Gaurav Gogoi VS Pabitra Margherita | এইবাৰ 'CAA' ক লৈ সমুখ সমৰত গৌৰৱ গগৈ-পবিত্ৰ মাৰ্ঘেৰিটা | N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024
  • Gaurav Gogoi VS Pabitra Margherita | এইবাৰ 'CAA' ক লৈ সমুখ সমৰত গৌৰৱ গগৈ-পবিত্ৰ মাৰ্ঘেৰিটা | N18V
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #gauravgogoi #pabitramargherita #caa
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 157

  • @dibyagogoi7823
    @dibyagogoi7823 หลายเดือนก่อน +82

    গৌৰৱ গগৈয়ে মাৰিছিল নেকি?বিজেপিৰ আধাৰু মন্ত্ৰীহে তুমি।লাজ লগা নাই ইলেকচনৰ ভোটত জয় লাভ নোহোৱাকৈ, কাৰোবাৰ দিয়াৰ পাত্ৰ হৈ মন্ত্ৰী হবলৈ।

    • @pankajnath4106
      @pankajnath4106 หลายเดือนก่อน +1

      বাপেৰৰ মূৰাটো কেলা কংগ্ৰেছৰ শাসনত ৮৫৫ জন শ্বহীদ হোৱা নাছিল নেকি

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih หลายเดือนก่อน

      @@pankajnath4106 855 swahidor tejere axom sukti hoisil kintu bjp a bidexi bongalir babe caa bolobot korile

    • @thedevogramstory7483
      @thedevogramstory7483 หลายเดือนก่อน

      Haha hai congress tmr mamai asila...aru andulon hua timet mona mona assu ari assu sob details di disila...@@pankajnath4106

    • @kumudbaruah2001
      @kumudbaruah2001 หลายเดือนก่อน +1

      মহামূৰ্খ।

    • @thedevogramstory7483
      @thedevogramstory7483 หลายเดือนก่อน

      @@pankajnath4106 haha hero murkho ata ktha ko muk axomiya krbt mla hua dakhiso axomr bahirt... Kintu marwari aji mla hol aru minister hol... Axomiya nasila na mla ja minister hba pora... Alp murto use kor... Nhla gubar di vori jaba

  • @user-xq6bn4rh8s
    @user-xq6bn4rh8s หลายเดือนก่อน +34

    উপাধী লিখিবলৈ লাজ কৰা ,টো কিহৰ আহোম ।

  • @robinsaikia4450
    @robinsaikia4450 หลายเดือนก่อน +20

    মাৰ্ঘেৰিটা দাঙৰীয়া, আপোনাক ৰাইজে আগবঢ়োৱা সাংসদ নহয়। গৌৰব গগৈৰ লগত আপুনি ফেৰ মাৰিব নোৱাৰি ব ।

  • @Aditygogoi123
    @Aditygogoi123 หลายเดือนก่อน +44

    পাৰ্থক্য এটাই,,, উপাধি লিখিবলৈ লাজ কৰা টোৱে নিজৰ আৰু পৰিয়ালৰ সুবিধা বিচাৰি ৰাজনীতিলৈ আহিছে,,, আৰু আমাৰ সকলোৰে মৰমৰ গৌৰব গগৈ ডাঙৰীয়াই বিদেশৰ পৰা ঘূৰি আহি ৰাইজৰ সেৱা কৰিবলৈ আহিছে,,,, গতিকে কথা চহকী কথায়ে কৈ থাক,,,, নিজকে গৌৰবৰ লগত তুলনা কৰিবলৈ নেযাবি,,,

  • @binoykalita7597
    @binoykalita7597 หลายเดือนก่อน +41

    পবিত্ৰ বোলাটোৱে কি বলিয়া বকিছে।কা আইনক মানি লোৱা সেই নেতানামৰ,,,,,বোৰ অসমীয়া হব নোৱাৰে।

    • @binoddutta4714
      @binoddutta4714 หลายเดือนก่อน +2

      এইজনে পঞ্চায়তৰ নিৰ্বাচন জিকিব নোৱাৰে
      আনৰ কৃপাত আৰু নিজৰ যোগ্যতাৰ ভিত্তিত জিকা গৌৰৱ গগৈৰ লগত আকাশ পাতালৰ পাৰ্থক্য আছে।

