Video tu bohut besi bhal lagil...Abhijit k 2011 manote dekhisilu aru KV AFS Jorhat loi matisilu..aji dekha pai bohut bhal palu. Thanks to Chakrapani Parashar for such interviews. Heartiest Wishes to Abhijit from Jorhat for success in life as he wished.
বহুত ভাল লাগিছে দাদা এনেকৈ আগুৱাই জোৱা ভগৱান ৰ ওচৰত প্ৰাথনা কৰিলোঁ
যুৱ প্ৰজন্মৰ সাহস অভিজিত দা🥰🙏
আগবাঢ়ি যাওক আপুনি শুভেচ্ছা থাকিল আপোনালৈ | জয় আই অসম |
বহুত ভাল লাগিল অভিজিৎ দা। জয় আই অসম।
জয় আই অসম অভিযিত দা আপুনি আৰু আগুাই যাওক
অভিজিৎ তোমালৈ বহুতো মৰম আৰু শুভেচ্ছা জনালোঁ৷
বহুত ভাল লাগিল জানিব পাৰি।
বহুত ধন্যবাদ থাকিল ।
অভিজিতৰ অনুষ্ঠানটো চাই ভাল লাগিল ।
ভগৱানে সহায় কৰক ৷শুভেচ্ছা থাকিল ৷জয় আই অসম ৷
বাৰ্তালাপ টি বহুত ভাল লাগিল । বহুত প্ৰেৰণামূলক ।। অভিজিৎ বৰুৱাদেবলৈ শুভেচ্ছা থাকিল।।
ব হুত বহু ত ভাল লাগিল অভী জি তৰ বাত্ত্ৰালাপ চাই অভিজিতক যেন ভগবানে হম্পূৰ্ণ সফল দৃষ্টি ৰে চাই তাৰে কামনা কৰিলো
অভিজীত দাদালৈ বহুত বহুত শুভকামনা জনালোঁ ।।।
Thank you so much ChakroPanee.
অতি সুন্দৰ। 100% সফলতাৰ কৃতিত্ব লাভ কৰা। শুভেচ্ছা আৰু আশীষ থাকিল।
বৰ ভাল লাগিল ৷সুন্দৰ মনৰ অধিকাৰী অভিজিত বৰুৱা ৷তেখেত আৰু আগবাঢ়ি যাওক ৷
বহুত বহুত মৰম যাছিলো।ভগৱানে সহায় কৰক
চক্ৰপাণী দা সঁচাকৈয়ে ভুল মোৰ যে তেখেতক আগতে চিনি পোৱা নাছিলো।আজি আপোনাৰ চেনেলটোৰ জৰিয়তে চিনি পালোঁ অভিজিত বৰুৱানো কোন,কি? ধন্যবাদ আপোনালৈ লগে অভিজিত বৰুৱা দাৰ কথা কোৱা ধৰণটো বৰ ধুনীয়া।
আজি কালি মানুহে কথাটো কওঁতে আধা অসমীয়া আধা ইংৰাজী কয়। কিন্তু তেখেতৰ কথাবোৰত তেনে ভাব ওলাই নপৰিল আৰু যাৰ বাবে তেওঁৰ মনৰ ভাবটো স্পষ্ট ৰূপত ফুটি উঠিছে। ভাল লাগিল প্ৰগ্ৰেমটো চাই ...💜😊
Hearty thanks Bartalap
অভিজিৎ তোমাক কি বুলি ধন্যবাদ জনাম ভাষা নাই। তুমি অসমী আইৰ প্ৰকৃত সুযোগ্য সন্তান। তোমাৰ দৰে সুযোগ্য সন্তান থাকিলে অসমী আইৰ সন্মান কেতিয়াও লাঘব হ'ব নোৱাৰে। অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিজন লোকেই তোমাৰ দৰে হওক তাৰেই কামনা কৰো।
বৰ ভাল লাগিল অভিজিত, ভগৱানে তোমাক কূশলে ৰাখক, তাৰ কামনাৰে,,,
দাদা আপুনি দীৰ্ঘায়ু হওঁক
বহুত বহুত বহুত শুভেচ্ছা থাকিল
বহুত ভাল লাগিল অভিজিত 100% সফলতাই লাভ কৰা তাৰে কামনা কৰিলো
আৰু আগুৱাই যোৱা অভিজিত আশীৰ্বাদ কৰিছো ।
Bhut bhut bhut asirbad thakil 🙏
Bohut Val lagil tumar kothabur huni....Jai Aai Assom
অভিজিত ককাদেউ আপোনালৈ বহুত মৰম আৰু শুভেচ্ছ যাচিলো । আগুৱাই যাওক আৰু। জয় আই অসম ।
