voice 🔥🥰
Puali tu eman morom loga oo❤❤
Bohut hundor ❤❤❤
Nyandep da❤❤
Tqqq❤
❤❤❤❤❤❤❤❤
ইতি সূত্ৰ নিস্ক্ৰান্ত এই বাক্যশাৰী কয় ইতি সূত্ৰ নৃত্য নিস্কান্ত। এতিয়া সূত্ৰৰ অব্যাহতি এনে অৰ্থ বুজোৱা বাক্যশাৰীয়ে সংস্কৃত নাটকত সূত্ৰধাৰী ভিতৰলৈ গৈ সকলো নেপথ্যৰ পৰা পৰিচালনা কৰি থাকে। আজিকালি এই বাক্যশাৰী কৈ সূত্ৰধাৰী দোহাৰ বা বৈঠকীৰ লগত বোন্দাপৰ দি থাকে।
🙏🙏🙏🙏🌺🌸🌹
Fulpani siga sivsagar❤❤
হয়
চৰণৰ পাদুকা= চৰণ পাদুকা।
Frist liker ❤
Moi salu bohut val lagil amr gawte hoisil ❤
Bht dhuniya hoise ai team to Manisu kintu ❤😢
Voice🚩
🙏🙏
❤❤❤
ধ্ৰৱ চৰিত্ৰ লাগে
aji dm
❤️❤️❤️🌹🌹🌹
@ishan
❤
38:17 ❤
1:00:08 🔥
ৰাম বোলে মৰ্যদা পুৰুষোত্তম। মাইকী মানুহ এজনীক দুটাই ধনু শৰ লৈ মৰাটো প্ৰশ্নবোধক? তাৰকা সুবাহুক বিশ্বামিত্ৰই দশৰথৰ পৰা পৰা ৰাম লক্ষ্মণক খুজি নি তেওঁলোকৰ দ্বাৰা বধ কৰে। মাৰিচক ৰামে ভোটা কাঁৰে দুৰত পেলায় দিয়ে। পিছত ৰাৱণে সীতা হৰণ সময়ত হৰিণৰূপী মাৰিচ বধ হয়।
ভাওনা ভাৱনাৰ বস্তু সকলো বস্তু ক প্ৰদৰ্শন কৰাটো সময়ে নিদিয়ে
ইয়াত নো কি কৰিছে তেন্তে । কথা ত কৈ কাম কৰক। কি বাৰে বিঙ্কৰী কথা গাই আছে হে
❤👌
Hundor hoise.
Bilptu naihuwa
কেনেকে হব জনাব চোন
53:58 ❤💥
গায়ন-বায়ন ভাল হৈছে যদিও বেছি চুটি কৰিছে। থিয় চাহিনীৰ ঘোষা নোগোৱাকৈ পোনেই ন ধেমালি। ঘোষা ধেমালিত মুদ্ৰা ১৭টা। কিন্তু তিনিটা মুদ্ৰাত সামৰে।
সেইবোএ চাৰি ঘন্টাৰ ভিতৰত নহয় যদি ৬-৭ ঘণ্টা দিয়ে কৰিব পৰা যাব😊
Dosoroth jon ripunjoy da neki ?
নহয় বসন্ত
ভাল নাট্যকাৰে নাটকৰ নাম এটা বা দুটা শব্দত ৰাখে, যাতে শ্ৰুতা-দৰ্শকৰ মাজত উৎসুকতা থাকে।
বুজি নাপালো। ভাওনা নাট এটা দুটা নামত নহয় । পাৰিলে অধ্য্য়ন কৰিব
প্ৰথমং সাৰংগ ৰাগেন গীয়তাং এনেকৈ ক'ব লাগে কিন্তু এতিয়া ভুলকৈ কয়। নিজৰ গাঁৱতে দেখিছো। অসমীয়া বানান কেইটাকে নুফুটে। সংস্কৃত ক'ত ফুটিব।
ভাওনা কৰিব আকৌ ইমান খিনি কৈ আছে। নিজে দল এটা খুলি আৰম্ভ কৰক
🙏🙏🙏🙏🙏
❤❤❤❤❤
❤❤
সত্যম খনিকৰ দা যত
প্ৰথম পুৰস্কাৰ তত ❤🎉
বহুত সুন্দৰ।
সচাকেঁ সত্যম দা আপোনাৰ কণ্ঠ অপূর্ব 🙏❤
❤🎉অনবদ্য অভিনয় শৈলী । দোহাৰৰ পৰিবেশন উৎকৃষ্ট মানদন্ডৰ । ভাল লাগিল ।
