KOK GEISA| RAP SONG| DIGANTA BHARATI
ฝัง
- เผยแพร่เมื่อ 16 ต.ค. 2024
- KOK GEISA"RAP SONG. DIGANTA BHARATI
VOICE-DIGANTA BHARATI.HIRANMAYEE KALITA.BIDYUT BIKASH
MUSIC PRODUCTION-PALASH SURYA GOGOI
GUITAR-RUPAM
NAGARA-KHOL:KALPA/DIPJYOTI
MIXER-PINKU DAS
DESIGN/ANIMATION-VICKY KALITA
এজন নলবেৰীয়া হিছাপে স্থানীয় ভাষাটোক প্ৰাধান্য দিয়াৰ বাবে ধন্যবাদ দাদা ।
Thank you 🙏
Diganta da is not from originate from nalbari he is from hajo birthplace .
খুব সুন্দৰ উপস্থাপন। বহুত কথা কৈ গ'ল গানটোৰ মাজেৰে
এইটো গান নহয়...আজিৰ সমাজৰ বাস্তৱ প্ৰতিচ্ছবি...👌👍💞
Love u দাদা...🙏
Gaan tu dhemalir majedi khub dhuniya msg kisuman dise vaal lagise, grand salute to the entire team and absolutely Diganta da you are genius man 👌👌👌🙏
বিপথে যোৱা যুৱ প্ৰজন্মৰ সুদক্ষ অভিভাৱক।
শুভেচ্ছা দিগন্ত দা।
খুব ভাল লাগিল দাদা। নলবেৰা হিচাবে গৌৰৱান্বিত...👍
Maza dada.log kribo mn jai dada apunak. Bahut super duper hit asy dada apunar🙏🙏
Proud to be a নলবেইৰা...Nice song❤️
Wow
Kya baat.Very very relevant for this time.
A picture of the newly growing so called LIFE STYLE ....👍 rocking.
Bapre baap....ki dhuniaaa bonaise dada🥰🥰🥰🔥🔥🔥🔥🔥🔥 unique
Thank you dear 💞
বহুত সুন্দৰ উপস্থাপন। বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱা এটি গীত।
Thank you❤❤
Welcome
খাতি অসমীয়া ভাষাত শব্দস্বৰ অতি মোহনীয় হৈছে ছাৰ।
Woooo....superb...its a real story...
Mojja Sir,
A big congratulations to all of you
ঠৌগা হৈছি দ্যা দিগন্ত দা।
বহুত সুন্দৰ হৈছে।
আপুনি অসমীয়া সংগীত জগতৰ legend হয়
Thank you 🙏
Iman Khundor......Boiddhyo Gan Hoisi.....Bdw,Sir It's Amasing❤️
Kuhb hundar dada... Sob hosa kotha... Eeyae soli ase
Ultimate sir🤗 খাতি ভাষাত ইমান সুন্দৰ শব্দস্বৰ।
সুন্দৰ গান৷ লিখনি প্ৰশংসনীয়৷ অতি উত্তম৷
বৈধ্য হৈছি গানটো। মজা👌👌
🔥Nalbari 💥 🎼 নলবাৰীৰ বোৰে ইয়াতে like থুকি যাব দেই🥰☑️
Baidyo bhal hoisi,dada👌👌
Dhonnobad 🙏
A moza ,👍👍
Thank you❤
গানৰ চলেৰে বহু কথাই শিকালা দিগন্ত... খুব ভাল লাগিল👌👌
hiranmayee baa mojjaaaa
নলবেইৰা জিন্দাবাদ❤❤❤
সুন্দৰ দাদা ৰিলিজ হোৱাৰ দিনা শুনিছিলো আৰু আজি মনত পৰিল গোটেই দিনটো হোম থিয়েটাৰত বজালো।
Xtra...bharti da...its brilliant
Thanks ❤️
Akdm gurot dhrse👍👌👌👌
সুন্দৰ হৈছে ছাৰ..নলবেইৰা ভাষা মেইন
মজা হৈছে দাদা বহুত ভাল লাগিল
Thank you
Sheer brilliant.
