Bane Dhuwa MAJULI | Rupam Borah | Rakesh Gogoi | Dipkesh Borgohain

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ส.ค. 2020
  • AC MULTIMEDIA Label Released "Bane Dhuwa MAJULI" Assamese Song
    Singer - Rupam Borah
    Music - Dipkesh Borgohain
    Lyrics & Tune - Rupam Borah, Rakesh Gogoi
    Mix Mastering - Diganta Bordoloi
    Flute - Anjan
    Producer - Junak mouchumi
    Audio Recording At Rk Digitel Raj Uttam (Balighat)
    Director - Sankha Protim
    Editing - Biman Baruah Axomiya
    Cinematography - Pallab Maina
    Special Thanks - Manoj Borah, Karuna Borah, Binood Gowala, Akash Nibir, Manashi Kalita Borah, Bhaskar Dipta Chironjit Gogoi Jaydeep Tanti
    #Bane_Dhuwa_Majuli
    Lyrics :
    বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
    প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
    খাটি খোৱা মানুহৰ জানো আশা নাই
    প্ৰতাৰনাৰ ঠেলা হেঁচাই জিয়াটো ভোগাই
    ৰাজনীতি নকৰিবি বৰমূৰীয়া
    আমাৰ বাবেই তহঁত আজি ৰাজঘৰীয়া
    ৰাজনীতি নকৰিবি বৰমূৰীয়া
    আমাৰ বাবেই তহঁত আজি ৰাজঘৰীয়া
    নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা
    নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা
    বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
    প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
    ধেমাজি কি লখিমপুৰ বানত বুৰি যায়
    বগী নদীৰ পকনিয়াই সপোন ভাঙি যায়
    জীয়া ঢলে বাৰে বাৰে কৰে অসহায়
    আমাৰ কথা ভাবিবলে কাৰো সময় নাই
    বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ
    প্ৰলোভনৰ বাদে আমি কিনো বাৰু পাওঁ
    বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ
    প্ৰলোভনৰ বাদে আমি কিনো বাৰু পাওঁ
    নথগিবি দেই আমাক দিলোঁ সকীয়াই
    নথগিবি দেই আমাক দিলোঁ সকীয়াই
    বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই
    প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই
    উটি গল পথাৰৰে সোন গুটি
    ভাগি গল মানুহৰে মন আজি
    উটি গল পথাৰৰে সোন গুটি
    ভাগি গল মানুহৰে মন আজি
    কোনে নো চাব
    কোনে বুজি পাব
    কিমানৰ বুকু উকা হৈ ৰব
    চকুলো কিমান টুকিব
    দুখ বোৰ কিমান সহিব
    🔴Subscribe Us : bit.ly/2SAwoNZ
    🔵Contact Us On Fb : bit.ly/2DCMMD7
    🔵Contact Us On Instagram : bit.ly/2TNjIQb
    🎧This Songs Is Also Available On ⏸️
    ◾ACMultimedia
    ◾Saavn
    ◾JioMusic
    ◾iTunes
    ◾Gaana
    ◾Hungama
    ◾Wynk
    ◾Instagram
    ◾Facebook
    ◾Google Play
    ◾TH-camMusic
    ◾Amazon Music
    ◾Pandora
    ◾Spicytuneapp
    ◾Deezer
    ◾Tidal
    ◾Napster(beta)
    ◾iHeartRadio(beta)
    ◾Anghami(beta)
    ◾KKBox(beta)
    ◾MediaNet
    ◾ClaroMúsica and 150+ smaller outlets.
    🔴◾◾◾ Thanks ◾◾◾🔴
  • เพลง

ความคิดเห็น • 2K

  • @digantobora4041
    @digantobora4041 3 ปีที่แล้ว +1614

    মই মাজুলী ৰ হয়। কোনে কোনে আমাৰ মাজুলী ক ভাল পোৱা

  • @rupamborah5635
    @rupamborah5635 3 ปีที่แล้ว +893

    বানে ধোৱা মাজুলী
    আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস
    আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বোৰে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব🙏
    গীতটি আপোনালোকে যদি ভাল পাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব💞
    ধন্যবাদ সকলোকে

    • @abhijitmedhi5037
      @abhijitmedhi5037 3 ปีที่แล้ว +14

      Dada apuni bhhtt xundr ktha utthapon krise. Bhhtt vl lgise xuni gan 2. !!

