ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মেহগনি গছৰ বিষয়ে বহুখিনি কথা জনোৱাৰ বাবে ধন্যবাদ থাকিল।
ধন্যবাদ ৷
মেহগনি গছৰ বিষয়ে বহু কথা জনোৱা বাবে ধন্যবাদ থাকিল ❤❤❤❤❤
ধন্যবাদ ৷আমাৰ পৰিয়াললৈ স্বাগতম ৷
ভিডিঅ'টো চাই ভাল লাগিল, কম পৰিসৰৰ থাইত ৰুব পাৰি বুলি জানি অধিক আগ্ৰহী হৈছো সবিশেষ জানিবলৈ। আচৰিত লাগা কথাটো হ'ল যিজোপা গছৰ গুটিৰ ইমান দাম সেই জোপা পুলি আকৌ বিশ ( ২০.০০) টকাত পোৱা যায়
Mor 100 jopa man aase,8yrs hoise,,,aru kisu bosor pisat kenekoi kot sale koribo parim? Kot sale korim,link tu jonabo,mor Ghar barpathar,golaghat.reply koribo
Thank you ❤ fruitsr damtu janib pora hole val aasil
বহুত ভাল লাগিল
Video tu sai bhal lagil😊
Thanks.
Xasai bhal lagil. Thanks
ভাল লাগিল ❤
সুন্দৰ
Very nice information 👍
ভাল লাগিল।
সুন্দৰ ভিডিও মই ভাবো সকলোবে উপকৃত হব ধন্যবাদ জনালোঁ ভাল লাগিল জানি ।ভালে আছেনে? বহু দিনৰ মূৰত ভিডিও দিলে আপোনাৰ ভিডিও আগৰ দৰে নাপাওঁ জনাবচোন।
ধন্যবাদ ৷৷আজিকালি সময় কম ৷৷ভালে আছো বাৰু ৷আপোনাৰ ?
@@RBTips ভালে আছোঁ। ধন্যবাদ reply দিয়াৰ বাবে ❤🙏
মোৰ দহ জোপা গছ আছে আৰু ফল দিয়ে কিন্তু কত বিক্ৰী হয় নাজানো জনালে উপকৃত হম l
ধন্যবাদ আপুনি বিক্ৰী কত কৰিছে আৰু কিমান টকা পালে জনাবছোন। অকল গুন গান কৰি থাকিব নে কত কেনেকৈ বেছি ব পারি জনাব
ভাল লাগিল বন্ধু, ধন্যবাদ।
স্বাগতম ৷৷
অতি সুন্দৰ ভিডিওটো চায় খুঊব ভাল লাগিল বহু নজনা কথা জানিবলৈ পালোঁ ধন্যবাদ জনালোঁ ।বহুত দিনৰ পিছত পালোঁ ভাল লাগিল 🙏👌ভালে আছেনে ??
মন্তব্য দিলে যে ভাল লাগিল ৷ভালে আছো ৷আপোনাৰ ?
ভালে আছো । আপোনাৰ ভিডিও বোৰ চাই বহুত ভাল লাগে কম সময়তে ইমান সুন্দৰকৈ কথাবোৰ বুজাই দিয়ে কিন্তু আজিকালি আপোনাৰ ভিডিও নোপোৱাই হ'লো কিয় বাৰু জনাবাছোন
Ghror pora uluwa nai je..!
@@RBTips অ হয়নেকি। আপোনাৰ বাৰিৰ জিকা খেতি ভিডিও দিছিল জিকা খালেনে?
Mor ghar chhaygaon ot mahgony tree 11 dal ase tat fol o disil juwa bar kor sale korib parim please share me.