বৰ ভাল বৰ ভাল৷ তোৰ পাকঘৰৰ তেলভৌকাই লঘোণে ফিৰি যায় :)
Bhal hoisay Dada
আপোনাৰ কিছুমান ইমান ধুনীয়া গানবোৰ জুবিনদাই গাইছে.. আপোনাৰ কণ্ঠত শুনিবলৈ মন যায়।❤️❤️
সচাই। তেওঁ গানবোৰ সুৰ আৰু কণ্ঠ বেছিয়ে জুবিনদাৰ।
Big like, very nice song 👌👌👌👌👌
Sir hahi o utshi song tu xuni ....kintu xob xosa kotha akdon ...legend
❤️❤️ birat bhl lagil sai sir 🔥🔥
Sir superb 👌❤️ super hit🔥🔥🔥🔥
ভাল লাগিল শুনি। সময় উপযোগী লেখা।
Thank you
আপোনাৰ সৃষ্টিশীলতাৰ কোনো তুলনা নাই । আপোনাৰ সৃষ্টিৰাজিয়ে আমাৰ নতুনচামক সদায় অনুপ্ৰাণিত কৰে । ❤️
Thank you ❤️
So underrated !!!
ebeyyyyy moza hoiseeee🔥🔥🔥
Hao 😀tumi o ete 🖤🖤
DD দাদা মোৰ ভিডিও চাবো এবাৰ ।
Nice
Big fan bro
Blg lagil mjaaa
ভাল লাগিল, 👍👍👍
মষ্ট ভাল হৈছি দক॥
Sir bohu opexar onotot 😍😍🔥🔥🔥🔥❤❤🙏🙏
সুন্দৰ লাগিল দাদা
ফাতা ফাটি ছাৰ । ❤️ এইটো আপোনাৰ hit গ'ল আৰু ।
অতি সুন্দৰ উপস্থাপণ ডাদা আছলতে ৰেপ song এনেকুৱা হৱ লাগে
Mojja ❤️❤️❤️🔥🔥🔥
Bhindeu, birat dhunia hoise gaan tu
Mojja lagil sir❤
ভাল পালো ।সুন্দৰ আংগিক।
Akdom jagat dise sir...moja lagil
Dhunia...mojja sir..
চুপাৰহিট 👌👌
Borhiya hoyse Sir.❤️❤️❤️❤️❤️
Mojjaaa
Borhiya lagise sir😍🤭🤭
ভাল লাগিল।ধেমালিৰ চলেৰে সঁচা কথা।
one of my friends suggests me to listen the song, wow what a song❤❤❤
কেনাই লাগছি শুনি👏❣️
Mojjjaaa mojjjjjaaaa
Superb... diganta da love u
Thanks 🙏❤️
@@digantabharati7368 dada bohut bohut dhoynabd reply diya babe apuni xushoto thakok r u amak onek notun notun gaan upohar diyok...
Val lagsi dok.
ঐ ক'ত গৈছ, ক'ত গৈছ
এইফালে আহ, এইফালে আহ..
ভাল কথা ক'লে তোৰ মূৰত নুশুমায়,
দেশৰ মানুহে দেখোন বেয়া বুলি কয়,
পঢ়া শুনাৰ কথা ক'লে সাত জাঁপ মাৰ,
মায়েৰ, বাপেৰ, গুৰু, গোঁসাই
কাকো একো নামান!
ঐ ক'ত গৈছ, ক'ত গৈছ
এইফালে আহ, এইফালে আহ..
ক'লে বেয়া হয়!
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, কলাগুৰু বিষ্ণু ৰাভা,
সুধাকন্ঠ ভূপেন দা, বৰ বিহুৱা খগেন দা
নাম শুনিছ?
নাম শুনিছ?
ঐ ক'ত গৈছ ক'ত গৈছ
এইফালে আহ এইফালে আহ..
হাও চা ঐ ইয়াক!
আনৰ ফেশ্বন আনৰ ষ্টাইল
বুটলি লৈছ ভাল কৰিছ,
নিজৰখিনি কি হৈছে
এবাৰ ভাবি চাইছ?
