এইবাৰ হয়তো কিবা এটা হ'ব!

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • ▶️ এইবাৰ হয়তো কিবা এটা হ'ব!
    ▶️ শিৰত সেন্দুৰ কিয় নলয়?
    ▶️ বিধৱা সাজ নিপিন্ধিব
    ▶️ তদন্ত সঠিক দিশত কৰিলে বহু কথাই ওলাব

ความคิดเห็น • 35

  • @user-iz5et9bw1l
    @user-iz5et9bw1l 24 วันที่ผ่านมา +16

    জয়ন্ত গোস্বামীক কিয় জেলাৰ কৰিব? সেই বোৰ কথা ক'ব নাপাই। সুনীল পত্নীক জেলা কৰি কৰি পাগল কৰিবলৈ দিয়ক, তেতিয়াহে ৰৌ বৰালিক বচাবলৈ সক্ষম হব।

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt 24 วันที่ผ่านมา +12

    পুষ্পাৰ কথামতে তদন্ত কৰিলে বহুত আচল কথা ওলাব৷

  • @debajithukai7665
    @debajithukai7665 24 วันที่ผ่านมา +8

    Lave nai এইবোৰ কৰি জোনমণি ৰাভা ঘটনাটো দৰেই হব ।

  • @chetia847
    @chetia847 24 วันที่ผ่านมา +8

    আৰক্ষীৰ কামত বিশ্বাস নোহোৱা হল । কাহিনীটো তেওঁলোকৰ মতে কৰি গৈছে ।শেষত ৰিজাল্ট জোনমনিৰ দৰে হব ।

    • @voxx7840
      @voxx7840 23 วันที่ผ่านมา +1

      Police nije BJP r samsa

  • @ImranKhan-sv8mr
    @ImranKhan-sv8mr 23 วันที่ผ่านมา +2

    জয়ন্ত গোস্বামীক জেৰা কৰক তেতিয়া সকলো ওলাই পৰিব। কিন্তু জয়ন্ত গোস্বামীক জেৰা কিয় নকৰে সেইটোহে লক্ষণীয় হৈ আছে। তদন্তৰ নামত এইবোৰ ভেকো ভাওনা ৰাইজে বুজি পায়। শেষত কেছ টো পেন্দিং কৰি পেলাই থৈ দিব। যাৰ অধিক পইচা আছে সিয়েই এইখন অসমত ৰজা, বাকী চব প্ৰজা। জয় আই অসম

  • @digennath497
    @digennath497 24 วันที่ผ่านมา +4

    জয়ন্ত গোশ্বামীয়ে মুখ মেলিলে বাঘা বাঘা তেজ পিয়া ওলাব

  • @NabajeetBoruah-ur8gz
    @NabajeetBoruah-ur8gz 23 วันที่ผ่านมา +1

    Corrupted Assam Police , Corrupted Government....#ShameOn

  • @prodipkumarbora3354
    @prodipkumarbora3354 24 วันที่ผ่านมา +10

    একোকে নহয়, এই বিলাক কেৱল নাটক।
    আজিৰ ৰাজনৈতিক দলৰ বাবে সাধাৰণ মানুহৰ জীৱনৰ কোনো মূল্য নাই। তাতে হত্যাৰ দৰে ঘটনাত, ৰৌ বৰালি জৰিত থাকেই আৰু তেওঁলোকৰ মুখা খোলাটো সম্ভৱ নহয় ৰাজনৈতিক বা ধনৰ লাভৰ বাবে। সুশান্ত সিং ৰাজপুতৰ পৰা আৰম্ভ কৰি আজিৰ যিকোনো হত্যাৰ ঘটনা অধ্যন কৰি চাওক, কোনোপধ্যেই তদন্ত সম্পূৰ্ণ নকৰে।
    এতিয়া গণতন্ত্ৰ কেৱল কবলৈ হে আছে, প্ৰকৃততে চলি আছে বলতন্ত্ৰ । যাৰ বল বেছি, সিয়েই ৰজা। বাহু বল বা ধন বল, যিয়েই হওঁক, যাৰ অধিক, সিয়েই জিকিব, বাকী চুপ চাপ কেৱল ভোট দিব আৰু নিজৰ কৰ্ম কৰিব।

    • @pritamsarma1672
      @pritamsarma1672 23 วันที่ผ่านมา

      Akdom thik kotha koise.....

