সাধাৰণ জনতাক ইমান টুপী নিপিন্ধাব হিমন্ত বিশ্ব শৰ্মা

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024

ความคิดเห็น • 5K

  • @Pahilifstylevlog
    @Pahilifstylevlog 5 หลายเดือนก่อน +236

    মই তোমাৰ লগত একমত। 100% সছা কথা কৈছা

  • @debajitgogoi9050
    @debajitgogoi9050 6 หลายเดือนก่อน +175

    সঁচাকৈ চৰকাৰ খনে আমি নাৰিকলৰ খোলা লৈ ঘূৰি ফুৰিছো বুলিয়েই ভাবে। এইবাৰ দিম এহেকা। তুমি ভাল কাম কৰিছা ।

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 5 หลายเดือนก่อน +160

    ভাইটি তোমাৰ কথা খেনি বহুত ভাল লাগিছে সট্য কথা

  • @pranayeenath
    @pranayeenath 5 หลายเดือนก่อน +57

    সঁচা কথা কোৱাৰ সাহয় নোহোৱা হৈছে মানুহৰ। তোমাৰ কথাত আমি একমত। বহুত ভাল লাগিল তোমাৰ কথা । তোমাৰ দৰে সকলো হোৱা হ'লে

  • @Rahul-e2x7z
    @Rahul-e2x7z 6 หลายเดือนก่อน +277

    তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি সঁচা কথা কোৱা কাৰণে

  • @birbalpaoentertainment5971
    @birbalpaoentertainment5971 6 หลายเดือนก่อน +142

    সঁচা কথা কৈছে, এই চৰকাৰ খন অকল মহিলাক টুপী পিন্ধাই আছে, কিন্ত মহিলাসকলে কেতিয়া বুজিব সেইটোক লাগে অসমৰ জনতাক, জয় আই অসম 🙏🙏🙏

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 6 หลายเดือนก่อน +117

    বৰ্তমান দৰত এগৰাকী এতিয়াৰ মূলাগাভৰুৰ মূল্য ১২৫০টকা।বিজেপিয়ে দাম কমাই দিম বুলি সঁচাকৈয়ে কৈছিল।

    • @ranjitduttaey3967
      @ranjitduttaey3967 6 หลายเดือนก่อน

      আমি নিজৰ মগজুৰ দাম 1250 টকা বুলি ভাবিছে নেকি আৰু এই আত্ম সহায়ক গোট কেইটা মহিলা সকলক হে 1250টকা কইনইছও বুলি অসম বিজেপি য়ে ভাবিব পাৰে সেই বুলি গোটেই অসম বাসি ৰাইজে আঁচনি পাছত দৌৰি নাথাকে কাৰণ এওঁলোকে এজন দক্ষ আৰু শিক্ষীত সাহসী আৰু শক্তিশালী যুৱ নেতা নিৰ্বাচিত কৰিব বুলি যোৰহাট আৰু চৰাইদেউ বাসি লগতে অসমৰ সকলো ৰাইজে অনুৰোধ জনালোঁ জয় আই অসম, গৌৰৱ গগৈ জয় , অসমৰ জয়, জয় হিন্দ জয় ভাৰত

  • @ankurbori-vu8mx
    @ankurbori-vu8mx 5 หลายเดือนก่อน +18

    জয় আই অসম। সুন্দৰ কথা কৈছে দাদা ❤

  • @monishaboruah941
    @monishaboruah941 6 หลายเดือนก่อน +1455

    অসমত এনেকোৱা সঁচা কথা কোৱা লৰাৰ অসমৰ মানুহৰ বহুত প্রয়োজন ।🙏🙏

    • @rajeshdas1942
      @rajeshdas1942 6 หลายเดือนก่อน +13

      Right

    • @answal3852
      @answal3852 6 หลายเดือนก่อน +7

      Harbanandak atorabo nalagisil,,kom se kom axomor 37no Ghai path tu complete hol hole,

    • @SikhaDas-x3d
      @SikhaDas-x3d 6 หลายเดือนก่อน

      Bal boki asa balor

    • @surojrobidas4942
      @surojrobidas4942 6 หลายเดือนก่อน +3

      Hasake

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 6 หลายเดือนก่อน +1

      U r right ❤

  • @srtechguidemixxed4459
    @srtechguidemixxed4459 6 หลายเดือนก่อน +133

    দাদা তুমি এনেকৈ হজাক কৰা সাধাৰণ মানুহক আমি তোমাৰ লগত আছোঁ

  • @jibongogoi6940
    @jibongogoi6940 6 หลายเดือนก่อน +756

    100 % correct
    বি জে পি ক্ সকলোৱে বৰ্জন কৰক l

    • @AparnaDarshana
      @AparnaDarshana 6 หลายเดือนก่อน +10

      BJP ❤❤❤❤

    • @Akankhya123
      @Akankhya123 6 หลายเดือนก่อน +36

      Congress jindabad

    • @brokenheart-tv1ii
      @brokenheart-tv1ii 6 หลายเดือนก่อน

      ​bjp k nhy bjp support kora borok. Dekhor pora khedibo lgibo andhovokttoboktto karone amr dekhon jbo rikhar tolot