    • @binudan7548
      @binudan7548 3 ปีที่แล้ว +8

      ভাল লাগিল গীতটো।

    • @KhargeSaloi
      @KhargeSaloi 3 ปีที่แล้ว +5

      Dhuniya hoise❤

    • @subornagogoi4194
      @subornagogoi4194 3 ปีที่แล้ว +5

      Apunar gan huni bohut vl lage dada

    • @abhijitabhijit5830
      @abhijitabhijit5830 3 ปีที่แล้ว +2

      Eman val loga geet eta korile,,,, So ami khub val paisu,,, dada apuni kori jauk Amar ashirbad hodai thakibo,,,,, ajiloike jiman bur geet korise protitu Geet khub hundor hoise,,,,, kisuman Geet te puroni Smriti bur punor Jiyai tule ,,, So Im really happy,,,,, From Abhijit,,, New Kamala Bari,, Majuli,,,

  • @ramdhenu1663
    @ramdhenu1663 2 ปีที่แล้ว +221

    মাজুলীৰ হৈ আপোনাক ধন্যবাদ 🙏। প্ৰতিটো শব্দত কষ্ট ৰ ছবিখন চকুত ভাহি আহিছে।আমাৰ দুখ কষ্ট বোৰ গানেৰে তুলি ধৰাৰ বাবে 🙏 দূৰ্ভাগ্য গানটো আজিহে পালোঁ।

  • @letsstudy3936
    @letsstudy3936 2 ปีที่แล้ว +45

    মাজুলীত নাও দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি🙏🙏🙏

  • @globalassamassam2443
    @globalassamassam2443 3 ปีที่แล้ว +355

    গীতটোৰ প্রতিটো শব্দই স্পষ্ট ,আশা কৰোঁ প্রতিজনেই ইয়াৰ গুৰুত্ব বুজি নিজৰ দায়িত্ব পালন কৰে 🤗🙂

  • @pallabisonowal4252
    @pallabisonowal4252 2 ปีที่แล้ว +68

    অন্তৰ চুই যায় । কৰ্মসূত্ৰে নিজে থাকি অহা ঠাই । বৰ ধুনীয়া ঠাই । সহজ সৰল মানুহবোৰৰ মৰম চেনেহ এতিয়াও অন্তৰত সজীৱ হৈ আছে ।

  • @prasantabarua8130
    @prasantabarua8130 2 ปีที่แล้ว +56

    মাজুলী গৈ পোৱা নাই কিন্তু মাজুলী খন সদায় হৃদয়ত আছে

    • @kishurdeka8579
      @kishurdeka8579 หลายเดือนก่อน

      Seme mor ase moi goi powa nai

  • @lunashrihazarika204
    @lunashrihazarika204 2 ปีที่แล้ว +18

    মাজুলীক ভাল পোৱা সকলো লোকলৈ অশেষ ধন্যবাদ থাকিল 🙏🙏🙏

  • @galleryofgreenyassam7297
    @galleryofgreenyassam7297 3 ปีที่แล้ว +183

    গীতটি পুনৰবাৰ উজ্জীৱিত হৈ উঠক। ।সমস্যা এতিয়াও শেষ হোৱা নাই। ।❤❤

  • @ananthdas7969
    @ananthdas7969 2 ปีที่แล้ว +140

    এজন সচা অৰ্থত শিল্পী হলে এনেকুৱা হব লাগে।মনটো কোনো মতে বুজাব পৰা নাই আপোনাৰ গীতটি শুনি।জন্মৰ পৰাই হাজাৰ হাজাৰ গীত শুনিলো কিন্তু এনেকুৱা গীতে প্ৰথম বাৰৰ বাবে চকুলো বোৱালে।

  • @assamesedeka9203
    @assamesedeka9203 ปีที่แล้ว +7

    দাদা মই মাজুলীৰ নহয় কিন্তু গীতটো বাৰে বাৰে শুনিবলৈ মন যায় গীতটোৰ প্রতিটো শব্দই অন্তৰ চুই যায়।