  • @paragjyotihazarika6218
    @paragjyotihazarika6218 หลายเดือนก่อน +16

    ঘৈনীৰ থ'প্ৰা দেখাই মন্ত্রীত্ব পোৱা জনৰ মুখত গৌৰব ৰ লগত তক্কৰ দিলে শুভা নাপায়।

  • @handbim51
    @handbim51 หลายเดือนก่อน +21

    তুমি ওপৰতে সকলো পাই বৰ বৰ কথা কেনেকৈ কব পাৰিছা। এটা নিৰ্বাচনত জিকি দেখুৱা চোন।

  • @Hun123pmmp73
    @Hun123pmmp73 หลายเดือนก่อน +30

    কংগ্রেছৰ বুৰঞ্জী কবলৈ গৈ directly হিমন্ত ক তেওঁৰেই দলৰ মানুহ মুখত টাঙোন মাৰিছে।।। নেতাসকলে সমস্যা িবলাক সমাধান কৰাত গুৰুত্ব দিয়ক।।। ইজনে সিজনক দুখ দিয়া স্বভাব আতৰাব হল

  • @RojoniProvaBoruah
    @RojoniProvaBoruah หลายเดือนก่อน +7

    855 জন ছহিদ কংগ্ৰেছে মৰা নাছিল।এই নাটক ৰচিছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ কোম্পানীয়ে।
    অসম আন্দোলনৰ সময়ত যিমান অসমৰ বস্তু ধ্বংস হ'ল চৰকাৰে ব্যৱস্থা ল'ব লাগিব।যদি কংগ্ৰেছ জগৰীয়া তেতিয়া হ'লে সৰ্বানন্দ সোণোৱালও জগৰীয়া। কাৰণ আইন শৃংখলা দোহাই দি তেওঁ ও পাঁচ জনক সত্যা কৰোৱালে।

  • @bakulboruah2026
    @bakulboruah2026 หลายเดือนก่อน +9

    নিজৰ উপাধি লিখিবলৈ লাজ কৰা জনে কিহৰ গৌৰৱ গগৈৰ কথা কব আহে অ'

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff หลายเดือนก่อน +8

    নিজৰ উপাধি লাজ কৰা ।

  • @bkdthsolution9550
    @bkdthsolution9550 หลายเดือนก่อน +8

    No Caa

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 หลายเดือนก่อน +8

    We hate the CAA supporters . Margherita is elected by BJP MLAs only, not
    by the common Assamese voters.

  • @charitradowarahcharitradow106
    @charitradowarahcharitradow106 หลายเดือนก่อน +12

    pribitra real Ahom hoi na nohoi

  • @user-rj4si1bl3j
    @user-rj4si1bl3j หลายเดือนก่อน +6

    এইসকলে কি ইতিহাস জানে? ফাকি ফুটাৰে চলি আছে আৰু।

  • @birajdutta5405
    @birajdutta5405 หลายเดือนก่อน +5

    Congress r pora ahi BJP t join Kori dilei manuh Nika hoi jai niki😂😂😂

  • @tribantrkachari225
    @tribantrkachari225 หลายเดือนก่อน +12

    Pobitro ktha huniboi mon najai o.

  • @Dilipmandal-k2f
    @Dilipmandal-k2f หลายเดือนก่อน +13

    B. J. P. Gobik

  • @jayaborah2926
    @jayaborah2926 หลายเดือนก่อน +7

    ১৯৭৯ চনৰপৰা ১৯৮৩ চনলৈ কে উক্ত সময়ছোৱাত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল। তেতিয়া অসমত লাঠি, গুলী, চি আৰ পিৰ শাসন চলিছিল, মই যিহেতু সৰু আছিলো কিন্তু কথাবোৰ মনত আছে।

  • @nripenrajbongshi1534
    @nripenrajbongshi1534 หลายเดือนก่อน +8

    Diganta da upor loi thu pelale nijor mukht laj lga ni teneke kobo agt kon party t asil

  • @baharulali839
    @baharulali839 หลายเดือนก่อน +9

    Keset bepari

  • @pranabkhakhalary539
    @pranabkhakhalary539 หลายเดือนก่อน +7

    কেছেট গগৈ

  • @user-ss8op9cj5o
    @user-ss8op9cj5o หลายเดือนก่อน +8

    Gaurav gogoi jindabad

  • @nobinchandra3648
    @nobinchandra3648 หลายเดือนก่อน +3

    Who said what is not a matter. The main issue remain the same - CAA is accepted by Assam govt. and it is not acceptable - no pure Assamese can accept it.