    • @JeutiRabha-np1es
      @JeutiRabha-np1es 6 หลายเดือนก่อน +29

      Bjp go back

    • @monjitgogoi5744
      @monjitgogoi5744 6 หลายเดือนก่อน +7

      ​@@AparnaDarshana baperoe set daal bonori

  • @rijumonipachin
    @rijumonipachin 5 หลายเดือนก่อน +28

    দাদা আপোনাৰ কথা কেইটাৰ শুণি ভাল লাগিল আমি একোৱেই নাপাও ধনি মানুহক দিছে দুখীয়া .মানুহক দিয়ে ধন্যবাদ দাদা ভাল লাগিল শুণি

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 หลายเดือนก่อน

      এশ শতাংশ সঁচা কথা কৈছা বোপাই ।

  • @ParthaKalita-p2w
    @ParthaKalita-p2w 6 หลายเดือนก่อน +642

    একদম বঢ়িয়া পিতাই মোৰ ummah,,,,❤❤❤

    • @childimprove2585
      @childimprove2585 6 หลายเดือนก่อน +4

      Balo Kota koisa

    • @gaffaghaaj
      @gaffaghaaj 6 หลายเดือนก่อน +6

      💯 right koisa. Asoni nalaga sakori laga.

    • @PodumHazarika-y4l
      @PodumHazarika-y4l 6 หลายเดือนก่อน +2

      Good Job Brother. I Great.Full To You

    • @Kickass22
      @Kickass22 6 หลายเดือนก่อน

      ​@@gaffaghaaj fitting sob😂

    • @anantasonowal287
      @anantasonowal287 6 หลายเดือนก่อน

      @@childimprove2585 balor, chetor BJP sarkar

  • @rupdhannath6894
    @rupdhannath6894 6 หลายเดือนก่อน +222

    100%right কথা কৈছে,salute জনাইছোঁ তোমাৰ স্পষ্টবাদি তাৰ কাৰণে

    • @NeinadlyTaid
      @NeinadlyTaid 5 หลายเดือนก่อน +1

      Right kota

  • @ranuDevi-i2n
    @ranuDevi-i2n 6 หลายเดือนก่อน +96

    ভাইটি তোমালৈ এবাৰ দুবাৰ নহয় হাজাৰ বাৰ মোৰ ধন্যবাদ থাকিল

  • @DhimanJouti
    @DhimanJouti 5 หลายเดือนก่อน +12

    দাদা আপোনাৰ কথাবোৰ শুনি সচায় য়ে ভাল লাগিল ধন্যবাদ দাদা

  • @nirutpalborgohain9662
    @nirutpalborgohain9662 6 หลายเดือนก่อน +753

    তোমাৰ লগত মই এক মত ধন্যবাদ ভাইটি। জয় আই অসম।।

  • @sanjibbora1789
    @sanjibbora1789 6 หลายเดือนก่อน +310

    ঠিকেই কৈছা, চৰু বেছি ভাত খোৱা বোৰে ১২৫০/ টকাত কৈ বেছি একো চিন্তা কৰিব নোৱাৰে।

    • @sushildutta8287
      @sushildutta8287 6 หลายเดือนก่อน +4

      ঠিক বেটা
      তোমাৰ কাম তুমি কৰি যোৱা।
      ভোকা বুৰে ভুকি থাকিব তোমাৰ কাম তুমি কৰি যোৱা।

    • @budheswarnath6516
      @budheswarnath6516 6 หลายเดือนก่อน +1

      👍👍

    • @PallabiBailung-e4p
      @PallabiBailung-e4p 5 หลายเดือนก่อน

      Thik koise

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 6 หลายเดือนก่อน +99

    B. J. P. য়ে অসমৰ প্ৰায় বিলাক জনতা ক কিনি লোৱা যেন অনুভৱ হৈছে । 😮

    • @pratimasarma1737
      @pratimasarma1737 3 หลายเดือนก่อน

      মূৰত মগজু নথকা এচাম অসমীয়া নাম ধাৰী মানুহ বিক্ৰী হয় কেইটা মান টকাৰ বাবে।

  • @AditiBoruah-b4k
    @AditiBoruah-b4k หลายเดือนก่อน +1

    একে বাৰেই সত্য আৰু শুদ্ধ কথা স্পষ্টকৈ ক'ব পাৰিলা তাৰ বাবে অশেষ ধন্যবাদ।

  • @EffiNawab
    @EffiNawab 6 หลายเดือนก่อน +194

    ঠিক কথা কৈছা আমাৰ অসমীয়াবোৰৰ মগজুত কি আছে নেজানো । দেশ বিক্ৰী কৰিলে ।মানুহক দ্বাসত্ব প্ৰথালৈ পুনৰ লৈ গ'ল ।বিজেপিয়ে মানুহ কিনে ।

    • @lnl6069
      @lnl6069 6 หลายเดือนก่อน +2

      Khosa kotha hoi.
      Raijor toka poisare raijoke kini lob, loi koise, asoni diselu...vote dib lagib khopot louk.
      Nijor ghar mati poisa Di kob lage. Moi mur jiman ghar, mati, poisa ase, sob Dukhiyk daan korisu...tetiyahe val lage...🙏🙏1