  • @priyankasaikia5302
    @priyankasaikia5302 2 ปีที่แล้ว +36

    কথা সুৰ কন্ঠ,,,,,,সচাই দেই মানিব লগীয়া,,,🙏🙏🙏 বহুত বেছি বেয়া দিন আছিল ৮/৯/২০২১ দিনা,,,😭😭😭পাহৰিব নোৱাৰোঁ

    • @06babluvlogs12
      @06babluvlogs12 11 หลายเดือนก่อน +1

      হয় আজিও মনত পৰে। পাহৰিব নোৱাৰিম কেতিয়াও ।

    • @Axom_FF-co6ty
      @Axom_FF-co6ty 8 หลายเดือนก่อน

      🇮🇳🥰🥰🥰

  • @anupamsaikia9221
    @anupamsaikia9221 3 ปีที่แล้ว +71

    Rupam Daa Karna 1ta like

  • @bobimonisaikia1571
    @bobimonisaikia1571 3 ปีที่แล้ว +49

    মাজুলীক কোনে কোনে ভাল পায় এটি লাইক।

  • @munmosti9488
    @munmosti9488 2 ปีที่แล้ว +10

    সুন্দৰ গান। আগুৱাই যাওক। মাজুলী এখন ঠাই নহয়, প্ৰতিজন অসমীয়াৰ আবেগ।

  • @tstar1957
    @tstar1957 2 ปีที่แล้ว +14

    খুব সুন্দৰ গীত সুন্দৰ কথা 🤘👍👍

  • @Sahibapapu
    @Sahibapapu 2 ปีที่แล้ว +70

    মন ছুয় জোৱা গিত বৰ ভাল লাগি গিটটি শুনী ,ধুনীয়া দাদা❤️❤️😥😥😥

  • @nibashdutta6599
    @nibashdutta6599 3 ปีที่แล้ว +403

    এনেকুৱা গায়ক লাগে আমাৰ সমাজত,,অতি সুন্দৰ হৈছে দাদা ,আমি আপোনাক মাথো আশিবাদ দিছো আগবাঢ়ি যাওক আপুনি.

  • @kon149
    @kon149 2 ปีที่แล้ว +4

    অতি সুন্দৰ গীত। সুন্দৰ কণ্ঠ।মনচুই যোৱা গীত।

  • @prasantabhuyan2032
    @prasantabhuyan2032 2 ปีที่แล้ว +5

    ভাল লাগিল !গানটোৱে মাজুলীৰ জনসাধাৰনৰ দুখৰ বোজা বুজাই দিয়াৰ বাবে । ধন্যবাদ ৰুপম দা।

  • @ankitadutta2286
    @ankitadutta2286 3 ปีที่แล้ว +157

    পুনৰ প্ৰেমত পৰিলোঁ আপোনাৰ কণ্ঠৰ💓

  • @kakolikakoti5100
    @kakolikakoti5100 3 ปีที่แล้ว +171

    খুব সুন্দৰ। বহুত ভাল লাগিল RUPAM...শুভেচ্ছা থাকিল।

    • @nilrajlahan9476
      @nilrajlahan9476 2 ปีที่แล้ว +1

      𝐻𝒾𝑔𝒽

    • @nilrajlahan9476
      @nilrajlahan9476 2 ปีที่แล้ว

      𝒢𝑒𝓎𝓌𝓊𝒶𝒸𝓌𝒾𝑜𝒹𝓀𝒶

  • @jitusaikia7314
    @jitusaikia7314 วันที่ผ่านมา

    হৃদয়ৰ পৰা কপনি উঠি গ'ল দেই,,এইটো সময়ৰ সঁচা গান,,

  • @ranjusonowal6065
    @ranjusonowal6065 20 วันที่ผ่านมา +1

    Bohut val.Hridoi sui gol

  • @neelbidyut.creation3200
    @neelbidyut.creation3200 3 ปีที่แล้ว +145

    *বৰ ভাল লাগিল" ৰূপম দা' আপোনাৰ গীত বুলি কলেই কি ক'ম কবলৈ ভাষা নাইকিয়া হয়। সঁচাই বহুত ভাল লাগে আপোনাৰ গীত শুনি,,*

