ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
He is not a human being...He is God..in the form of Human being..I meet him 40 years back and still remember his love and affection towards me..to see him is to fell God
অতি সুন্দৰ আছিল |ভূপেন দা আপুনি আমাৰ মাজত অমৰ হৈ থাকিবা |
বহুত ভাল লাগিল । ভূপেন দাক আজি শ্ৰদ্ধাৰে সুঁৱৰি চো।
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
অবিস্মৰণীয় মূহুৰ্ত, এই মহান শিল্পী গৰাকীৰ এই অনবদ্য গীতৰ শৰাই ধৰি ৰখাৰ বাবে মঞ্জুলা হাজৰিকা ডাঙৰীয়ানীলৈ অলেখ ধন্যবাদ জ্ঞাপন কৰিছো। ভূপেন দা আমাৰ প্ৰতি জন অসমীয়াৰ তেজৰ শিৰাই শিৰাই যুগমীয়া হৈ বৈ ৰব। 🙏🙏🙏।
Bar bhal lagil .Tekhetar gan suni
Hoy xosakoi
শতকোটি প্ৰণাম জনালোঁ ভূপেন বৰতা আপোনাৰ দৰে যদি হল হয় মানুহ বোৰ আৱেগিক হৈ পৰো অ আপোনাক দেখিলে😢
ভুপেন দা সদায় থাকিব আমাৰ মাজত 🙏🏿🙏🏿
ভূপেনদা সদায় থাকিব আমাৰ মাজত🙏
Really miss you Bhupen Daa 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
😅😅😅😅😇😇😇😇😂😂😂😂😂
@@bidyadehingia4454 a
অসম আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ । যাৰ অভাৱ অসমীয়া জাতিটোৱে সদায় অনুভৱ কৰিব ।
So sweet and great show pranam Bhupenda you are always with me Thanks Manjula ba a lot
চিৰযুগমীয়া সংগ্ৰহ।ভাল লাগিল।
Bhut Bhut dhoinyabad... 🙏🙏🙏🙏..
অসমৰ প্ৰানবন্ধু ভূপেন হাজৰিকাৰ ছাৰ👏👏👏👏🙏🙏🙏🙏
Bhupen da amar perona amar khahokh... Miss you.. Bhupen da
যুগমীয়া সংগ্ৰহ।
প্ৰণাম জনাইছোঁ ।
With due respect Bhupenda. Miss you.
Bright star of our ASSAM...best singer cum songs writer of Assam.. missed ur Bhupen daa
এইখন ভূপেন হাজৰিকাৰ লাষ্ট function নেকি ?তেখেতক মই দেখিছিলো ৰবীন্দ্ৰ ভৱনত সুৰঞ্জনাই পতা অনুষ্ঠান এটাত অৱশ্যে তাত গান গাব পৰা অৱস্থাত নাছিল।শৰীৰ বেয়া কাৰণে।তাৰ ঠিক কিছুদিন পিছত মুম্বাইলৈ গৈ শৰীৰৰ অৱস্থা অৱনতি হোৱাৰ কাৰণে হস্পিটেলত ভৰ্তি কৰোৱা বুলি বাতৰি ওলাইছিল। অৱশ্যে ভূপেন দাই গান গোৱা অনুষ্ঠান এইখন শেষ হব পাৰে।
Bhupendayouarelegend, youarealive, youhavegivenusenergythrouyourmelodysongs, godbessyouwhereyoulive
Very nice 🙏🏻🙏🏻
Kandi goisu Show tu sai Bhupenda aji kiya nai amar majat Bhagabanak hudhisu
নহবও নুপজিবও ভূপেন হাজৰিকাৰ সমান।
Miss u Bhupen mama🥺🥺🥺
🙏🙏🙏
Our legend
Monjula Bow aru ane kua video diba buli akha karilu
🙏🙏🙏 Salute Our Assam Star
Great show.......
Old is gold
❣️🌷
Apunak ebar sokur agot dekha puwar akha thkigol .