    • @PodumGogoi-pn2ke
      @PodumGogoi-pn2ke 6 หลายเดือนก่อน +3

      এইয়া গণতন্ত্ৰ নহয়, ৰাজতন্ত্ৰ চলিছে।

    • @rangrajib.1486
      @rangrajib.1486 6 หลายเดือนก่อน +3

      Akdom hosa kotha

    • @SahadurRahma79
      @SahadurRahma79 6 หลายเดือนก่อน +1

      Very nice coment

  • @Akankhya123
    @Akankhya123 6 หลายเดือนก่อน +791

    বিজেপি হতাও দেশ বচাও।

    • @AparnaDarshana
      @AparnaDarshana 6 หลายเดือนก่อน +11

      BJP ❤❤❤❤❤

    • @Akankhya123
      @Akankhya123 6 หลายเดือนก่อน +16

      @@AparnaDarshana Congress

    • @Akankhya123
      @Akankhya123 6 หลายเดือนก่อน +7

      @@AparnaDarshana Congress hoi ne bjp hoi Sam baru ..Tatia koba

    • @saralmonineog7403
      @saralmonineog7403 6 หลายเดือนก่อน +24

      " BJP "Hotaw Desh Bosaow

    • @bkkhawbung6114
      @bkkhawbung6114 6 หลายเดือนก่อน +15

      BJP bhagao dekh bosao

  • @shksohailhussain2033
    @shksohailhussain2033 6 หลายเดือนก่อน +93

    তুমি বহুত ধুনীয়া কৈ মনৰ কথা বোৰ কৈ দিচা দেই।।।।🎉🎉

    • @gitumanibarman6536
      @gitumanibarman6536 6 หลายเดือนก่อน

      Hy tumi thik koisa vaiti ? B. J. P. Bohiskar krk smy aahise aitue sujug

  • @BidhanDasFF
    @BidhanDasFF 6 หลายเดือนก่อน +276

    ঠিক কৈছে এনেদৰে সকলো জনতা উলাই আহিব লাগে।

  • @SURENBorah-z8j
    @SURENBorah-z8j 6 หลายเดือนก่อน +85

    বি জে পি নালাগে অসমীয়া জাতীয়টো শেষ কৰিছে চকাৰ মূল্যবূদ্ধি বেছি ৰাইজৰ সিদ্ধান্ত ল'ব লাগে BJP go back

  • @AnilAnilKumardeka
    @AnilAnilKumardeka 6 หลายเดือนก่อน +371

    তোমাৰ কথাখিনিয়ে সাধাৰণ জনতাৰ উপকাৰ কৰিব। চৰকাৰে অসমত উদ্যোগ স্থাপন কৰক।আছনিৰপৰিৱতে।

  • @Dipanjal-ob5ox
    @Dipanjal-ob5ox หลายเดือนก่อน +1

    Val cotah koesa dada bohut bohut val kotha koesa 100%

  • @ranjitbora734
    @ranjitbora734 6 หลายเดือนก่อน +79

    সকলো জনতা যদি এনেদৰে সচেতন হল হেতেন, নিশ্চয় আমাৰ নিচিনা ব্যক্তি অলপ হলেও শান্তিত বসবাস কৰিব পাৰিলোহেতেন। লৰাজনৰ উজ্জ্বল কামনা কৰিলো।

  • @tankswargohain6701
    @tankswargohain6701 6 หลายเดือนก่อน +202

    ভাইটি, সঁচা কথা কোৱা বাবে ধন্যবাদ।

  • @bhabenbarua6935
    @bhabenbarua6935 6 หลายเดือนก่อน +66

    তোমাৰ কথাত একমত ভাইটি। জোৰ পুৰি হাত পালেহি ৰাইজ কেতিয়া সজাগ হব নাজানো। মুঠতে বি জে পি চৰকাৰ নিপাত যাব লাগে। হিমন্তক গটিযাই বাহিৰ কৰিব লাগে অসমৰ পৰা

  • @UmeswariDas
    @UmeswariDas 5 หลายเดือนก่อน +6

    Thank you dada moi mont koboloi vhabi thka katha keitake kole vall lagil aaru kob Lage ehatok 8:22

  • @riturajkalita2767
    @riturajkalita2767 6 หลายเดือนก่อน +39

    বঢ়িয়া। যি কৈছা একেবাৰে সঁচা কথা কৈছা। বৰ্তমান সময়ত জনসাধাৰণে আঁচনিৰ পিছত দৌৰি থকা দেখিবলৈ পোৱা যায়। মহিলা সকলক বিভিন্ন আঁচনিৰ জৰিয়তে মোহাচ্ছন্ন কৰি পেলাইছে। আচঁনিৰ নামত দৌৰাইছে ঠিক। মাথোঁ ভোট লাগে।

  • @beautykonwar427
    @beautykonwar427 6 หลายเดือนก่อน +408

    বিক্ৰী গৈছে বহুত জনতা

    • @MaoBourah
      @MaoBourah 6 หลายเดือนก่อน +1

      Hehote Delhi t jai bemar hole

    • @tonmoymech7846
      @tonmoymech7846 6 หลายเดือนก่อน +5

      সঁচা কথা

    • @Ayan_Buragohain
      @Ayan_Buragohain 6 หลายเดือนก่อน +2

      500 toka t bikri hoi goise ai jonota .....

  • @Azimshah-o4o
    @Azimshah-o4o 6 หลายเดือนก่อน +48

    এয়া হৈছে গনতান্ত্রিক দেশৰ এজন গনতান্ত্রিক সচেতন নাগৰিকৰ দায়িত্ব, তেওঁৰ দৰে প্রতিজন নাগৰিক সচেতন হৈ গনতান্ত্রিক অধিকাৰৰ মাত মাতিলে পৰিবেশ সলনি হৈ যাৱ, কিন্তু অতি পৰিতাপৰ বিষয় আমাৰ সমাজ নিজ মুনাফাৰ বাবে ধবংসৰ পতলৈ আগবঢ়িৱা আাছো
    জয় আই অসম.

