কাচকলৰ ভিন্ন সোৱাদবোৰ । Banana as a fruit has multitude of health benefits |

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • Banana is considered to be the most delicious and nutrient rich fruit . Here we show raw banana or curry banana recipes and morisa thari with lentil recipes. You should try these food at home .Its very healthy and tasty recipe known in rural Assam .
    This is a popular Assamese veg recipe.
    If you like the video please click the like button and subscribe our channel. It's free !!
    You may post your queries and suggestions in the comment section.
    Hope you will like this video,
    with love from Amar Gaon
    আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
    আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
    মৰমেৰে "আমাৰ গাঁও"
    our Facebook link- / amargaon12
    our Instagram link- ...
    #kaskol
    #villagelifestyle
    #villagecooking
    #ethnicfood
    #amargaon

ความคิดเห็น • 176

  • @pranjaldas6416
    @pranjaldas6416 2 ปีที่แล้ว +1

    সচাকৈ বহুত ভাল লাগিল |

  • @barnalipathak5834
    @barnalipathak5834 2 ปีที่แล้ว +1

    Bahut dhuniya video...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      💛💛💛💛🙏🙏🙏🙏🙏

  • @bipulrabha6872
    @bipulrabha6872 ปีที่แล้ว

    খাও খাও লাগিছে

  • @lizasworld2388
    @lizasworld2388 2 ปีที่แล้ว +1

    Bahut dhuniya baa, love from changsari

  • @rupamkalita5501
    @rupamkalita5501 2 ปีที่แล้ว +2

    Bohria

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @samirsingha2035
    @samirsingha2035 ปีที่แล้ว +1

    Baidew apunar gahari aru mach khabor mon ache dei , gahari mankhor aru recipe dibo ,
    Apunar khokulu dish je mesmerising n delicious n look yummy

  • @Ayush-cu8no
    @Ayush-cu8no 2 ปีที่แล้ว +1

    Khubei val lage apunalukr videobur saii 😍😍

  • @ajaybasumatary3581
    @ajaybasumatary3581 2 ปีที่แล้ว +1

    Background Flute 🎶🎶🎶🥰

  • @minakshichetia4892
    @minakshichetia4892 2 ปีที่แล้ว

    Baideu apunar vedio bur Sai bhut Val lge poribekh tu u khub hundar

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @karabikarabi606
    @karabikarabi606 2 ปีที่แล้ว +1

    Kaskolor recipe sai bhal lagil tumalukor main ghor khon edin dekhaba sun

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আমাৰ ভিডিঅ টি ভাল পোৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @ranjuchetia2330
    @ranjuchetia2330 2 ปีที่แล้ว +2

    সুন্দৰ✌

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @milidas6956
    @milidas6956 2 ปีที่แล้ว +1

    Aponar khkolu video xub khundor hoi 👌Bor dhuniya koi bonai dei val hoise khklubur 🥰 aru dhuniya dhuniya vdo upovug kribo pam buli axa thakil 🙏❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      আমাৰ সকলোবোৰ ভিডিঅ উপভোগ কৰি যোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আপোনালৈ ।

  • @gyanbora6518
    @gyanbora6518 2 ปีที่แล้ว +15

    আজি অন্য এটা সুন্দৰ ভিডিঅ'ই মন মুহিলে ।"কাচক'ল "সঁচাকৈ বৰ উপকাৰী ।খাইও ভাল লাগে ।আজি কাচকলৰ ৰন্ধন প্ৰনালী দেখি আমাৰ সৰুকালৰ দিনবোৰ মনলৈ আহিছে মা"ৰ হাতেৰে এনেকৈ বনোৱা খাইছিলো ।বৰ সোৱাদ লাগিছিল ।এনে ধৰনৰ সোৱাদ যুক্ত খাদ্যৰ উপকৰণ লৈ "আমাৰ গাওঁ" সদায় আমাৰ অসমীয়াৰ মাজত নাথাকি বিশ্ব দৰবাৰতো স্থান পাওক ।তাৰে কামনা কৰো ।ধন্যৱাদ ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +3

