ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
An incomparable voice🙏🏼
🎉very nice
পুলক দাৰ গানবোৰ শুনিলে শুনিথাকিবৰ মন যাই❤❤❤❤
God bless you. Long life
🙏🎉💓
❤❤
My favourite
Fantastic! Genius❤🎉
🎉
Good
পুলক বেনাৰ্জী ডাঙৰীয়াৰ এই গানবোৰ চিৰযুগমীয়া । অতি মধুৰ অতি অৰ্থযুক্ত আৰু আবেগিক । ঈশ্বৰৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।
চিৰ নমস্য, মোৰ প্রিয় শিল্পী গৰাকীৰ দীর্ঘায়ু কামনা কৰিছোঁ
বৰ ভাল লাগিল🙏🌺
সাক্ষাৎকাৰ টি খুবেই ভাল লাগিল! ধন্যবাদ
Wish, had I met once. Sunil dev and pulak benarjee what type of singers they are .no words.may god give him long life.
কি সুন্দৰ....আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ
কৃষ্ণ পুলক জীৰ শ্ৰীচৰণ পদ্মত মোৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা জনাইছো।
দীঘলীয়া সময় খিনি কেনেকৈ পাৰ কৰিলো গমেই নাপালো। সঁচাকৈ অন্তৰ চুই যোৱা এটি অনুষ্ঠান। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
প্ৰিয় শিল্পী, সঁচাকৈয়ে অতি সুন্দৰ সুৰ - কথা। আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ❤❤
P0p
প্ৰিয় শিল্পী গৰাকীৰ গীতৰ আৰৰ কথা জানিব পাৰি ভাল লাগিল।
❤🎉 you are great 👍
মোৰ প্ৰিয় শিল্পী গৰাকীৰ মাতষাৰ শুনি মই সচাই আপ্লুত হলো । তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো
মোৰ প্ৰিয় শিল্পী গৰাকী।ভালে থাকক তেওঁ
এটা মনপৰশা অনুষ্ঠান।ফোনত সাঁচি ৰাখিলোঁ। আজীৱন শুনি থাকিম।
20:16
পুলক বেনাৰ্জী দেৱ এগৰাকী মহান শিল্পী । তেখেতৰ কণ্ঠৰ যাদু সকলোৰে অন্তৰত চিৰ যুগমীয়া হৈ ৰব । কিন্তু তেখেতৰ গীতৰ আৰৰ কাহিনীবোৰ সোধাত যেন আপুনি অলপ কৃপণালী কৰিলে তেনে অনুভৱ হ'ল ।
🙏🙏🙏মন ভৰাই তুলিলে
প্রিয় শিল্পী। ভালে থাকক তেওঁ।
মোৰ অতিকৈ প্রিয়,সন্মানীয় শিল্পী ইমান নম্ন।শৈশৱৰ পৰা সাংস্কৃতিক অনুষ্ঠানত তেওঁৰ গানবোৰ উপভোগ কৰা স্মৃতি সজীৱ হৈ আছে।
Chiro jugamiya houk apunar sadhona amar tarei kamona.🙏🏼🙏🏼
প্ৰিয় শিল্পী,দৰদী শিল্পী 🙏🙏
Koto napam ene kontho silpi
মোৰ কলিজাৰ এফাল । মোৰ জীয়াই থকাৰ মূল প্ৰেৰণা।❤
তেওঁক পদ্মশ্ৰী বঁটা পাব লাগিছিল
তেওঁৰ পৰিবাৰ আৰু ঘৰৰ কিছু কথা জানিব মন আছিল
Aapunalok amar babe sironomysya bhakti.
Mur totha pray hklure priyo hilpi gorakir usort moi pronam jonaisu..
সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিবলৈ পাই সুখী হ'লো 🙏
Sir sirodinor babe uggol hoi thakok nomoskar duyou jono ko loike.
পাক হৈ গল ধুমুহা এজাক়়়়়়়়়়়়়
Khangbadik gorakir kothokhoili aru bodylanguages val hoise.
Ki khundor kontho teor mon sui jai dirghaaiu kamona korisu
Asol hilpi enekua manu hok kua hoi
Xhundarar pujarJyotr asfalan jetiya xhuaranir xhangibihin r majere fulare m e late Bah ki hriday sparax
Val val somepodbur herab dharise.
আঁৰৰ কথা বোৰ জানিব পাৰি অতিশয় আনন্দিত হলোঁ তথা উপকৃত হলোঁ। এনে এটি চিৰসেউজ উপহাৰৰ বাবে গীতিকাৰ অৱনী ৰঞ্জন পাঠক ডাঙৰীয়া আৰু দৰদী শিল্পী পুলক বেনাৰ্জী ডাঙৰীয়া লৈ শত সহস্ৰ প্ৰণাম জনাইছোঁ।🙏🙏
Mur sir or gaan xadai xunu
আঁৰৰ কথা উপভোগ কৰি খুবেই ভাল লাগিল।
An incomparable voice🙏🏼
🎉very nice
পুলক দাৰ গানবোৰ শুনিলে শুনি
থাকিবৰ মন যাই❤❤❤❤
God bless you. Long life
🙏🎉💓
❤❤
My favourite
Fantastic! Genius❤🎉
🎉
Good
পুলক বেনাৰ্জী ডাঙৰীয়াৰ এই গানবোৰ চিৰযুগমীয়া । অতি মধুৰ অতি অৰ্থযুক্ত আৰু আবেগিক । ঈশ্বৰৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।
চিৰ নমস্য, মোৰ প্রিয় শিল্পী গৰাকীৰ দীর্ঘায়ু কামনা কৰিছোঁ
বৰ ভাল লাগিল🙏🌺
সাক্ষাৎকাৰ টি খুবেই ভাল লাগিল! ধন্যবাদ
Wish, had I met once. Sunil dev and pulak benarjee what type of singers they are .no words.may god give him long life.
কি সুন্দৰ....
আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