  • @papuborahBorah
    @papuborahBorah 5 หลายเดือนก่อน +6

    দিনে ৩৫০ হাজিয়া কৰা টকাৰে ঘৰ চলাব নোৱাৰি

  • @KhalilurRahman-dd6oc
    @KhalilurRahman-dd6oc 5 หลายเดือนก่อน +88

    অসমত তোমাৰ দৰে সাহসী ল'ৰাৰ বহু প্ৰয়োজন বোপায়। এই সকল নেতাই ভাবে যে সিহতেই সকলো জানে বেলেগে একো নাজানে। ঠিক বোপায় তোমাক

  • @binabarua9304
    @binabarua9304 6 หลายเดือนก่อน +50

    বিবেকক সুধি ভোট দিব ৷ নিশ্চয় আমাৰ বিবেক বুলি থকা চিন্তা এটা আছে ৷

  • @aripdoley3314
    @aripdoley3314 6 หลายเดือนก่อน +79

    মানুহক কিমান ঠগিব । বিজেপি গ‌‌ বেগম

  • @arcia84
    @arcia84 หลายเดือนก่อน +1

    ভাল ক‌ইছা তুমি

  • @sarmilaekka1181
    @sarmilaekka1181 6 หลายเดือนก่อน +62

    ভাল ধুইছে দাদা ।আপোনাৰ কথাত একমত ।

  • @bakulboruah2026
    @bakulboruah2026 6 หลายเดือนก่อน +111

    লৰাজনক চেলুট জনাইছোঁ মই।জয় আই অসম।।

  • @DeepGogoi-j8h
    @DeepGogoi-j8h 6 หลายเดือนก่อน +77

    অৰুণোদয় টকাৰে কাপোৰ লৈ মচগুল বাইদেউ হঁতে হাঁহি হাঁহিয়ে কৈ দিয়ে....বিজেপিৰ দিনত উন্নয়ন হৈছে বুলি....😂😂😂😂😂 ... নিজৰ পুতেকৰ কথায়ে বুজি নাপায়... পাৰিলে বাইদেউ হঁতে এবাৰ শুনিব দেই🙏🙏🙏🙏 কথা খিনি.....

    • @Rajib06Vlogs
      @Rajib06Vlogs 6 หลายเดือนก่อน +2

      Right

    • @Sachin-N4jz
      @Sachin-N4jz 6 หลายเดือนก่อน +1

      😂😂 ধুনীয়া

  • @hunufakhatun9548
    @hunufakhatun9548 หลายเดือนก่อน

    আমাৰ দেশখনত ভাইটী তোমাৰ দৰে মানুহৰ বৰকৈ দৰকাৰ (ধন্যবাদ ❤❤❤❤❤🎉

  • @JURIDevi-t2o
    @JURIDevi-t2o 6 หลายเดือนก่อน +219

    অশেষ ধন্যবাদ আজিৰ প্ৰজন্ম এনেদৰেই সাহসী হোৱা উচিত সময়

  • @sahidkhansahidkhan3621
    @sahidkhansahidkhan3621 6 หลายเดือนก่อน +57

    ঠিকেই কইছে সকলো জনতা ওলাই আহিব লাগে । জই আই অসম

  • @rabhagaming3386
    @rabhagaming3386 6 หลายเดือนก่อน +65

    একদম সচাঁ কথা। শুনি ভাল লাগিল।

  • @mohangogoi9685
    @mohangogoi9685 2 หลายเดือนก่อน +1

    ভালকথা কৈছা ভাইটি ধন্যবাদ থাকিল ।

  • @MakibarRahman-p7f
    @MakibarRahman-p7f 6 หลายเดือนก่อน +112

    আপোনালোকে ভোট দিয়তে ভালদৰে ভাবি লওক যে কাক ভোট দিলে আমাৰ ভবিষ্যত আৰু নব প্ৰজন্মৰ ভাল হয়.......জয় আই অসম

    • @JohoniLora
      @JohoniLora 6 หลายเดือนก่อน

      জহৰ নামত যোৱা এখিনি আছে নহয় 😂

    • @parthaprotimdutta1507
      @parthaprotimdutta1507 6 หลายเดือนก่อน

      মাইকী সোপা কিনি থৈছে নহয়

    • @jyotidadhara5959
      @jyotidadhara5959 6 หลายเดือนก่อน

      সকলো জনসাধাৰণে নিজৰ বিবেক বিবেচনা কৰি যাতে ভোট দিয়ে তাৰে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হ'ল।

    • @bikashkondha8944
      @bikashkondha8944 6 หลายเดือนก่อน

      100% rght

    • @dipudutta2062
      @dipudutta2062 6 หลายเดือนก่อน

      Bjp nalaghe

  • @ambazali3298
    @ambazali3298 6 หลายเดือนก่อน +37

    আপোনাৰ বহুমূলীয়া বক্তব্যৰ কাৰণে salute

    • @rupanjolikakoty3103
      @rupanjolikakoty3103 6 หลายเดือนก่อน

      Tumar dore hajar jon nibonuwa jubok oulai ahok.Nagorik sokol soseton hobor hol.Assomt kunu industry r kotha sinta nokore .3 gread 4th grade r sakoi a 1lakh kore le des nosole .Tume15 lakh nebonuak hojag korisa.dhoynabad

