Shankar madhob dujan Guru khastra meli sua// diha nam// by Bimal bordoloi//

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • কাতি বিহু উপলক্ষে হোৱা ভোমোৰাগুৰি পথাৰৰ গৰখীয়া থানত হোৱা দিহা নাম ভাগত । বিমল বৰদলৈৰ কন্ঠত এটি সুন্দৰ দিহা নাম আপোনালোকলৈ আগবঢ়াইছোঁ । আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। আৰু যেনেকৈ মোৰ আগৰ video বোৰত মৰম আৰু আশীৰ্বাদ দিছিল । ঠিক তেনেদৰে মোৰ এই নতুনকৈ দিয়া video বোৰতো যাতে মৰম আৰু আৰ্শীবাদ দিয়ে যেন তাৰে কামনা কৰিলোঁ। আৰু video বোৰ চাই ভাল পালে like, share, comments, কৰিব আৰু লগতে মোৰ channel তো subscribed কৰি মোৰ channel তো আগুৱাই লৈ যোৱাত সহায় কৰে যেন ধন্যবাদ ।

ความคิดเห็น •