অভিজিত বৰুৱা আপোনালৈ বহুত শুভেচ্ছা থাকিল।আগত দিনত কৃতকাৰ্যতাৰ শীৰ্ষ চুবলৈ সক্ষম হওক।পজিটিভ চিন্তা , আপোনাৰ জয় অনিবাৰ্য।
সুন্দৰ ।শুভেচ্ছা তথা অভিনন্দন থাকিল ।আমাৰ গৌৰৱ ।
এজন প্ৰকৃত অসমীয়া ❤️ এটা বৰ সুন্দৰ কথা কলে অভিজিত বৰুৱা ককাইদেউয়ে যে" নিজতকৈ আপোন কোনো হ'ব নোৱাৰে " এই কথাষাৰ বিশ্বাস কৰোঁ মই ।
আপুনি আমাৰ আদর্শ হৈ জিলিকি থাকক সদায়।
জয় আই অসম
অভিজিত দাদা আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপত জিকিব, সেইটো আমাৰ বিশ্বাস।। জয় আই অসম।। যোৰহাট, অসম।।
দাদা আপোনাৰ পৰা বহুত শিকিলো । জয় আই অসম
বহুত সুন্দৰ লাগিল । আৰু আগবাহি যাওক ।
Welldon
উত্তৰ পূৰ্বাঞ্চলত বস্কিং ৰ যথেষ্ট সম্ভাৱনা আছে দাদা
সুন্দৰ মনৰ গৰাকী অভিজিৎ তুমি সদায় আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰক জয় আই অসম
বৰ ভাল লাগিল অনুষ্ঠানটো চাই ভাল ব্যক্তি এজনৰ কথা শুনালে ইমান সহজ সৰল ভাৱে কথা বোৰ কয় তেওঁলৈ শুভেচ্ছা জনালো জয় আই অসম 🙏
জয় আই অসম৷
জয় আই অসম
Thank you Abhijit.god bless you.best of luck.Joi Aai Assam .
অভিনন্দন জনালোঁ প্ৰথমে ৷ নিশ্চয় আপুনি সফল হবা ৷ আগুৱাই গৈ থাকক এইয়া মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৷ জয় আই অসম ৷
ভগৱানে সহায় কৰক
Grand Salute to you Abhijit...
ভাল লাগিল ,জয় আই অসম।
ভাল লাগিল .......আশির্বাদ থাকিল ..
Very thanks
ধন্যবাদ অভিজিত। তোমাৰ ভবিশ্যত উজ্জ্বল হওঁক🙏 জয় আই অসম।
Good discussion
অভিজিত আৰু উজলি উঠা ।
Go ahead. Our best wishes with u. Jay Aai Asom.
GOD BLESS YOU
Khubei bhal lagil.bhagobane xohai houk . ashirbad thakil
Anusthantu sai bhal lagil, Joi Aai Axom
অতি সুন্দৰ
আশীৰ্বাদ থাকিল অভিজিতলৈ।You shall overcome.
জয় আই অসম
Thaks ahobijet.aru aagbarhi jwa.
অতি সুন্দৰ অনুষ্ঠান।
ভগৱানে তোমাক সহায় কৰিব।
অভিজিত দা আপুনি আগুৱাই যাওক তাকে কামনা কৰিছো ।
এজন প্ৰকৃত অসমীয়া ক্ৰীয়াবিদ,যি নিজৰ তেজত জীয়াই ৰাখিছে অসমীয়াৰ স্বাভিমান,তোমাৰ বিশ্বমুখী যাত্ৰা সফল হওক,লগতে সুন্দৰ অনুস্থান উপহাৰ দিয়াৰ বাবে বাৰ্তালাপলৈ ধন্যবাদ,এই অনুস্থানটোৰ যোগেদি আমিবোৰে বহুতো শিকিবলগীয়া আছে।
He is a perfect sport man of assam
আমি আশীৰ্বাদ দিছোঁ ভগৱানে সেই জনব্যক্তিক ভাল পাই যি নিজৰ ওপৰত বিশ্বাস ৰাখে।অতি সুন্দৰ স্বাস্থ্যৰ গৰাকী জনলৈ বহুত সফলতা আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰ্তলাপৰ কৰ্মকৰ্তা লৈও।
Ooooooooo
তেজ গৰম কৰি দিলা দাদা...
