এজন জ্যোতির্বিজ্ঞানীৰ দৃষ্টিত- হাতত পিন্ধা আঙঠিয়ে আপোনাৰ জীৱন সলাই দিব পাৰেনে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ก.ย. 2024
  • My contact details
    For email- pranjal.pratim17@gmail.com
    For Business Promotion-9706217391
    For instagram- prranjalphazarika

ความคิดเห็น • 31

  • @pinkupatowary4905
    @pinkupatowary4905 3 วันที่ผ่านมา +4

    আগৰ মানুহে যদি একো নাজানিছিল তেতিয়া হলে আয়ুৰ্বেদিক চিকিৎসা সেবা ভুল। ইমান জনাশুনা মানুহে কিয় আজিৰ দিনত গোটেইকেইটা আঙুলিত আঙঠি পিন্ধে।। তেতিয়া হলে ভগবান নাই বুলি কব। বিজ্ঞানতকৈ জোতিষীৰ কথাহে বেচি মিলে কাৰণ বতৰ বিজ্ঞানী বৰষুণ দিয়া বুলি কলে বেচি ৰদহে দিয়ে। 😅😅😅

    • @kishorbaruah6118
      @kishorbaruah6118 3 วันที่ผ่านมา +2

      ৰাতিপুৱাৰ পৰা বিজ্ঞানৰ আৱিষ্কাৰ বোৰ ব্যৱহাৰ কৰিয়েই দিনটো পাৰ কৰি আছোঁ। আপুনি ব্যৱহাৰ কৰা মোবাইল ফোনটো বিজ্ঞানৰেই ফল।

    • @thelifevlogzs7211
      @thelifevlogzs7211 วันที่ผ่านมา

      ​@@kishorbaruah6118ঠিক আছে আপুনি ঘৰত সকাম নিকাম পাতে নাই ?

  • @Dhan959
    @Dhan959 2 วันที่ผ่านมา +2

    I love physics ❤ .

  • @Danirojasfc6
    @Danirojasfc6 3 วันที่ผ่านมา +1

    Absolutely

  • @bhrigukalita6479
    @bhrigukalita6479 3 วันที่ผ่านมา +1

    সুন্দৰ ভিদীয় কিছুমান নজনা কথা জানিব পাৰিলো 👍

  • @akhilgogoi1869
    @akhilgogoi1869 2 วันที่ผ่านมา +1

    Hoi bhout bhout bhal lagil

    • @kishorbaruah6118
      @kishorbaruah6118 2 วันที่ผ่านมา

      ধন্যবাদ🎉।

    • @zazazazaza546
      @zazazazaza546 2 วันที่ผ่านมา

      ​@@kishorbaruah6118sir , apuni kor professor hoi jonabo sun

  • @BendantaShandilya
    @BendantaShandilya 3 วันที่ผ่านมา +1

    ছাৰ আপোনাৰ কথাবোৰ শুনি মোৰ বৰ ভাল লাগে ৷মই পদাৰ্থবিজ্ঞান বিষয়ৰ ছাত্ৰ হোৱা হেতুকে আপোনাৰ কথাবোৰৰ পৰা মই বিশেষকৈ কিছুমান নজনা কথা জানিব পাওঁ ৷

    • @kishorbaruah6118
      @kishorbaruah6118 2 วันที่ผ่านมา

      ধন্যবাদ🎉।

  • @mridilatamuli3825
    @mridilatamuli3825 3 วันที่ผ่านมา +1

    Sir what happened the Soul after death. I want to know. Plz sir Explain.

  • @RationalistAssam
    @RationalistAssam 3 วันที่ผ่านมา +1

    Good program. Superstition should be eliminated. Spread scientific analysis!

  • @sanjayglp1307
    @sanjayglp1307 3 วันที่ผ่านมา +2

    You have no knowledge about astrology, So I request to you please do not comment without knowledge about astrology

    • @kishorbaruah6118
      @kishorbaruah6118 3 วันที่ผ่านมา

      Astronomy ৰ কথাবোৰ জানিব চেষ্টা কৰকচোন। আপুনিও মোৰ কথাখিনিয়েই কব।

  • @tezpurassam1146
    @tezpurassam1146 3 วันที่ผ่านมา +1

  • @thelifevlogzs7211
    @thelifevlogzs7211 วันที่ผ่านมา +1

    এওঁ ঘৰত শ্ৰাদ্ধ আদি পাতে নাই বাৰু ?

    • @kishorbaruah6118
      @kishorbaruah6118 วันที่ผ่านมา

      মই দেহ দান কৰিছো। মৃত্যুৰ পাছত (সেইদিনাই) চিকিৎসালয়ত ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ বাবে দেহটো লৈ যাব। শ্ৰাদ্ধ বা তেনে একো নহয়। আৰু সেই ছাত্ৰ ছাত্ৰীবোৰেই এদিন ডক্টৰ হৈ আপোনাৰ চিকিৎসা কৰিব। 10:15

  • @LIFE-zl3so
    @LIFE-zl3so 3 วันที่ผ่านมา +1

    9 grahar kotha ajir pora 5000- 6000 bosarate jutikhastoi nirnoi korisil.bigane atiahe 9 grahar kotha koise

    • @kishorbaruah6118
      @kishorbaruah6118 3 วันที่ผ่านมา +1

      আগৰ দিনত কোনবোৰ জ্যোতিস্কক গ্ৰহ বুলি কৈছিল ভিডিও টো চালেই গম পাব।

  • @dhritimanbayan8860
    @dhritimanbayan8860 3 วันที่ผ่านมา +1

    Lora suwali hle ki nam thm ki rakhi porise hei bilak sai kunu lav nai mne

  • @JayantaGoswami-p1r
    @JayantaGoswami-p1r 2 วันที่ผ่านมา

    Jyotish mane kabol pathar nohoi

    • @kishorbaruah6118
      @kishorbaruah6118 2 วันที่ผ่านมา

      কথাবোৰৰ বিজ্ঞানৰ দৃষ্টিৰে বুজাই দিলে বেয়া পোৱাৰ কোনো কথা থাকিব নালাগে।

  • @mridusmitabestbora4016
    @mridusmitabestbora4016 2 วันที่ผ่านมา

    𝙈𝙤𝙞 𝙨𝙤𝙗𝙤𝙠𝙚 𝙗8𝙞𝙨𝙝𝙬𝙖𝙨 𝙠𝙤𝙧𝙪

  • @bhrigukalita6479
    @bhrigukalita6479 3 วันที่ผ่านมา +1

    সুন্দৰ ভিদীয় কিছুমান নজনা কথা জানিব পাৰিলো 👍