কান্দি কান্দি বিজেপি ত্যাগ কৰিলে অশোক শৰ্মাই
ฝัง
- เผยแพร่เมื่อ 20 ต.ค. 2024
- অৱশেষত অশোক শৰ্মাৰ বিজেপি ত্যাগ। কান্দি কান্দি ওলাই আহিল বিজেপিৰ কাৰ্যালয়ৰ পৰা। ৯ আগষ্টত অশোক শৰ্মাই কংগ্ৰেছলৈ যোৱাৰ কথা।_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
সঠিক সময়ত সঠিক সিদ্ধান্ত
মামাই কাকো শান্তিত থাকিব নিদিয়ে
বিজেপিৰ বৰ্তমানৰ উচ্চ বিষয় ববীয়া সকললৈ অনুৰোধ ,,,,,পুৰণা বিজেপি সকল অলপ গুৰুত্ব দিয়ক,,, নহলে বিজেপি দলৰ বহুত ক্ষতি হব,,,,উদাহৰণ স্বৰূপে নগাঁও লোকসভা সমষ্টি ,,,যেতিয়াই ৰাজেন গোহাঁইক গুৰুত্ব নিদিয়া হল তেতিয়াৰ পৰাই নগাঁও সমষ্টি বিজেপি হাতৰ পৰা গল,,,যি নগাঁও সমষ্টি কংগেছৰ জয় জয় ময় দিনটো ৰাজেন গোহাঁই বিজেপিক জিকাই আনিছিল,,,,, দলৰ বাবে কষ্ট কৰা সকলক গুৰুত্ব দিয়ক নহলে আঁচনি দি জিকিম বুলি ভাবি থকা তো ভুল হব বিজেপিৰ বাবে,,,,🎉🎉🎉🎉
Welcome to Congress..ashok sir 🙏🙏🙏
Bjp ৰ কাৰ্যালয় যিমান উন্নত এনেকৈ যদি আমাৰ বিদ্যাল়সমূহ, চিকিৎসা বিলাক হোৱা হলে ভাল হল হৈ।
কিয় পাইছা মাৰিৱলে নেপালি নে
পাইছা অকলে বেছি মাৰিলি
টিকট নাপালে UDF t যোগদান কৰিব কিছুমান নেতাই ।।আচলতে মানুহ এইকেইজনেই ।দলৰ নাম বেলেগ বেলেগ😢😢
কান্দিবলৈ কি আছে । কংগ্ৰেছক দুৰ্বল কৰিবলৈ আপোনালোকে কংগ্ৰেছৰ বিসম্বাদী গোটৰ কাণ্ডাৰী জনক ৰঙা দলিচা পাৰি বিজেপিলৈ আমদানি কৰিছিল । ই আছিল আপোনালোকৰ ৰাজনৈতিক অদুৰদৰ্শীতা । আত্মসমালোচনা কৰক ।
চকুপানী কম আচল ফণী দাৰ দৰে ঘৰিয়ালৰ চকুপানী নহয়।
Very great is decision taken by ex nalbari bjp mla Ashok sharma.We most heartly welcome to our indian national congress party
Aarombhani matro!!! Ahi aase xomoy...👍👍👍👍
কান্দিবলগীয়া কি আছে ৰাজনৈতিক নেতাৰ চৰিত্রই তেনেকুৱা।
Mojjja
Baad diya he..
মই অশোক শৰ্মা লগত আছো
Congrese zindabad
Miya geda suda party murdaabaad
26 t Nalbari t CONGRESS
Bjp atiya seleka he thakib
Right
আপুনি ২৬ত নলবাৰীৰ কঙগেচৰ বিবিধায়ক হ'বলৈ গৈ আছে
Bea lagese dei
কি কম ধৰ্ম কৰ্ম সকলো ও চৰকাৰৰ হয় এই আৰু অণুৰোধ থাকিল আমি চৰকাৰৰ কোনো ক্ষেত্ৰত কোনো নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল সকলোও ক্ষেত্ৰত সকলো কৰ্ম ধৰ্ম সকলো ও কৱ ভবিষ্যতত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
পুৰনিBJP এ কান্দিব লগা কৰিছে
বহুত বহুত ভাল কাম কৰিছে।
God bless you
Well decesion
Ami asu dada
Mama tumar papor var over hoishe jimanpara kora beshi time nathakr
Prakita bjp kormir ey dokha..
Kandura.......
Val Kam krise
দালালী নিউজ চেনেলটো বন্ধ কৰিথ
Sormar kanda owthwle najai
😂😂😂😂😂
Abhinai ebilak
ভাল হৈছে
বিজেপি ত কামৰ মানুহ থাকিৱ লাগে
Bjp t kam mane kenekuwa kamor manuh lage bortoman ?
Natok kin2 bahut bhl korise😂😂😂😂
বিজেপিত গেলা আলুৰ দৰকাৰ নাই 😂
তো মূৰটো,, তই পচা আলু,,,
Kaku beyak Kobo nalagge
Kali 2miu jab lagib sage ?
গেলা আলু ক'ত আছে ৰাইজে ভালদৰে জানে😂
@@kabitasaikia380
হয় , আপুনি একদম সঁচা কথা কৈছে । সেয়ে অসমৰ ৰাইজে গেলা আলুৰ বস্তাক প্ৰতিবাৰে লথিয়াই লথিয়াই পৰাজয়ৰ মুখ দেখুৱাই আছে 😂
@@শ্ৰীসঞ্জীৱ poisa caletion kri tel vorai dolor karone manuhr ghre ghre goi bjp krisilu tumi kiman dinor pra krisila tetiya agor congrats atiya bjp bure kajiya krisile ghre ghre goi manuhk kuwa karone heibur kar seleke gela aalu kun valke sini paise raije besi nkou khong khub ase bhutor
Dhop malla k khub soriyabo lage