day 1 - mas marilo ( মাছ মাৰিলোঁ )

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 มี.ค. 2020
  • it's a vlog from my home

ความคิดเห็น • 4.4K

  • @sunmonigogoi4314
    @sunmonigogoi4314 4 ปีที่แล้ว +862

    দিম্পু দাক ভালপোৱা সকলে এটা লাইক কৰি দিয়া।
    ঘৰত থাকক , সুস্থ থাকক।

    • @girirajsarma4711
      @girirajsarma4711 4 ปีที่แล้ว +5

      বনাই থাকক অলপ বেলেগ typor

    • @assmesecomedy7591
      @assmesecomedy7591 4 ปีที่แล้ว +3

      এনেকোবা ভিডিঅ' লাগে

    • @MrLsVlogs
      @MrLsVlogs 4 ปีที่แล้ว +3

      Dimpu Dadai tamam lage kotha kole,
      #MrLocalScientist

    • @Mihir_Vlogs24
      @Mihir_Vlogs24 4 ปีที่แล้ว +1

      Dimpu da konew beya pabo noware

    • @sangitabhowmick5619
      @sangitabhowmick5619 4 ปีที่แล้ว

      helo dompu

  • @gangled8802
    @gangled8802 4 ปีที่แล้ว +10

    গাঁওৰ এটি সুন্দৰ পৰিবেশ উপহাৰ দিলা।বৰ ভাল লাগিল।ধন্যবাদ

    • @jurisaikia9109
      @jurisaikia9109 3 ปีที่แล้ว

      👌👌👌👌👌👌👌👌👌👌

  • @assamarmygameingjone8561
    @assamarmygameingjone8561 4 ปีที่แล้ว +6

    দিম্পু দা আপোনাৰ video বহুত ভাল লাগে ।।

  • @rodex.exe.
    @rodex.exe. 4 ปีที่แล้ว +14

    Very good dimpu. Teach people to live in harmony with nature

  • @Nayanjyoti24
    @Nayanjyoti24 4 ปีที่แล้ว +139

    দিম্পু দা বন্ধ কেইদিন আপোনাৰ ঘৰৰ চাৰিওফালে থকা কিবা কিবি বস্তুবোৰৰ ভিদিয়বোৰ বনাই আপলোড কৰি থাকিব বুলি আশা ৰাখিলোঁ।

    • @vinayguru527
      @vinayguru527 4 ปีที่แล้ว

      facebook.com/777580442257371/videos/1060249304343900/

  • @bidyutjyotinath8252
    @bidyutjyotinath8252 4 ปีที่แล้ว +75

    দিম্পু দা অহা কালিলৈ ঘৰৰ পৰাই drone short কেইটামান দেখাব
    দিম্পু দা ঘৰতে থাকি এই 21 দিন আমাক নতুন নতুন ভিদিয় দিব বুলি আশা থাকিল

    • @jaynurentertainment1015
      @jaynurentertainment1015 4 ปีที่แล้ว +2

      Dimpu da plzzz dron shot lage kenekuwa obosta hoi ase mein rastar fale plzzz dekhabo

    • @vinayguru527
      @vinayguru527 4 ปีที่แล้ว +1

      facebook.com/777580442257371/videos/1060249304343900/

  • @RjZubeenZG
    @RjZubeenZG 3 ปีที่แล้ว +8

    ফাইনেলী ইউটিউব recommend me 1 years later 🤣🤟 op dimpi daa

  • @angkur9521
    @angkur9521 3 ปีที่แล้ว +10

    দিম্পু দা আপোনাক মোৰ বহুত ভাল লাগে।😊

  • @abhijitdeka6373
    @abhijitdeka6373 4 ปีที่แล้ว +269

    ঘৰতে থাকি Drone খনে গোটেই গাওঁখন
    বা চুবুৰীটো দেখুৱাছোন।

  • @Sankarjitcreation
    @Sankarjitcreation 4 ปีที่แล้ว +19

    Apuni adino live oha ni adin plz live ahibo.. Aji 7 Pm ...kune kune bisare like korok..