  • @nripenborgohain201
    @nripenborgohain201 28 วันที่ผ่านมา

    পবিত্ৰ মাঘেৰিটা এজন নাটকীয় নেতা ; বসন্ত কলিতা হ’ল সিয়নিত থকা ওকণি ৷ গৌৰৱ হ’ল অসমৰ সুযোগ্য অসাধাৰণ জনতাৰ শক্তি ৷

  • @puspadhardowarah1932
    @puspadhardowarah1932 23 วันที่ผ่านมา

    আমি কোনো কালেই মাৰ্ঘেৰিটা উপাধিধাৰী লোক জনক কোনো কালেই আহোমে সমৰ্থন নকৰে!!৮৫৫জন হত্যা কৰা অপৰাধী বোৰ বৰ্তমান বিজেপি আৰু কংগ্ৰেছ কৰা নেতাবোৰৰ উপৰি পুৰুষেই আছিল।মোৰ দৰে মাথা থকা মানুহৰ আগত কোনো"সাৰি যাব নোৱাৰে। অপৰাধী কিছুমান সেয়ে কংগ্ৰেছ এৰি বিজেপিলৈ গল।মই নালাগে বহু মাথা থকা ব্যক্তিয়ে সকলোকে নিৰীক্ষণ কৰি আছে;বান্দৰ"হতৰ খবৰেই নাই।মইয়ো তেতিয়া আন্দোলনৰ এজন তৃণমূল পৰ্যায়ৰ কৰ্মীয়েই আছিলো।এইবোৰ মোক শিকাব"নালাগে।কংগ্ৰেছক বদনাম দিলেই বিজেপি সাৰি নাযায়! ৰাইজ ইমান অকৰা নহয়!ফটুৱা কথা কৈ ৰাইজক পতিয়ন নিয়াব!বাংলা দেশীক ২০১৪ চনলৈকে কোনে বৰ"পীৰা পাৰি দিলে ৰাইজে জানে!ইয়াৰ"বাবে বিজেপি অগপ কোনো সাৰি যাব নোৱাৰে।মাৰ্ঘেৰিটা যে এজন মথুৰা ৰজাৰ দৰে নপতা ফুকন সেইষাৰ কথা মনলৈ আহেনে বাৰু?ৰাইজে ভোট দি জিকোৱা জনৰহে মান্যতা আছে;নপতা ফুকনৰ কি সন্মান আছে! টকাৰ বলত জিকাটো কোনো গৌৱবৰ কথা নহয়;মুখৰ কথাৰে জিকাটোহে গৌৰৱৰ বিষয়। গৌৰৱ;ৰকিবুল ও প্ৰদ্যুতে টকা দি জিকা নাই ভাল"মানুহ"বাবেহে জিকিছে।

  • @JkTree-xl9dw
    @JkTree-xl9dw หลายเดือนก่อน +2

    বি জে পি দলৰ নেতাই অসম আন্দোলনৰ শ্বহীদৰ নাম লৈ নিববাচন সময়ত শ্বহীদৰ নাম নলবলৈ অনুৰুদ অসম আন্দোলনৰ শ্বহীদৰ নাম লৈদূখ নিদিব বি জে পি চৰকাৰে কি কৰিলে বি জে পি চৰকাৰ থাকি কৰ্ম স্ংস্তাপন দিব নোৱাৰা বি জে পি চৰকাৰ নাম লোৱা উচিত হোৱা নাই।

  • @pgoswami5378
    @pgoswami5378 หลายเดือนก่อน

    আচলতে শক্তিশালী আঞ্চলিক চৰকাৰ এখনহে অসমত জৰুৰী
    হৈ পৰিছে,সেইবুলি ভয়পাদুৰা আৰু ধ্বজাধাৰী আঞ্চলিক চৰকাৰ হলে
    কাম নহব। কংগ্ৰেছৰো সিদ্ধান্ত সমূহ
    হাইকামাণ্ডৰ ওপৰত নিৰ্ভৰশীল বুলি
    ৰাইজে দেখিছে। বিজেপিৰতো কথাই বেলেগ।দিল্লীৰ ভয়ত যি কৰিব কয় তাতেই হয় হুজুৰ কৰে।
    সেই বুলি আকৌ অগপৰ কথাটো
    ইয়াত নধৰাই ভাল।শক্তিশালী নহয়।

