উজনি-নামনি বিতৰ্কক লৈ মুখ খুলিলে বিধায়ক মৃণাল শইকীয়াই

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024
  • উজনি-নামনি বিতৰ্কক লৈ ষড়যন্ত্ৰ নকৰিব! সকীয়াই দিলে বিধায়ক মৃণাল শইকীয়াই। গৌৰৱ গগৈ সন্দৰ্ভত হোৱা বিতৰ্ক তল পেলাবলৈ এচামে এইদৰে উঠি-পৰি লাগিছে বুলি মন্তব্য বিজেপি বিধায়কগৰাকীৰ।
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

ความคิดเห็น • 185

  • @utpalgogoi7199
    @utpalgogoi7199 2 หลายเดือนก่อน +43

    মৃণাল দা বাদ দিয়ক হেই হুপা ডলাৰ বগৰী কথা।আপুনি নিজৰ মতত অটল থাকক।

  • @kp23456
    @kp23456 2 หลายเดือนก่อน +23

    সঁচা কথা ক'লে লাজ পায় কিছুমানে

  • @horeshkonwar8063
    @horeshkonwar8063 2 หลายเดือนก่อน +7

    মৃণাল শইকীয়া সঁচায়ে আপুনি সঁচা মানুহ । ধন্যবাদ ।

  • @debagogoi4422
    @debagogoi4422 2 หลายเดือนก่อน +20

    100%সঁচা কৈছে

  • @DulumaniBaishya-tz4hm
    @DulumaniBaishya-tz4hm 2 หลายเดือนก่อน +1

    মদৰ নিচাত কি কৈছিলি মনত নাই নামনি অসমক কিয় ইমান ঠাট্টা কৰি
    কথা কোৱা

  • @butuali-bd8yq
    @butuali-bd8yq 2 หลายเดือนก่อน +7

    মই কোনো দলৰে সমৰ্থক নহওঁ, তথাপিও আপোনাৰ দৰে স্পষ্টবাদী নেতাক সমৰ্থন কৰিছোঁ

  • @surajitphukan3662
    @surajitphukan3662 2 หลายเดือนก่อน +21

    Tension নলব আমি আছো আপোনাৰ লগত ।

  • @ddas4452
    @ddas4452 2 หลายเดือนก่อน +6

    এটা কথা আপোনাৰ কোন দল নেথাকিলেও আপুনি বিধায়ক হব পাৰিব।যিহেতু আপোনাৰ আদশ লৈ বহুত ভাল পায়।

  • @devakantaborah2973
    @devakantaborah2973 2 หลายเดือนก่อน +18

    আপুনি একো মিছা কথা কোৱা নাই দাদা।

  • @user-el6rb5nw7k
    @user-el6rb5nw7k 2 หลายเดือนก่อน +5

    মৃণালৰ বিবেকেৰে কোৱা বক্তব্যখিনি গহণযোগ্য হোৱাটো বিছাৰোঁ।শত্ৰুভাৱ কম বিবেচকে সূচনা কৰে।

  • @gangaramphukan9484
    @gangaramphukan9484 2 หลายเดือนก่อน

    You are right, M. Saikia.

  • @Rubulgogoi209
    @Rubulgogoi209 2 หลายเดือนก่อน +10

    মৃণাল দা আপুনি প্ৰকৃত সত্য উদঙাই দিয়াৰ বাবে কিছুমানে বেয়া পাইছে । অসম উজনি অসমৰ বাবে চলি আছে । কোনোবাই বেয়া পাই লাভ নাই ।

    • @abhijitbarman5730
      @abhijitbarman5730 2 หลายเดือนก่อน +1

      Tmi guwahtit nahiba babu ... Karon guwahti khon amar lowar assamor hoi ..... Tmi kimn din naha koi silibo para saw

    • @kangkankalita7958
      @kangkankalita7958 2 หลายเดือนก่อน

      Bl moi ghy r pora xai fla 3 4 bar he goi paisu ru aji 6 bsr jaua a ni ru jabo logao hua ni but mur logr private kam kora jorhat dibrugarh r bohut lora ajio ghy a asa. Ru sangsari t asa.