  • @abubakkarsiddique6894
    @abubakkarsiddique6894 3 ปีที่แล้ว +12

    Uncle e reaction tu mojja dise kintu😂

  • @JPDas-vh2by
    @JPDas-vh2by 4 ปีที่แล้ว +3

    Khub xundor poribekhon tumar 👌stay home and stay safe 😊

  • @gautomphukon2752
    @gautomphukon2752 4 ปีที่แล้ว +61

    মজা মজা দাদা ☺
    সকলোৱে যাতে ঘৰতে এনেদৰে থাকে কামনা কৰিলো। এনেয়ে বাহিৰত গৈ পিঠিখন গেলাব দৰকাৰ নাই😊।
    🙏🙏🙏

  • @ipathak0
    @ipathak0 4 ปีที่แล้ว +10

    Dimpu , thank you for sharing the beautiful video, looks very interesting, fishing plus the beautiful ducks. interesting outdoor activity , God bless you

  • @Subham___bora
    @Subham___bora 2 ปีที่แล้ว +4

    দিম্পু দা আপুনা কথা শুনি বৰ ভাল লাগে

  • @uddipanyt1470
    @uddipanyt1470 2 ปีที่แล้ว +5

    Dimpu da moi tumar jimaan video asa sob sai su..
    Well done bro.....

  • @susmitapatgiri8286
    @susmitapatgiri8286 4 ปีที่แล้ว +215

    দিম্পু দা আপোনাৰ কথাবোৰ মই বহুত ভাল পাওঁ।আপোনাক এদিন লগ পোৱাৰ আশা থাকিল।

    • @taamutalangvlogs4572
      @taamutalangvlogs4572 4 ปีที่แล้ว +4

      Tumr ghor Gohpur nohoi janu

    • @dhanmanisong6483
      @dhanmanisong6483 3 ปีที่แล้ว +1

      দিমপু দা বেলেগে বেয়া পালেও মই নাপাও

    • @dhanmanisong6483
      @dhanmanisong6483 3 ปีที่แล้ว +2

      মরো ঘৰ নলবাৰীৰ গোবিন্দপুর গাওঁত মই আপুনাক লগ পালে সুখী পালো হয়

    • @bedantasvlog1806
      @bedantasvlog1806 3 ปีที่แล้ว

      Hoi moro log puwar akha thakil

    • @nilayvideo7147
      @nilayvideo7147 3 ปีที่แล้ว

      😚😚😁😆🤣😷✌️🚵🚴🚣

  • @plabonnath3586
    @plabonnath3586 4 ปีที่แล้ว +48

    এনেকুৱা ভিডিও সদায় লাগে 😍😍😊😊😊😊

  • @shilahmadassam9828
    @shilahmadassam9828 3 ปีที่แล้ว +1

    Dimpu da tumr veido bht vl laga

  • @ratulboruah1911
    @ratulboruah1911 2 ปีที่แล้ว +1

    Vrry good luck Dimpu Bahi😳😳😳

  • @ahanuphaloi7578
    @ahanuphaloi7578 4 ปีที่แล้ว +39

    লাগিব দিম্পু দা ।
    আপোনাৰ ভিডিওৰ কাৰনে ৰৈ আছো ।

  • @juhipatowary5842
    @juhipatowary5842 4 ปีที่แล้ว +3

    Lagibi dimpu da

  • @dipsikhaboruah8363
    @dipsikhaboruah8363 4 ปีที่แล้ว +2

    Dimpu da apunar video br sai bht vl lge......

  • @dkistiyakrexx2319
    @dkistiyakrexx2319 2 ปีที่แล้ว +2

    Dimpu da you are very very smart 🤘

  • @anjan007
    @anjan007 4 ปีที่แล้ว +51

    মইও কালিয়ে ১ পোৱা চেঙ মাছ আনি পিছফালে গাতা খান্দি জীয়াই থৈছোঁ,,,আজি এটা বৰশী বনে কেচে লগে তাতে বৰখি দি মাছ মাৰি আছোঁ, এই মাছ উঠে এই পানীত দৈলে দিও😂😂😂,,উফ্ কি মজা time pass💘💘💘💘💘

    • @nekiburjamal345
      @nekiburjamal345 4 ปีที่แล้ว +1

      ওম খালৈত এ বৰশী বাইছে

    • @tinnystar4506
      @tinnystar4506 4 ปีที่แล้ว +1

      😆😆😆😆😆

    • @akashff1532
      @akashff1532 4 ปีที่แล้ว +1

      😂🤣

  • @haltugaonclustereducatuon3047
    @haltugaonclustereducatuon3047 4 ปีที่แล้ว +26

