হিমন্ত চৰকাৰৰ টোগলকী কাণ্ড! নিজে Eco Sensitive Zone ঘোষণা কৰা কাজিৰঙাত বণিয়াগোষ্ঠীক ৰঙা দলিচা!

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 มิ.ย. 2024
  • ♦️হিমন্ত চৰকাৰৰ টোগলকী কাণ্ড!
    ♦️নিজে Eco Sensitive Zone ঘোষণা কৰা কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বণিয়াগোষ্ঠীক ৰঙা দলিচা!
    ♦️থলুৱা কৃষক ৰাইজক মন্ত্ৰী অতুল বৰাই সজাই বেদখলকাৰী!
    ♦️আনফালে বণিক গোষ্ঠীৰে মিতিৰালি!
    ♦️হাতীৰ বিচৰণস্থলী ইংলে পথাৰ আৰু হাতীখুলি চাহ বাগিছাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যো-জা!
    ♦️চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰকৃতি সংৰক্ষক-প্ৰকৃতি প্ৰেমীৰ লগতে পৰিৱেশ কৰ্মী!
    ♦️প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱসৰী PCCF(Wild life) মোহন চন্দ্ৰ মালাকাৰে!
    ♦️মৌনব্ৰত পালন কৰা বুলি অভিযোগ উঠা আৰণ্যকেও অৱশেষত মুখ খুলি চৰকাৰৰ পদক্ষেপৰ কৰিলে তীব্ৰ বিৰোধ!
    ♦️বিপৰীতে চৰকাৰক ছত্তছায়া দিয়াত উঠিপৰি লাগিছে কৃষিমন্ত্ৰী অতুল বৰা!
    #kaziranga #wildlife #echosensitivezone #elephant___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 35

  • @m.g.4289
    @m.g.4289 9 วันที่ผ่านมา +8

    হে হে কেনে লাগিছে টেটু চেপা ৰাইজসকল... ভোগ কৰি থাকা.

  • @ranjitgowsami7891
    @ranjitgowsami7891 9 วันที่ผ่านมา +4

    ভালে হৈছে, বামুণ ৰজা হলে এনেকুৱাই হয়

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w 9 วันที่ผ่านมา +4

    আমাৰ ৰাইজে বৰ্তমান হিতাধীকাৰীৰ প্ৰতিযোগীতাত দৌৰিছে।এইখন চৰকাৰযে দূখীয়াৰ চৰকাৰ নহয় ; বনিয়াৰ চৰকাৰ তাক ৰাইজে বুজা দৰকাৰ আছিল !কিন্তু সিহঁতকে সান্দহ খোৱাই আছে;নহয় নে বাৰো?বনিয়াক ৰঙা দলিচা আৰু দাঁতিকাষৰিয়া খীলঞ্জিয়া লোকক ৰঙা চকু সেইয়া পক্ষপাতি হৈছে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 9 วันที่ผ่านมา +5

    অতুলৰ কিবা জাতীয় প্ৰেম আছে জানো?কি বুলি এনে মানুহবোৰক ভোট দিণআছে জানএচাম ভোটাৰে।প্ৰথমে ৰাইজক সোধক ভোট কাক দিছিল? ফিৰি চাউল;অৰুণোদয়;লাখপতি বাইদেউ আৰু পি এম কিষাণৰ টকাৰে ভাত গাল খাই যে কিমান"ভাল লাগে তাক বোধহয় খোৱাজনৰ বাদে আনে কব নোৱাৰিব!

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 9 วันที่ผ่านมา +2

    কাজিৰঙা অভয়াঅৰন্য ধন অতুল বৰা পৈতিক সম্পতি নহয় যি মন যায় তাকে কৰিব।

  • @HarenChetia-fg2sw
    @HarenChetia-fg2sw 9 วันที่ผ่านมา +1

    আচলতে আমি কিমান সজাগ? আমাক প্ৰতি পোটৌ উপজি চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে। বঢ়িৰাগতক ৰঙা দলিচা ----

  • @dulalsarma4875
    @dulalsarma4875 9 วันที่ผ่านมา +1

    এওঁ লোকে নাচি বাগি অসমীয়া থলুৱা মানুহক বুবক বনাই অসম খন ধ্বংস কৰিব।

  • @ipshita9737
    @ipshita9737 8 วันที่ผ่านมา +1

    শাস্ত্ৰ অনুসৰি এদিন সকলো শেষ হৈ যাব বামুনক ৰজা বনালে

  • @user-bn6kx9wo9z
    @user-bn6kx9wo9z 9 วันที่ผ่านมา +2

    raij kana lagise atea? moja. atea boheragotor dopdoponi soli ase.