    • @ranjankrray8275
      @ranjankrray8275 2 หลายเดือนก่อน

      কেতিয়াবা অসম খন ভালদৰে ঘূৰিবো
      অকল নিজৰ জাগাত থাকি চিঞৰিবো নেলাগে /অসম খনক উজনি অসমে চলাই আছে বুলি মৃনাল শকাইৰ দৰে ভাষা use নকৰিবো
      নামনি অসম খন ভালদৰে ঘূৰি ফুৰিব এবাৰ
      মাটি খানদি তুমি তেল বিত্ৰী কৰিবো নোৱাৰাতো

    • @gogoiaxomia1426
      @gogoiaxomia1426 2 หลายเดือนก่อน +1

      ​@@abhijitbarman5730Bhai ghy nujuakeu manuh solibo paribo anakua kunu specific things nai je moi ghy jaboi lgibo except Airport & IIT

    • @deltawarriors940
      @deltawarriors940 2 หลายเดือนก่อน

      Bal ..road and train transport bondho kori dile.. ujonit posi moribi..

  • @ranjangoswami4412
    @ranjangoswami4412 2 หลายเดือนก่อน +1

    আপুনি ইমান শান্ত কিন্তু গুৱাহাটী নাহিব !
    প্ৰাইড আছে ন !!!!!

    • @AbinashRoy-fw4xr
      @AbinashRoy-fw4xr 2 หลายเดือนก่อน

      Umm right guwahati ahibo nalage ihote...

  • @harikantadas5338
    @harikantadas5338 2 หลายเดือนก่อน +7

    নিজৰ ঠাইক লৈ গৌৰৱ কৰিব লাগে কিন্ত আনৰ ঠাইৰ প্ৰতি হীন দেখুৱাব নালাগে

  • @pranabbaruah6494
    @pranabbaruah6494 2 หลายเดือนก่อน

    Right katha koise

  • @bipalbora2027
    @bipalbora2027 2 หลายเดือนก่อน

    Real man❤

  • @DILIPBORI-ck8mu
    @DILIPBORI-ck8mu 2 หลายเดือนก่อน +2

    মৃনাল দা আপুনি বিকল্প ব্যৱস্থা কৰক। অহা দিনবোৰ কংগ্ৰেছৰ উত্থান হব।

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 หลายเดือนก่อน

    আপুনি ভয় কিয় কৰিছে ভয় নকৰিব মাদাৰ নাই কৰা

  • @kulajitdas5248
    @kulajitdas5248 2 หลายเดือนก่อน

    এতিয়া তেওঁ সাধাৰণ মানুহ সিদিনা ?

  • @mahendradas1610
    @mahendradas1610 2 หลายเดือนก่อน +2

    মুখ্য মন্ত্ৰীয়ে উজনি নামনি ভাৱৰ জন্ম দিছে ।উজনিৰ বিধায়ক সকলে গমেই পোৱা নাই ।

  • @assamfirebase6892
    @assamfirebase6892 2 หลายเดือนก่อน +2

    উজনি অসমৰ মানুহ ক বহুত বেছি বেয়া পাই । বিজেপিক উজনি অসমত এসেকা দিবৰ হল.....

  • @himantajaan2152
    @himantajaan2152 2 หลายเดือนก่อน +12

    হছা সমান পাপ নাই ।হিমনত দৰে আপুনি দল নাবাগৰিব লুভ নকৰিব

    • @robeendas3623
      @robeendas3623 2 หลายเดือนก่อน

      Ki likhisa o Assamese language ne

  • @milangogoi2834
    @milangogoi2834 2 หลายเดือนก่อน

    100% right.