    আপোনাৰ সকলো ভিডিও এ চাই ভাল লাগে bonai thakok video 😊😊😊

  • @ratulboruah1911
    @ratulboruah1911 2 ปีที่แล้ว +1

    Kora Kora mojja hoise dippu

  • @hirakjyotidancer9523
    @hirakjyotidancer9523 4 ปีที่แล้ว +1

    Wow dimpu Dada bhut vl lgise , video khon sai ,

  • @pampibaishya6012
    @pampibaishya6012 4 ปีที่แล้ว +296

    আপোনাৰ মা দেউতাৰ লগত ভিডিও বনাব এটা দাদা

  • @EduInfoAssam
    @EduInfoAssam 4 ปีที่แล้ว +50

    🙏🏻 নমস্কাৰ বন্ধুসকল
    মই ১টা নতুন TH-cam Channel খুলিছো "
    "Assamese making"| ইয়াত সকলো ধৰণৰ Interview ৰ বাবে প্ৰশ্ন উত্তৰ দিয়াৰ লগতে কিছুমান Technical Video বনোৱা হয় | সকলোৱে এই Channel টো চাই যেন |
    আশাকৰো এই Channel টো আগুৱাই লৈ যোৱাত সকলোৱে সহায় কৰে যেন |
    ধন্যবাদ~
    ~জয় আই অসম~

    • @Mayurgameing555
      @Mayurgameing555 4 ปีที่แล้ว

      th-cam.com/video/M-e9QILKw1c/w-d-xo.html

    • @wegrowtogether4802
      @wegrowtogether4802 4 ปีที่แล้ว

      th-cam.com/video/-WuFEduiMIc/w-d-xo.html aitu channel u saok... Funnyvideo 🤣🤣🤣🤣

    • @DelbarRajVlogs
      @DelbarRajVlogs 4 ปีที่แล้ว

      th-cam.com/video/_MQknRtBE68/w-d-xo.html

    • @bolingogoi8809
      @bolingogoi8809 4 ปีที่แล้ว

      Moi o khulisu ata,, hohai korib,, moi kori disu,, subscribe

    • @mysmartcareer
      @mysmartcareer 4 ปีที่แล้ว

      th-cam.com/video/fIUYqFc17Wo/w-d-xo.html

  • @pranavkonwar101
    @pranavkonwar101 4 ปีที่แล้ว +11

    এনেকুরা ভিডিঅ লাগে দিমপু দা

  • @lakhinathdaslakhinathdas3383
    @lakhinathdaslakhinathdas3383 4 ปีที่แล้ว +1

    আপোনাৰ ভদিঅ চাই বহুত ভাল লাগে,

  • @ZakariaCreation786p
    @ZakariaCreation786p 4 ปีที่แล้ว +32

    ভাই, ভাত খোৱাৰ সময়ত যি অবস্থা কৰিছা বৰ ভাল লাগিল, মোৰো কেতিয়াবা এনেকুৱা গৰম লাগিছে,
    Like Thoko Yaaro... 👍👍👍