  • @gitanjalibaishya6803
    @gitanjalibaishya6803 2 ปีที่แล้ว +6

    সচাঁ কৈ গীত টো য়ে হৃদয় চুই গৈছে😭😭

  • @rinkiriyabharali1182
    @rinkiriyabharali1182 3 ปีที่แล้ว +144

    কন্ঠটি মোৰ বৰ প্ৰিয় ❤️... বহুত ভাল লাগিল🤗

  • @sondas6210
    @sondas6210 3 ปีที่แล้ว +41

    মই কি কম কোনো ভাষা বিছাৰি পোৱা নাই,,,
    ৰুপম দা আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক এই গানটোৰ বাবে,,,
    ভগৱানে আগন্তুক দিন বোৰ হাঁহিৰে উপচাই দিয়ে যেন আপোনাৰ তাৰেই কামনাৰে,,,
    মই
    সোন
    তামুলপুৰৰ পৰা,,,,

  • @mrgihiskeltopno3228
    @mrgihiskeltopno3228 2 ปีที่แล้ว +8

    Very Beautiful Songs, God bless you.

  • @MonjitMoran-de5rg
    @MonjitMoran-de5rg 21 วันที่ผ่านมา +1

    oww bohut moja lagesa dai dada aeman dhuneya hur, aapunar gan tu bara bara hunebor mon jai ,aakha thakel dada anakuya aru notun notun gun hunebo pam buli ❤❤❤❤❤❤❤

  • @debajitbaruah8452
    @debajitbaruah8452 3 ปีที่แล้ว +52

    কবলৈ ভাষা বিচাৰি পোৱা নায়। বহুত ধুনীয়া হৈছে। 😍😍😍😍
    মই 👉ধেমাজিৰ

  • @amiaxomiya2423
    @amiaxomiya2423 2 ปีที่แล้ว +171

    পৰহি মানে ৮/৯/২০২১ ৰ তাৰিখে নমাটিত হোৱা হৃদয়বিদাৰক নাও দুৰ্ঘটনাতোৰ বাবে গানতো চালোহি… বহুত দুখজনক। কেতিয়া যে আমাৰ মানুহখিনি নিষ্ঠাৰ পাব… গীততো বহু সুন্দৰ হৈছে।চুই গৈছে।
    মই দৰং জিলাৰ…

    • @ananthdas7969
      @ananthdas7969 2 ปีที่แล้ว +3

      সচাকৈয়ে কেনেকৈ যে বুজাম কবলৈ মোৰ ভাষা নাই।এনেকুৱা গায়ক থাকিলে আমাৰ সমাজ খন সচাই নিকা হৈ ৰব।rupom da god bless you...

    • @prahladphukan2697
      @prahladphukan2697 2 ปีที่แล้ว

      Same to you 👌👌👌👌👌

    • @rider_____official6512
      @rider_____official6512 2 ปีที่แล้ว +2

      @@prahladphukan2697 same

    • @pradiptaboruah3115
      @pradiptaboruah3115 2 ปีที่แล้ว

      @@rider_____official6512 same

    • @gunaramthengal873
      @gunaramthengal873 2 ปีที่แล้ว

      Sem

  • @muksidulalom2269
    @muksidulalom2269 2 ปีที่แล้ว +6

    মাজুলী ক মই বহুত ভাল পাও মাজুলী ফুৰিবলৈ যাম এদিন মোৰ আশা। অন্তৰ চুই গল গীতৰ জৰিয়তে ভাহি উঠা মাজুলীৰ দুখবোৰ 😭💔 from Meddle Assam.

  • @bitupanpachani2136
    @bitupanpachani2136 2 ปีที่แล้ว +6

    বহুত বহুত ভাল লাগিল ৷গীতটি শুনি থাকিলেও আমনি নালাগে ৷হৃদয়স্পৰ্শ কৰি যোৱাকৈ সুন্দৰ কন্ঠেৰে সুন্দৰ সুৰেৰে গীতটি গাইছে ৷আৰু এনে গীত শুনিবলৈ পোৱাৰ আশাৰে ৷

  • @bhairabsonowal6306
    @bhairabsonowal6306 3 ปีที่แล้ว +37

    বৰ্তমান সময়ত সঙ্গীতো খাপ খাই পৰিছে ❤️❤️❤️❤️☹️

  • @dulboruah1483
    @dulboruah1483 3 ปีที่แล้ว +121

    গীতটোত বৰ্তমান পৰিস্থিতি উপস্থাপন কৰা কাৰণে খুব ভাল লাগিছে গীতটো।
    লগতে আৰু এটা কথা এই গীতটোত যে Dislike মাৰিব লগা কি কথা থাকিল বাৰু।

