Swardhanjali Song || Nimati Ghat ||Tarun Tanmoy || Akash Nibir ||Tapan Tengakhat || Rishi Boruah
ฝัง
- เผยแพร่เมื่อ 16 ต.ค. 2024
- AC MULTIMEDIA Label Released "Swardhanjali Song/Nimati ghat"
Song - Swardhanjali
Lyrics & Tune - Dinesh Sonowal & Indra Gogoi
Producer - Dinesh Sonowal & Indra Gogoi
Singer - Tarun Tanmoy, Tapan Tengakhat Hazarika, Rishi Baruah, Akash Nibir
Music, Mix & Mastering - Tarun Tanmoy
Flute - Pradip Deka
Violin - Manoj Baruah
Guiter - Koustav Moni Phukan
GFX - Humen Saikia Video
Editor - HemenJyoti Nath Orginal
Video Footage Credits - We are Assamese special thanks Nayanjyoti Baruah
Bahut hundor hoisa o
গাৰ নোম শিয়ঁৰি উঠা এটি গীত 👏👏 নিমাতিঘাটত প্ৰাণ হেৰুৱা সকলোজনলৈ গভীৰ শ্রদ্ধাঞ্জলি জনালোঁ 🙏🏼🙏🏼
Xosai 😢😢
বহুত সুন্দৰ কৈ গানটো ফুটি উঠিছে। অশেষ অশেষ ধন্যবাদ ইমান ধুনীয়া গীত টি ৰাইজৰ মাজত দিয়া বাবে। 🙏🙏 আৰু নিমাতীঘাটৰ সকলো প্ৰান হেৰোৱা লোকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।🙏🙏🙏😭😭
MOJJA VIDEO BRO
গানটু শুনি মোৰ চকি পানি উলাই গল ইমান সুন্দৰ এটা গান বহুত দুখৰ গান মোৰ ফালৰ পৰা নমস্কাৰ জনালো দাদা ।
গাৰ নোম শিয়ঁৰি উঠা এটি গীত 🙏
আকৌ যাতে এনে ঘটনা পুনৰাই নহওক, মাজুলীৰ দুখবোৰ নাইকিয়া হয় তাৰেই কামনা কৰিছো
নিমাতীঘাটত মৃত্যুবৰণ কৰা সকলোজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো🙏🙏🙏
Love from Mangaldai❤❤❤...... শ্রদ্ধা নিবেদন কৰিছো নিমাটিঘাটত প্রাণ হেৰুৱা সকলোলৈ ।।।। Rip Rip Rip
হৃদয় চুই যোৱা গীত,খুব সুন্দৰ হৈছে ❤️ সকলোৰে আত্মাই চিৰশান্তি লাভ কৰক 🙏
মন চুই যোৱা গীত। বহুত সুন্দৰ 💖💖💖
ভাল লাগিলে সছাকৈয়ে সুন্দৰ কৈ সকলো কথা প্ৰকাশ হৈছে গীত টোত মন চুই গল💔😭
ওঁম হৰি
গাৰ নোম সিঁয়ৰি যোৱা সিহৰন কাৰি ..ঘটনাটোলৈ..মনত পৰিলে সচাকৈয়ে বৰ দুখ লাগে...
Tarun Tanmoy 🔥🔥🔥🔥
সঁচাকৈ নাজনো গাৰ নোম থিয় দি উঠিল 🥀❤️
Soulfoul voice ❤️
Bhut dhuniya....song , aru june dislike krise hei Keitak koisu murkho hoi hei keita..,
Mjja bro it's really heart touching
Gar num heore utha gan😢😢😢...... Okol sokulu ulal.😭😭😭.... Bhut bhal hoisi..... 😘 loveu sing......
