যেন এই সুৰ শেষেও নহওক...সপোনৰ পম খেদি বহুদূৰ বাট আগুৱাইছে সুপ্ৰিয়াই

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ก.ย. 2022
  • ▶️যেন এই সুৰ শেষেও নহওক...বোকাৰ পদুম সুপ্ৰিয়া গগৈৰ প্ৰতিভা নেদেখিলে-নুশুনিলে বিশ্বাস নহ'ব! সপোনৰ পম খেদি বহুদূৰ বাট আগুৱাইছে প্ৰতিভাসম্পন্ন সুপ্ৰিয়াই

ความคิดเห็น • 419

  • @assameseshows6020
    @assameseshows6020 ปีที่แล้ว +13

    সুন্দৰ। ছোৱালীজনী আগবাঢ়ি যাওক তাকে কামনা কৰিলো।

  • @digantadewri6559
    @digantadewri6559 ปีที่แล้ว +13

    উস ৰাম ইমান ধুনীয়া সুমধুৰ বাঁহী বজাইছে

  • @sanjitnath1344
    @sanjitnath1344 ปีที่แล้ว +10

    বহুত ভাল লাগিছে ভন্টি তুমি আৰু আগুৱাই যোৱা । ভগবানৰ ওচৰত তাৰে কামনা কৰিছোঁ । ধ্যনৱাদ ।।।

  • @samudrakumarphukan5259
    @samudrakumarphukan5259 ปีที่แล้ว +17

    দাদা আপোনাৰ অনুস্থানবোৰ সেয়ে ইমান ভাল লাগে🙏 সচাঁয়ে বহুত ভাল লাগিল....🙏

  • @jahirulislam4311
    @jahirulislam4311 ปีที่แล้ว +15

    চৰকাৰে ছোৱালীজনীক সহায় কৰিব লাগে । যাতে তেওঁৰ বাহীৰ সূৰে আমাৰ দেশৰ সুনাম অর্জন কৰিব পাৰে।

  • @asamkumardas9539
    @asamkumardas9539 ปีที่แล้ว +2

    অতি সুন্দৰ ।আগলৈ আগবাঢ়ি যোৱা ।
    তোমাৰ সপোন বোৰ পূৰ্ণ হওক ।।

  • @joyantajyotigohain6405
    @joyantajyotigohain6405 ปีที่แล้ว +2

    অতি সুন্দৰ। আগুৱাই যোৱা সুপ্ৰিয়া।

  • @nivabora2932
    @nivabora2932 ปีที่แล้ว +11

    ধুনীয়া হৈছে ❤️❤️❤️,

  • @jadabbharali1843
    @jadabbharali1843 ปีที่แล้ว +3

    বহুত ভাল লাগিল মাইনা তোমাৰ বাঁহীৰ সুৰ
    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।

  • @minotichetia9972
    @minotichetia9972 ปีที่แล้ว +2

    সুন্দৰ সু প্ৰিয়া ,আগুৱাই যোৱা।

  • @priyakhigogoipg5220
    @priyakhigogoipg5220 ปีที่แล้ว +2

    সুন্দৰ। আগুৱাই যোৱা।

  • @porishmitakonch6157
    @porishmitakonch6157 ปีที่แล้ว +4

    👍👌❤️ সুন্দৰ হৈছে ভন্টি আগুৱাই যোৱা তুমি তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ💞😘 তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ

  • @Pokem223
    @Pokem223 ปีที่แล้ว +3

    বৰ ভাল হৈছে,মাজনী।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @mamoniboruahsaikia5631
    @mamoniboruahsaikia5631 4 หลายเดือนก่อน +2