    • @papuduttadutta3640
      @papuduttadutta3640 3 ปีที่แล้ว +1

      Right

    • @k.kmusical8785
      @k.kmusical8785 3 ปีที่แล้ว +1

      Right

    • @hindivlogs9693
      @hindivlogs9693 3 ปีที่แล้ว +2

      Dislike Mara keita 1500 tokai

    • @Theassam-2.0
      @Theassam-2.0 3 ปีที่แล้ว +1

      Manuh bur tenekua a aru buji npaiiii heibilake bad Diya roxa tole jabo vogobannnn ase nhoii..

    • @hirensaikia3810
      @hirensaikia3810 3 ปีที่แล้ว +1

      Afwkxsipfhfwkw

  • @TutukonDoley-yq6ud
    @TutukonDoley-yq6ud 8 วันที่ผ่านมา

    অতি সূন্দৰ গীত ❤ ভগৱান মংগল কামনা কৰক

  • @Asmiz903
    @Asmiz903 2 ปีที่แล้ว +9

    গানটো সম্পূৰ্ণ ৰূপে মিলি গ'ল ৰূপম দা আৰু এই গানটো শুনিলেই সেই দূখ লগা ঘটনাটোৱে হিয়া খন চুই যায়,😭😭

  • @dipulkalita48
    @dipulkalita48 3 ปีที่แล้ว +75

    ,🙏বহু বহু ধন্যবাদ ৰূপম দা , মাজুলী বাসীক ইমান ধুনীয়া গান উপহাৰ দিয়া বাবে, মাজুলী বাসীৰ দুখবোৰ গানটোত বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। 💖 সমগ্ৰ মাজুলী বাসীৰ হৈ ধন্যবাদ জনাইছোঁ 🙏🙏🙏

  • @kakumoniphukan3855
    @kakumoniphukan3855 2 ปีที่แล้ว +44

    হৃদয়ৰ কোনোবা একোণত বাৰুকৈয়ে খুন্দিয়ালে, চকুলো ৰখাব নোৱাৰিলো 😪😪💘💘

  • @hirakjyotinath8216
    @hirakjyotinath8216 2 ปีที่แล้ว +14

    গীততো বহুত ভাল লাগিছে ৰুপম দাদা আপুনি আৰু আগুৱাই যাওক আমাৰ আশিৰবাদ সদাই আপোনাৰ লগত আছে।

    • @NijoraPagag
      @NijoraPagag หลายเดือนก่อน

      ❤❤❤❤

  • @jagadishdeka1462
    @jagadishdeka1462 2 ปีที่แล้ว +7

    বহুত দিন আগত গানতো শুনেছিলো পুনৰ আজি ঘটনাৰ পিচত মনত পৰিলে দুখ লগা গান ফলিয়াইও গল। প্রতিশ্রুতি, প্রলোভন, কিমান শুনিব প্রজাঘৰিয়াৰ মৰন কাতৰ শুনোতাও নাই ।

  • @rubulentertainmentyoutubec4433
    @rubulentertainmentyoutubec4433 3 ปีที่แล้ว +52

    গানৰ প্ৰতিটো শব্দই মাজুলীৰ বাসী ৰাইজৰ বাবে সঁচাই দুখবোৰ অন্তৰে চুই গৈছে

  • @user-pj2iz3vc6m
    @user-pj2iz3vc6m 3 ปีที่แล้ว +57

    ৰূপম দা তোমাৰ গানত প্ৰতিটো কথাত অৰ্থ সোমাই থাকে ।ভাল লাগে অ তোমাৰ voice কথা বোৰ ❤

  • @sajinamazid6929
    @sajinamazid6929 2 ปีที่แล้ว +1

    Bhut vl hoisa dada 👌👌👌👌👌👌👌👌👌👌👌👌

  • @dr.manojbiswakarma7418
    @dr.manojbiswakarma7418 2 ปีที่แล้ว +1

    Ei geet ti imane vaal laagise moi continuously 100 times hunisu ...Rupam daa ei geet tir karioke paam neki...saku paani naroi naroi ...hats off to you...best wishes aounaloi vabisyate aru ene geet khunibo paam....🙏🙏🙏