  • @user-rj4si1bl3j
    @user-rj4si1bl3j หลายเดือนก่อน +2

    গৌৰব গগৈ বিদেশত পঢ়াৰ পিছত আৰু বিদেশত থকাৰ পাছতো,গৌৰব গগৈ,গৌৰব হয়েই থাকিল..।কিন্ত আমাৰ প্ৰবিত্ৰ দাদা হে মাঘেৰিটা হল। লম্ফ জম্ফ কৰি লাভ নাই, আপোনাৰ বিভাগৰ কাম বিলাক এবাৰ আমাৰ অসমত কি হৈয় আছে এবাৰ ভালকে চাব। ভাল কাম কৰিলে এনেও ভাল স্বীকৃতি পাবই ।

  • @Dipmaya-neog
    @Dipmaya-neog หลายเดือนก่อน +4

    Gaurav gogoi jindabad❤

  • @babamovie7923
    @babamovie7923 หลายเดือนก่อน +5

    Where is aasu?

  • @JunakiPradhan-db8kt
    @JunakiPradhan-db8kt หลายเดือนก่อน +3

    855 jon sahidar karone axom sukti pale bjp ye mora 5 jonor karone ki dile

  • @shivamsarmah6174
    @shivamsarmah6174 หลายเดือนก่อน

    সেই সময়ত আপোনাৰ চৰকাৰ থাকিলে কি কৰিলেহেতেন।গুপ্ত হত্যা কৰা এজিপিৰ লগত মিত্ৰতা কৰি চৰকাৰ কৰিছে আপোনালোকে।দিশপুৰত দিন দুপৰতে মানুহ জলি মৰিব লগা পৰিস্থিতি কৰিছিল।আমি জনতাই বাবে বিজেপি কংগ্ৰেছ বুলি নহয় সকলো দলকে বোকা চতিওৱা ৰাজনীতি পৰিহাৰ কৰি অসমৰ ভবিষ্যত ৰ কথা চিন্তা কৰক।নহলে সময়ে কাকো ৰেহাই নিদিয়ে।সেই ইতিহাস আপোনালোক সকলো ৰাজনীতি ৰ নেতাই অধ্যয়ন কৰক।

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k หลายเดือนก่อน

    Margherita is laluksola but gourab is Lachit

  • @jibongogoi6940
    @jibongogoi6940 หลายเดือนก่อน

    গৌৰব গগৈ জিন্দাবাদ l
    পবিত্ৰ মুৰ্দাবাদ l

  • @priyalataphukan4619
    @priyalataphukan4619 26 วันที่ผ่านมา

    এইটো গৌৰৱক ভালকে দিয়ক ৰ্মাঘেৰিটা চাৰ

  • @drtsi
    @drtsi หลายเดือนก่อน

    Pabitra Margherita is a good servant of Himanta Biswa Sarma.... like pijush and Jayanta Malla.......

  • @subhashsut2215
    @subhashsut2215 หลายเดือนก่อน

    তোমাৰ লাজ লাগিব লাগে মাৰ্ঘেৰিটাৰ ইমান সাহস কঙগেছ গালি পাৰিবলৈ ‌।কালি খনতেকিয়া মন্ত্ৰী এটা পাই অহঙকাৰে ‌মুৰত ধৰিছে চিএমৰ নেগুৰত‌‌ ধৰা মাৰ্ঘেৰিটাৰ ।

  • @rajjakali2589
    @rajjakali2589 หลายเดือนก่อน

    গৌৰবৰ লগত দুই ভেৰা ৰখীয়া ৰ কথা আমি কিয় শুনিম!!