  • @hahi_diya_
    @hahi_diya_ 4 ปีที่แล้ว +13

    A mojja de dimpu Da. Tel nimokhre mojja lge VT khai 😆

  • @babidurahmed5243
    @babidurahmed5243 4 ปีที่แล้ว +3

    Wow fantastic dimpu daa

  • @bikiweedboy4434
    @bikiweedboy4434 4 ปีที่แล้ว +32

    কবিয়ে কৈছে :
    " মাছলৈ গৈছিলং......
    এজনীনাপালং.........
    ঘৰলৈ আহি মই...
    নিমখ ভাত খাই দিলং...."
    কবিয়ে আকৌ কৈছে :
    " আম পকিলে খাম...
    নপকিলে ঘৰলৈ লৈ যাম...."
    উক্ত কবিতা দুফাকিৰ জৰিয়তে জনপ্ৰিয় কবিয়ে কব বিচাৰিছে যে প্ৰাপ্তিয়ে সকলো নহয়, অৰ্থাৎ যদি মাছ খাম বুলি ভাবি ভাবি মাছ মাৰিবলৈ গৈ মাছ নাপালে আপুনি নিমখ ভাতো গ্ৰহণ কৰিব লগীয়া হব পাৰে, থিক তেনেকৈ বজাৰৰ পৰা পকা আম কিনি আপুনি গম পালে যে দোকানীয়ে আপোনাক টুপি পিন্ধাই কেচাঁ আম দি পঠিয়ালে, এতিয়া আপুনি আচাৰ বনাবলৈ ঘৰলৈ লৈ যাব লাগিব| মানে পকা আম খোৱাৰ হেপাহ বুকুৰ মাজত লৈ আপুনি আকৌ ঘৰলৈ আমবোৰ লৈ যাব লগীয়া হব, আৰু এয়াই হয়তো জীৱন| প্ৰাপ্তি, অপ্ৰাপ্তিৰ দোমোজাৰ মাজতে জীৱনে উকমুকাই|
    কিন্তু এতিয়া প্ৰশ্নটো হ'ল এইবোৰ বিখ্যাত কবিতাৰ সাৰমৰ্মৰ সৈতে আপোনাৰ ছবিখনৰ সামঞ্জস্য ক'ত ? কি বিচাৰি পালে এই দুই কবিতাই আপোনাৰ ছবি খনত ?
    আছে, কবিয়ে কোৱা দৰে আপুনি ভৱাৰ দৰে হয়তো জীৱনটো গঢ় নলব পাৰে, নহবে পাৰে ভৱিষ্যত টো আপুনি কল্পনা কৰা মতে, সুখো নহব পাৰে , দুখো নহব পাৰে| কিন্তু জীৱনটো চলি থাকিব| আমি জীৱনৰ গান গাই যাব লাগিব| থিক আপুনি ছবিখনত ৰখা আপোনাৰ এক্সপ্ৰেচ্যনটোৰ দৰে: সুখৰো নহয় দুখৰো নহয়|
    আস, কি এক কলাত্মক ছবি| তাতে আকৌ শুভ্ পোচাক যোৰে আকৌ ফটোখনৰ ডিমান্ড দুগুণে বঢ়াইছে| আপুনি বাৰু কেনেকৈ উঠাইছিল এই ছবিখন?? মনলৈ এবাৰো শংকা অহা নাছিলনে , যে অদুৰ ভৱিষ্যতে নঁবেল বটালৈ যদি ছবিখন চিলেক্ট হৈ যাই আপোনাৰ নিজৰ লগতে আপোনাৰ অঞ্চলে বাৰু BBCIৰ দৰে সংবাদ মাধ্যমৰ মুখামুখি হব লাগিব |
    ডাঙৰীয়া, ছবিখন যে কলাত্মক সেইটো আটাইৰে বোধগম্য হৈছে, কিন্তু কলাকাৰ জন, মানে ফটোগ্ৰাফাৰ জনক জনতাৰ মাজলৈ উলিয়াই ননাত কোনো তৃতীয় পক্ষই বাধা দিয়া নাইতো? আজিলৈ আমি তেন্তে তেখেতৰ চৰণ স্পৰ্শ কৰাৰ পৰ😍Sabir

  • @mr.parabola7447
    @mr.parabola7447 4 ปีที่แล้ว +21

    Dimpu your all contents are good no tension

  • @gaurav__5653
    @gaurav__5653 4 ปีที่แล้ว +7

    Apuni bonai thkok DIMPU DA.... 👍🏻👍🏻👍🏻

  • @nikitaduttahazarika6078
    @nikitaduttahazarika6078 4 ปีที่แล้ว +4

    Aji 1st tym salu,val lagil sai pura enjoy korilu.

  • @tripashdas7838
    @tripashdas7838 2 ปีที่แล้ว +4

    Mojaa❤❤

  • @user-ok2lm6je3y
    @user-ok2lm6je3y 4 ปีที่แล้ว +106

    গাঁৱলীয়া লৰা হয় ভাই ।।।।
    মাছ মাৰিব জানো 💪💪💪💪😂।
    অলপ আগতে এই জালৰে মাছ মাৰিলো পুখুৰীত ।।।।।

  • @ansulabasumatary5807
    @ansulabasumatary5807 4 ปีที่แล้ว +4

    Excellent Bro you continue No problem 💝💝💝

  • @user-lz4fw1mw8j
    @user-lz4fw1mw8j 4 ปีที่แล้ว

    Khub hundor dimpu da Apunar video bilak sai bohuto val lage

  • @goldengwala9291
    @goldengwala9291 4 ปีที่แล้ว +1

    Dimpu da.
    Apunar video moi sob salu
    Val lagise

  • @nabazbnentertainment9966
    @nabazbnentertainment9966 4 ปีที่แล้ว +32

    দাদা আপোনালোকৰ পাকঘৰটো দেখিবলৈ পালেও যথেষ্ঠ হ'ব অলপো আমনি নালাগে।তথাপিও মাথো আপোনাৰ মাতটো শুনিব পাম।

