Zubeen Garg News: জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সত্ৰাধিকাৰ সমাজ

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্যক লৈ জাঙুৰ খাই উঠিছে সত্ৰাধিকাৰ সমাজ। শীঘ্ৰেই জুবিন গাৰ্গক আঁঠু কাঁঢ়ি ক্ষমা খোজাৰ দাবী বটদ্ৰৱাৰ শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ।
    #assam
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 502

  • @BijitSaikai
    @BijitSaikai 4 หลายเดือนก่อน

    Joi Zubeen da❤️❤️

  • @DamodarRoy-nm1ny
    @DamodarRoy-nm1ny 4 หลายเดือนก่อน +17

    জুবিন দাই কিহৰ বাবে ক্ষমা খুজিব লাগে একো ক্ষমা খুঁজিব নালাগে

    • @mrinaligogoi5769
      @mrinaligogoi5769 4 หลายเดือนก่อน +2

      Kunu drkr nai khoyama khujibole

    • @PronobNirmaliArmy942
      @PronobNirmaliArmy942 4 หลายเดือนก่อน +1

      Right

    • @ranjanborah6503
      @ranjanborah6503 4 หลายเดือนก่อน

      Herou Mahabharatot Dhurjudhoneu sri krishnak hamaniya guwal buli gali parisil aru Maak Gandhariye hazar bujuyar pichot Sri Krishnor osorot khama nukhujile ...Durjodhano
      Last moment ki hol, gotike Zubin atiya super nova hoboloi goi ase.
      akashor Torau last momentot dop dop koi joli pichot ekkebarei naikia hoi jai

    • @dimpulbaruah5979
      @dimpulbaruah5979 4 หลายเดือนก่อน

      ​@@ranjanborah6503ja oi leura ehote zubeen dar bal edalu baka kribo nuare

    • @abinsurin8277
      @abinsurin8277 4 หลายเดือนก่อน

      Durjudhonor kotha eri diok lastot shrikrishnar kul bonkho jjj nakh hol heitu ki, ru lastot jora sobore krishnok marile taar pisot , Mati, Pani , jui, kuneu shrikrisnar howtuk grohon nokorile , lastot Mora fupula gos atat humuai haagorot utuai dile , howtu uti ahi urishar Puri zillat lagil, Take urishar Roja kolingoi sini pale j shrikrishnar haw buli tatei jagannath mondiror nirman korile , jitu neki jagannath Puri buli kua hoi, tatei shrimonto sankardev 6 bosor Geeta bhagovot adhyayan kori ahi gutei ohomot prosar korile , Krishna kenekua byakti ami janu kionu moi ajn urishar lora , Jagganath purite mur Ghar , 😂😂

  • @miduldutta8798
    @miduldutta8798 4 หลายเดือนก่อน +14

    যদি নিজকে প্ৰভূ ভগৱান বুলি ভাৱিছে তেতিয়া হলে জুবিন দা ১৪ গোষ্ঠী নাম লৈ কিয় কথা কৈছে ,
    ভগৱানৰ দান থকা মানুহে এনেকুৱা শব্দ নকয় ,
    ভুল হ'লে কাৰুবাক ক্ষমা কৰি কৃপা হে কৰিব লাগে ,
    মহা ভাগৱতৰ মাজত সেইয়া হে ধৰ্ম বুলি লিখা আছে,
    প্ৰভু ঈশ্বৰৰ নাম লৈ আনক গোষ্ঠীত ধৰি গালি নাপাৰে,
    এইবোৰ কৰি লাভ নাই শুদ্ধ চিতে ভগৱানক সেৱা কৰক ,
    নিজৰ পূণ্য হ'ব আৰু লগতে ৰাজ্যখনৰ পূণ্য হ'ব ,
    জয় গুৰু শ্ৰীমন্তশঙ্কৰদেৱ জয়🙏🙏🙏

    • @Polstudy
      @Polstudy หลายเดือนก่อน +1

      Moi aji Hanuman chalisa path Karu karone Sankar Dev xanghar pora muk bohiskito kora hoise ,,, ai burei niki niti adharso....raij xokol ami iyar biruddhe mat dibor hol

    • @miduldutta8798
      @miduldutta8798 หลายเดือนก่อน +1

      @@Polstudy মানুহ বোৰে নিজকে ভগৱান বুলি গণ্য কৰিবলৈ ল'লে আৰু উপায় নাই ,
      ধৰ্ম মাজত জাতিৰ ভেদ নাই হিন্দু ধৰ্মৰ লোকে যি কোনো কৰ্ম কৰিব পাৰে ,
      কিন্তু মানুহ বোৰে সলাই পেলালে ভাগৱতৰ নিতি নিয়ম বোৰ ,

