গাখীৰ খুৱাই সাপ পুহিছিল ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাই!

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • গাখীৰ খুৱাই সাপ পুহিছিল ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাই। আকাশ চৌধুৰীক ১৫ বছৰ পূৰ্বে বিয়া পাতি দিছিল বৃদ্ধ দম্পতীয়ে। আকাশৰ ছোৱালী দুজনীক বহুত মৰম কৰিছিল, ইংৰাজী মাধ্যমত পঢ়ুৱাইছিল। ছাৰ্ভেৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডত শিহৰিত বিশ্ববিদ্যালয়ৰ দিনৰ বন্ধু দীপক ভূঞা।

ความคิดเห็น • 4