    • @rupanjolikakoty3103
      @rupanjolikakoty3103 6 หลายเดือนก่อน

      1 no 2no party bad deba

  • @baharulhoque5686
    @baharulhoque5686 6 หลายเดือนก่อน +57

    অতি সুন্দৰকৈ একাংশ পৰাধীন হৈ থকা স্বাধীন নাগৰিকক সজাগ কৰিবলৈ কষ্ট কৰিছে , এই কথাষাৰ উক্ত নাগৰিক সকলে বুজি পাব লাগে নিৰ্বাচনত যেতিয়া ভোটটো প্ৰদান কৰে । অকল আঁচনি দিলেই চৰকাৰ কাম কৰা বুলি নাভাবিব , আঁচনিৰ বাহিৰত সাধাৰণ নাগৰিকৰ বাবে বহুত থাকে কৰিবলৈ কিন্তু সেইখিনি নকৰে । এই চৰকাৰ নিচিনা আজিলৈকে কোনো চৰকাৰেই ইমান advertise কৰিব পৰা নাই । মূল্যবৃদ্ধি, নিবনুৱা, উন্নত স্বাস্থ্য, উন্নত শিক্ষা , এইবোৰত কাম কেতিয়া কৰিব ! আচলতে সময়ে নাই, এইবোৰত কৰিবলৈ কাৰণ আঁচনিৰ advertise কৰোঁতে আৰু মিছা প্ৰতিশ্ৰুতি দিওতে যায়। সাধাৰণ নাগৰিকক মূৰ্খ বুলি ভাবি আঁচনিৰে কিনিব বিচাৰিছে। ধৰ্মই মানুহক নোখোৱাই, গতিকে আপোনাৰ অধিকাৰ বিচাৰক ৰাইজ । নিবনুৱা, মূল্যবৃদ্ধি, আদিৰ দৰে প্ৰশ্ন কৰিলে তেওঁলোকে দেখুৱাই দিয়ে ধৰ্মৰ দিশ । মানৱ ধৰ্মই সৰ্বউচ্চ ধৰ্ম। মোৰ বাবে হিমন্ত চৰকাৰে কি কৰিব ❓

  • @MoN_poKHi_228
    @MoN_poKHi_228 4 หลายเดือนก่อน

    Akdom val disa brother❤

  • @Funny_Factory805
    @Funny_Factory805 6 หลายเดือนก่อน +93

    বৰ্তমান আমাৰ প্ৰথম কাম হৈছে চৰকাৰখন সলনি কৰা 🙏🏻🙏🏻

  • @pranjal1393
    @pranjal1393 6 หลายเดือนก่อน +55

    জনতাৰো মস্তিষ্কৰ চিন্তা শক্তি বৃদ্ধি কৰিবলৈ অসমীয়া নতুন বছৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

    • @biswajitpatangia3729
      @biswajitpatangia3729 6 หลายเดือนก่อน

      Thick koisa bondhu....Adin ahibo jot manuhe vote diboloi option nathakibo aru...Oposition ai nathakiboi...Aru tetia ki hobo abar vabibo lage..

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke 6 หลายเดือนก่อน +49

    এই সত্য কথা সকলোৱে বুজি নাপায় যে,।

  • @ANILSARMA-g9y
    @ANILSARMA-g9y 5 หลายเดือนก่อน +1

    সকলোকে হিতাধিকাৰী বনাব আৰু ৰাজৰাণীক অসমৰ সকলো চৰকাৰী মাটিৰ স্বত্বাধিকাৰী বনাব বাঃ বাঃ মহাৰাজ