    ধুনীয়া লাগিছে মাজনী , আৰু আগবাঢ়ি যোৱা ।

  • @bimangogoi682
    @bimangogoi682 ปีที่แล้ว +3

    ধুনীয়া হৈছে 👍❤️

  • @monujmili
    @monujmili 3 หลายเดือนก่อน +1

    বহুত ধূনীয়াকে বজাইচা আগলইকে বজাই থাকিব বুলি আশা ৰাখিলোঁ ❤

  • @janardanbora3440
    @janardanbora3440 ปีที่แล้ว +6

    সুন্দৰ আৰু আগুৱাই যাওক

  • @kiransharmah
    @kiransharmah 3 หลายเดือนก่อน +2

    বৰ সুন্দৰ লাগিল ঈশ্বৰ যেন আগবঢ়াই নি।

  • @buluramdas3341
    @buluramdas3341 ปีที่แล้ว +3

    অতি সুন্দৰ হৈছে।অসমীয়াৰ সাজ যোৰ হলে আৰু ভাল লাগিলে হয়।কৃষ্ণ

  • @user-gd1uk1rj5h
    @user-gd1uk1rj5h 3 หลายเดือนก่อน +1

    খুউব ভাল লাগিছে। ভবিষ্যতৰ উজ্জ্বল কামনা কৰিলো।

  • @bubulkrgogoibubu6197
    @bubulkrgogoibubu6197 ปีที่แล้ว +5

    Very nice...Supriya! God bless you.

  • @hopunmorisika8180
    @hopunmorisika8180 ปีที่แล้ว +1

    অতি সুন্দৰ ভন্টি আগুৱাই যোৱা

  • @Akash-oh2hk
    @Akash-oh2hk ปีที่แล้ว +2

    বহুত বহুত ভাল লাগিল সুপ্রিয়া

  • @sadoriboruah8990
    @sadoriboruah8990 ปีที่แล้ว +7

    সুপ্রিয়া তোমাৰ বাহী মাত মই শুনীবহুত ভাল পাও তুমি অনুপম ভাইতি চেনেলৰ জৰিয়তে বহু ত বহু ত আগবাহী য়াবা বুলী ধেমাজি বাসি ৰাইজৰ আশা আকাঙ্খা ধন্যবাদ।

  • @kalyanjyotisonowal2478
    @kalyanjyotisonowal2478 ปีที่แล้ว +48

    মোৰ ঘৰৰ পদূলি লগতে সুপিয়া ঘৰ অসমবাসীৰ ৰাইজে আমাৰ ধেমাজি ছোৱালী জনী বহুত বহুত মৰম আৰু আশীবাদ দিব দেই

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 ปีที่แล้ว +6

    বেটি , বহুত সুন্দৰ বাঁহীৰ মাত উলিয়াইছা ৷ আগন্তুক দিনবোৰত বাঁহীতেই পাবা ভাত বাঁহীতেই পাবা মাত ৷ আগবাঢ়ি যোৱা , অলেখ শুভেচ্ছা জনালোঁ 👌🪘🎷🎺🪗🎸🪕🎻

  • @swastikakandali2404
    @swastikakandali2404 2 หลายเดือนก่อน

    বহুত বহুত ভাল লগিছে আগবাঢ়ি যোৱা শুভেচ্ছা জনাইছোঁ

  • @deepjyotikalita2146
    @deepjyotikalita2146 ปีที่แล้ว +4

    বহুত ভাল লাগিল ❤️❤️

  • @krishnagogoi1657
    @krishnagogoi1657 ปีที่แล้ว +16

    বহুত বহুত ভাল লাগিল সুপ্রিয়া | তুমি আৰু আগবাঢ়ি যোৱা তাৰেই কামনাৰে |

  • @satisdas8746
    @satisdas8746 3 หลายเดือนก่อน

    বহুত ভাল লাগিল। অভিনন্দন জনালো তোমাক ভনী।

  • @bkgogoi8636
    @bkgogoi8636 3 หลายเดือนก่อน +8

    কৃষ্ণয়ে ১৬০০/ গোপি মন মুহিছিলে গতিকে আমি সাধাৰন মানুহ ! বাদ্য ভিতৰত আতাতকৈ ভাল লগা সুৰ বাঁহি ধন্যবাদ থাকিল !🙏🙏🙏🙏

