নৱৰাত্ৰি কি? নৱৰাত্ৰি পালন কৰিলে কি ফল পোৱা যায়?

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 พ.ย. 2024

ความคิดเห็น • 42

  • @sanjuktadas3757
    @sanjuktadas3757 3 ปีที่แล้ว

    She is without a doubt, absolutely phenomenonal

  • @henashreebhuyan664
    @henashreebhuyan664 ปีที่แล้ว

    This is too nice

  • @nivabaruah5347
    @nivabaruah5347 3 ปีที่แล้ว

    খুউব ভাল লাগিল।

  • @barnalibarman3166
    @barnalibarman3166 3 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল আপোনাৰ কথা খিনি শুনি।🙏🙏🙏

  • @dibasmitabora3070
    @dibasmitabora3070 3 ปีที่แล้ว +5

    Moi recently baideo k lg paii ahisu khub vl lgille..khub positive hoi...

    • @Bhagyafortunetalk
      @Bhagyafortunetalk 3 ปีที่แล้ว

      Contact no tu dibo niki 🙏🙏🙏🙏

  • @minudas8743
    @minudas8743 3 ปีที่แล้ว

    THANK YOU SO MUCH 🙏🙏 KHUB BHAL LAGIL🌹🌹🌹🌹🌹

  • @akshoyanandsingh3861
    @akshoyanandsingh3861 หลายเดือนก่อน

    কলেজ কেন্তিনত লগৰ ল'ৰা ছোৱালীৰ সৈতে পতা পাতলীয়া কথা বতৰা যেনহে লাগিছে

  • @g.hazarika8914
    @g.hazarika8914 3 ปีที่แล้ว +2

    বহুত ভাল লাগিল

  • @manjudas8530
    @manjudas8530 3 ปีที่แล้ว +2

    Thanks Maam bohut val legile

  • @rupalibordoloi8015
    @rupalibordoloi8015 3 ปีที่แล้ว

    Val lagil apunar pora bohut nojona kotha janilu! 🙏🙏🙏

  • @riyadeka9981
    @riyadeka9981 3 ปีที่แล้ว +1

    বাইদেউ কিবা ধৰ্মীয় কথা আলোচনা কৰিবলৈ হলে অলপ ধীৰে সুস্থিৰে ক'লে শুনিবলৈ ভাল লাগে কিন্তু আপোনাৰ কথা শুনি এনেকুৱা লাগে যেন হাতত সময় নাই ।বেছি খৰকৈ কথা কোৱা বাবে কথাখিনি ভালদৰে সজাই পৰাই কব পৰা নাই ।বেয়া নেপাব ।

  • @nilakhisonowal5032
    @nilakhisonowal5032 3 ปีที่แล้ว +2

    Bohut hundor kotha bhal lagil huni 🙏

  • @meghalidevi186
    @meghalidevi186 3 ปีที่แล้ว +1

    বহুত ভাল লাগিল।

  • @bimansaikia4305
    @bimansaikia4305 3 ปีที่แล้ว +1

    আপোনাৰ দৰে উচ্চ ডিগ্ৰী ধাৰি এগৰাকী জ্যোতিষীয়ে কিয় সত্য কথাতো কবলৈ বেয়া পাইছে ।সচায় জীৱ বলি দিব নাপায়। আমাৰ বেয়া ৰিপু বোৰহে শপত খাই দেবীৰ আগত সেই দিনা ত্যাগ কৰিব লাগে। ত্যাগ কৰা মানে বলি দিয়া । যেনে দৰে কোনো মাতৃয়ে সত পুত্ৰ ৰ অপকাৰ চিন্তা নকৰে । তেনে দৰে দেবীএয়ো নিৰপৰাধী জীৱৰ বলী গ্ৰহণ নকৰে। মহিসা সুৰৰ দৰে অসত হলেয়ে মাতৃয়ে নিজেই মাৰিৱ । আমি নিৰপৰাধী জীৱ বোৰক বিনা দোষত বলি দিব নাপায়।আমি পৰম পৰা ৰাখি পদ পৃষ্ঠ হ'ব নাপায়। আমাৰ আজু ককাই , ক কাই , দেউতা ,নৈ পানী সোধন নকৰাকে খাইছিলে বুলি আমিও কুৰি শতিকাৰ এই বিজ্ঞানৰ জয় জয় ময় ময় যুগতো নৈ পানী শোধন নকৰাকে খামনে ? নিশ্চয় শোধন কৰিএই খাম । তেনেদৰে প্ৰতিটো ভূল চিন্তা আমি শোধন কৰিব হ'ল।