  • @narayankumarbora3762
    @narayankumarbora3762 6 หลายเดือนก่อน +67

    অন্ধ্ৰ ভক্ত সকলে বুজি পালে ভাল।৪ জুন লৈ অপেক্ষা কৰক।

    • @rammohandeka4520
      @rammohandeka4520 6 หลายเดือนก่อน +3

      অখিল মিয়াৰ মানুহ মেন পাইছোঁ 😂

    • @CreativeMinds-ce1rz
      @CreativeMinds-ce1rz 6 หลายเดือนก่อน

      Beleg eku logic nthake nkj tohotor😂 okol hindu muslim pappu 😂​@@rammohandeka4520

    • @r-seriesltd.6829
      @r-seriesltd.6829 6 หลายเดือนก่อน

      ​@@rammohandeka45201500 tokiya chamcha 😂😂😂

    • @RahulDas-yr9ww
      @RahulDas-yr9ww 6 หลายเดือนก่อน

      ​@@rammohandeka4520sudirbhai toi ata 😂

    • @mayeenuddin1654
      @mayeenuddin1654 5 หลายเดือนก่อน

      ​@@rammohandeka4520নহয় ও, ফেকুচানদৰ ভক্ত। এইজন বিবেকানন্দৰ মানুহ ষ

  • @anjumanidas1175
    @anjumanidas1175 6 หลายเดือนก่อน +64

    সাৱলীল, শক্তিশালী, কন্ঠ, সহমত জনালোঁ।

  • @tarunkonwar4936
    @tarunkonwar4936 5 หลายเดือนก่อน +59

    ভাল লাগিল আপোনাৰ কথা শুনি এনেকুৱা মানুহ ঠাকিব লাগে সমাজত

  • @DebajitDas-r9c
    @DebajitDas-r9c 4 หลายเดือนก่อน

    Thike koisa ami asu 💪👍

  • @farukhussin5010
    @farukhussin5010 6 หลายเดือนก่อน +87

    অতি সুন্দৰ নিউজ

  • @arpanachutia4866
    @arpanachutia4866 6 หลายเดือนก่อน +92

    100% right

  • @kakoligayan6959
    @kakoligayan6959 6 หลายเดือนก่อน +86

    ৰজায়ে কেতিযাও প্রজাৰ কথা নাভােবে

  • @tarulatakalita6973
    @tarulatakalita6973 3 หลายเดือนก่อน

    একেবাৰে সত্য কথা কৈছে।ৰাইজ সজাগ হবৰ হৈছে।

  • @RanaHussain-d2k
    @RanaHussain-d2k 6 หลายเดือนก่อน +42

    বৰ্তমানত জনতাক ।বিক্ৰী কৰি আছে মামাই 😢

  • @nikunjaneog2805
    @nikunjaneog2805 6 หลายเดือนก่อน +132

    সঁচা কথা কৈছা ।ইমান সাহস ভাল লাগিছে।

  • @pranjalkaman9083
    @pranjalkaman9083 6 หลายเดือนก่อน +75

    বৰ সুন্দৰ কথা কৈছে।

  • @AnjuMandal-g4b
    @AnjuMandal-g4b 5 หลายเดือนก่อน +1

    👍🏻 right

  • @nonimaborononimaboro2740
    @nonimaborononimaboro2740 6 หลายเดือนก่อน +71

    অসমত এনেকুৱা সঁচা কথা কোৱা ল'ৰাৰ অসমৰ মানুহৰ বহুত প্ৰয়োজন। 100% 🙏🙏🙏🙏

  • @joyshriborpatragohain4674
    @joyshriborpatragohain4674 6 หลายเดือนก่อน +95

    সুন্দৰ কথা সত্য কথা

  • @sanahigogoi381
    @sanahigogoi381 6 หลายเดือนก่อน +113

    একেবাৰে সচা কথা ভগৱানে কুশলে ৰাখক তোমাক জয় আই অসম

    • @rameshpayang7871
      @rameshpayang7871 5 หลายเดือนก่อน

      Bjp sarkar long life ❤️❤️❤️

    • @jadav5123
      @jadav5123 หลายเดือนก่อน

      BJP hatao assomiak bosao.Joi aai oxom .

  • @klinchdutta3970
    @klinchdutta3970 5 หลายเดือนก่อน +6

    সচা কথা কোৱা সাহস দেখি তোমাক চেলুট দিছোঁ ভাইটি
    সকলো যদি এনেকৈ ওলাই আহিল হয়,মনৰ পৰা আশীৰ্বাদ যাচিলো 🙏👍

  • @nehatalukdar8271
    @nehatalukdar8271 6 หลายเดือนก่อน +30

    Val lagil 100'/.moyo ak mot👍

  • @pradipkalita7223
    @pradipkalita7223 6 หลายเดือนก่อน +33

    সময়ৰ সৰ সময়ত । বহুত বহুত ধন্যবাদ। । মানুহৰ বাকস্বাধীনতা নাথাকিলে জীয়াই থকাৰ মূল্য নাই।কোৱা কোৱা সময়ত কোৱা উপকাৰ সকলোৰে এদিন হ'ব।

  • @jugendoley3063
    @jugendoley3063 6 หลายเดือนก่อน +67

    100% Right

  • @BishaljyotiSaharia
    @BishaljyotiSaharia 5 หลายเดือนก่อน +4

    Dada 🔥🔥🔥🔥
    Xosa kotha koise...

  • @prrabiphukan1099
    @prrabiphukan1099 6 หลายเดือนก่อน +32

    তুমি ঠিক কৈছা ভাইটি জনসাধাৰণ সজাগ হব হল বাৰ্ক স্বাধীনতা সকলোৱে আছে

  • @PANKAJKalita-f8k
    @PANKAJKalita-f8k 6 หลายเดือนก่อน +44

    কিছু মানে কৈ আছে BJP এই ভোট দিব বোলে বহুত কিবা কীবি দিলে বোলে । যি সকলে bjp ক ভোট দিম বুলি ভাবি আছা সেই সকলক কৈছোঁ। কংগ্ৰেছ চৰ কাৰে ও ৰাস্তা ঘাট, আঁচনী, আৰু কিবা কীবী কৰিব পাৰিলে হৈ কংগ্ৰেছ চৰকাৰে জনতাৰ ওপৰত মাধমাৰ নপথালে...........