ভিডিঅ'টো চাই ভাল লাগিল, ময়ো এশজোপামান ৰাম বুলি ভাবিছো
হয় ৷ধন্যবাদ ৷৷
মেহগনি গছৰ পুলি ৰোপণ কৰক লাভ হব আৰু সেইটো ভাল কথা কিন্তু ইঞ্চুৰেঞ্চৰ তুলনা কৰি মানুহৰ পৰিয়ালক ভবিষ্যতৰ অনাকাংশিত বিপদত নেপেলাব। কিয়নো এজেণ্টৰ ভিনিদেউ এজনে এনেধৰণৰ যুক্তিৰে দূবিঘা মাটিৰ গছ পুলি ৰুই মাত্ৰ তিনিলাখ টকাৰ ইঞ্চুৰেঞ্চ কৰি হঠাৎ মৰি থাকিল। ইঞ্চুৰেঞ্চৰ পৰা পাচ লাখটকা পাই পত্নীয়ে ছোৱালীজনীক বিয়া দিলে। লৰাই কোনোমতে আধাতে পঢ়া এৰিলে। দুবিঘা গছৰ খেতি গৰু সোমাই ভাঙি- চিঙি তহিলং কৰিলে। লৰাই এইবোৰত চকু দিবলৈ সময় নাই। গতিকে গছৰ লগতে ইঞ্চুৰেঞ্চ কৰিলেহে পৰিয়ালৰ নিৰাপত্তা থাকিব আৰু গছ বেছি টকাও পাব। 🙏🙏🙏
ধন্যবাদ ৷৷দুয়োটাই জৰুৰী ৷৷
আমাৰ গোটত দিছে কেনেকুৱা জনাবছোন ❤❤❤
Good Good news.
ককাইদেউ Life insurance য়ে আপোনাক আৰু আপোনাৰ পৰিয়াল টিৰ আৰ্থিক দিশত granted বীমা সুৰক্ষা প্ৰদান কৰে কিন্তু গছজোপাক প্ৰাকৃতিক দুৰ্যোগ বা চুৰে ক্ষতিসাধন কৰিলে লোকচান কোনোবাই দিব নোৱাৰে।
Moi Guwahati Garchuk t taku mor ghorot ajopa ase ajilai 15 bosoror besi hoise moi bikri korim judi bikri hoi
Bhal lagill
Dada kot bikibo pari jonabo nki, video bohut paisu gas jupar bikhaye ami ruisu 185jupa kintu,kuneu kuwa ni je kot bikibo,jonabo nkk
Gosh jupa sai bhal lagise
Bij bor kot pabo parimPlease reply❤
Amer ghrt u 200 jupa gos ase keneke kot bikri koribo pari ?Apuner pora kisi toitho pam nki?
ফল বিলাক বিক্ৰী হয় নেকি ? বিক্ৰী কৰিম মোই
Muk 4/5taman puli lagisil kenekoy pam
মৰিগাঁও জিলাৰ কোন কোন ঠাইত ইয়াৰ পুলি পোৱা যায় জনাবচোন ।
Mur 15bosorya ajuoa ase kintu guti loga nai
Mur 2jupa asa. Kunuba kina mnuh pam ne
Chandon puli lagisil kot pam ..Blck wood neki...Ai jupa...
Mor gosot bahot fol lagisil dkhn...
Puli kot pai aaru dam ata pulit kiman moi vordumsa pora koisu
যোৰহাটত ক'ত পাম জনাবচোন।
Jonam baaru.
Mur gharat 5 jupa ase..ajupa bahibo pora ni..logor keijupa apunar homan hoise..usarat Arjuna gos ajupa asil bohut dangar holi gol..
Borhia. Moiyu rum. Puli
TQ soms
এজোপা মেহুগণি গছ পুলিৰ দাম কেই টকা হয় জনাব পাৰিব নে
মই মেহগনি গছ পুলি ৫০০ ৰোপন কৰিছোঁ।
❤ Thanks ❤
puli kot pam aru price kiman jonabone
Bhal Nursury t pabo.