  • @parthanadas2995
    @parthanadas2995 3 ปีที่แล้ว

    Bht vl lagil agoloi u baideo lgt anekuwa video agbohai jabo buli akha rakhilo.

  • @sanaya6dorong794
    @sanaya6dorong794 2 ปีที่แล้ว

    দৰ্শকক পূজাৰ বিধিৰ বিষয় নহয় কিবা আপোনাক নিজৰ মানে আপোনাক লৈ হে interview টো লোৱা দৰে লাগিল । বেয়া নাপাব বাইদেউ কথাষাৰ কোৱাৰ বাবে কিন্তু যিহেতু আপুনি এক ধৰ্মীয় পূজাৰ বিষয় অৱগত কৰিব গৈছে গতিকে অকল সেই বিষয় তোক লৈহে কব লাগিছিল আৰু অলপ ধিৰে স্থিৰে মই ভাবো ।

  • @jayashrimahanta5988
    @jayashrimahanta5988 3 ปีที่แล้ว +1

    Xsakoi baideuk bht val lage...

  • @kanajnath3576
    @kanajnath3576 3 ปีที่แล้ว +4

    Bohut val.

  • @rajibrajkonwar6018
    @rajibrajkonwar6018 3 ปีที่แล้ว +2

    Bohut bhal lagil 🙏🙏

  • @kabitachetia8660
    @kabitachetia8660 3 ปีที่แล้ว +1

    আপোনাক বৰ লগ পাব মন মেম।

  • @ratulrishi
    @ratulrishi 2 ปีที่แล้ว

    Tekhetor contact number tu dile val asil consult koriboloi

  • @fistiphukan8498
    @fistiphukan8498 3 ปีที่แล้ว

    Muk baideur no to lgisil moi bor bipodot porisu blg upai eku bisari pua nai baideur lgt kotha potar bahire.. Dibo paribo niki baru sakrapani da

  • @gouridaimary4940
    @gouridaimary4940 3 ปีที่แล้ว +1

    ❤️

  • @pompibarman6127
    @pompibarman6127 3 ปีที่แล้ว +1

    nice ba...

  • @jintibaishya7251
    @jintibaishya7251 3 ปีที่แล้ว +1

    Bahut val lagil

  • @ramensharma54
    @ramensharma54 3 ปีที่แล้ว +1

    Nice

  • @mrinmoymunmichannel8115
    @mrinmoymunmichannel8115 3 ปีที่แล้ว

    ঘট পতা নিয়ম জনাব বাইদেউ।

  • @milanray3916
    @milanray3916 3 ปีที่แล้ว +1

    Val lakse dada

  • @manashibhuyan5337
    @manashibhuyan5337 3 ปีที่แล้ว

    val lagil

  • @roya1861
    @roya1861 ปีที่แล้ว

    এটা
    কোন ভাষা

  • @barnalidarlolove8289
    @barnalidarlolove8289 3 ปีที่แล้ว +2

    Thank you Mam.....Aaponr kothakhini bahut Val lagil🙏🙏🙏

  • @minanath9975
    @minanath9975 3 ปีที่แล้ว

    Baideuk kot log paam baru...

  • @Ivan__935
    @Ivan__935 3 ปีที่แล้ว

    Baidau k log kribo bhut mon ase

  • @1mikon
    @1mikon 3 ปีที่แล้ว

    This is scary.

  • @pranjithazarika4567
    @pranjithazarika4567 3 ปีที่แล้ว

    Baar no tu dibonki