      আপোনাৰ comment বিলাকে মনলৈ উৎসাহ আৰু প্ৰেৰণা কঢ়িয়াই আনে । ধন্যবাদ আমাক continue ইমান support কৰি যোৱাৰ বাবে

    • @reenaborah2423
      @reenaborah2423 2 ปีที่แล้ว

      Very nice 👌👌👍👍

  • @bhubanchetia8783
    @bhubanchetia8783 2 ปีที่แล้ว +2

    Bohut Val lagil tumar video tu sai

  • @rupamsonowal4791
    @rupamsonowal4791 2 ปีที่แล้ว +2

    Hundor ati hundor

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @Runumonii
    @Runumonii 2 ปีที่แล้ว +2

    অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @bhanitadeviassam
    @bhanitadeviassam 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল দেই সঁচাকৈ

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ আৰু আমাৰ গাঁও channel ৰ পৰা মৰম যাছিলোঁ

  • @lakhiraiboro1898
    @lakhiraiboro1898 2 ปีที่แล้ว +2

    Baido apunar video sai bohut val lage

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Bahut bahut dhanyabaad apunaloi ...

  • @aborgohain5011
    @aborgohain5011 2 ปีที่แล้ว +2

    কাচকলৰ এই শুকান ভাজি খনৰ কথা কবই নালাগে। সুন্দৰ ভিডিঅ'

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনাইছোঁ আপোনালৈ

  • @puja3603
    @puja3603 2 ปีที่แล้ว +2

    Baa apunar video sai bhoat Val pow joldi Diba son

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ তোমাৰ ইমান মৰম চেনেহৰ বাবে।।

  • @Swasmitaskitchen
    @Swasmitaskitchen 2 ปีที่แล้ว +3

    খুবেই সুন্দৰ kaskol r recipe ভাল লাগিলে ❤❤❤❤❤❤❤❤❤🔥🔥🔥🔥🔥

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ🙏🙏🙏🙏💛💛💛💛

  • @user-dx3hi7xb3n
    @user-dx3hi7xb3n 2 ปีที่แล้ว +2

    আপোনালোকৰ বাৰীখন বৰ ধুনীয়া

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @medinitalukdar4873
    @medinitalukdar4873 2 ปีที่แล้ว +2

    Baideu aji apunar murot japi khon dekhi bor bhal lagise dei .

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ ।। পথাৰত খেতিৰ সময়ত বাৰুকৈয়ে লোৱা হব ।।।

  • @nirumayasmin9203
    @nirumayasmin9203 2 ปีที่แล้ว +1

    Ati sundor ♥️♥️♥️🤤🤤🤤

  • @majonibosumatari9104
    @majonibosumatari9104 2 ปีที่แล้ว +2

    Dhuniya

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ আপোনালৈ

  • @dharitrysaikia9934
    @dharitrysaikia9934 2 ปีที่แล้ว +2

    Testyyy

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @devbasnet7811
    @devbasnet7811 2 ปีที่แล้ว +2

    Superb recipey,love from Dhemaji

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thank u for support us ...

  • @silpikagogoi9040
    @silpikagogoi9040 2 ปีที่แล้ว +3

    Hundor sharing

  • @rimuboro5104
    @rimuboro5104 2 ปีที่แล้ว +3

    Mojja Baideu Bohut Tasty Bonaise Apuni...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ আপোনালৈ