Moi Margherita Hoi. Moi mehgoni puli Kot pam baru jonabsun
বানপানী হোৱা জেগাত হব নে ? আৰু Pani joma howa ঠাইত হব নে
Mahaguny gosor Guti(fol) lagile mur ase
ফল টো কত বিক্ৰী কৰিব পাৰিম মোৰ আছে
Nice
গছ পুলি ক'ত পোৱা যাব দাদা
কত পাম বাৰু এই গছৰ পুলি ? মোৰ ১৫ বিঘা চাহ বাগিচাৰ মাজত ৰুব বিচাৰিছো ...
Contact 9706853731.
@@RBTips rs ki
মেহেগনি গছৰ গুটি এনকুৱা বুলি জনা নাছিলোঁ ৷লগতে , মেেহগনি এবিধ আপুৰুগীয়া গছ বুলিহে জানিছিলোঁ ৷
Ghar kot apunar ?
Moiu di asu ..african furit mahguni...
Is it bansom
চাহ বাগানৰ মাজত ৰুলে পাছত কাটিব দিকদাৰ হব নেকি?
নহয় ৷৷
নহয়
Amar ghrt ase karubak lagile nibo pare...
Magony Tree jimanai val hok but sal r equal nohoi
Mahogany goss puli muk lagisil kot pam nu
পুলি লাগিছিল
Dada muk lagsil
Contact us.
Kot pam puli bor
9706853731
🙏
পানী হোৱা দহ ঠাইত হবনে।
বেছি পানী জমা হৈ থাকিলে নহ’ব ৷
Muk lgisil
Moi besim pat kinibo neki...
নৈৰ কাষৰ মাটিত ৰুৱ পাৰে নে
নিশ্চয় ৷৷
Puli kot pam in jorhat.
Mur 4 jupa ase
এতিয়া ৰুবলে সময় আছে নে মোক ৫০ টা মান পুলি লাগিছিল কত পাম ফোন নম্বৰ আছে নি মই ডিব্ৰগড়
Kaba
আপুনি কৰপৰা ভিদিঅ টো কৰ পৰা বোনাইছে আপোনাৰ মোবাইল নাম্বৰ টো দিব পাৰিবনে
Moiu segun ruisu 200 jupa.. Mehegoni rom buli vabisu 200 man
সুন্দৰ ৷৷
আমি ৰোইছো
Need plants for planting. What is the price per plant? And from where it can be procured.
80 koi poribo... Mur lgt ase... 1.5 feet hbo ukho
আমাৰ নগাঁও পাব
Dada aponar mai frnd hy apuni ai gas jopar puli contract kri dibane
Nissoy parim.contact koriba.
Foltu kot bes
Mur 200 jopa man ase 8 years hol .
দাদা আপোনাৰ number পাম নেকি
Moi 10 jopa roisu
মই ৰুম
Kot puwa jaba
Contact 9706853731
Puli tu kot pawa jabo
কিমান লাগে।
Address to dibo lage
মেহেগনি গছ পানীত মৰে নেকি
পুলি কত পাম প্লিজ জনাব
Moiu ruisu day.....
Bohut bhal.
পুলি লাগিছিল পামনে
পাব ৷৷কোন ঠাই?
Magony Tree non sal hoi but sal ta sal ha hoi
Puli kot pam
নাৰ্চাৰীত খবৰ কৰক ৷
Moi 3 jupa bikim luwa manuh thakile numbar diba sun
Okk.jonam baru.kun thai?
@@RBTips jurhat borhulla
Kot pam
Puli lagisil
নজনা কথা জানিলোঁ।
@@RBTipskot puwa gai
Lal jat pal na boga
puli lagisil kat pam.