জয় আই অসম...
চক্ৰ দা এনেকুৱা মানুহ আৰু বিচাৰি আনা..
বহুত ভাল লাগিছে ।
বৰ ভাল লাগিল কথাবোৰ ।
শুভেচ্ছা থাকিল ❤
Iman hundor muilyoban kothabor, protitu baikyoi sokur pani buyai aanile
অভিজিত বৰুৱা -যিগৰাকী অসম সন্তানে অসমী আইক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰোষাৰ্থ কৰি আছে আৰু ১৮টা বিশ্ব ৰেকৰ্ডেৰে সফলো হৈছে । এগৰাকী দৌৰবিদ হিচাপে, বক্সাৰ হিচাপে আৰু শিল্পী হিচাপে আতাইকেউটা দিশত যেনেদৰে ভাবিছে আৰু কৰি দেখুৱাইছে,সেয়া সকলোৰে বাবে সম্ভৱ নহয় । নিজৰ জন্মভুমি আৰু শুভাকাঙ্খী সকলৰ প্ৰতি থকা দায়বদ্ধ মনোভাৱেই তেখেতৰ সফলতাৰ মূল চালিকাশক্তি বুলি কৰা অভিমতে আপ্লুত কৰিলে ।
সকলোতকৈ ভাল লাগিল তেখেতে জেষ্ঠ ক্ৰীড়াবিদ সকলৰ প্ৰতি প্ৰদৰ্শন কৰা শ্ৰদ্ধাশীলতা, সমনীয়া আৰু কণিষ্ঠ সকলৰ প্ৰতি দেখুঊৱা শুভেচ্ছামূলক আন্তৰিকতাখিনি । লগতে অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখন লৈ 'জয় আই অসম'ধ্বনিৰে বিদেশত সদৰ্ভে অসমক প্ৰতিষ্ঠা কৰা সাহসী মনোভাৱে আমাক গৌৰৱান্বিত কৰিলে,। নিৰহঙ্কাৰী তথা সৰলতাৰে সংপৃক্ত তেখেতৰ ব্যক্তিত্বৰ অন্যতম অলংকাৰ স্বৰূপ ভৱপ্ৰকাশৰ শৈলীখিনিয়ে আমাক মোহিত কৰিলে।
মেৰী কম(মণিপুৰ),শিৱ থাপ্পা, লাভলীনা বৰগোঁহাই, হিমা দাস প্ৰমুখ্যে অসম তথা ভাৰতক বিশ্ব দৰবাৰলৈ নিয়া ক্ৰীড়াবিদসকলৰ মাজত অভিজিত বৰুৱা যেন এটুকুৰা হীৰা হৈ নতুন ৰূপত উদ্ভাষিত হৈছে । তেখেতৰ এই বিশ্ব বিজ্য়ৰ যাত্ৰা অবিৰত হৈ ৰওক-এই শুভকামনাৰ লগতে দৰ্শকৰ মাজলৈ 'বাৰ্তালাপ'ৰ জৰিয়তে আগবঢ়াই অনা চক্ৰপাণি পৰাশৰদেৱলৈকো অজস্ৰ ধন্যবাদ যাচিলো ॥
Proud of u,God bless u, annodat,gorbot sokulu ulal
Best of luck , Abhijet.
Very mice
অভিনন্দন জনালো
Feel very proud of you. Keep going. Joi Aai Asom.
Bohut bhal lagil Abhijit Baruar kothabor huni.