  • @sanatandas1029
    @sanatandas1029 2 หลายเดือนก่อน +3

    Aapuni lower Assam manuhok vikhyari buli koise.aaponaloke Lower Assam khan solai aase buli koise

  • @bishaldas3964
    @bishaldas3964 2 หลายเดือนก่อน +14

    Mrinal saikiyar ey khahokhikotak dhanyavad jonaisu

  • @bonaneebgohain2051
    @bonaneebgohain2051 2 หลายเดือนก่อน +2

    Absolutely correct

  • @hirenlahan
    @hirenlahan 2 หลายเดือนก่อน +1

    100 percent true

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 2 หลายเดือนก่อน +1

    Mrinal da aapuni himanto cuwa seleka tule voi nakariba aami aapunar lagot aasu

  • @jagamohanbora3301
    @jagamohanbora3301 2 หลายเดือนก่อน +6

    মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়।মই এজন সাধাৰণ মানুহ সেইবুলিয়েই মই কিন্ত্ত কোনো সমালোচকো নহয়।সচাকৈয়ে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আমি দেখিছিলো প্ৰতিপক্ষ ফালৰ পৰা আমি নিবিচৰা বাক্যবাণৰ সন্মুখিন হৈছিল গৌৰৱ গগৈ। তথাপিও তেওঁ বিচলিত হৈ প্ৰতিপক্ষৰ কোনো কথাই উত্তৰ দিয়া নাছিল। আচলতে সেই খিনিযতেই তেওঁৰ ব্যক্তিত্ব প্ৰকাশ পাইছিল। তেওঁ ৰাজনৈতিক ক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। প্ৰতিপক্ষৰ পৰা অবাঞ্চিত বাক্যবাণৰ সন্মুখীন হোৱাৰ পিছতো তাৰ বিপৰীতে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ হাহিঁ মুখে হজম কৰি নিজৰ লক্ষ্যত উপনীত হবলৈ আগবাঢ়ি যোৱাৰ ব্যক্তিত্বত প্ৰতিপক্ষৰ লোকো আকৃষ্ট হৈ সলাগ লোৱাত আচলতে কোনো অস্বাভাৱিক নহয় বৰঞ্চ এই ব্যৱস্থাতো থাকিব লাগে।ভালক ভাল আৰু বেয়াক বেয়া বুলি কবলৈ কুন্ঠাবোধ কৰিব নালাগে। সি নিজৰ মানুহেই হওক বা প্ৰতিপক্ষৰ লোকেই হওক। আপুনি ঠিকেই কৰিছে বুলি মই ভাবো।

  • @mukutborah4081
    @mukutborah4081 2 หลายเดือนก่อน +4

    সচাঁ কথা কোৱা কাৰণে আপোনি কাৰোবালে ভয় কৰিব নালাগে।

  • @SewaliMahanta-kg5sv
    @SewaliMahanta-kg5sv 2 หลายเดือนก่อน +36

    নিজৰ ঠাই খনক লৈ সকলোৱে Pruod কৰিব পাৰে.

  • @jogadakakoti2438
    @jogadakakoti2438 2 หลายเดือนก่อน +31

    মৃণাল শইকীয়া, আপোনাৰ চিদা কথা, আমি বেয়া পোৱা নাই।

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 2 หลายเดือนก่อน +3

    দাইদেউ facebook university ত পঢ়া মানুহৰ কথা নুশুনিব।

  • @SimilarAhmed
    @SimilarAhmed 2 หลายเดือนก่อน +2

    সছা কথা কবলৈ ভয় নকৰিব দাদা

  • @riktimchowdhury7275
    @riktimchowdhury7275 2 หลายเดือนก่อน +6

    love from tezpur ♥️

  • @bigboss.3213
    @bigboss.3213 2 หลายเดือนก่อน +6

    ভাল লাগিছে আপোনাৰ কথা খিনি শুনি।
    যি কৈছে খোলাকৈ কৈছে ভাল লাগিছে।

  • @nabajyotiborah6749
    @nabajyotiborah6749 2 หลายเดือนก่อน +3

    Tamam dise 👏👏🔥

  • @user-zv8sv4hp4y
    @user-zv8sv4hp4y 2 หลายเดือนก่อน +1

    আমিও উজনিৰ, উজনিক লৈ আমিও গৌৰৱ কৰো আৰু কৰিমেই !!!!!
    মৃণাল শইকীয়া ডাঙৰীয়াৰ কথাখিনি ১০০%ই support কৰো !!!