    • @PranjalDutta-te2uq
      @PranjalDutta-te2uq 6 หลายเดือนก่อน

      Heibur manuhok hudhibo lage kinu dile.....mulyabidhi bade aku dia nai.....jodihe amr lorabur andhrapradesh ot goi kam kribo nlgil hoi tetia kobo parilu hoi kiba dise buli....atia jibur di ase heibur ajn buba manuh cm hua haleu dileheten......dutoliya tuk dekhile Mur matha garam uthe......hijira nisina hahi ata marile

    • @khansirgsassam6215
      @khansirgsassam6215 5 หลายเดือนก่อน

      পাগল ৭০ বছৰত কি ফালি

  • @neone4759
    @neone4759 6 หลายเดือนก่อน +45

    কোনো চৰকাৰৰ নিজা টকা নাথাকে , চৰকাৰ বনোৱা দলটোৱে ৰাইজৰ টকা বোৰ পৰিচালনা হে কৰে , মানে ইহত একপ্ৰকাৰৰ মেনেজাৰ, ৰাইজে নিযুক্ত কৰা । ইহতে দিয়া বুলি কয় 😂😂 , যাৰ নিজৰেই একো নাই , সি আৰু কেনেকৈ দিয়ে , ৰাইজৰ টকাৰে বিলাসীতা, কেলেংকাৰী, বদমাছি কৰে । এনেকৈ বেয়া কামত ধন নষ্ট কৰি , বাহিৰা প্ৰতিষ্ঠান বোৰৰ পৰা ঋণ লয় , সেই ঋণ বোৰো আকৌ আমিয়ে মাৰিব লাগে ।

    • @mridusmitasaikia83
      @mridusmitasaikia83 6 หลายเดือนก่อน +2

      সেই টোকে বুজি নাপায় বহুতে😢,,,

    • @MITHUNDAS-py2bu
      @MITHUNDAS-py2bu 5 หลายเดือนก่อน

      একেবাৰে শুদ্ধ কথা কৈছে আপুনি, একমত

  • @bitugarem8810
    @bitugarem8810 4 หลายเดือนก่อน

    ভাইটি,তোমালৈ,বহোত,বহোত, ধন্যবাদ,ভাল, লাগিছে,❤❤❤❤❤❤

  • @nitubhai7763
    @nitubhai7763 6 หลายเดือนก่อน +69

    Bjp go back sida kotha

  • @diliptalukdar3654
    @diliptalukdar3654 6 หลายเดือนก่อน +17

    আপোনাৰ সকলোবোৰ কথা ১০০% সচাঁ ।
    বি জে পি হটাও দেশ খন বছাওক ।

  • @jitulkalita4455
    @jitulkalita4455 6 หลายเดือนก่อน +25

    অসমৰ মহিলা সকলক এতিয়া টুপি পিন্ধাই গৈ আছে , ১০,০০০ টকাৰ বাবে আৰু অৰুনোদত ১২০০ টকা লোভত , কিন্ত পুৰুষ সকলক ইমান সহজে টুপি পিন্ধা নোৱাৰে কাৰণ নিজে ৰদ বতাহ বৰষুণ কাম কৰি দহ হাজাৰতকৈ হাজাৰ হাজাৰ টকা ইনকাম কৰি আছে , মহিলা সকলক বুৰ্বক বনাই আজি ইয়াত কালি তত , দহ হাজাৰ টকা দিব বুলি মিটিং দূৰায় আছে , আমি চৰকাৰৰ ফ্ৰি টকা নালাগে , তাতকৈ বষ্তুৰ দাম কমাওঁক যদি পাৰে , বিজেপিৰ মহান নেতা সকল ,

  • @JIRI138
    @JIRI138 6 หลายเดือนก่อน +125

    100% সঁচা কথা , সাধাৰণ জনতাই সজাগ হবৰ হ'ল

  • @MunmiBaruah-ss6eo
    @MunmiBaruah-ss6eo 6 หลายเดือนก่อน +34

    বন্ধূ ভাল কথা কৈছা
    ❤🖇🙏🙏👍

  • @majanikalita6025
    @majanikalita6025 6 หลายเดือนก่อน +41

    মামা মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ সম্পত্তি বোৰ বিক্ৰী কৰি শেষ কৰি দিব । আমাৰ সাধাৰণ জনতাক পলোভন দি দি বুৰ্বক বনাব বিচাৰিছে আৰু কিছুমান মানুহে তাকে বুজি নাপায় । অকল উন্নয়ন হ'লে নহ'ব আমাৰ অসমীয়া অস্তিত্ব নাইকীয়া কৰিবলৈ গৈ আছে । এখন চৰকাৰ সাধাৰণ জনগণৰ পৰা গঠন হয় কিন্তু কা খনৰ কাৰণে পাঁচ জন ল'ৰা শ্বহীদ হ'ল,সাধাৰণ জনতাই ৰাজপথত কিমান দিন আন্দোলন কৰিলে চৰকাৰে সেই সকল জনতাৰ কথা কেৰেপেই নকৰিলে। তেতিয়াহলে ৰাইজে কিয় বুজি নাপায় বিজেপি বিজেপি কৰি আছে যে , সেই বাবেই চৰকাৰে ৰাইজক বুৰ্বক বুলি ভাবে। মাত্ৰ কেইটামান আঁচনি দি ফুচুলাই থৈ দিয়ে। আমাৰ মানুহ কিছুমানে সেইটোৱেই বহুত বুলি ভাবি টেটুফালি মৰিছে । কিন্তু নিজৰ ঠাইতে নিজৰ অস্তিত্ব নাইকীয়া হ'বলৈ গৈ আছে সেইটো গমেই পোৱা অন্ধ ভক্ত বোৰে। ৰাইজে এইবাৰ বিবেক ভোট নিদি বুৰ্বক ভোট দিলে অসম ৰসাতলে যাব।