সকলোৰে অভিনয় ইমান ধুনীয়া, চাই আমনি নলগা এখন ভাওনা উপভোগ কৰিলো। আৰু আগবাহি যাওঁক আপোনালোক। লগতে দোহাৰত থকা সকলো লৈকে ধন্যবাদ জ্ঞাপন কৰিলো
ধন্যবাদ
❤জয়তু ভওনা সংস্কৃতি জয়। সুন্দৰ অভিনয়।
অতি সুন্দৰ বেশ ভুসা আৰু কবলে বাকী নাই বহুত সুন্দৰ তাৰকা আৰু মাৰিচ সুবহুৰ ৰূপ প্রকিততে এনেকুৱা হব লগে ❤❤❤❤
বাঁহী সুৰ যেন বিতুল দা বজাইছে শুনি অনুভৱ কৰিছোঁ 💚💚💚
বৰ মনোগ্ৰাহি এখন নাট উপহাৰ নাট্যকাৰৰ ।বিচাৰকৰ দৃষ্টিত শ্ৰেষ্ঠ হোৱাৰ ওপৰিও প্ৰতিজন দৰ্শকৰ বাবেও এখন শ্ৰেষ্ঠ নাট,,,, প্ৰতিজন অভিনেতাৰে দুৰ্দান্ত অভিনয় ❤❤❤❤
🙏🙏🙏
কি সুন্দৰ ❤.. সত্যম দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় 🎉 ভাওনা ভাগে যি বিচাৰিছে কণ্ঠই পৰিপূৰ্ণ কৰি দিছে প্ৰত্যেকটো দৃশ্য ❤❤❤❤❤❤। সকলোৰে কি অপূৰ্ব অভিনয়❤
জয় অৰুণোদয় নাট্য গোষ্ঠী ❤
ধন্যবাদ ৰাহুল
সীতা গৰাকী ৰ আৰু অভিনয় আৰু বচ্চন আৰু অলপ গহীন গম্ভীৰ হোৱা হ'লে আৰু ভাল লাগিল হয়।
সকলো ভাৱৰীয়াৰ নিখুঁত অভিনয়। নাট্যকাৰ উৎপল খনিকৰ দেৱৰ মহান সৃষ্টিক শতকোটি প্ৰণাম।
তাৰাকাৰ অভিনয় অতি সুন্দৰ❤🎉
সুন্দৰ ভাওনা ❤❤❤
দুখ প্ৰকাশ কৰা লগতে, দুখ বোৰ ৰাইজলৈ আগবঢ়োৱা টো বহুত ধুনীয়া হৈছে অপূৰ্ব
আৰম্ভ পৰা শেষলৈ সকলো সুন্দৰ ❤🙌🌼....বাহীঁ বাদক জনক বহুত শুভেচ্ছা।সুন্দৰ হৈছে
ধন্যবাদ😊
নাটভাগ উপভোগ কৰি বহুত ভাল লাগিল ❤️❤️❤️❤️
Maris hubakhu taroka juiii
মুখা শিল্প সুন্দৰ হৈছে ।।।
অতি সুন্দৰ সকলোৱে ❤❤❤
ভাল লাগিল চাই ❤
Joy2 aunodoi ❤❤❤❤❤❤
Mat tur bor Dhuniya deii ❤🙏🏽
খুব ভাল লাগিল ❤
সকলোৰে অভিনয় খুব সাৱলীল হৈছে।❤❤
অতি সুন্দৰ অভিনয় সকলোৰে ।❤❤❤
সৃষ্টিকৰ্তা প্ৰজাপতি ব্ৰহ্মাৰ মানস পুত্ৰ মনু ৰচিত পৃথিৱীৰ প্ৰাচীনতম আইনশাস্ত্ৰ আৰু সংবিধান মনুস্মৃতি অনুসৰি আশ্ৰমৰ ব্ৰহ্মচৰ্যত ফুলৰ পুষ্প পিন্ধিলে ব্ৰহ্মচৰ্য ভাঙি যায়।
Arunodoi allwyas ❤
❤️❤️❤️
Pranjit da log pam December t jorhatot ❤️
Eshan da mjaa
জয় গুৰু শংকৰ
🔥🔥🔥🔥
জয়তু অৰুণোদয় ❤️
বশিষ্ঠ মুনি r acting val hoise
Val lagil sai❤❤❤❤❤
আদৰ্ষণিয় নাট্য দল , মৰমৰ নাট্য দল। অসমীয়াৰ সংজ্ঞা বিচাৰি আৰু যাব লাগে জানো দূৰলৈ 🌱🙏🏾🤗।
❤️❤️
@@PranjitgayanPranjit-jm6vo ভৰতক চাবলৈ ৰৈ আছো ।
Frm ~গোলাঘাট 🙏🏾