Kot pam jonabo ni
Apunar ghor kot
Muk Puli laga kt pam
puli pam niki jonabo
Description ot number dia ase
পুলি দিব পাৰিব নেকি
আপোনাৰ যোগাযোগ নম্বৰ দিব নেকি
contact 9706853731
Puli pmni
মেহগনি গছৰ বিষয়ে বহুখিনি কথা জনোৱাৰ বাবে ধন্যবাদ থাকিল।
ধন্যবাদ ৷
মেহগনি গছৰ বিষয়ে বহু কথা জনোৱা বাবে ধন্যবাদ থাকিল ❤❤❤❤❤
ধন্যবাদ ৷আমাৰ পৰিয়াললৈ স্বাগতম ৷
ভিডিঅ'টো চাই ভাল লাগিল, কম পৰিসৰৰ থাইত ৰুব পাৰি বুলি জানি অধিক আগ্ৰহী হৈছো সবিশেষ জানিবলৈ। আচৰিত লাগা কথাটো হ'ল যিজোপা গছৰ গুটিৰ ইমান দাম
সেই জোপা পুলি আকৌ বিশ ( ২০.০০) টকাত পোৱা যায়
Mor 100 jopa man aase,8yrs hoise,,,aru kisu bosor pisat kenekoi kot sale koribo parim? Kot sale korim,link tu jonabo,mor Ghar barpathar,golaghat.reply koribo
Thank you ❤ fruitsr damtu janib pora hole val aasil
বহুত ভাল লাগিল
ধন্যবাদ ৷
Video tu sai bhal lagil😊
Thanks.
Xasai bhal lagil. Thanks
ধন্যবাদ ৷
ভাল লাগিল ❤
সুন্দৰ
Very nice information 👍
ভাল লাগিল।
সুন্দৰ ভিডিও মই ভাবো সকলোবে উপকৃত হব ধন্যবাদ জনালোঁ ভাল লাগিল জানি ।ভালে আছেনে? বহু দিনৰ মূৰত ভিডিও দিলে আপোনাৰ ভিডিও আগৰ দৰে নাপাওঁ জনাবচোন।
ধন্যবাদ ৷৷আজিকালি সময় কম ৷৷ভালে আছো বাৰু ৷আপোনাৰ ?
@@RBTips ভালে আছোঁ। ধন্যবাদ reply দিয়াৰ বাবে ❤🙏
মোৰ দহ জোপা গছ আছে আৰু ফল দিয়ে কিন্তু কত বিক্ৰী হয় নাজানো জনালে উপকৃত হম l
ধন্যবাদ আপুনি বিক্ৰী কত কৰিছে আৰু কিমান টকা পালে জনাবছোন। অকল গুন গান কৰি থাকিব নে কত কেনেকৈ বেছি ব পারি জনাব
ভাল লাগিল বন্ধু, ধন্যবাদ।
স্বাগতম ৷৷
অতি সুন্দৰ ভিডিওটো চায় খুঊব ভাল লাগিল বহু নজনা কথা জানিবলৈ পালোঁ ধন্যবাদ জনালোঁ ।বহুত দিনৰ পিছত পালোঁ ভাল লাগিল 🙏👌ভালে আছেনে ??
মন্তব্য দিলে যে ভাল লাগিল ৷ভালে আছো ৷আপোনাৰ ?
ভালে আছো । আপোনাৰ ভিডিও বোৰ চাই বহুত ভাল লাগে কম সময়তে ইমান সুন্দৰকৈ কথাবোৰ বুজাই দিয়ে কিন্তু আজিকালি আপোনাৰ ভিডিও নোপোৱাই হ'লো কিয় বাৰু জনাবাছোন
Ghror pora uluwa nai je..!
@@RBTips অ হয়নেকি। আপোনাৰ বাৰিৰ জিকা খেতি ভিডিও দিছিল জিকা খালেনে?
Mor ghar chhaygaon ot mahgony tree 11 dal ase tat fol o disil juwa bar kor sale korib parim please share me.