  • @kajudewri4815
    @kajudewri4815 2 ปีที่แล้ว +2

    Mojaaaa morigaon

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ আপোনালৈ

    • @kajudewri4815
      @kajudewri4815 2 ปีที่แล้ว

      Bohut dhuniya lage apunar video sai

  • @anganwadivideoassam1028
    @anganwadivideoassam1028 2 ปีที่แล้ว +2

    Nice sharing ❤️❤️

  • @dimpusarma334
    @dimpusarma334 2 ปีที่แล้ว +2

    সুন্দৰ লাগিছে। নাৰী হৈছে অফুৰন্ত শক্তিৰ অধিকাৰী, সকলো কামতেই পাৰ্গত। আঞ্জা বিলাক আটাইকেইখন বিনা মচলাযুক্ত আৰু স্বাস্থসন্মত হৈছে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আমাৰ অসমৰ গাঁৱলীয়া আঞ্জা সমূহ প্ৰায়ে কম মচলাযুক্ত হয়, যাৰ বাবে শাক পাচলি নাইবা মাছ মাংসৰ প্ৰকৃত সোৱাদকণ পোৱা যায় ।কম মচলা খালে অৱশ্যে স্বাস্থ্যৰ বাবেও উপকাৰী । আপোনাৰ কমেণ্ট টো পাই ভাল পালোঁ , ধন্যবাদ।।

    • @dimpusarma334
      @dimpusarma334 2 ปีที่แล้ว

      @@amargaon3296 হয়। আমিও কম মচলাযুক্ত খাদ্য খাবলৈ চেষ্টা কৰোঁ।

  • @dipjyotiburagohain5273
    @dipjyotiburagohain5273 2 ปีที่แล้ว +2

    Val ..lagil ha ...sai ...👌 tikli joni dangor hoise aru,😘😘

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Thank u .. হয় । ভিদেও কৰোঁতে কৰোঁতে দুই এটা মাত ফুটিলেই ।

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +2

    ইমান ধুনীয়া লাগিছে ভিডিঅটো চাই ☺

  • @pulinhazarika9702
    @pulinhazarika9702 2 ปีที่แล้ว +1

    আপোনাৰ ভিডিও বোৰে মনটো সজীৱ কৰি তুলিছে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      😊😊😊💛💛💛💛🙏🙏

  • @FoodManiac5098
    @FoodManiac5098 2 ปีที่แล้ว +3

    Val lagise. Amiu bonaibo sesta korim 🤗

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ আমাক ইমান মৰম চেনেহ দিয়া বাবে ।।

  • @dibyajyotidas8843
    @dibyajyotidas8843 2 ปีที่แล้ว +2

    বহুত ধুনীয়া বাইদেউ। এবাৰ বনাব লাগিব এইদৰে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বনাবচোন , নিশ্চয় বৰ ভাল পাব ।

  • @bhubankhanikor4763
    @bhubankhanikor4763 2 ปีที่แล้ว +1

    আপোনাৰ গাঁখনৰ নাম জনাবছোন,

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 2 ปีที่แล้ว +1

    আপোনালোকৰ পৰিশ্ৰম আৰু আগ্ৰহ দেখি সচায় অভিভূত হৈছোঁ। ভিদিওসমূহত আমাৰ জাতীয় স্বকীয়তা সমূহ অতি সুন্দৰ ভাৱে ফুটি উঠিছে ।
    জাতীয় খাদ্য ভাস সমূহত ব্যৱহৃত উপাদানসমূহ আজিকালি দুৰ্লভ হৈ পৰিছে। গতিকে আমি সকলোৱে , সেই উপাদানসমূহৰ উৎস সমূহ পুনৰুদ্ধাৰৰ চেষ্টা কৰিব লাগে। উদাহৰণ স্বৰুপে ক'ব পাৰি , ঔ টেঙা, হেলচ, দহি কছূ, ধানৰ বিভিন্ন প্ৰজাতি সমূহ যেনে শুৱাগমনি, বেতগুটি, চকফলা ইত্যাদি প্ৰজাতি সমূহ লুপ্তপ্ৰায়। মইতো, দৃঢ় বিশ্বাসী , আজি আমাৰ বহুতৰে স্বাস্থ্য জনিত সমস্যা আছে, তাৰ মূলতে, আমি পাৰম্পৰিক খাদ্য ভাস সমূহৰ পৰা আতৰি আহিলো। বৈজ্ঞানিক ভাৱেও এইটো সত্য যে, পাৰম্পৰিক খাদ্য সমূহে মানৱ শৰীৰত এটা নিৰ্দিষ্ট বাতাবৰণ সৃষ্টি কৰি লয়, বিজ-তৰীয়া খাদ্য সমূহে, সেই বাতাবৰণ নষ্ট কৰে, ফলস্বৰূপে বহু বিসংগতিয়ে দেখা দিয়ে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপোনাৰ বহুমূল্য কমেন্টটোৰ বাবে অলেখ ধন্যবাদ জনালোঁ । আপোনাৰ কমেণ্টটোৱে আমাৰ লগতে আমাৰ দৰ্শক সকলোকো বহুতো কথা জানিবলৈ দিলে । এনেধৰনৰ জ্ঞানবৰ্ধক মন্তব্য আগলৈও আশা কৰিম । বহুত বহুত ধন্যবাদ আপোনালৈ ।