  • @manashisaikia6130
    @manashisaikia6130 2 ปีที่แล้ว +23

    বহুত ভাল লাগিল গানটো শুনি ,হৃদয় চুই গল। আগুৱাই যাওক আপুনি 🙏

  • @ankurdutta1188
    @ankurdutta1188 2 ปีที่แล้ว +8

    অন্তৰ চুই গৈছে, কোনোবা নিউজ এটাত বেকগ্ৰাউণ্ডতত শুনি গানটো ইয়াত বিছাৰি উলিয়াইছো , কি যে কওঁ ভাষা নাই। ধন্যবাদ

  • @pranjaltalukdar5901
    @pranjaltalukdar5901 2 ปีที่แล้ว +8

    এক অতুলনীয় সৃষ্টি।এনেকুৱা সৃষ্টি দেখি সস্তীয়া গায়ক কেইটাই লাজ পাব লাগে।

  • @mahidharchoudhray8061
    @mahidharchoudhray8061 2 ปีที่แล้ว +4

    ধুনীয়া লাগিছে গান টো শুনি। হৃদয় চুই যোৱা গান।

  • @nangprayashi313
    @nangprayashi313 3 ปีที่แล้ว +25

    Bohut Val lgil hsakoi gaantu🤗 ..Borttoman poristhitir lgt khapkhaise 👍👍👍..Hundor apunr Kontho kokai👌👌👌👌. Aru Aguwai jaok ...

  • @p.aassamesechannel4756
    @p.aassamesechannel4756 3 ปีที่แล้ว +21

    Hosai rupom da hundor hoisa
    Dikhow mukh or gourab rupom da

  • @sanjibbaishya5689
    @sanjibbaishya5689 17 วันที่ผ่านมา +1

    গানটি শুনি বহুত ভাল লাগিছে দাদা।।মাজুলীৰ বানপানীৰ সৈতে মিলি গৈছে। ❤😢🥰😍

  • @dborahassam
    @dborahassam 2 ปีที่แล้ว +6

    Lovely song i really impressed

  • @popitadas4490
    @popitadas4490 2 ปีที่แล้ว +25

    ময়ো মাজুলী দেই ।।বহুত ভাল লাগিছে গানটো দাদা ।।আৰু গাব এনেকুৱা গান আমাৰ হৃদয় চুই গৈছে দাদা ।।প্ৰটিটো শব্দ আমাৰ হৃদয় বিদাৰক ।

  • @ChayanikaChutia-lh7fh
    @ChayanikaChutia-lh7fh 19 วันที่ผ่านมา +1

    ধুনীয়া লাগিছে

  • @surasmitachutia9158
    @surasmitachutia9158 3 ปีที่แล้ว +26

    Oti hndr Rupam da ....❤️❤️❤️

    • @jray2543
      @jray2543 3 ปีที่แล้ว

      Geet tu suni bhal lagise bohut ..geetor kothabor xocha hoy ..Rupam da apuni jiyai thakok ..aru ane bohut geetor sristi kora ..God bless you

    • @rajkhowapuwali9161
      @rajkhowapuwali9161 3 ปีที่แล้ว

      Apuni hdai ankoi aagbahi jaok rupom dada...... God bless you 🙏❣💓

  • @ratulbarman4081
    @ratulbarman4081 2 ปีที่แล้ว +8

    মই নলবাৰীয়া হয়... মই মাজুলীক হ্ৰদয়ৰ পৰা বহুত বহুত ভাল পাওঁ ।।। ২০১২ চনত মাজুলীত ৪ দিন থাকি আহিছো ।।। I love you Majuli😭😭😭

  • @munmicraftcreations9356
    @munmicraftcreations9356 2 ปีที่แล้ว +7

    বহুত বহুত ভাল লাগিছে। প্ৰতিটো শব্দই অন্তৰ চুই গৈছে ❤️🙏

  • @animekhchutia2514
    @animekhchutia2514 3 ปีที่แล้ว +24

    অতি সুন্দৰ সংগীত ৰূপম দাদা

  • @pulakbharali7339
    @pulakbharali7339 3 ปีที่แล้ว +20

    অতি সুন্দৰ হৈছে🔥🔥

  • @nanghunpha
    @nanghunpha 20 วันที่ผ่านมา

    ইমান সুন্দৰ লাগিল সঁচা কাহিনিৰে গাইছাঁ ।

  • @HappyClam-ck2ot
    @HappyClam-ck2ot 2 วันที่ผ่านมา

    মাজুলীৰ নামতো খোনিলে থাকিবৰ নোৱাৰা হয় যাও নাজানো কিও ❤❤❤ মাজুলীৰ ছোৱালীৰ বোৰ বহুত ধুনীয়া পতাব পাৰা হয়ঃ এজনী কোনোবা পতিবা নেকি love you মাজুলী ❤❤❤❤❤