  • @simideka6899
    @simideka6899 4 ปีที่แล้ว +4

    ভাল লাগিল 👍🏻👍🏻

  • @IshanButEvil
    @IshanButEvil 3 ปีที่แล้ว +5

    দিম্পু দাক ভালপোৱা সকলেল লাইক কৰক

  • @himashreevlog3445
    @himashreevlog3445 3 ปีที่แล้ว

    Tumar Kotha bor bahut dhuniya lage☺🤗🤗🤗🤗🤗😘😘😘

  • @nurathnayak3629
    @nurathnayak3629 4 ปีที่แล้ว +3

    A dimpu da mojaa, val lagile

  • @night_hunter3514
    @night_hunter3514 4 ปีที่แล้ว +4

    moja lagise👌👌🤘🤘

  • @adivbasenewblog6301
    @adivbasenewblog6301 2 ปีที่แล้ว

    Dada apunar video sai bohut val laga mur mon jai

  • @konsyoutube6056
    @konsyoutube6056 4 ปีที่แล้ว +1

    Mojjaa bro .

  • @mirazjulfikkarrehman1599
    @mirazjulfikkarrehman1599 4 ปีที่แล้ว +40

    লাগে লাগে দিম্পু দা....এনেকুৱা ভিডিঅবোৰ চায় ভাললাগে তাতে আমি গাঁৱলীয়া

  • @adityamandal4703
    @adityamandal4703 4 ปีที่แล้ว +3

    Dimpu da daily 2takoi video Di thakiba enekua video mjjja lage school to bondho ghorot bore hoi Thako tmr video bor Cale val lage

  • @bharatboruah9221
    @bharatboruah9221 3 ปีที่แล้ว +1

    দিম্পু দাদা তোমাৰ ভিডিও বোৰ চাই মোৰ বহুত ভাল লাগে এনেকৈয় ভিডিও বোৰ বনাই আমালৈ দি থাকিবা👍🙏

  • @biswajittalukdar8759
    @biswajittalukdar8759 3 ปีที่แล้ว +4

    Uncle tu bom joshila ,Val lgise josh tu🔥

  • @aruphazarika4717
    @aruphazarika4717 4 ปีที่แล้ว +11

    মিঃ দিম্পু , মাছ মাৰা চাই ভাল লাগিল । মইওঁ জাল মাৰিব নাজানো ,
    কিন্তু তোমাক দেখা পাই পাৰিম হান
    পাইছো । ধন্যবাদ
    অদ্ভুত কথা এটা কলা হে ! "ঘৰত থাকক আৰু যা-তা কৰি থাকক "? ? ? বিপদজনক ।

  • @shyamalkoiri6691
    @shyamalkoiri6691 4 ปีที่แล้ว +9

    আপুনি মানুহটো খুলাখুলি কিন্ত্ত দেই. ভাল লাগে

  • @josmatali7330
    @josmatali7330 2 ปีที่แล้ว

    Bohut moja video vai

  • @contacthimanxu8980
    @contacthimanxu8980 4 ปีที่แล้ว +7

    Gorom 😂 love you Dimpu da ♥

  • @harkharajgogoi4255
    @harkharajgogoi4255 4 ปีที่แล้ว +11

    Love u dipu da...😍

  • @atassam8149
    @atassam8149 4 ปีที่แล้ว +2

    Lage lage definitely lage o dimpu da

  • @ayancharlie3491
    @ayancharlie3491 4 ปีที่แล้ว

    Bonai thakok bhal lagil apunar video to sai

  • @hossain527
    @hossain527 4 ปีที่แล้ว +31

    আমি বাংলাদেশ থেকে, তোমার প্রতিটি ভিডিও খুবই ভালো হয়, বিশেষ করে তোমার কথা গুলা খুবি ফানি হয়। আর আমার আসামের প্রতি আলাদা একটা দুর্বলতা কাজ করে, কারন আমার পূর্ব-পুরুষরা অখমিস ছিলো এমন কি আমার বাবার জন্ম অখমে।
    শুভকামনা রইলো বন্ধু