  • @jayadass2681
    @jayadass2681 19 วันที่ผ่านมา

    হেৰি প্ৰভু বি জি পিতদেখুন কংগ্ৰেছৰ মানুহ বেছি আছেহে।

  • @atulkarmakar4576
    @atulkarmakar4576 หลายเดือนก่อน +1

    Right

  • @banjitchangmai4047
    @banjitchangmai4047 หลายเดือนก่อน +1

    নিজৰ ঘৰ মাটি সম্পত্তি বনাব কাৰণে অসমৰ মানুহে ৰাজনীতি কৰে

  • @mainiburagohain8275
    @mainiburagohain8275 25 วันที่ผ่านมา

    আপোনাহে লাজ নাইযেন লাগিছে কলিতা মাঘে

  • @drtsi
    @drtsi หลายเดือนก่อน

    We hate CAA supporters.... Pabitra Margherita is not really Ahom.....He is not compare with Gaurav Gogoi.....

  • @jaandas8693
    @jaandas8693 หลายเดือนก่อน

    পাৱত গজা 😂 বিজেপি পুকৰত ধৰি আগবাঢ়ি যোৱা মানুহ। নিজৰ উপাধি লবলৈ লাজ কৰা মানুহ ৰ মুখেই নাচাও।

  • @jadavgogoi944
    @jadavgogoi944 26 วันที่ผ่านมา

    তোমালোকে (পবিত্ৰ হঁতে) "কা" আনি আন্দোলনকাৰীক হত্যা কৰা নাছিলানে? তোমালোকৰ লাজ লাগে নে নালাগে?

  • @user-ne8jf2rg3k
    @user-ne8jf2rg3k หลายเดือนก่อน

    😂😂 Mama I manuh val puhise..
    Duijone khaw khaw kei ase..
    Support Gaurav Gogoi

  • @Mrinal316
    @Mrinal316 หลายเดือนก่อน +1

    Gaurav gogoi Ali Khan 😂😂😂

  • @bharatisaikia1388
    @bharatisaikia1388 หลายเดือนก่อน

    এইটো ৱে ইলেকচন খেলিলে এটাও ভুট নাপায়। ইতিহাস খুছৰিলে মামা চাচা সকলোৱে পৰিব

  • @manishankardas4118
    @manishankardas4118 หลายเดือนก่อน

    Ai dujon MLA history bohut janey jen lagicey

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 21 วันที่ผ่านมา

    Gourav Gogoi zindabad

  • @user-qo8vh5hg1j
    @user-qo8vh5hg1j หลายเดือนก่อน

    Gaurav
    Gogoi
    Zindabad

  • @jatinbaishha3540
    @jatinbaishha3540 หลายเดือนก่อน

    ফুল কুমলীয়া৫ জনক হত্যা কৰিলা আপুনি কি কৰিলা তাৰে উত্তৰ দিয়া।

  • @khogenborah8276
    @khogenborah8276 หลายเดือนก่อน

    Long live Gaurav Gogoi ! May GOD bless him !

  • @tankaff4754
    @tankaff4754 24 วันที่ผ่านมา

    হাতী পকৰত তৰা ফৰমুথী মাৰি লাভ নাই😊

  • @banjitchangmai4047
    @banjitchangmai4047 หลายเดือนก่อน

    Caa বাগছা কাৰণে বেয়া আৰু নলবাৰী কাৰণে ভাল্ কোনোবাই বুজাই দিব নি,, দুয়োখন লাগি আছে জিলা,, কি কাৰণে নলবাৰী কাৰণে ভাল্ আৰু বাগছা কাৰণে বেয়া হল,,কোনে বুজাই দিব

  • @TithoBoro
    @TithoBoro หลายเดือนก่อน +1

    AGP k Questions kora pabitra dangoria 855 jon Sahid kori ajiloi ki Kori ase, 83 apuni akebare kharu lodra,83 kotha asom r manuh aru nukhune?

  • @minahazarika7578
    @minahazarika7578 หลายเดือนก่อน

    গৌৰৱৰ যোগ্যনহয় প্ৰবিত তই কোন

  • @kaushiksaikia4179
    @kaushiksaikia4179 หลายเดือนก่อน

    Namak haram, আই অসমী়ৰ আৱৰণ আঁতৰাই, বিদেশীক‌ চৰণীয়া পথাৰৰ দলাল হৈছে।

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i หลายเดือนก่อน +1

    Baloru tur kotha namanu caa amak lagi oi.