  • @porii1845
    @porii1845 2 ปีที่แล้ว +2

    Love from sualkuchi 🥰🥰🥰❤

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ জনালোঁ🙏🙏🙏🙏🙏💛💛💛💛💛💛

  • @jintupathak5740
    @jintupathak5740 2 ปีที่แล้ว +1

    😍😍😍😍😍😍😍😍😍😍🥰😍🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🙏🙏🙏🙏

  • @yatrawithnitulnandanregon7786
    @yatrawithnitulnandanregon7786 2 ปีที่แล้ว +2

    অনুষ্ঠানবোৰ ভাল লাগিছে, থলুৱা গোন্ধ পাওঁ ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ আপোনাৰ সুন্দৰ মতামতৰ বাবে

  • @aradhyahazarika953
    @aradhyahazarika953 2 ปีที่แล้ว +1

    আপোনাৰ প্ৰতিটো ভিডিঅ' চাই খুব ভাল লাগে আৰু আপোনালোকৰ গাঁৱৰ পৰিবেশ টো বৰ ভাল লাগে।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপুনি আমাৰ ভিদেও বিলাক continue উপভোগ কৰি যোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।।।

  • @rupjyotitumung2551
    @rupjyotitumung2551 2 ปีที่แล้ว +3

    " আমাৰ গাঁও " ৰ ছেনেলৰ পৰিয়াললৈ বহুত বহুত মৰম চেনেহ আৰু ধন্যবাদ জনাইছো । বাইদেউ আপোনাৰ ভিডিবোৰ চাই বহুত ভাল লাগে । গাঁওৰ পৰিবেশবোৰ যে ইমান ধুনীয়া কৈ দেখুৱাই। ৰন্ধাৰ পৰা খোৱাৰ লৈকে সকলোখিনি গাঁও ৰ পৰিবেশ দেখুৱাইছে ।বহুত ভাল লাগিছে ।আশাকৰো "আমাৰ গাঁও "ছেনেলতো অতি সুন্দৰ ভাবে আৰু নতুন পৰিকল্পনাৰে নতুন চিন্তা- ধাৰাৰে ৰাইজৰ মাজলৈ ভিডিও আগবঢ়াই থাকিব।আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু উজ্বল ভবিষ্যত কামনা কৰিলো ।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আমাৰ গাঁও channel ৰ জৰিয়তে আগলৈ আন কিছুমান গাঁও দেখুৱাৰ চিন্তা কৰা হৈছে । আপোনালোকৰ অশেষ মৰম চেনেহৰ বাবে আমি আৰু ভাল ভাল ভিদেও বনাবলৈ দুগুন উৎসাহ পাইছোঁ । আপোনালোকৰ পৰা এনেধৰণৰ মৰম চেনেহ সহযোগ আগলৈও আশা ৰাখিছোঁ ।