    • @fukrey2348
      @fukrey2348 4 ปีที่แล้ว +1

      Dada Bangladesh r khobor kemn oikhane corona nai too

    • @hossain527
      @hossain527 4 ปีที่แล้ว

      @Firazul vai corona asa to, khub voya asi

    • @hossain527
      @hossain527 4 ปีที่แล้ว

      @Talip Vai Assamese vasa bujhi but bolte problem hoy

    • @lrahman99
      @lrahman99 4 ปีที่แล้ว

      Hi

    • @humourbarman6917
      @humourbarman6917 4 ปีที่แล้ว

      Hi

  • @KaryoSaikia
    @KaryoSaikia 4 ปีที่แล้ว +3

    Upper Assam t khewali jaal koi niki🤔

  • @dristimahanta3315
    @dristimahanta3315 3 ปีที่แล้ว

    Val lagil video tu Cai 😘😘😘

  • @terimeri4249
    @terimeri4249 2 ปีที่แล้ว +1

    Mojja dimpu da 💓💓💞💞

  • @monjay7882
    @monjay7882 4 ปีที่แล้ว +113

    মই অলপ আগতে পুলিচৰ কোব খালোঁ।বেয়াকৈ মাৰিছে, তামাম বিষাই আছে😢😢 চাৰিটা কোব দিছে দুই ঘণ্টা হৈ গল এতিয়াও কলা দাগ হৈ আছে। ইয়াৰ কাৰণ মই ঘৰৰ পৰা ৰাস্তাত ওলাই আহিছিলোঁ bike লৈ।😢😢😢

    • @AxomAdityaGaming
      @AxomAdityaGaming 4 ปีที่แล้ว +1

      Amar falu bohutok marise.

    • @bondonagoyary5695
      @bondonagoyary5695 4 ปีที่แล้ว +1

      🤣😂

    • @universal3203
      @universal3203 4 ปีที่แล้ว +1

      Mozza

    • @dhruva128
      @dhruva128 4 ปีที่แล้ว +1

      Stay safe from corona and police vai😂

    • @Anijul22
      @Anijul22 4 ปีที่แล้ว +1

      Thik korise karon bahirot nujwa to val

  • @ArupJBorah
    @ArupJBorah 4 ปีที่แล้ว +3

    দিম্পু মাক লৈ বনাবা next video।। milion views আহিব মা কচম

  • @nirmalboro4187
    @nirmalboro4187 3 ปีที่แล้ว +1

    Dimpu da apunar video bhut vl lage dai 👌👌👌👌❤️❤️❤️❤️🌹🌹🌹🌹🌹🌹🌺🌺

  • @chinmoybhargav7545
    @chinmoybhargav7545 3 ปีที่แล้ว +1

    Majaaààà. Dimpu

  • @haltugaonclustereducatuon3047
    @haltugaonclustereducatuon3047 4 ปีที่แล้ว +22

    Dimpu dada এদিন মই আপোনাৰ ঘৰত যামেই । আপুনি বেয়া পাব নেকি

    • @dhruba_jyoti_das
      @dhruba_jyoti_das 4 ปีที่แล้ว +4

      nappai

    • @davedavid5989
      @davedavid5989 4 ปีที่แล้ว +1

      বেয়া পালে ঘূৰাই দিব চিন্তা নকৰিবা

  • @mastenjoy4899
    @mastenjoy4899 4 ปีที่แล้ว +26

    *Dimpu দা ৰ দৰে দৰে কোনে বাৰিত মাছ মাৰিলে এটা like কৰি দিব....🤘🏼🤘🏼🤘🏼*

    • @tryhealthy9321
      @tryhealthy9321 4 ปีที่แล้ว +1

      মই ভাল পাম

  • @nirmalbasumatary3693
    @nirmalbasumatary3693 4 ปีที่แล้ว +1

    ভাল মাছ মাৰিল দাদা

  • @nabajeetdas1937
    @nabajeetdas1937 2 ปีที่แล้ว +1

    Moja be dumpu daaa..............