নিসন্দেহে অভিজিতে চেম্পিয়ন হ'ব হ'ব হ'বই । জয় আই অসম।।
মাতৃভূমিক লৈ মানুহজনৰ ইমানেই আবেগ, ইমানেই প্ৰবল সপোন কথাবোৰ শুনিয়ে মনটো ভাল লাগি গ'ল... সঁচাকৈ গামোচাখনক আপুনি গৌৰৱবোধ কৰাইছে। কুশল আৰু বহু বাট আগুৱাই যাওঁক তাৰে কামনা কৰিলোঁ।
এটা কথা কবই লাগিব, তেওঁ মাতৃভাষাটোকো কিমান ভাল পায় কথাতেই প্ৰকাশ পাইছে, আজি কালি দুদিনমানৰ কাৰণে বাহিৰত থাকি আহিলেই বহুতে অসমীয়া কবলৈ লাজ কৰে
আপুনিও অসমৰ এজন যোগ্য সন্তান ❤️❤️❤️
অনুষ্ঠানটো চাই বহুত ভাল লাগিল।এই অনুষ্ঠানটো চাই মনত কিবা এটা positive ভাব উদয় হৈছে।অভিজিত আপুনি আপোনাৰ সপোনবোৰ পূৰণ হৈ আমাৰ অসমৰ খন উজ্বলোৱা।তাৰ বাবে শুভেচ্ছা জনাইছোঁ।
Great !!! Abhijit Barua !
জয় আই অসম 🙏🏻🙏🏻🙏🏻জয় হৈ আহা বিশ্বত মরমর ভাইটি 🇮🇳বহুত বহুত শুভেশ্বা জাছিলো 🌺🌼🌸🌷🍰🕊🎖
বহুত শুভেচ্ছা থাকিল।আৰু আগুৱাই যোৱা ।🙏🙏
মৰমৰ অভিজিত তোমাৰ কথা শুনি বহুত ভাল লাগিল সচাঁকৈ তুমি অসমৰ আজিৰ লাচিত বৰ ফুকন বীৰঅভিজিত ভগৱান তোমাৰ সহায় হওক তাকে কামনা কৰিলো
বহুত ভাল লাগিল... জয় আই অসম. 👍🙏🙏🙏
খুব ভাল লাগিল
hosai hundor monor manh jon..realy he is a grt prsn... .hodai hofol houk dada...ontrr pa arkhibad thkil apunaloi....Jai aai Asom....🙏🙏
আজি অনুষ্ঠানতো চাই বহুত শিকিলো অভিজিতে বিশ্বত জিলিকি থাকক ভগৱানৰ ওচৰত তাৰে কামনা জয় আই অসম
Very good ❤️👍Jai Aai Axom👍🙏
অভিজিত দা সদায় আগুৱাই যোৱা তোমাৰ সপোন পূৰণ হওঁক সকলোৱে তোমাক চিনি পাওক ভাল লাগিল।আমাৰ আশীৰ্বাদ সদায় আছে ।ইমান সহজ সৰল আপুনি। 1st আপোনাক চাইছোঁ ভাল লাগিল
Really salute to you.....aru aguai jauk apuni...
ভাল লাগিল । লগতে আৰিয়ান যেন লাগিছে ।
অসম মাতৃ প্ৰতি থকা যি মৰম ভালপোৱা সেই ভালপোৱা দেখি সচাকৈ মনটো বহুত সুখ পালো। আশা কৰোঁ আপোনাৰ এই যাত্ৰাত গুৰুজনাৰ আশীৰ্বাদ সদায় বিৰাজমান হৈ থাকক আৰু অসমৰ প্ৰতিজন অসমীয়াই আপোনাক লৈ গৌৰৱ কৰোঁ । জয় আই অসম ।।
Bohut. Hundar
So Great
Bohut val lagil dada. Joy aii oxom
Real hero ♥️jai ai assam
Bohut val lagil anakoia hodai aguai joa huvessa thakil
Agbahi jua
Mahan hba
Proud of you Abhijeet
Best wishes to you abhijit dada....aguai jaok
তেজ গৰম কৰি দিলা দাদা খুৱ ভাল লাগিল।
Best interview in Bartalap. Abhijit da, best wishes thakil.
Video tu bohut besi bhal lagil...Abhijit k 2011 manote dekhisilu aru KV AFS Jorhat loi matisilu..aji dekha pai bohut bhal palu. Thanks to Chakrapani Parashar for such interviews.
Heartiest Wishes to Abhijit from Jorhat for success in life as he wished.