  • @poraghandique6020
    @poraghandique6020 ปีที่แล้ว

    বঢ়িয়া ,শেষত চাওঁন নুশুনা হল

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 ปีที่แล้ว +10

    সম্ভৱতঃ যান্ত্ৰিক বিজুতিৰ কাৰণেই বিহুৰ সুৰটো শুনিবলৈ নাপালোঁ ।

  • @basantakumarsaharia9310
    @basantakumarsaharia9310 ปีที่แล้ว

    মজা আৰু আগুয়াই যোৱা।

  • @bwshajitsaikia5225
    @bwshajitsaikia5225 ปีที่แล้ว

    Bohut dhuni lagil akha koru agoloi je aguwai jai

  • @bhadragogoigogoi4190
    @bhadragogoigogoi4190 7 หลายเดือนก่อน

    আৰু এখোজ আগুৱাই যোৱাৰ কামনা কৰিলোঁ

  • @sbabukishan1677
    @sbabukishan1677 ปีที่แล้ว

    মৰম লগা ছোৱালীজনী আগবাঢ়ি জুৱা তাকেই কামনা কৰিলোঁ

  • @Kishiraj541
    @Kishiraj541 ปีที่แล้ว +3

    অতি সুন্দৰ ❤️❤️

  • @krishnagogoi1657
    @krishnagogoi1657 ปีที่แล้ว

    ভাষা নাই বুজাই লিখিবলৈ | কি যে সুন্দৰ |

  • @jitendrarabha4660
    @jitendrarabha4660 ปีที่แล้ว

    আইজনীক বহু দিনৰ মূৰত টি ভি-ত দেখিলো৷আইজনীলৈ মৰম আৰু আশীৰ্বাদ যাঁচিলো৷

  • @bodhansaikia_
    @bodhansaikia_ ปีที่แล้ว

    অতি সুন্দৰ।

  • @paplusaikia2600
    @paplusaikia2600 ปีที่แล้ว

    Aibur he asol Protibha💚💚💚💚💚

  • @pallabkalita8665
    @pallabkalita8665 ปีที่แล้ว

    বহুত সুন্দৰ সুৰ

  • @Ekalvya_99
    @Ekalvya_99 ปีที่แล้ว +16

    She is not only Rock star🎸⭐️ she is also proud of Assam❤Love her tune❤

  • @munilpegu8988
    @munilpegu8988 ปีที่แล้ว

    সুন্দৰ প্ৰতিভা সুপ্ৰিয়া

  • @bikulgogoi8078
    @bikulgogoi8078 ปีที่แล้ว +1

    সুন্দৰ , আগবাঢ়ি যোৱা।

  • @jadavtaye4020
    @jadavtaye4020 ปีที่แล้ว

    সুন্দৰ হৈছে👍

  • @atulboruah4218
    @atulboruah4218 ปีที่แล้ว +5

    Good job vonti...

  • @geetali1304
    @geetali1304 ปีที่แล้ว +1

    সচাই বহুত ভাল লাগিছে।

  • @deepjyotidas8320
    @deepjyotidas8320 ปีที่แล้ว +3

    অসমৰ গৌৰব সচাকৈ বহুত ভাল লাগিছে।

  • @rukminikakoti7191
    @rukminikakoti7191 ปีที่แล้ว +1

    বহুত ভাল লাগিল ।

  • @Mrruman370
    @Mrruman370 ปีที่แล้ว +1

    Bhut val lgul saiw

  • @dipanjalichetia455
    @dipanjalichetia455 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল ।আগুৱাই যোৱা ।