ভিডিঅ'টো চাই ভাল লাগিল, ময়ো এশজোপামান ৰাম বুলি ভাবিছো
হয় ৷ধন্যবাদ ৷৷
মেহগনি গছৰ পুলি ৰোপণ কৰক লাভ হব আৰু সেইটো ভাল কথা কিন্তু ইঞ্চুৰেঞ্চৰ তুলনা কৰি মানুহৰ পৰিয়ালক ভবিষ্যতৰ অনাকাংশিত বিপদত নেপেলাব। কিয়নো এজেণ্টৰ ভিনিদেউ এজনে এনেধৰণৰ যুক্তিৰে দূবিঘা মাটিৰ গছ পুলি ৰুই মাত্ৰ তিনিলাখ টকাৰ ইঞ্চুৰেঞ্চ কৰি হঠাৎ মৰি থাকিল। ইঞ্চুৰেঞ্চৰ পৰা পাচ লাখটকা পাই পত্নীয়ে ছোৱালীজনীক বিয়া দিলে। লৰাই কোনোমতে আধাতে পঢ়া এৰিলে। দুবিঘা গছৰ খেতি গৰু সোমাই ভাঙি- চিঙি তহিলং কৰিলে। লৰাই এইবোৰত চকু দিবলৈ সময় নাই। গতিকে গছৰ লগতে ইঞ্চুৰেঞ্চ কৰিলেহে পৰিয়ালৰ নিৰাপত্তা থাকিব আৰু গছ বেছি টকাও পাব। 🙏🙏🙏
ধন্যবাদ ৷৷দুয়োটাই জৰুৰী ৷৷
আমাৰ গোটত দিছে কেনেকুৱা জনাবছোন ❤❤❤
Good
Good news.
ককাইদেউ Life insurance য়ে আপোনাক আৰু আপোনাৰ পৰিয়াল টিৰ আৰ্থিক দিশত granted বীমা সুৰক্ষা প্ৰদান কৰে কিন্তু গছজোপাক প্ৰাকৃতিক দুৰ্যোগ বা চুৰে ক্ষতিসাধন কৰিলে লোকচান কোনোবাই দিব নোৱাৰে।
Moi Guwahati Garchuk t taku mor ghorot ajopa ase ajilai 15 bosoror besi hoise moi bikri korim judi bikri hoi
Bhal lagill
Thanks.
Dada kot bikibo pari jonabo nki, video bohut paisu gas jupar bikhaye ami ruisu 185jupa kintu,kuneu kuwa ni je kot bikibo,jonabo nkk
Gosh jupa sai bhal lagise
Bij bor kot pabo parim
Please reply❤
Amer ghrt u 200 jupa gos ase keneke kot bikri koribo pari ?
Apuner pora kisi toitho pam nki?
ফল বিলাক বিক্ৰী হয় নেকি ? বিক্ৰী কৰিম মোই
Muk 4/5taman puli lagisil kenekoy pam
মৰিগাঁও জিলাৰ কোন কোন ঠাইত ইয়াৰ পুলি পোৱা যায় জনাবচোন ।
Mur 15bosorya ajuoa ase kintu guti loga nai
Mur 2jupa asa. Kunuba kina mnuh pam ne
Chandon puli lagisil kot
pam ..
Blck wood neki...Ai jupa...
Mor gosot bahot fol lagisil dkhn...
Puli kot pai aaru dam ata pulit kiman moi vordumsa pora koisu
যোৰহাটত ক'ত পাম জনাবচোন।
Jonam baaru.
Mur gharat 5 jupa ase..ajupa bahibo pora ni..logor keijupa apunar homan hoise..usarat Arjuna gos ajupa asil bohut dangar holi gol..
Borhia. Moiyu rum. Puli
TQ soms
এজোপা মেহুগণি গছ পুলিৰ দাম কেই টকা হয় জনাব পাৰিব নে
মই মেহগনি গছ পুলি ৫০০ ৰোপন কৰিছোঁ।
❤
Thanks ❤