  • @sadanandaphukan4633
    @sadanandaphukan4633 2 หลายเดือนก่อน +10

    Right koise.....bidhayak gorakie

  • @hiraboruah3208
    @hiraboruah3208 2 หลายเดือนก่อน +1

    Right.

  • @SewaliMahanta-kg5sv
    @SewaliMahanta-kg5sv 2 หลายเดือนก่อน +57

    চিধা আৰু সচা কথা কোৱাৰ বাবে আপোনাক বহুত ভাল লাগে .

  • @utpalkalita7646
    @utpalkalita7646 2 หลายเดือนก่อน +2

    দাদা, আপোনালোকৰ দৰে জন প্ৰতিনিধিয়ে কথা কওঁতে অলপ সাৱধানে কথা কব । আপোনাৰ দৰেই মানুহে যদি উজনি নামনি কৰে, তেনে অসম খন ভাগ ভাগ হ'ব কিমান দেৰি । আপুনি উজনি নামনিৰ ক্ষেত্ৰত কি কৈছে আমি দেখিছো-শুনিছো । দুখ পাইছো ।

  • @rinkushivam8759
    @rinkushivam8759 2 หลายเดือนก่อน +1

    বিজেপি ২৬ ত জিকিৱ
    টকা ঘোচ লৈ চাকৰি দিয়া কংগ্ৰেছ ক বুদ্ধিজীবী
    সকলে কাহানিও ভোট নিদিয়ে

  • @axompinku4180
    @axompinku4180 2 หลายเดือนก่อน

    সচাঁ কথা

  • @user-vw2el4ot4h
    @user-vw2el4ot4h 2 หลายเดือนก่อน +10

    Upar assamor manuh apunar logt asu

  • @pranabbaruah6494
    @pranabbaruah6494 2 หลายเดือนก่อน

    C M bhal manuh mrinale thikei koise

  • @pranjitofficial9645
    @pranjitofficial9645 2 หลายเดือนก่อน +1

    mall to besi ko khale nki

  • @sportstoday2717
    @sportstoday2717 2 หลายเดือนก่อน

    U r right

  • @anibro4162
    @anibro4162 2 หลายเดือนก่อน +3

    You told it very very proudly that there is nothing in lower Assam !As an rolling party MLA lag band nohowa kothai khobha napai !

  • @madhavboroo1344
    @madhavboroo1344 2 หลายเดือนก่อน

    Sob rajniti

  • @kanakroy7356
    @kanakroy7356 2 หลายเดือนก่อน +1

    Right kotha koise

  • @BrajamohanBorah.-gd3hz
    @BrajamohanBorah.-gd3hz 2 หลายเดือนก่อน +1

    Fatuwa faltu, manuh. Eijonor sage ghoruwa poribexu beya.

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 หลายเดือนก่อน

    ।।বাদ দিয়ক মৃণাল দা এইবোৰ সৰু কথাত লাগি নাথাকিব।।

  • @preronabharatmotivationass846
    @preronabharatmotivationass846 2 หลายเดือนก่อน +7

    Apuni Congress t ahok asu bjp kintu haribo aibar 2026ot😊

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 2 หลายเดือนก่อน

    Upper Assam Lawer Assam this is a common feelings of the Assamese. There is no any evilness motives. The matter may gaveup.