  • @bhaskarentertainment5621
    @bhaskarentertainment5621 ปีที่แล้ว

    সুন্দৰ প্ৰতিভা 👌

  • @krishnakumbang9337
    @krishnakumbang9337 ปีที่แล้ว

    অতি সুন্দৰ লাগিছে

  • @user-jb8jg6oz9q
    @user-jb8jg6oz9q 3 หลายเดือนก่อน

    Superb, aru aguwai jua takei kamona korilu

  • @BabulBorah-jo5dq
    @BabulBorah-jo5dq ปีที่แล้ว

    বৰ সুন্দৰ বাহীৰ সুৰ

  • @bimolsurin9170
    @bimolsurin9170 ปีที่แล้ว

    মন মূহি পেলাইছে ভাষা নাই বুজাবলৈ

  • @prasantabhatta3428
    @prasantabhatta3428 4 หลายเดือนก่อน

    Bohut bohut Dhonyabad .go ahead

  • @bhadrabrahma5460
    @bhadrabrahma5460 ปีที่แล้ว +1

    ভাল লাগিল 👌

  • @user-xf2jx1yx2i
    @user-xf2jx1yx2i 3 หลายเดือนก่อน

    Dhuniya bojaise bai joni❤❤❤❤

  • @apurbanath9514
    @apurbanath9514 ปีที่แล้ว

    Bhal lagil bhonti agui jua

  • @hairprasaddeori2325
    @hairprasaddeori2325 ปีที่แล้ว +1

    I proud with you and my dhemaji 👌👌👌👌👌

  • @sunnydoley554
    @sunnydoley554 ปีที่แล้ว +1

    Bohut dhuniya bojaisa. Love you from golaghat 💓

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w 4 หลายเดือนก่อน

    কিযেঅনুভৱ হৈছে বুজাব নোৱাৰি ।তাইৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।

  • @Manoj-vh4yl
    @Manoj-vh4yl ปีที่แล้ว

    Bor hundor

  • @kalyanmohan8499
    @kalyanmohan8499 ปีที่แล้ว

    Dhuniya bojaisa. Aru sesta kora

  • @minakshisaikia4982
    @minakshisaikia4982 ปีที่แล้ว +2

    Excellent Dr ...aru aguwai juwa Tumi... Morigaon r pora bohut bohut morom jaselu tumaloi... Moi minakshi... ❤️❤️❤️

  • @ranginxopun775
    @ranginxopun775 ปีที่แล้ว +11

    মোৰ বন্ধু এজনেও বৰ সুন্দৰ বাঁহী পৰিৱেশন কৰে.. কিন্তু ভাল এটা platform নোপোৱাৰ বাবে পিছ পৰি ৰৈছে ..
    এই ভন্টি গৰাকীলৈ আমাৰ বহুত বহুত শুভকামনা থাকিল..🥳🥰

    • @aakashgogoi3870
      @aakashgogoi3870 ปีที่แล้ว +1

      Ajikali pletfrom nalage Social midiat nijor telent dakhaba parilai hol...platform nijai nijai ahi jaba....

  • @user-dm6bi2zy4r
    @user-dm6bi2zy4r 2 หลายเดือนก่อน

    বহুত।ভাললাগিছে

  • @monjyotidas2750
    @monjyotidas2750 2 หลายเดือนก่อน

    বৰ ভাল লাগিল... শুভকামনা জনাইছোঁ 💐

  • @simineog12
    @simineog12 ปีที่แล้ว

    Hundor moina

  • @Babykolita
    @Babykolita ปีที่แล้ว

    Val lagil de aguwai juwa tumi..aru ata kotha moy bahi bjab xikute ma hote aru gaor kisumane kusil suwali bure bahi bhale bule dari guje .hy ne nhy.🌹🌹🌹

  • @debajitsaikia5802
    @debajitsaikia5802 ปีที่แล้ว

    অতি সুন্দৰ

  • @hceducationmotivetion3553
    @hceducationmotivetion3553 ปีที่แล้ว

    Boriya tumi aguai jua ... thanks to nktv ye enekua pratiba k aguai jua t bohut help kori ase..