  • @lalitmili8546
    @lalitmili8546 3 ปีที่แล้ว +57

    হৃদয়স্পৰ্শী গীত ও কণ্ঠ 👌

  • @munindradeka1571
    @munindradeka1571 3 ปีที่แล้ว +11

    সচাকৈ আপোনাৰ সুমধুৰ কন্ঠ আৰু গীত টিৰ কথাৰে হৃদয় চুই গ'ল দাদা । আপোনাৰ গীতৰ লিখনি খুবেই ভাল আৰু আগলৈ যেন আগোৱাই যায়।

  • @mriduljyotibezboruah454
    @mriduljyotibezboruah454 2 ปีที่แล้ว +4

    ৰূপম দা ,,,সঁচাই আমাৰ মাজুলী ৰ কাৰণে এতিয়া সময় উপযোগী হৈছে এই গীত তি,,,বহুত প্রিয় গীত,, এনেকুৱা গীত সদাই দি যাব বুলি আশা কৰিলোঁ,,
    আমাৰ মাজুলীৰ 💕✍️

  • @AchyutBora-me1hm
    @AchyutBora-me1hm 8 หลายเดือนก่อน +2

    সচা হৃদয়ৰ শিল্পী ভাল লাগিল গীত টো, মাজুলী আমিও গৈছিলো বৰ কষ্টৰ মাজুলী বাসিন্দা সকলৰ। চৰকাৰে তেখেত সকলক সহায় আগবঢ়াওক।

  • @munmiboruah597
    @munmiboruah597 3 ปีที่แล้ว +10

    Bht dhuniya lgil huni... bht dhuniya voice 😍😍😍

  • @06babluvlogs12
    @06babluvlogs12 2 ปีที่แล้ว +36

    মই মাজুলীৰ নহয় কিন্তু ৰোপম দা এই গানটো শুনি নিজকে মাজুলীত থকা গতে লাগিছে । সুন্দৰ গান

  • @bitulgogoi3397
    @bitulgogoi3397 วันที่ผ่านมา

    অতি সুনদৰ গান ❤❤

  • @hiteshassam9114
    @hiteshassam9114 18 วันที่ผ่านมา

    Bahut Dhuniya lagise Dei kokai Hosa koisu

  • @ponkiesaikia4038
    @ponkiesaikia4038 3 ปีที่แล้ว +14

    Heart touching song.... Bohut val hoise dei....

  • @majulilife662
    @majulilife662 3 ปีที่แล้ว +13

    খুব সুন্দৰ।
    ভাল লাগিল দাদা

  • @arupbarman3337
    @arupbarman3337 22 วันที่ผ่านมา

    গান তুত ইমান ধুনীয়া কৰে বুজাই দিছে সচাকে বহুত ভাল লাগিছে

  • @Bubugogoi-mn4li
    @Bubugogoi-mn4li 12 วันที่ผ่านมา +1

    গানটো বহুত ভাল লাগিল 🥰🥰♥️♥️🥰♥️

  • @abhilashbora4190
    @abhilashbora4190 2 ปีที่แล้ว +10

    এই গানটি বৰ্তমান সময়ত ৰাইজৰ লগতে চৰকাৰ ৰ বিষয়ববীয়া সকলে শুনিব লাগিছিল, তেতিয়া ৮ চেপ্টেম্বৰ ৰ অভিশপ্ত ঘটনাটো কাহানিও নঘটিল হয়। মাজুলীৰ দুখ যে কমি যায়।🥺🥺🥺🥺