  • @swpnasaikiaswpnasaikia
    @swpnasaikiaswpnasaikia 2 หลายเดือนก่อน

    Good❤

  • @M.G.615
    @M.G.615 2 หลายเดือนก่อน

    উজনি অসমৰ এমেলেদি আগন্তুক দিনত চৰকাৰ গঠন কৰি দেখুওৱাক।
    অখিল গগৈ আৰু মৃণাল হাজৰিকা পেট কপতীয়া ৰাজনৈতিক নেতা।

  • @arunjyotigogoi6390
    @arunjyotigogoi6390 2 หลายเดือนก่อน

    এবাৰ দিলে দুবাৰ দিলে দৰকাৰ হলে তিনি বাৰো দি বুজিই দিব সেই কেইটাক মৃণাল ককাইদেউ.

  • @nelegend5044
    @nelegend5044 2 หลายเดือนก่อน

    চৰকাৰীভাৱেই উজনি নামনি অসম; উত্তৰ অসম । উজনি অসমৰ আয়ুক্ত ; এয়া কোনে পদবী বনাইছে?

  • @keshabkalita9926
    @keshabkalita9926 2 หลายเดือนก่อน

    1)BJP SARKAR.....22 KHAN t (India t)
    2)Congress............03 khana t (India t)
    3)BJP M.P...............11 JAN (Assam t)
    4)Congress M.P......03 JAN.
    2026 t Assam t again BJP a hab.

  • @dhirajmahanta6849
    @dhirajmahanta6849 2 หลายเดือนก่อน

    Axom khn dui vag koribo lge bht lebel hoi ase ujonir bilkr sahpat khai solk xihote..

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu 2 หลายเดือนก่อน

    Mrinal Saskia, You are quite right. মই namonir, আপোনাক বেয়া powa নাই।

  • @jayaborah2926
    @jayaborah2926 2 หลายเดือนก่อน

    কোনোবাই প্ৰকৃতি প্ৰেমী বুলি উপহাস কৰিলে কি ডাল হবহে। মই টো কম আপোনি সঁচাকৈয়ে প্ৰকৃতি প্ৰেমী। আৰু আপোনাৰ চেহেৰা যাদৱ পায়েংৰ লগত হুবহু মিলে।ভায়েক বুলি কলেও বেছি কোৱা নহব।

  • @meghnathdewri7006
    @meghnathdewri7006 2 หลายเดือนก่อน

    Bojalonge

  • @preronabharatmotivationass846
    @preronabharatmotivationass846 2 หลายเดือนก่อน +3

    Asu mrinal daa love from Margherita Assam

  • @bibikakoty9730
    @bibikakoty9730 2 หลายเดือนก่อน

    Mrinal Saikia apuni Dall neribo apuni nijor motor thakok apuni BJP arile Congressor lav hobo.

  • @chinmoyaxomvlog2151
    @chinmoyaxomvlog2151 2 หลายเดือนก่อน +18

    Mrinal da zindabad... from mangaldoi

  • @anujbaruah8438
    @anujbaruah8438 2 หลายเดือนก่อน +1

    Mrinal daaa bhalke dise apuniiii....lower bepari gellllaaa

  • @pallavborah6433
    @pallavborah6433 2 หลายเดือนก่อน

    100% right Minal da

  • @user-oq9uk5mg8k
    @user-oq9uk5mg8k 2 หลายเดือนก่อน

    😅 in

  • @himangshu.protim.dutta133
    @himangshu.protim.dutta133 2 หลายเดือนก่อน +1

    Apuni thik kotha koisa. Hosa kola manuha bea paii.

  • @prankrishnavlogs9890
    @prankrishnavlogs9890 2 หลายเดือนก่อน

    Good speech

  • @nabanitabaishya7215
    @nabanitabaishya7215 2 หลายเดือนก่อน +2

    Kuno bitorko nokribo nijor monr ktha koise .

