ভয়ংকৰ মামাৰ চকী বাচিবনে ? কোন এইজন ব্যক্তিয়ে লাট মাৰিলে ৰকিবুলক /গৰজি উঠিল লাখ লাখ

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 พ.ย. 2024

ความคิดเห็น • 3

  • @hndekari8011
    @hndekari8011 5 วันที่ผ่านมา

    মুজিবুৰৰ কথাবোৰ ৰহন সনা যেন লাগিল ৷ তেওঁ যেন ঘৰ বিভীষণৰদৰে কাণ্ড কৰিছে; এনেহেন লাগে ৷ ৰকিবুলৰ লগত যদি তেওঁ কামেই কৰিছিল তেন্তে; সংঘটিত হোৱা কূটাঘাতমূলক কামবোৰৰ লগত মুজিবুৰ ৰহমানো জড়িত থকা নাছিল নে ? দলত এজন প্ৰাৰ্থীক নিৰ্বাচন কৰে দলীয় সিদ্ধান্তৰদ্বাৰা;ৰকিবুলৰ ইচ্ছাত নহয় ৷ কৰ্মদক্ষতাইহে এজন লোকক মৰ্যাদা দিয়ে ৷ পৰিয়ালৰ ৰাজনীতি বংশগত পৰিণতিও হ’ব পাৰে ৷ তাত ক’বলগা বোধহয় একো নাথাকে ৷ যদি থাকে তেন্তে; সেয়া হিংসা নাইবা ঈৰ্ষাৰ বাহিৰে আন একো হ’ব নোৱাৰে ৷ এনে হি’সা আৰু ঈৰ্ষাৰ চিকাৰ হৈছে ভাৰতৰ গান্ধী পৰিয়াল ৷ ইয়ে ইতিহাস কলংকিত কৰি ৰাখিছে ৷ ভাৰতৰ জনসাধাৰণে কথাবোৰ ধীৰে ধীৰে বুজি উঠিছে ৷৷