  • @kornokumardoley1514
    @kornokumardoley1514 หลายเดือนก่อน

    Only gourav❤❤❤

  • @flowerhouse504
    @flowerhouse504 หลายเดือนก่อน

    Gourab gogoi VS prabitra margherita.
    Jodi election hoi . Kon jone joi lav koribo buli vabe no baru ?

  • @paporigogoi8980
    @paporigogoi8980 หลายเดือนก่อน

    তই দালাল নিবাচন খেলি দেখা উজনিত BJP কাম নাই CAA নেমানু বুলি কৈ দেখা

  • @ravendas8417
    @ravendas8417 หลายเดือนก่อน

    Pabitra Margherita jatidrahi hoy,

  • @sauravdutta3223
    @sauravdutta3223 หลายเดือนก่อน

    Ai Prabitra Bulatur kotha hunile gom pai je TAR MUROT MAAL NAI. Powerot tohotie Aso. Gaurav Gogoik gali pari aso kio? Belegok insult koratu Himanta aru tar Pukor dhua keitar mulmantra. Gaurav Gogoi is in the heart of Assamese people.

  • @rupdutta3305
    @rupdutta3305 หลายเดือนก่อน

    Apunaluke History Jane karone CAA implement korile nki?

  • @rupdutta3305
    @rupdutta3305 หลายเดือนก่อน

    Pobitra Margherita tumi ki axomiya nohoi nki??? Gaurav a kole nuhunu...Lurin a kole hunim...Akhil a kole hunim...tumi prothome tumar monor kotha tu Huna bhalke...jodi tez atiya u letera huwa nai ..tar pisot dangor dagor dialog mariba...

  • @user-kg7xr7nf2h
    @user-kg7xr7nf2h 26 วันที่ผ่านมา

    Maghrita. Apuni. Central. Minister. Hoi. Asomar. Babe. Kam kari. Dekhuaok. Asomat .. Badhabar kajia. Bad Diok. Thank You

  • @user-tt2kt9eo5z
    @user-tt2kt9eo5z หลายเดือนก่อน

    Congressa karilei jBjpa Kariba neki

  • @TaraliMedhi-f3l
    @TaraliMedhi-f3l หลายเดือนก่อน

    Angoli murot goni hekh kribo nuara ex Congress jibure BJP minister hoi ase teulyke ki aibur huni laj npai? BJP a ticket ndile ulai ahibo aihokole.

  • @Real12976
    @Real12976 หลายเดือนก่อน

    Congress or ketha kombol pua keitai sioriboi congress or karone😂😂😂😂😂

  • @user-tt2kt9eo5z
    @user-tt2kt9eo5z หลายเดือนก่อน

    Pabitra Mane Apabitra ,Assomr

  • @LakhiKalita-cd9ei
    @LakhiKalita-cd9ei หลายเดือนก่อน +1

    Gourabgogoiisproudofassam.

  • @TulendraSaikia-tj1hn
    @TulendraSaikia-tj1hn หลายเดือนก่อน

    গৌৰৱ গ গৈ পাৰ্টিয়ে মাৰিছিল860 জন শ্বহীদক,অসমৰ ৰাইজে পাহৰা নাই।

  • @imranhussain8512
    @imranhussain8512 หลายเดือนก่อน

    Margheritai election nekhelakoi kotha kob laj kra nai nk ?

  • @indranidas7027
    @indranidas7027 หลายเดือนก่อน

    Gaurav Gogoi k beakoi kobole mon jaine? Gaurav Gogoi jindabad

  • @user-kt7ju1ng5g
    @user-kt7ju1ng5g 20 วันที่ผ่านมา

    Probitto,Margherita bula Jon ward sambar Hwa ou goygo ni o ai jon

  • @upengogoi1092
    @upengogoi1092 หลายเดือนก่อน

    Pabitra, apunar c m dhekun heitu dhalore member achil. Pahorile. Aru baki hokalor katha nakou.

