অযোধ্যাত নিৰ্বাচন খেলা হ'লে অযোধ্যাত মোদীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ল হয়

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • নৰেন্দ্ৰ মোদীক বিজেপিৰ কোনো নেতা-কৰ্মীয়ে নিবিচাৰে।নৰেন্দ্ৰ মোদীয়ে প্ৰথমে অযোধ্যাত নিৰ্বাচন খেলিবলৈ বিচাৰিছিল কিন্তু পৰাজয়ৰ উমান পাই বাৰাণাসীত নিৰ্বাচন খেলিলে।অযোধ্যাত নিৰ্বাচন খেলা হ'লে অযোধ্যাত মোদীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ল হয়।এইবাৰ গুজৰাটত মোদীক আৰু বিজেপিক আমি পৰাস্ত কৰিবলৈ সাজু।মোদীৰ গৃহভূমিত গৰজিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ความคิดเห็น • 1

  • @TCF573
    @TCF573 3 หลายเดือนก่อน

    Bad diya Ajudhyar kotha 😅😅Atya lukor bukusat utha je sabo palu bhal lagise.. Joker r baki khelbur lukor bukusate uthi koribo.. Ami sam.
    .. 😅😅😅Eman protapi manuh (non biological.... Bhogowan) u je aanor bukusat uthe dekhilu..... 😅😅ha ha ha ha.... Bhogowatu
    Return hoi ahil bhal hol..
    Atya pootola nas nasibo. 😅😅😅