Nice
Very well performed
Eyjon manuhe guwa gaan burr sob word milise manab jatir
আপুনি আমাৰ মাজত চিৰদিন আছে ভুপেন দা
Bhupendak lage aji hu harire amar majat
Very nice
Bhupen koka ❤️😭😭
💞💞💞💞💞👍👍👍👍
😭😭😭😭😭
😢
Kiman vagyo axombakhir ..kin2 jiman xnmaan aru naam pab lagisil.napale.dokh amare.
You r mohamanob moharatna dada .
😂❤😂❤😂😂😂😂😂❤❤❤❤🎉😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤❤❤❤
😢😢😭😭😭
Lajend. Beleeg kobo aakunaai
Xosai sale sai thakib mon jai😭😭😭
xxxxx
🙏🙏🙏🙏🙏
🥲🙏
He is not a human being...He is God..in the form of Human being..I meet him 40 years back and still remember his love and affection towards me..to see him is to fell God
অতি সুন্দৰ আছিল |ভূপেন দা আপুনি আমাৰ মাজত অমৰ হৈ থাকিবা |
বহুত ভাল লাগিল । ভূপেন দাক আজি শ্ৰদ্ধাৰে সুঁৱৰি চো।
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
অবিস্মৰণীয় মূহুৰ্ত, এই মহান শিল্পী গৰাকীৰ এই অনবদ্য গীতৰ শৰাই ধৰি ৰখাৰ বাবে মঞ্জুলা হাজৰিকা ডাঙৰীয়ানীলৈ অলেখ ধন্যবাদ জ্ঞাপন কৰিছো। ভূপেন দা আমাৰ প্ৰতি জন অসমীয়াৰ তেজৰ শিৰাই শিৰাই যুগমীয়া হৈ বৈ ৰব। 🙏🙏🙏।
Bar bhal lagil .Tekhetar gan suni
Hoy xosakoi
শতকোটি প্ৰণাম জনালোঁ ভূপেন বৰতা আপোনাৰ দৰে যদি হল হয় মানুহ বোৰ আৱেগিক হৈ পৰো অ আপোনাক দেখিলে😢
ভুপেন দা সদায় থাকিব আমাৰ মাজত 🙏🏿🙏🏿
ভূপেনদা সদায় থাকিব আমাৰ মাজত🙏
Really miss you Bhupen Daa 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
😅😅😅😅😇😇😇😇😂😂😂😂😂
@@bidyadehingia4454 a
অসম আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ । যাৰ অভাৱ অসমীয়া জাতিটোৱে সদায় অনুভৱ কৰিব ।
So sweet and great show pranam Bhupenda you are always with me Thanks Manjula ba a lot
চিৰযুগমীয়া সংগ্ৰহ।ভাল লাগিল।
Bhut Bhut dhoinyabad... 🙏🙏🙏🙏..
অসমৰ প্ৰানবন্ধু ভূপেন হাজৰিকাৰ ছাৰ👏👏👏👏🙏🙏🙏🙏
Bhupen da amar perona amar khahokh... Miss you.. Bhupen da
যুগমীয়া সংগ্ৰহ।
প্ৰণাম জনাইছোঁ ।
With due respect Bhupenda. Miss you.
Bright star of our ASSAM...best singer cum songs writer of Assam.. missed ur Bhupen daa
এইখন ভূপেন হাজৰিকাৰ লাষ্ট function নেকি ?তেখেতক মই
দেখিছিলো ৰবীন্দ্ৰ ভৱনত সুৰঞ্জনাই পতা অনুষ্ঠান এটাত অৱশ্যে তাত গান গাব পৰা অৱস্থাত নাছিল।শৰীৰ বেয়া কাৰণে।তাৰ ঠিক কিছুদিন পিছত মুম্বাইলৈ গৈ শৰীৰৰ অৱস্থা অৱনতি হোৱাৰ কাৰণে হস্পিটেলত ভৰ্তি কৰোৱা বুলি বাতৰি ওলাইছিল। অৱশ্যে ভূপেন দাই গান গোৱা অনুষ্ঠান এইখন শেষ হব পাৰে।