  • @rasidulhoque5278
    @rasidulhoque5278 4 ปีที่แล้ว +7

    Dimpu দা, এইটো video বহুত মজ্জা লাগিছে।
    আশা কৰোঁ এনেকুৱা video সদায় পাই থাকিম।

  • @Simanta_saikia
    @Simanta_saikia 4 ปีที่แล้ว +27

    সজাগ হও আহক নিজৰ ঘৰখনৰ পৰাই, সকলোৱেই ঘৰৰ পিৰালী নতুবা পদুলি মুখত পানী আৰু চাবোন সাজু ৰাখক । প্ৰত্যেককে অনুৰোধ কৰক যাতে আপোনাৰ ঘৰত হাত ধুইহে প্ৰবেশ কৰে। ওচৰ চুবুৰীয়া , বন্ধু , মিতিৰ কুতুম সকলোকে কওক । বুজাওক। সচেতন কৰাওক।
    আপুনি সাজু নে ? মই সাজু।
    কোনোবাই বেয়া পাব পাৰে, আপত্তি নাই । সাবধানীৰ মৰন নাই ।
    🙏🙏

  • @bonanirabha3376
    @bonanirabha3376 4 ปีที่แล้ว +29

    Dimpu dar vedio sai ketiyaw bor nalage, karon dimpu dai belegot koi beleg vedio bonai 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kalporabha4057
    @kalporabha4057 ปีที่แล้ว

    Very nice dhoniya hoi♥️♥️👍

  • @abhijitdas4655
    @abhijitdas4655 4 ปีที่แล้ว +20

    Dimpu da এনেকুৱা ভিডিও আমাক সদায় লাগে 🙏🙏🙏🙏

  • @pankajdas5754
    @pankajdas5754 4 ปีที่แล้ว +3

    Dimpu Tumi ane kiba kibi kolei Val lage...dimpuk vil powa bilake like Kora

  • @abhinab7705
    @abhinab7705 3 ปีที่แล้ว +1

    moja lagisa dimpu da

  • @shyamborgohain842
    @shyamborgohain842 4 ปีที่แล้ว +1

    Jibonot pothomar jal Mora dhekhilu .... thank you

  • @krixxhusvlogs9684
    @krixxhusvlogs9684 4 ปีที่แล้ว +3

    দাদা বাবে ধুনীয়া চাই এটা 👍দিব

  • @Kid_codmobile
    @Kid_codmobile 4 ปีที่แล้ว +16

    8:56 dimpu da r fhurti a beleg 😄

  • @puranjanchutia6453
    @puranjanchutia6453 3 ปีที่แล้ว +1

    So nice Dimpu dada

  • @bittudax7136
    @bittudax7136 3 ปีที่แล้ว +1

    Tamam Hero

  • @rupamdas7277
    @rupamdas7277 4 ปีที่แล้ว +36

    খুৰাজনৰ উৎসাহ দেখি ভাল লাগিল 🤗

  • @ManojDas-jo9pu
    @ManojDas-jo9pu 4 ปีที่แล้ว +20

    দাদা অাপুনি পাক ঘৰত ভাত বনাই এটা ভিডিও বনাব লাগে ।

  • @pulak1071
    @pulak1071 4 ปีที่แล้ว +2

    Hundor o dimpu da vt khuar niom2 😍🥰

  • @razpol03_
    @razpol03_ 4 ปีที่แล้ว

    Video টে ভাল লাগিল

  • @dipshikhadeka6931
    @dipshikhadeka6931 4 ปีที่แล้ว +17

    দিম্পু দাৰ ঘৰটো কি ধুনীয়া 😍

  • @Hello-zh8nu
    @Hello-zh8nu 4 ปีที่แล้ว +3

    Anequa video aru bonabasun day 2 buli (bonaba kintu dimpu da nobonale beya pam)

  • @sayemakhatun7997
    @sayemakhatun7997 3 ปีที่แล้ว +12

    Uncle is so funny ....😂

  • @bhaswatinayak739
    @bhaswatinayak739 4 ปีที่แล้ว

    Apunar voice tu khub vl lage aru dimpu Daa k vl pua luk xokole like korok

  • @pwilaonarzary2579
    @pwilaonarzary2579 4 ปีที่แล้ว +4

    🔥🔥🔥always best

  • @kawsarsarkar3300
    @kawsarsarkar3300 4 ปีที่แล้ว +29

    তোমাৰ video সদায় লাগে।
    তোমাৰ video বিলাক চালে ভাল লাগে।

  • @nagendas390
    @nagendas390 3 ปีที่แล้ว

    Dimpu da aponar kotha bilak mor bohut val lage. aponak adin log puar essha thakil

  • @satyajitnath3078
    @satyajitnath3078 4 ปีที่แล้ว

    100%lge dimpu da anekua vdeo....bnai thakiba

  • @habibulbashar6410
    @habibulbashar6410 4 ปีที่แล้ว +16

    Dimpu dak vhal pay jodi like dibo
    Stay in home and keep your body healthy