  • @barnalidevi6496
    @barnalidevi6496 2 ปีที่แล้ว +2

    hanti lage apunalukor video sai

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ জনালোঁ আপোনালৈ

  • @ajitneog8624
    @ajitneog8624 2 ปีที่แล้ว +2

    Xaj bonowa dekhaboson
    Mane rahi

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বিহুতে দেখুৱাম ভাবিছিলোঁ , পিছে সময় নহল । পাছলৈ দেখুৱাম । ৰহি হাজৰ লগতে pink হাজও ।

  • @jollybhuyan8354
    @jollybhuyan8354 2 ปีที่แล้ว +2

    আপোনাৰ ভিদিঅ'বোৰ চাই থাকিলে মোৰ এনেকুৱা লাগে,এই বস্ত্যতাপূন´ একঘেয়ামী জীৱনটো এৰি যেন গাওঁখনলে গুচি যাম।শান্তিৰে উশাহ ল'ম।সেউজীয়াবোৰ চুই চাম। ❤️❤️❤️❤️❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      ধন্যবাদ , আপোনালোকে আমাৰ গাঁও ৰ প্ৰাকৃতিক সৌন্দৰ্য ভাল পাইছে বুলি জানি ।
      পাছলৈ আমাৰ গাঁওৰ লগতে কাষৰ আন গাঁও সমূহো দেখুৱাৰ পৰিকল্পনা লৈছোঁ ।

  • @leeon4411
    @leeon4411 2 ปีที่แล้ว +2

    Always ❤️

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      Yes, always u r our favorite too ..,🙏🙏🙏🙏💛💛💛💛

    • @leeon4411
      @leeon4411 2 ปีที่แล้ว +1

      @@amargaon3296 thank you

  • @truthforpeaceinassamese3197
    @truthforpeaceinassamese3197 2 ปีที่แล้ว +7

    Please এবাৰ আপোনাৰ গাঁও খন বা এনেকুৱা এখন গাঁওলৈ মোক যাবলৈ কোনোবাই সুবিধা কৰি দিয়ক । I love village life .Irrited হৈ গৈছো এই চহৰৰ ব্যষ্ট জীৱনত

    • @prasantagoswami1477
      @prasantagoswami1477 2 ปีที่แล้ว +1

      মইও বৰ ভাল পাও এনেকুৱা জীৱন।

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +4

      আপোনাৰ কমেণ্টৰ উত্তৰ দিবলৈ ভালেমান সময় চিন্তা কৰি থাকিলোঁ । কি কম ,গাঁওৰ কিছূমান মানুহে আকৌ চহৰলৈ যাবলৈ বিচাৰি থাকে । চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকা , ধুনীয়া ৰাস্তা পদূলি , ধুনীয়া ধুনীয়া গাড়ী মটৰ , আটক ধুনীয়া shopping mall ইত্যাদি বোৰে তেওঁলোকক আকৃষ্ট কৰে ।যি কি নহওঁক , আমাৰ গাঁও তকৈ মনোমোহা আমাৰ ওচৰৰে নাহৰকটীয়া মেৰবিল পৰ্যটকৰ বাবে এখন ধুনীয়া গাঁও সাজি উলিওৱা হৈছে । যত থকা খোৱা হু ব্যৱস্থা কৰা হৈছে । google বা youtubeত search কৰিলে তাৰ সবিশেষ পোৱা যাব । এবাৰ আহি দুদিন মান থাকি চাব পাৰে ।

    • @tulyaphukan482
      @tulyaphukan482 2 ปีที่แล้ว +1

      @@amargaon3296 নাহৰকটীয়া

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      @@tulyaphukan482 sorry .. right

  • @RB-po2tc
    @RB-po2tc 2 ปีที่แล้ว +1

    Aami town t thaki thaki manuh bur jen etta machine hoi goisu....kaam ...mobile..laptop polution....garir horn huni huni matha bur kaam nokora hoi jaai....
    Gaon r jibon burei vaaal dei...hanti aase