  • @nabanitabaishya7215
    @nabanitabaishya7215 2 หลายเดือนก่อน +2

    Ami beya powa nai nijor jegak loi koise

  • @mmusic1885
    @mmusic1885 2 หลายเดือนก่อน

    axom khon vaag kribi ru nh eibilak kotha koi

  • @bipuldas1599
    @bipuldas1599 2 หลายเดือนก่อน

    Ujoni assame aamar namoni assam solai aase 😂😂😂😂 aibasaror srestha comedy Oscar dia hobo aapunak

  • @bipuldas1599
    @bipuldas1599 2 หลายเดือนก่อน

    Namonir manuhe ujonik ghrina nokore ujonir manuhe e kore namonir manuhk ghrina aapunar mantabyat buji uthisilu .. apunalkr manuhe namonik bhal pai beya pai eko aahe najai namonir manuh nijor karmat byasta snda jibi nahay

  • @SabitaDeka-dn9gr
    @SabitaDeka-dn9gr 2 หลายเดือนก่อน

    Kintu ami to sir poisa loi vote dia nai , moi o namoni assam or sir moi bjp k vote disu kintu moi to ek tokao lwa nai , apuni kio kole namoni assam or fale poisa loi vote dia buli sir , sir moi assam khon unnoti houk buli bisaro , aru ketiao ujoni / namoni prosongo nanibo jiei nhouk sir plz beya lage bohut . Plz

  • @bkp9774
    @bkp9774 2 หลายเดือนก่อน

    এইছৱ হিমনটৰ কাম

  • @chinmoyb11
    @chinmoyb11 2 หลายเดือนก่อน

    Ujoni AXOM r ata xukiya porisoy ase...dispur rajdhani hua pisot obohelito hoise aitu xosa kotha. Sob Kam r karone dispur douribo logia hoi .new developmental projects ghy r bahire onyo jega nai nki...2 capital system anibo lage oti xunkale ..apuni xosa kotha koise karone controversy t ahi goise

  • @devakantaborah2973
    @devakantaborah2973 2 หลายเดือนก่อน +10

    এতিয়া বিজেপিৰ সংস্কাৰ কংগ্ৰেছত আছে, বিজেপিত নাই।
    বাদ দিয়ক কংজেপি কেইটাক।
    আমিও 25 বছৰ বিজেপি কৰি এতিয়া কংগ্ৰেছত সোমালো।

    • @lux1888
      @lux1888 2 หลายเดือนก่อน

      😂😂😂😂

  • @apurbabhuyan8121
    @apurbabhuyan8121 2 หลายเดือนก่อน +6

    কথাৰ সুৰ সলাই এতিয়া উজনি নামনি ৰাজনীতি আৰম্ভ কৰিছ। ইমান দিনে দলত চিপাৰাং মাৰি আছিলি।

    • @1mikon
      @1mikon 2 หลายเดือนก่อน

      আপুনি ভাবি চিন্তি কথা ক’ব লাগে।

  • @himanshukousik1343
    @himanshukousik1343 2 หลายเดือนก่อน +10

    Salute 🫡

  • @user-so3pe5jw9b
    @user-so3pe5jw9b 2 หลายเดือนก่อน +2

    উজনি অসমত তেল, ছাহ, কয়লা সকলো থকাৰ পিছতো চান্দাপৰ্টী (ঘৰুৱা ভাষাত ভিক্ষাৰি) বেছি মদাহী বেছি। কিন্তু নামনি অসমত চান্দাপাৰ্টী নাই ।

  • @excellenceacademy5995
    @excellenceacademy5995 2 หลายเดือนก่อน

    ভাল কচ্চা দে বাপু

  • @opvideo7029
    @opvideo7029 2 หลายเดือนก่อน

    আপুনি বি জে পিতেই থাকক ।

  • @rajdeepgogoi7043
    @rajdeepgogoi7043 2 หลายเดือนก่อน

    😮

  • @manjitboruah5392
    @manjitboruah5392 2 หลายเดือนก่อน

    Hosakoi difference ase sir... by culturally..by attitude..by moral ethics....