  • @rajenboruah8220
    @rajenboruah8220 3 ปีที่แล้ว +26

    বৰ সুন্দৰ গীত ,শুনি ভাল লাগিল

  • @dhirajvlogs1594
    @dhirajvlogs1594 2 ปีที่แล้ว +2

    ইমান ধুনীয়া হৈছে মানে ক'বলৈ ভাষা নাই ❤️ জয় আই অসম ❤️❤️🙏🙏

  • @risingsunabhijit5407
    @risingsunabhijit5407 3 ปีที่แล้ว +11

    Lyrics voice music... Oh my god...🙏🙏🙏 Just awesome

  • @educationforall8167
    @educationforall8167 3 ปีที่แล้ว +21

    সুন্দৰ হৈছে । এনেকুৱা গীতে হৃদয় চুই যায়।

  • @ankurphukan7769
    @ankurphukan7769 14 วันที่ผ่านมา

    Bhout val lagile ,bary bary hunuib mon jai

  • @user-uz5nn4kt5q
    @user-uz5nn4kt5q 5 วันที่ผ่านมา

    Bht bht vl lagil .dada

  • @bontiboruah5157
    @bontiboruah5157 2 ปีที่แล้ว +14

    Heart touching.... lyrics, singing everything is perfect 🥺

  • @bimalgungun3420
    @bimalgungun3420 3 ปีที่แล้ว +11

    So nice 👌 👌👏 👏 Rupom da, bohut bohut bohut dhuniya lagise song2, good bless you 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹💐💐💐💐💐

  • @paspagogoi2808
    @paspagogoi2808 20 วันที่ผ่านมา

    All... the... best....majuli.....🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @joyshrisaikia798
    @joyshrisaikia798 ปีที่แล้ว +2

    বহুত সুন্দৰ হৈছে

  • @Assamcultural
    @Assamcultural 3 ปีที่แล้ว +36

    হৃদয় স্পৰ্শ কৰি যোৱা এটি গীত

  • @surujgogoi9210
    @surujgogoi9210 3 ปีที่แล้ว +34

    ৰূপম দা আপোনাৰ গান খুব ভাল লাগে

  • @user-rm2kf6mn3e
    @user-rm2kf6mn3e 3 วันที่ผ่านมา

    Bohut bohut bhal lagil

  • @pranjalnath148
    @pranjalnath148 2 ปีที่แล้ว +1

    Dhuniyaa dada...xuni thakiley o amoni nloga ati xundor geet ❤️❤️❤️

  • @electricalknowledgeandrevi9632
    @electricalknowledgeandrevi9632 2 ปีที่แล้ว +8

    Majuli heart of assam ❤️❤️❤️

  • @gautomborgohain5927
    @gautomborgohain5927 3 ปีที่แล้ว +28

    সচায় গানৰ মাজেৰে মাজুলীৰ বাসিলৈ বহুত দুখ লাগে।

  • @nripenpatar6356
    @nripenpatar6356 หลายเดือนก่อน

    Dhuniya gaise. Majulik bahut Val pao.

  • @btsb7838
    @btsb7838 ปีที่แล้ว +1

    Apuni ai geet ti goar babe bohut bohut dhanyabad

  • @tilakphukan7728
    @tilakphukan7728 2 ปีที่แล้ว +8

    Full of melody.... Dada heartbreaking 💔 song..

  • @newwhatsappstatusvideos2393
    @newwhatsappstatusvideos2393 3 ปีที่แล้ว +11

    ,, ইমান এটা সোন্ধৰ ‌ণান সোণিলে সোণীথাকিব মন জাই I love majuli❤️

  • @robinthakur4645
    @robinthakur4645 2 ปีที่แล้ว +1

    মাজুলী সন্তান হৈ আপোনালৈ অশেষ ধন্যবাদ।

  • @tikuhazarika36
    @tikuhazarika36 3 หลายเดือนก่อน +2

    বানপানীয়ে সপোন বোৰ মোহাৰি গুচি যায় 🙂 পানীৰ মাজত আবদ্ধ সকলো হৈ থাকে 🙂

  • @bituponkakoty2353
    @bituponkakoty2353 3 ปีที่แล้ว +21

    অতি সুন্দৰ হৈছে ৰূপম, অভিনন্দন ও শুভেচ্ছা জনালোঁ সকলোকে ।।।

  • @roshmirekhaborah8436
    @roshmirekhaborah8436 3 ปีที่แล้ว +26

    ইমান সুন্দৰ কণ্ঠ,বৰ ভাল লাগিল।হৃদয়স্পশী...