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আমাৰ ভিডিঅ বোৰ উপভোগ কৰি ভাল পোৱা বাবে অশেষ ধন্যবাদ জনালোঁ

  • @devabratgogoi72
    @devabratgogoi72 2 ปีที่แล้ว +2

    আপোনাৰ ৰন্ধন প্ৰণালী সঁচাই শলাগিবলগীয়া।
    পানী ফিস্কাৰিৰ উপস্থাপনটো ভাল লাগিল ।
    এটা কথা অলপ নিৰ্ভেজাল অসমীয়া নহয় যেন লাগিল তেলত গোটা সৰিয়হ আৰু নৰসিংহ ৰ পাত দিয়া (মোৰ ভূল হব পাৰে, বেয়া নাপাব, কিন্ত দেখিলেই কব পাৰি আপুনি এনেকৈ বনোৱা ভাজি খন কিমান ধুনীয়া হৈছে) ।
    আৰু ধুনীয়া , পুৰণি গাঁৱলীয়া নিভাজ অসমীয়া recipe দেখিবলৈ পোৱাৰ আশাৰে__

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      আপোনাৰ ভুল হোৱা নাই , আপুনি ঠিকেই কৈছে । কিছুমান ঠাইত কিছু সংযোজন কৰা হৈছে । আমাৰ ভিদেও সমূহ details ত উপভোগ কৰা বাবে ধন্যবাদ জনাইছোঁ । আগলৈ এনেদৰে মৰম চেনেহ দি উপকৃত কৰিব বুলি আশা ৰাখিলো ।

  • @tapanbaruah1006
    @tapanbaruah1006 2 ปีที่แล้ว +2

    Kaskol nije pari ani bonuar mojai beleg. Bohut healthy fruits.

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      হয় বহুত healthy fruit , কাচকলৰ গুণাগুণৰ লগতে ই অতি সোৱাদযুক্ত ।

  • @rupanjalivlogs6094
    @rupanjalivlogs6094 2 ปีที่แล้ว +3

    Ba apunr video br sdae saw bohut vl lge.ba cemera agot olo ktha kbo sn vl lagibo

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ আমাক সদায় সহযোগ কৰি যোৱাৰ বাবে । বৰ বেছি কথা পাতিবলৈ অলপ অসুবিধা হয় , তথাপিও আজিকালি অলপ চেষ্টা কৰিছোঁ , আগলৈ আৰু মাত কথা দিবলৈ চেষ্টা কৰিম ।

  • @pranjaldas2346
    @pranjaldas2346 2 ปีที่แล้ว +2

    Bohut val lagile.. eta kotha gos jupa nokotakoi kolthuk katibo pora golheten sage.. I request u all plz be conscious about our environment

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      কল কটাৰ ধৰণ আমাৰ ইয়াত আমি জনাত এনেকুৱাই হয় । কল কটাৰ পাছত কল গছ কাটিলে environment ত কোনো প্ৰভাৱ নপৰে । কাৰণ নতুন পুলিয়ে সেই ঠাই লগে লগে পূৰণ কৰি দিয়ে ।

  • @purabidas2186
    @purabidas2186 2 ปีที่แล้ว +7

    অসমীয়া নাৰী সচাকৈয়ে সকলো কামতে পাৰ্গত....😊👌👌👍👍...

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      হয় , 🙏🙏🙏🙏💛💛💛

  • @joganandabhuyan6568
    @joganandabhuyan6568 ปีที่แล้ว +1

    যাওঁতে জাপিটো আছিল, আহোতে নাই।সম্পাদনাত সাৱধান হ'ব।ধন্যবাদ।

    • @amargaon3296
      @amargaon3296  ปีที่แล้ว

      Nischoi 🙏🙏🙏🙏💕💕

  • @dharitrisaharia7456
    @dharitrisaharia7456 2 ปีที่แล้ว +2

    Mojjja

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ আপোনালৈ

  • @gupalsonowal6452
    @gupalsonowal6452 2 ปีที่แล้ว +4

    First coment ba... Kaskol mur bor prio ba... Kintu moi vahi kai vll pau.. Chips r dore... Hidina eku nkola log puar kotha... Baru eku ni love u ba... Bohut bohut morom pthalu tumaloi aru chennal tuloi.. Aguai jua..

