Akakhor Rongbur ||আকাশৰ ৰংবোৰ || সমৰ হাজৰিকা || Samar Hazarika

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • #DISCLAIMER : THIS VIDEO SONG IS JUST A HARMLESS AND HONEST AT CREATING ENTERTAINING VIDEO. PLEASE DON’T APPLY A COPYRIGHT TAKE DOWN REQUEST. IF YOU WANT TO REMOVE THIS SONG THAT YOU OWN PLEASE COMMENT BELOW. WE WILL SURELY RESPOND TO IT. THANK YOU.
    #These_copyrights_belongs_to_its_rightful’s_owner’s

ความคิดเห็น • 7

  • @manojkrhazarika3422
    @manojkrhazarika3422 5 ปีที่แล้ว +1

    One of my fav song.... Thanx for upload

  • @knowledgejunction4985
    @knowledgejunction4985 2 ปีที่แล้ว +1

    Thank you for uploading this song

  • @mirabaruah3510
    @mirabaruah3510 5 ปีที่แล้ว +2

    ভাল লাগিল গীতটো শুনি

  • @imranhusain57
    @imranhusain57 ปีที่แล้ว

    ইমান ধুনীয়া গীত ঐ

  • @simantabordoloi7046
    @simantabordoloi7046 5 ปีที่แล้ว +1

    👍👏👏👏

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +2

    গীতটি আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।মোৰ অতি প্ৰিয় এটি গীত। আচলতে দৰদী শিল্পী সমৰ হাজৰিকাই দেৱৰ গীতবোৰৰ প্ৰতিটোৱেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়।ঘৰ সংসাৰ,উপ পথ, আদি অসংখ্য ছবিত গোৱা গীতবোৰে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে।"জীৱনৰ ৰং বোৰ কতেনো হেৰাই গ'ল,নাজানিলোঁ কিয় এনে হয়,বুজিও যে নুবুজো মই..."(বোলছবি-ঘৰ সংসাৰ,কন্ঠ-সমৰ হাজৰিকা-মালবিকা বৰা) ,"নাহৰ ফুলে, যুতি ফুলে, ফুলে তগৰ ফুল, কাৰ বাবে কোন পাহি, মন ব্যাকুল..."(সমৰ হাজৰিকা-নমিতা ভট্টাচাৰ্য্য, বোলছবি-ঘৰ সংসাৰ),"কোন হেৰো ৰূপহী বিজুলী ত‌ই জানো নাশিব পাৰিলি...." আদি অসংখ্য গীতে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে। ধন্যবাদ।

  • @sarada8028
    @sarada8028 2 ปีที่แล้ว +1

    Please provide old radio songs