    • @kohinursikdar2059
      @kohinursikdar2059 6 หลายเดือนก่อน

      Khali ai khiniai nohoi ,200 bosor agor ghor duar atiya bole atia chorkari zomeen olise

    • @ArpanaHerenz
      @ArpanaHerenz 6 หลายเดือนก่อน

      You are right

  • @honedas
    @honedas 4 หลายเดือนก่อน +1

    Rupam,das
    ❤👍👌👋🙋🧑‍💼🧑‍🍼🌷

    • @honedas
      @honedas 4 หลายเดือนก่อน

      9864555800

    • @honedas
      @honedas 4 หลายเดือนก่อน

      Hi

  • @gsbharalibharali7531
    @gsbharalibharali7531 6 หลายเดือนก่อน +60

    Good news

  • @Akankhya123
    @Akankhya123 6 หลายเดือนก่อน +34

    একদম‌ সঁচা কথা কৈছে।

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 6 หลายเดือนก่อน +50

    ঠিক কথা কৈছা তুমি আমাৰ মানুহবোৰৰ মাঠা নাই❤❤❤❤❤

    • @runudas5674
      @runudas5674 6 หลายเดือนก่อน +1

      Kun o

    • @Bikash64767
      @Bikash64767 6 หลายเดือนก่อน

      😂

  • @sudiptamalakar7544
    @sudiptamalakar7544 5 หลายเดือนก่อน +3

    তোমার বক্তব্য সঠিক।

  • @anupdas9848
    @anupdas9848 6 หลายเดือนก่อน +41

    Ekebare thik kotha koisa.

  • @anjubegum6320
    @anjubegum6320 6 หลายเดือนก่อน +19

    বৰ ভাল লাগিল এনেদৰে বুকু ফুলাই কথা কব লাগে ।

  • @Elvish-e8s
    @Elvish-e8s 6 หลายเดือนก่อน +23

    সকলোকে এটাই অনুৰোধ নিজৰ ভোট টো ভালদৰে ভাবি চিন্তি উপযুক্ত প্ৰাৰ্থী জনকে দিব। প্ৰাৰ্থী জনৰ ওপৰতে সকলো কাৰণ প্ৰাৰ্থী জন উপযুক্ত হলে হে কাম হয়। দল চাই ভোট কেতিয়াও নিদিব কাৰণ politician বোৰ কেতিয়াও এটা দলতেই নাথাকে। যোগ্য প্ৰাৰ্থী হলে বিৰোধী দলত থাকিলেও কাম কৰিব পাৰে আৰু অযোগ্য প্ৰাৰ্থী হলে চৰকাৰী পক্ষৰ দলত থাকি ও কাম কৰিব নোৱাৰে।

    • @rajkhowa9243
      @rajkhowa9243 6 หลายเดือนก่อน

      100% Right koise.

  • @anantahazarika2064
    @anantahazarika2064 5 หลายเดือนก่อน +3

    অতি সুন্দৰ হৈছে

  • @DataramSarma-u6q
    @DataramSarma-u6q 6 หลายเดือนก่อน +54

    সঁচা কথা কৈছা তুমি।

  • @diptidevi4055
    @diptidevi4055 5 หลายเดือนก่อน +16

    ভাইটি তোমাৰ প্ৰতিটো কথা ১০০% সত্য। আচঁনি নামত অসমৰ অসমীয়াক বুৰ্বক সজাই অসমখন ধ্বংস কৰি নিছে দিনে দিনে।
    খাৰ খোৱা অসমীয়াই বুজিব পৰা নাই যে বৰ্তমান কেইটামান টকা পোৱা লোভত বা আচঁনিৰ লোভত অসমীয়াই ভবিষ্যৎ প্রজন্মৰ জীবন বদবাদ কৰি আছে।
    জাতি মাটি ভেটি, চাকৰি, ব্যৱসায়, বানিজ্য সকলো বিহাৰী বঙালীৰ হাতত।

    • @kangkandevboro9958
      @kangkandevboro9958 5 หลายเดือนก่อน

      Protek Jone anekoi Buji powa hole😊

  • @MahirKhan-fz1zz
    @MahirKhan-fz1zz 5 หลายเดือนก่อน +22

    ঠিক কৈছে দাদা yenekuwai hobo lage
    Sealut dada

  • @dilipkrbora1132
    @dilipkrbora1132 หลายเดือนก่อน

    সত্য কথা । বহুত ভাল লাগিল ।

  • @ManashjyotiBorah-zn3ml
    @ManashjyotiBorah-zn3ml 5 หลายเดือนก่อน +49

    বি জে পি ক বিদাই দিয়ক

  • @janardanbora2803
    @janardanbora2803 6 หลายเดือนก่อน +28

    টেটো লৈকে লোণ লৈ আঁচনি দিছে ঠিকেই কিন্তু হেই লোণৰ টকা টো কাৰ পৰা উলিওৱাব আমাৰ অসমৰ জনতাৰ পৰাই টো উলিৱাব সেইটো কথা মাথা নাই কিয়া মহিলা এহুপাই বুজা উচ্ছিৎ যোৱা কালি দেখিছোঁ কেইজনিমানে শপত খাইছে আঁচনিৰ আশাত তেন্তে তাতে ধৰিব পাৰি আৰু অসমৰ মহিলা কিমান তললৈ পৰিব লৈছে