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ আপোনাৰ মৰম আৰু আশীৰ্বাদ ৰ বাবে । next ভিদেও টোত আপুনি কোৱা recipe টো বনোৱা হৈছে । সোনকালে আপলোড কৰা হব । আপুনি কোৱা কথাষাৰৰ উত্তৰ দিব নোৱাৰা বাবে বেয়া নাপাব । আপোনাৰ পৰা ইমান মৰম চেনেহ সহযোগ পোৱা বাবে অশেষ ধন্যবাদ জনাইছোঁ ।

    • @gupalsonowal6452
      @gupalsonowal6452 2 ปีที่แล้ว

      @@amargaon3296 thank u ba.. Thanks a lot❤❤❤🌹🌹🌹🙏🙏🙏🙏❤❤🌹❤❤❤❤❤❤🌹🌹🌹

  • @sushildas7071
    @sushildas7071 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল চাই।
    আপোনালোকৰ গাঁও খনৰ নাম কি বাৰু?

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      🙏🙏🙏🙏💛💛💛💛😊😊😊😊😊😊

  • @Ainapathori
    @Ainapathori 2 ปีที่แล้ว +2

    আপোনাৰ প্ৰতিটো ভিডিওৰ কাৰনে বৰ আগ্ৰহেৰে ৰৈ থাকো । আগৰ দৰে আজিও বহুত বঢ়িয়া লাগিলে 😍😍😍

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      আমাৰ ভিদেও বিলাক ইমান মৰমেৰে আদৰি লোৱা বাবে ধন্যবাদ জনাইছো

    • @Ainapathori
      @Ainapathori 2 ปีที่แล้ว

      @@amargaon3296 😇😇😇

  • @tutumonibhumij4118
    @tutumonibhumij4118 2 ปีที่แล้ว +3

    O baideu apunar gaon khonor naam2 jonabosun

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      গাঁওখনৰ নাম টো social site ত বৰ্তমান জনাবলৈ অসুবিধা হৈছে , কিন্তু আমাৰ গাঁও চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ বৰহাটৰ অন্তৰ্গত । আপুনি আমাৰ ভিদেও সমূহ continue উপভোগ কৰি যোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ ।।।

  • @leviaxom7033
    @leviaxom7033 2 ปีที่แล้ว +2

    আঞ্জাকেইখন খুব তৃপ্তিদায়ক হৈছে যেন পাওঁ। মইও কাচকলৰ পিটিকা খাইছোঁ , কিন্তু কাচকলটো পুৰি লৈহে😋😋

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      হয় , তৃপ্তিদায়কই হৈছিল । পুৰি খাই ও বহুত ভাল লাগে ।

  • @lakhimibora6686
    @lakhimibora6686 2 ปีที่แล้ว +2

    খাটি অসমীয়া ❤

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ

  • @chandanbarman6744
    @chandanbarman6744 2 ปีที่แล้ว +3

    বা আপোনাৰ শাক পাচলীৰ বাগান খন দেখুৱাব চুন আপুনাৰ ভিদিয় চাই ভাল লাগে

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      নিশ্চয় পাছলৈ দেখুৱাম ।।