  • @purbakantabarman431
    @purbakantabarman431 9 วันที่ผ่านมา +2

    কাজিৰঙা হাবি গুছি চহৰ হ'ব,তাত গড় কেইটা ব্যক্তিগত চিড়িয়াখানাৰ বিলাসী প্ৰাণী হ'ব,পৰ্যটক সকলে কাজিৰঙা চহৰত বৰ্তমান ৰ মূখ্যমন্ত্ৰী ৰ ব্যক্তিগত লজত আলহী হব ,৫০শতাংশ মূখ্যমন্ত্ৰী ৰ , বাকী খিনিও আনবোৰৰ মাজত ২,৩ শতাংশ কৈ আবণ্টন হ'ব।

  • @rahulaxom2603
    @rahulaxom2603 8 วันที่ผ่านมา

    Ekdom hosa kotha.. Eikhon sorkar e.. Okol kaziranga i nohoi.. Gutei Axom r prokriti, bon, jonghol, gos gosoni.. Hekh korim buli lagise... 😮😮

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i 9 วันที่ผ่านมา +1

    Jatio songothonor atia kot gidaselekai ase.

  • @ankur9168
    @ankur9168 9 วันที่ผ่านมา

    Ebure hoi thakibo aru

  • @user-bt1cx3pv1c
    @user-bt1cx3pv1c 9 วันที่ผ่านมา

    A mojja pansa tarakat jabaloi pam 😅😅😅😅

  • @nabindas7409
    @nabindas7409 8 วันที่ผ่านมา

    Akou abar ......

  • @rangsina4763
    @rangsina4763 9 วันที่ผ่านมา +2

    বেদখলকাৰী"চৰকাৰ নিজেই ।

  • @dwipntekam-ty2gt
    @dwipntekam-ty2gt 9 วันที่ผ่านมา +2

    Adibasi raij BJP k vote di kene Paisa .Election ahile Toka 500/ aru Modir bottle t bhuli jowa?

  • @prarinitasaikia4380
    @prarinitasaikia4380 8 วันที่ผ่านมา

    একেবাৰে সচা কথা কৈছে আপুনি।

  • @gh12138.
    @gh12138. 9 วันที่ผ่านมา +2

    E natok kori kori amar assam k borbad kori disi😢

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 9 วันที่ผ่านมา

    তিতাবৰত অৱস্থিত কুণ্ডাৰ গাওপ্ৰজনি অৰ্চাদ নামৰ এখন ঐতিয্যপূৰ্ন কৃষি ৰ্ফাম বনিক গোষ্টিক কাৰখানা নিৰ্মান কৰিবলৈ দিলে।

  • @debenkonwar8367
    @debenkonwar8367 9 วันที่ผ่านมา

    এইখনো কমিচনলৈ চিৰিয়াখানাৰ দৰে জীৱ জন্ত সোপা আদানি /ৰিলায়েনঞ্চ আদি ব্যক্তিগত দি কিজিৰঙিত বিনিজ্যমেলা পাতি ঘটিলেই হ'ল ।তহঁত মখা বাতৰিৰ মানুহ মখা মিলি পি আই এল এখন দিব নোৱাৰনে ? অৱশে এডৰ্ভাটাইজ নেপাবি ।

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 9 วันที่ผ่านมา

    Jipal xurokhya somitir boktyabo val lagil

  • @mridulkumarborah4181
    @mridulkumarborah4181 8 วันที่ผ่านมา

    Abhijatya amud promodar thali sajaba diba nowari.

  • @samiranthakuria36
    @samiranthakuria36 9 วันที่ผ่านมา

    Hotel banaba nedeba

  • @kamaljyotichetia7965
    @kamaljyotichetia7965 6 วันที่ผ่านมา

    Kazironga khon khotom kori mati bur minister bure bhag kori louk he . Kaziraonga khotom koribo amar minister bure .

  • @drishti4017
    @drishti4017 9 วันที่ผ่านมา

    Hekh dibo sorkare 100%

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 9 วันที่ผ่านมา

    Assomot raij xosag jonojanu
    Birudhi pokhoya /prokiti premi/xomaj korim/Budhijibi xokoluae mat matilae val

  • @Rinkumoran-yi6pk
    @Rinkumoran-yi6pk 9 วันที่ผ่านมา

    Mojja ....bjp t deo n ....aru ki korebo tek ni..

  • @latifali9650
    @latifali9650 9 วันที่ผ่านมา

    Himantoi sob poisa Swiss bank t joma korise sake...

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 9 วันที่ผ่านมา

    Afale hetadhekare bonaise anfale ga mare dese,

  • @S3kArmanVlog
    @S3kArmanVlog 9 วันที่ผ่านมา

    Kajiroga takok natakok 50sarkar takibo

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 9 วันที่ผ่านมา

    Assomot raij xosag jonojanu
    Birudhi pokhoya /prokiti premi/xomaj korim/Budhijibi xokoluae mat matilae val