  • @nirensaikia7017
    @nirensaikia7017 หลายเดือนก่อน

    Both Congress and bjp are almost same in their ideology in respect of foreigners issue in Assam. Mindbogling matter is that, how the regional party-AGP, AJP, Raijor dal has been supporting the both nationalist pary with the expectations that they will resolve the foreigners issue as desired by indigenous people of Assam. Only a government of regional party at least for a period of 50 years, can be expected to be provide political and cultural safeguard to the ill fated indigenous people of Assam. It is high time to unit all regional party of Assam to fight for legal right of indigenous people, to save their language, cultural and right on land and natural resources.

  • @RahulPegu-cx1kj
    @RahulPegu-cx1kj หลายเดือนก่อน

    Himanta mama CM Congress number no1 leader

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr หลายเดือนก่อน

    CCA namanu de

  • @bikramsri6127
    @bikramsri6127 หลายเดือนก่อน

    Cam nai bjp

  • @ArunaKachari-x1x
    @ArunaKachari-x1x หลายเดือนก่อน

    পবিত্ৰ এটা মৃ 😂

  • @MaryBora-yl5ub
    @MaryBora-yl5ub หลายเดือนก่อน

    Toi GAURAV ok point out korar shahosh kot pali aee, impure Margherita or whatsoever!?Toi oti hunkale potonot jabih!!

  • @MilanBordoloi-ss7wr
    @MilanBordoloi-ss7wr หลายเดือนก่อน

    26 gam pabi

  • @abhilekhR1
    @abhilekhR1 หลายเดือนก่อน

    Pahori gol natun congressi natun pani natun mash

  • @kamalkalita338
    @kamalkalita338 หลายเดือนก่อน

    পবিত্ৰ মাঘ্ৰেৰিতা আপুনি অসমীয়া ৰাইজৰ শত্ৰউ অসমৰ খতিকাৰক সেয়েহে পাছ জন অসমীয়া ডেকাক গুলীয়াই হত্যা কৰিলে আপোনালোকে আৰু ভাৰত স্বাধীন‌‌‌ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গোলাম কৰিছিলে ভাৰত স্বাধীন হোৱাতো বিচৰা নাছিলে সেয়েহে কংগ্ৰেছৰ কৰ্মীক ব্ৰিটিছৰ ওচৰত ধৰাই দিছিলে আপোনালোকৰ বাবেই বহু ভাৰতীয় শ্বহীদ হৱ লগা হৈছিল আপোনালোক ধুৱা তুলখীৰ পট নহয় জনা ভাল

  • @Teron1346
    @Teron1346 หลายเดือนก่อน

    Pobitra tumi Huna nuhuna heitu tumar nijor bektigoto kotha

  • @user-oo6sr4nc6b
    @user-oo6sr4nc6b หลายเดือนก่อน

    Bjp go back

  • @HemantaNath-yf9ce
    @HemantaNath-yf9ce หลายเดือนก่อน

    Bjp asil Kone marile caa aani

  • @yogeshassam2825
    @yogeshassam2825 หลายเดือนก่อน

    Iyar kela naam tu kune dise Pobitro, kela e ek nmbr Opobitro.... ...ti pati d kine Mantri hoise laaz napai neki.

  • @SurujBordoloi-vl9cf
    @SurujBordoloi-vl9cf หลายเดือนก่อน

    Pobot goja Apuni .

  • @user-fo2gl9hi6m
    @user-fo2gl9hi6m หลายเดือนก่อน

    Probitra Dalale Tur Kam Nai

  • @NRJ19888
    @NRJ19888 หลายเดือนก่อน

    Without election t padobi pai laz nalage neki bor bor kotha koboloi......? election kheli jiki suana eijon opobitratu

  • @AS21VlogS420
    @AS21VlogS420 หลายเดือนก่อน

    Diganta বেছি জানে ?

  • @bornali995
    @bornali995 หลายเดือนก่อน

    Moitu eyar mattuwe hunibo nuwaro. Videotu puse kori comment korisu

  • @TithoBoro
    @TithoBoro หลายเดือนก่อน

    Pabitra ami atiya 83 kotha hunar khamoi nai aru nukhuno, atiya asom r development planing ki ase planing kora,

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv หลายเดือนก่อน

    Ki j fotuwa kotha koy junbair director dadai

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k หลายเดือนก่อน

    Gaurav Gogoi is one of the best political leader of Assam. No use of beating around the bush

  • @Gopalroy-nw4ez
    @Gopalroy-nw4ez หลายเดือนก่อน

    Margherita sir anhankari