  • @gunasindhubaruah5967
    @gunasindhubaruah5967 2 หลายเดือนก่อน

    Faltu katha

  • @liakathussain8769
    @liakathussain8769 2 หลายเดือนก่อน +7

    You are right mrinal da

  • @dibrugarhuniversitynews7763
    @dibrugarhuniversitynews7763 2 หลายเดือนก่อน

    Balls of steal❤

  • @King-vo7vm
    @King-vo7vm 2 หลายเดือนก่อน

    Oversmart upper Assam people😂😂😂

  • @ujjalkumardas2615
    @ujjalkumardas2615 2 หลายเดือนก่อน +2

    Apunar pura video Tu moi saisu eiat apuni uper Assam aru lower Assam r majot please kajia nanibo anekua bitorkito mantabbo kobor adhikar apuni kot pale apunak moi open challenge disu kun jon lower Assam r bekti a poisa loi vote dise apuni proman kori diok

    • @kangkankalita7958
      @kangkankalita7958 2 หลายเดือนก่อน

      Ru bula upar Assam a he lower Assam ok khuwai asa. Eyak jail ot vorabo lga bl khuak.

  • @SavagemodeON973
    @SavagemodeON973 2 หลายเดือนก่อน

    উজনিৰ পৰা অধিকাংশ বিধায়ক বিজেপিৰ নিৰ্বাচিত হয় । মন্ত্ৰীসভাত কিন্ত মামা বিগ্ৰেডৰ কেইজনে ভাল ভাল পদবী লয় ,নামনি কেইজনে মেইন , মল্ল পিয়াজ মেইন মানুহ

    • @bipuldas1599
      @bipuldas1599 2 หลายเดือนก่อน

      Iman basare tahatur ujonir burei rajatta kori aasili tetia tu aamar pukar pura nasil etia tahatur kiya koti jole ...namonir kiman tahatur ujonit kintu namonir tahatur ujonir makhi pora di aase aaru kua namonik bule ujoni solai aase . ..😂😂😂😂😂

  • @ajitkardong6210
    @ajitkardong6210 2 หลายเดือนก่อน

    Every person has right to proud of his native place.

  • @ZunteeSomiron
    @ZunteeSomiron 2 หลายเดือนก่อน +1

    Mrinal da hero hoi, jar kamere porichoi

  • @nishantshivamcuteeevideos2201
    @nishantshivamcuteeevideos2201 2 หลายเดือนก่อน

    Thik koise conspiracy aitu,

  • @BharaliBharali4090
    @BharaliBharali4090 2 หลายเดือนก่อน

    Like and Support Mrinal da❤

  • @tapantalukdar87
    @tapantalukdar87 2 หลายเดือนก่อน +8

    গুৱহাটীত কি বাল কৰিব আহা তহঁতে।

    • @mukutsinghaphukon7094
      @mukutsinghaphukon7094 2 หลายเดือนก่อน

      Toi ki set koribi

    • @reviews838
      @reviews838 2 หลายเดือนก่อน +1

      Teuuu koisele j ujonit resources besi ase. G tu ekdom hosaa kothaa. Tatee joli poki moribole ki hoise. Namoni t development besi hoi g tu fact hoi. Ami tu tat kajiaa nlagu

    • @AkhimBuragohain
      @AkhimBuragohain 2 หลายเดือนก่อน +4

      উজনি অসমৰ জনসাধাৰণেই অসমীয়া ভাষা, সংস্কৃতি জীয়াই ৰাখিছে নামনি অসমত অসমীয়া সংস্কৃতিতকৈ মিঞা সংস্কৃতি বেছিকৈ দেখিবলৈ পোৱা যায়

    • @banjitchangmai4047
      @banjitchangmai4047 2 หลายเดือนก่อน +3

      তোৰ বাপেৰৰ গুৱাহাটী নি,, আজি ahum এ অসম ৰক্ষা নকৰা হলে তহঁতৰ অস্তিত্ব নোহোৱা হল হয়

    • @g.s4927
      @g.s4927 2 หลายเดือนก่อน

      ঘেন্টা আহোমে ৰক্ষা আছে lowra

  • @debasishbora7611
    @debasishbora7611 2 หลายเดือนก่อน +2

    Apuni Tu thik a koisa aku vul kora nai