  • @dehikitchenvlogs3043
    @dehikitchenvlogs3043 2 ปีที่แล้ว +2

    Nice video

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ধন্যবাদ জনালোঁ আপোনালৈ ।।।

  • @pujalahan8224
    @pujalahan8224 2 ปีที่แล้ว +1

    আপোনালোকৰ এই সুন্দৰ সুন্দৰ ভিডিওবোৰত আমাৰ অসমীয়া খাদ্যবোৰ দেখি সচাকৈ বৰ ভাল লাগে, আগলৈ আৰু আগবাঢ়ি যাৱক তাৰে কামনা কৰিলো 🤗🤗

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว +1

      আপোনাৰ মৰম চেনেহৰ বাবে বহুত বহুত ধন্যবাদ

  • @makeupwithsandhya3308
    @makeupwithsandhya3308 2 ปีที่แล้ว +2

    Vidio2 nusua agot a like kri low....🥰

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আপোনাৰ আমাৰ ভিদেও বিলাকৰ ওপৰত থকা বিশ্বাসৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @birajgogoi2653
    @birajgogoi2653 2 ปีที่แล้ว +2

    কাচ কলৰ উপকাৰীতা বহুত???? কল কল কল ........ কল খালে গাত হয় হাতী সমান বল... নে কি কয়???????

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      সঁচাই কলৰ উপকাৰীতা বহুত ।

  • @simantabora8407
    @simantabora8407 2 ปีที่แล้ว +2

    Khabole matobo dei jam

  • @shimpigogoi1767
    @shimpigogoi1767 2 ปีที่แล้ว +2

    Hosakoi gauliwa poribakg aru gauliwa jibon kiman ja hundor... Apuwa video ahila sauwa katiwau nusuwaka nathakuu..

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ, আপোনালোকৰ মৰম চেনেহৰ বাবেহে আমি continue কাম কৰি যাবলৈ শক্তি পাইছোঁ ।

  • @monibora8845
    @monibora8845 2 ปีที่แล้ว +2

    Assam r ki jaga hoi iman vl lage

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      অসমৰ চৰাইদেও জিলাৰ বৰুৱাচালি মৌজাৰ ভিতৰৰ হয় গাঁওখন ।

  • @mukundomuraridolnamrup74
    @mukundomuraridolnamrup74 2 ปีที่แล้ว +2

    🥰🥰

  • @bivaranidas9035
    @bivaranidas9035 2 ปีที่แล้ว +3

    Dont show earlier what u make keep it secret

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      Understand what u want to say ...
      Next time we will change it ...

  • @madhuridas5589
    @madhuridas5589 2 ปีที่แล้ว +2

    Ba moina janik vat nukhuwa nekin

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      ভাত খোৱাও , কিন্তু তাই যেতিয়া মন যায় তেতিয়াহে খাই । মন নগলে জোৰ কৰিলেও নাখায় । উপায় নাই ।।

    • @madhuridas5589
      @madhuridas5589 2 ปีที่แล้ว +1

      Um

    • @madhuridas5589
      @madhuridas5589 2 ปีที่แล้ว +1

      Beleke aru banab lage hoine ba .

  • @nayanmanidevi1455
    @nayanmanidevi1455 2 ปีที่แล้ว +1

    Baideu aikhan apunalokr nijr thoka ghar ne shootingr karane loise, mane ghar khan paribekh to khub val lage. Am from mangaldoi

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      শূটিং ৰ বাবে ব্যৱহাৰ কৰা হৈছে ।।।

    • @nayanmanidevi1455
      @nayanmanidevi1455 2 ปีที่แล้ว

      Um bahot dhunia poribekh

  • @monibora8845
    @monibora8845 2 ปีที่แล้ว +2

    Available naturally

  • @shimpigogoi1767
    @shimpigogoi1767 2 ปีที่แล้ว +2

    Bahir hura jaaa mon2 bhl logai diwa

    • @amargaon3296
      @amargaon3296  2 ปีที่แล้ว

      আমাৰ traditional সুৰ সমূহ সঁচাই অতি শুৱলা ।

  • @majumani9910
    @majumani9910 2 ปีที่แล้ว +2

    Super tasty 👌