এবাৰ ভাবি চাইছ?
এবাৰ ভাবি চাইছ?
নোকোৱাই ভালহে!
বৰগীত, লোকগীত পাহৰি গুৰুৰ প্ৰসংগ
হুলস্থুলিয়া মিউজিকত জোকাৰি আছ অংগ!
কৰ্ম সংস্কৃতিৰ নামত একো এটা নাই,
তোৰ পাকঘৰৰ পইতাচোঁৰা
লঘোণে ফিৰি যায়।
চাণ্ডা তুলি উৎসৱ পাতি কি হ'ব উন্নতি?
মদে, মাংসই ওৰে ৰাতি লিভাৰটোৰহে ক্ষতি!
ঐ ক'ত গৈছ, ক'ত গৈছ
এইফালে আহ, এইফালে আহ..
ভাল কথা বুজাই ক'লো বুজি পালে ভাল
বুজি পাইছ?
বুজি পাইছ?
ঐ ক'ত গৈছ, ক'ত গৈছ
এইফালে আহ, এইফালে আহ..
স্বচ্ছ ভাৰতৰ বৎস তই
পিক্ পেলাইছ গুট্কা খাই,
ঠাণ্ডাৰ দিন পৰিল নে
গা ধুবৰ লেঠা নাই।
চুলিৰ মলে কয় মোৰ জয়
দাঁতৰ মলে কয় মোৰ জয়
আইনা দেখি নিজৰ মুখ নিজে কোঁচাইছ!
ঐ ক'ত গৈছ, ক'ত গৈছ
এইফালে আহ, এইফালে আহ..
নলবেৰীয়া কথা ক'লো বুলি নহয় ব্যংগ
গুৰত ধৰিছো সেইকাৰণে হৈছে ৰসভংগ।
কেনে পাইছ হা
কেনে পাইছ?
ঐ ক'ত গৈছ ক'ত গৈছ
এইফালে আহ এইফালে আহ..
ও ভালৰ অভ্যাস নাই!
** Lyrics টো বুজি নোপোৱা সকলৰ বাবে মান্য ভাষাত লিখি দিলোঁ (unofficial)
Thank you ❤️. and love you ❤️🤣
@@digantabharati7368
Love you too Sir 💖💖..
ৰিপ্লাইৰ বাবে ধন্যবাদ 💖
লিখোতে হৈছেনে বাৰু? 🤪
মস্ত ভাল পালোঁ।
বঢ়িয়া হৈছিআই দিগন্ত .
Sir 🙏🙏🙏 Bht bht Dhuniya
Bohut Val lagil sir ❤️
Mozza sir
meaningfull❤❤
Good one. Keep up
🙏🙏🙏 mojja kanot dhori hikai dia jen lagise sir hote
WhatsApp forward এটা শুনি বিচাৰোঁতে পালোঁ। ধুনীয়া হৈছে
Thanks 🙏
Moza হৈছে 😍😍
Tamam hoisi sir🔥🔥🔥🔥
Sir 🔥🔥mojja 👌👌
NALBARI ROCK ❤❤👌👌
Thank you ☺️💓
Oti hundor gan
Jui jui 💥
Bariya hoisa
💙What a rap yar
proud to be a nalbarian 💙
🙏
mojja
Tmmm lyrics ❤❤
Aaaaiishhh sir Guli hoisi sir ❤❤
Moja hoise
Thank you ❤️
ভাল লাগিল।
বঢ়িয়া হৈছি ছাৰ ।👌
Mojja hoisi Sir
খুউব সুন্দৰ। দিগন্তদাৰ কাৰণে আৰু এটা লাইক কৰক❤️🙏
Dhuniya hoise sir
Awesome Sir🙏😍💕💚💛🌷🌷🌷🌷
🔥🔥🔥🔥🔥 আপুনি জুই দেই
Thank you dear 😌
Great sir👍❤️
ৱাও,
বঢ়িয়া লাগিল
🙏
Maratmok hoise dei
মজা ,এক দম ভাল হচি
Thanks diganta da Val laigi
😍😍😍Sir ekdom juiiii❤
Val lgil Dada....