কৃষ্ণ । শংকৰদেৱৰ বংশৰ অসমৰ বিভিন্ন ঠাইত আছে। কিন্তু তেওঁৰ কথা পৰা জনা গৈছে যে তেওঁ শংকৰদেৱৰ ভায়েকৰ বংশৰ হয়। তেখেত শংকৰদেৱৰ নিজৰ পুত্ৰ বা ছোৱালীৰ ফালৰ নহয়। শংকৰদেৱৰ নিজৰ সন্তান বংশৰ অসমৰ বিভিন্ন ঠাইত আছে। তাৰ ভিতৰত যোৰহাট, শিৱসাগৰ, লক্ষীমপুৰ আছে বুলি কিছু তথ্য পোৱা গৈছে। ❤❤কৃষ্ণ অপৰাধ নধৰিব দেই
দেৱলোকৰ ধৰ্মগুৰু শংকৰ প্ৰভূ আমাৰ বাবে ভগবান ৷এইগুৰুজনাৰ জৰিয়তে মহান ভাগৱত ,গুণমালা আৰু সকলো ধৰ্মগ্ৰন্থতে নাৰায়ণ প্ৰভূৰ লগতে দেৱলোকৰ বিচিত্ৰ কথা জানিব পাৰিলো ৷ মই নিমিত্ত ভক্তহে মাথোঁ ৷মোৰপূঁজিবৰ শক্তি নাই ৷তথাপিও খনিকৰ পুথিভাগি এভাগি জাগ্ৰত পুথি ৷গুৰুজনাই এদিন সপোনত দেখা দি এদিন স্বস্বক্ষে দেৱলোকৰ সাজত দৰ্শন লাভ কৰিলো ৷প্ৰভূৱে মোক আই বুলি মাতি মোৰ গৰ্ভ ভেদি যোৱাকৈ এষাৰি সুমধুৰ মাত দি অন্তৰ্ধান হ’ল ৷ লাহে লাহে মই পালো বিচিত্ৰ সম্বাদ ৷ গুৰুজন আৰু ইষ্টদেৱক শতকোটি
প্ৰণাম ৷
ওঁম নমো ভগৱতে বাসুদৱায় ৷
কৃষ্ণ, প্ৰণাম।
Joy gurusankardev bap joi srikrishna joi srikrishna joi srikrishna
কৃষ্ণ কৃষ্ণ | জয় গুৰু শংকৰ |
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু
জয়গুৰু শঙ্কৰ।
কৃষ্ণ । শংকৰদেৱৰ বংশৰ অসমৰ বিভিন্ন ঠাইত আছে। কিন্তু তেওঁৰ কথা পৰা জনা গৈছে যে তেওঁ শংকৰদেৱৰ ভায়েকৰ বংশৰ হয়। তেখেত শংকৰদেৱৰ নিজৰ পুত্ৰ বা ছোৱালীৰ ফালৰ নহয়। শংকৰদেৱৰ নিজৰ সন্তান বংশৰ অসমৰ বিভিন্ন ঠাইত আছে। তাৰ ভিতৰত যোৰহাট, শিৱসাগৰ, লক্ষীমপুৰ আছে বুলি কিছু তথ্য পোৱা গৈছে। ❤❤কৃষ্ণ অপৰাধ নধৰিব দেই
জয় গুৰ শংকৰ
Mukh mukhi ke bohi interview to lobo lagisil
Agoloi sesta korim. Kuwar babe dhannaybad
Krishna 🙏🙏🙏 .Namghar bhag bonaboloi sarkare xidhanta lale bhal hay Krishns
Jai shree Krishna
Nice video ❤
❤❤❤❤❤
আপুনি কৈছে বোলে ১৪ পুৰুষ বুলি,তেনে হলে গুৰু জনা কেনে কৈ জেঠা হল,বুজিব নোৱাৰিলো ,
গুৰুজনাৰ ভাতৃ বংকায়গীৰি ৰ পৰা এখেত ১৪ পুৰুষ।। সেই সূত্ৰে গুৰুজনা এখেতৰ জেঠা তাতৈ।
@@Dipinfovlog বনগঞাগীৰি ।
Baap Krishna.
Kouty kouty dandavat pranam aru namaskar
1:22
ৱংশাৱলী দিয়া হলে ভাল আছিল ৷
1:40
খুব ভাল হৈছে,,, krishna... Mur video bilak u saba dei vaiti❤❤❤
আপোনাৰ video চাওঁ বাইদেউ।। বহুত ভাল লাগে।।
🎉
Join Holu।।। Val lagil।। Mur video buru sabo
Nissoi
Misa khotha
কৃষ্ণ । জয় গুৰু শংকৰ