  • @dhanjyotimazumdar8433
    @dhanjyotimazumdar8433 ปีที่แล้ว

    dhuniya...aguwai jaok

  • @maimonraba1478
    @maimonraba1478 ปีที่แล้ว +1

    Verry verry nice👍👍👍👍

  • @poragjyotisaikia499
    @poragjyotisaikia499 ปีที่แล้ว +2

    Thanks from🌹 hyd. Nice👍.

  • @dlocalboy4892
    @dlocalboy4892 ปีที่แล้ว +4

    ৰাতিপুৱাই শুনি মনটো ভাল লাগি গ'ল । বহুত বহুত মৰম লগা ভন্টিজনী। আগবাঢ়ি যোৱা।

  • @akhomiyasuwalilifestyle6070
    @akhomiyasuwalilifestyle6070 ปีที่แล้ว +1

    Bht vl hoise aguwai jwa gd bless you

  • @kanikahajong8390
    @kanikahajong8390 3 หลายเดือนก่อน

    Oti hundar lagise tomi bahut agbari juaa

  • @user-qt2xn7eu6k
    @user-qt2xn7eu6k 3 หลายเดือนก่อน

    Bahut sundor hoise aguai jua ❤

  • @Diptirava7
    @Diptirava7 4 หลายเดือนก่อน

    Bahir hur huni bohut vhal lagil ❤️❤️❤️❤️

  • @asimkoch2882
    @asimkoch2882 ปีที่แล้ว

    Anekuwa protiva bur amar akhom bakhi oti gowrob bohut val lagise aguwai juwa ..

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 3 หลายเดือนก่อน

    বৰ ভাল লাগিল

  • @moinamedhi5085
    @moinamedhi5085 9 หลายเดือนก่อน

    Bohiya bohiya lagil dei

  • @jitsvlogs4373
    @jitsvlogs4373 ปีที่แล้ว +13

    Excellent ❤️

  • @sanjibgam3932
    @sanjibgam3932 ปีที่แล้ว +1

    Super outstanding fantastic God bless you....

  • @growskill5318
    @growskill5318 ปีที่แล้ว

    Nice 🥰.... Bht vll lgil khosake📝💯💯💯... Aguai Joaa🤜🤛❣️... Joi aai akhom... 💯💯💯

  • @dijendijen8290
    @dijendijen8290 ปีที่แล้ว

    Bohut bhal lagil

  • @mikeshbordoloi6585
    @mikeshbordoloi6585 ปีที่แล้ว +1

    Dhunia...👍🏾👍🏾👍🏾👍🏾👍🏾

  • @prahladbordoloi6884
    @prahladbordoloi6884 ปีที่แล้ว +1

    সঁচাকৈ বহুত সুন্দৰ বজাইছে , বহুত ভাল লাগিল। কিন্তু মিচিংৰ বিহু গীতটো শুনা নাপালোঁ, হয়তো কেতিয়াবা শুনা পাম।আশা কৰিছোঁ ভগৱানে আগুৱাই লৈ যায়🙏🙏🙏

  • @kiran14555
    @kiran14555 ปีที่แล้ว

    dhunia hoise

  • @monjaiiii...4318
    @monjaiiii...4318 ปีที่แล้ว

    Bohut val lagise dai val dorei aguai juwa god blesse you

  • @mgvlogs9797
    @mgvlogs9797 ปีที่แล้ว

    তুমি আগবাঢ়ি যোৱা ভন্টি

  • @rimaboruah9659
    @rimaboruah9659 ปีที่แล้ว +1

    Eman hundor bahi bajaice jibantu hukhar hok

  • @porishmita12345
    @porishmita12345 ปีที่แล้ว +1

    Khub dhuniya hoise 💞 ag bahi jua

  • @ankurboruah3072
    @ankurboruah3072 ปีที่แล้ว +1

    এটি সুন্দৰ ❤️

  • @atulassam9728
    @atulassam9728 ปีที่แล้ว +2

    Love 💘 from Darjeeling ❤️❤️❤️

  • @user-pv2bg7lq4g
    @user-pv2bg7lq4g 3 หลายเดือนก่อน

    Hundor aguai jua