হৃদয় চুই যোৱা গীত ♥️♥️
Dhuniya hoise
বহুত ধুনিয়া হৈছে।
Bohut dhunia aru ontor sui juwa geet hosai abhiman hoi axohomia buli
Bohut bohut val lagil sai💕💕💞💞
মাজুলীয়ে আজি কান্দিছে.... হেৰৌ ৰজা ঘৰীয়া আৰু কান্দিব নিদিবি.... তহঁতৰ মুখনি লৈকে পৰম আশাৰে চাই আছো দলংখন হব বুলি.... আৰু কান্দিব নিদিবি
Bahut hundor ❤️❤️❤️
বহুত সুন্দৰ হৈছে
Bohut bohut dhuniya hoisa
Val hoise👍👍
Veri nice bohut bohut dukh loga song🙏🙏👍👍
গীতটোৰ ভাষা শুনি গাৰ নোম শিয়ঁৰি উঠিছে। সঁচাকৈয়ে বহুত ভাল হৈছে গীতটোৰ কথা আৰু সুৰ।
Mojjjaaa dada
Dhuniya😘😘😘😘😘
Bohut bohut val lagil huni
Xsai Ki km Bhut Bhut val lagise dada xokl 💓💓😍😍🌹🌹🙏🙏
মাজুলী অসমৰ প্ৰাণ দলং খন অতি সোনকালে বনাই দিবলৈ চৰকাৰক অনুৰোধ জনালোঁ 🙏🙏
Mojja👍👍👍👍👍❤️❤️❤️❤️❤️❤️
Gangu bhal lagil 😘❤️🌺
গানটো না ভাই,,,, শুনিলে,,,,কলিজাত,,,লাগে । অন্তৰ চুই গ'ল। সেই দিনটো ভাবিলে,,,গাৰ,,,নম,,কাটা,,, দি,,উঠে,,,।❤️❤️
Love from lekhapani tinsukia assam
সুন্দৰ হৈছে
Love from dhakuakhana
Mon sui goise,Hosake sokupani ulai goise
Hundor
Gar num hiyori utha git.bohut dukhr gan😭😭 val lagil hur kontho kotha.agbarhi jawk hokolu.🙏🙏🙏
khub hundr 👌👌 Tarun Kokai, Akash Kokai, Rishi Kokai, Tapan Kokai 🥰🥰🥰
Dada bohut Val hoise 🥰🥰🥰🥰😍😍💞💞💞💞💞♥️♥️♥️❤️❤️❣️🥰🥰 Eman mojja gaise 👍👍👍👍
Bor dhuniya lagise ooo
Xundor 🙏🙏🙏
Heart touching song😥😥❤️❤️🙏🙏
dhunia
নিমাতী ঘাটত প্ৰাণ হেৰুৱা সকলক শ্ৰদ্ধাঞ্জলী জনাইছোঁ
Bhut val lagil 🙏🙏🙏🙏🙏
Nice strep..ek Ghar number hiyri otha song
জয় আই অসম সুন্দৰ গান
গানটো হৃদয় চুই যায় অ।
Nice song..... Val lagise
Moja lagil
Kube hundhor hoise.
ধুনীয়া্্্,
ধুনীয়া
সচাকৈ দৈ বুকু চুই গৈছে গানতু
Moja disa
Support from.. Arunachal Pradesh
Dhuniya
মজা,...জয়,আই,অসম
Bhutt mjh song2 ga mn sui jua
mojaa
Bohot bohot sundar lagise
Mon sui jui gol
Bor dhuniya gantu. Hosakoi bor duk loga hai dintu. Apunaluk atai kaijon dadaloi dhoineyobad.
Xundr form majuli
It's really Heart ❤️ touching , lv frm majuli ❤️
Dolong hoboi lagibo ....jaii aii aXOM ..
Hosakoi bhut val lagil geet to
Mojja
Wow heart❤❤ touch song🎵🎵 I love you❤❤❤
Bht dhuniya hoise gaan to ❤️❤️
Xundor xundor❤️❤️
ধূনীয়া লাগিছে
Mozah
Xhundor singing 👌👌👌
So beautiful 😭😭
Love you song 👏👏
Nice song❤🙏
Hosa koe mon sue gol gaan Tu huni ❤
অতি সুন্দৰ
গাৰ নোম শিয়ৰী ওঠা গান হৃদয় চুই গল
সুন্দৰ।জয় আই অসম।
বৰ বেছি ভাল লাগিছে দাদা ❤️♥️💙
এটা এটা শব্দ হৃদয়ৰ চুই গৈছে 😭😭😭😭
সুন্দৰ গীত
মন চুই গল গীতটোৱে
Vakha nai eman hundor geet to..... Kontho hundor
মাজুলী প্ৰানৰো প্ৰাণ অসমীয়াৰ স্বাভিমান ।💓💓💓
Xundor git
Mja
Very nice song 🙏🔥❤️❤️❤️
Bhut val lagise gan2..😢
সুন্দৰ
Nimatit pran heruwa hokoluloike shrodha nibedisu.🙏🙏🙏
Xundor❤