  • @OmprakashOmprakashdas-jy9ez
    @OmprakashOmprakashdas-jy9ez 24 วันที่ผ่านมา +2

    সচেতন সমাজ নমস্কাৰ
    আমি এতিয়া বুজি পালো যে এই টু ভাতৰ লগত পানী খুৱা কেচ নহয়।

  • @pulakkonwar5082
    @pulakkonwar5082 24 วันที่ผ่านมา +1

    ৰহস্যময় ঘটনাৰ লগত ৰাজনৈতিক দলৰ ব্যক্তিৰ নাম সাঙুৰ খাই আছে নেকি বাৰু
    কিছুমান ৰাজনৈতিক দলৰ সদস্যই এনে কাম নকৰে বুলি সেই দলৰ দায়িত্বশীলসকলৰ মুখত শুনা যায়
    যদিহে এনে হৈছে ক্ষমতাশালীজনকো সন্দেহৰ বশৱৰ্তী কৰিব পাৰি নেকি বাৰু

  • @kakoligayan2065
    @kakoligayan2065 24 วันที่ผ่านมา +1

    সকলো
    ধোৱা
    তুলসিৰ
    পাত

  • @user-ei5wy4tr8r
    @user-ei5wy4tr8r 24 วันที่ผ่านมา +2

    CID e aku koribo nuware kam nai... Junmoni cas tu aku e koribo nuwarile

  • @hirakroy8834
    @hirakroy8834 24 วันที่ผ่านมา

    👍👍👍

  • @A2Zby-cd5qc
    @A2Zby-cd5qc 24 วันที่ผ่านมา +1

    Pushpa Gogoi 2 ulabo 😅😅😅

  • @bubusaikia710
    @bubusaikia710 24 วันที่ผ่านมา

    জয়ন্তৰ নামত এজেহাৰ দিলে হয়

  • @jantuchangmai4467
    @jantuchangmai4467 24 วันที่ผ่านมา

    Misa kotha koi ase jen lagise

  • @imtiyazhussain3360
    @imtiyazhussain3360 23 วันที่ผ่านมา

    Same si junmoni rabha r case😂😂😂

  • @lilakantagogoi3711
    @lilakantagogoi3711 24 วันที่ผ่านมา

    Beharbari outpost

  • @smritigogoi3492
    @smritigogoi3492 24 วันที่ผ่านมา

    Joyanta ko dorebo laga

  • @subharajgogoi7316
    @subharajgogoi7316 24 วันที่ผ่านมา +1

    এই বিশাল পৃথিৱীখনত এজন মানুহক মানুহক বিচৰাটো ইমান সহজ নহয় ।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 24 วันที่ผ่านมา +2

    জয় মতি ৰ পৰা কথা উলিওৱাৰ টান

  • @riturajxbr1498
    @riturajxbr1498 24 วันที่ผ่านมา

    Sorkar making 0:45

  • @happyboy4579
    @happyboy4579 24 วันที่ผ่านมา

    Kiu huda nai hosai kiu huda nai news lorai kiu jabo pora nai tau usole

  • @letsplay9856
    @letsplay9856 24 วันที่ผ่านมา

    সৰিয়হৰ ডুলিতে ভূট সোমাই থকা নামটো???

  • @user-hr4md8gh6o
    @user-hr4md8gh6o 24 วันที่ผ่านมา

    😮😮😮😮😮😮😮😮😂😂😂😂😂

  • @abdulawal3284
    @abdulawal3284 24 วันที่ผ่านมา

    Tel lhose kori lov nai

  • @happyboy4579
    @happyboy4579 24 วันที่ผ่านมา

    Jointo na ki tau aji loika news kiu nulal

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 23 วันที่ผ่านมา

    BJP Sarkar Assam CM go back no out

  • @harrisnarahcreation3355
    @harrisnarahcreation3355 24 วันที่ผ่านมา

    Bjp ye apunalukok mari pelale ooo😢😢😢