    • @Polstudy
      @Polstudy หลายเดือนก่อน +1

      @@miduldutta8798 umm

  • @Dhamendraassam326
    @Dhamendraassam326 4 หลายเดือนก่อน +6

    এইজন হেনো সত্ৰাধিকাৰ, কিবা অসুৰৰ দৰে কথাবোৰ কৈছে দেখোন।

  • @Pulin_vlogs
    @Pulin_vlogs 4 หลายเดือนก่อน +15

    জুবিন গাৰ্গে ঠিকে কৈছে

  • @deepkashyap8633
    @deepkashyap8633 4 หลายเดือนก่อน +8

    এখেতে চোন জুবিন দাক এবাৰ ক'ব জুবিন দা আৰু এবাৰ ক'ব সি ।
    ব্যৱহাৰ কৰিবলৈ আনক নহয় আপোনাকহে শিকাব লাগিব এতিয়া যিটো দেখিছোঁ । এনেও আজি-কালি ভগৱানৰ নামত
    এইবোৰে মানুহক বহুত থগি আছে

  • @user-qf6cc6zi3o
    @user-qf6cc6zi3o 4 หลายเดือนก่อน +21

    কোনো দেহধাৰী কেতিয়াও ভগবান হ'ব নোৱাৰে। দেহধাৰী সৰ্বোচ্চ হ'ব নোৱাৰে ভগবান সেইজন যিজন সৰ্বমান্য অৰ্থাৎ তাক পৃথিৱীৰ সকলো ধৰ্মই নিজৰ সৰ্বোচ্চ বুলি স্বীকৃতি দিয়ে

  • @bhariabchowdang3502
    @bhariabchowdang3502 4 หลายเดือนก่อน +9

    জুবিন দা বোলে আ‌ঠু কৰাব ।হেৰু আপোনালোকে ৰাতিপুৱা গধুলি নিজে আঠু কাৰি থাকে কি কোৱা হে আনক আঠু কৰা আগতে আপোনালোকে ভালকে হিকি ললে হ'ল।

    • @ReemagogoiReema
      @ReemagogoiReema 4 หลายเดือนก่อน

      Mozaa mzaa.. joi Zubin daa

  • @nayanblogs5404
    @nayanblogs5404 4 หลายเดือนก่อน +1

    Jai zubeen da❤

  • @dhruvajyotidas5215
    @dhruvajyotidas5215 4 หลายเดือนก่อน +19

    Bhal lagise. Ihotok dibo loga asil. Love you Zubeen Da

    • @bishnu_jyoti_das33
      @bishnu_jyoti_das33 4 หลายเดือนก่อน

      ZG❤ kintu Krishna bhogoban nhy sei kotha tu kobo nalagisel dadai

  • @bhabeshdeka6206
    @bhabeshdeka6206 4 หลายเดือนก่อน +21

    আপোনালে নিজৰ কাজ কৰ্মত যে মাছ মাংখ নাখাই ঠিক আছে কয় যে জীব বধ নকৰো । কিন্তু আনৰ কাজ কৰ্মত কিয় খাই ... ?

    • @NIPNIRMAL
      @NIPNIRMAL 4 หลายเดือนก่อน +4

      Het nepai nahai gat lgib abor ktha ehatot 😂😂😂😂

    • @rajibkumar5163
      @rajibkumar5163 4 หลายเดือนก่อน +4

      Jagat dise

  • @simple_boy_bikash199
    @simple_boy_bikash199 4 หลายเดือนก่อน

    Xundor

  • @Educare_K
    @Educare_K 4 หลายเดือนก่อน +16

    Zubeen দাৰ ফালৰ পৰা মই ক্ষমা বিচাৰো কিন্তু
    আঁঠু কাঢ়ি কিয়
    বহি লৈ ও sorry নকয় zubeen দাই
    আৰু ঘেন্ত word টো তেওঁ প্ৰতিটো stage তে কয়

  • @RitumaniRajbongshi
    @RitumaniRajbongshi 4 หลายเดือนก่อน +43

    ধাৰ্মিক মানুহে ইমান উগ্ৰভাৱে কথা নকয়

    • @AbhigyanPranabSaikiaSaikia
      @AbhigyanPranabSaikiaSaikia 4 หลายเดือนก่อน +1

      Xosa kotha

    • @user-od7vs4zz1j
      @user-od7vs4zz1j 4 หลายเดือนก่อน +2

      Khong uthale khong uthiboi Bhai bhokoti Kori Paisa Tumi

    • @dipjyotidoloi9348
      @dipjyotidoloi9348 4 หลายเดือนก่อน

      Mane modahiee ulta pulta koi jabo aru satra r manuh bure hojyo kori jabo lage niki
      Apunar maa deutak gali dile apuni ki koribo, Prabhu Shree Krishna aamar babe maa deuta nisina, tekhetok modahiee gali dinoloi kor pra oodhikaar pale
      Modahik koi dibi GHENTA KELA, taat gaan anew nuhunu, bohut dangor dangor singer ase, eyak bahirot Kune sini pai
      Akow abar GHENTA ZUBEEN kela

    • @RitumaniRajbongshi
      @RitumaniRajbongshi 2 หลายเดือนก่อน

      @@user-od7vs4zz1j 6 ta ripuk domon korai vokotir mull udessyo, taar vitorot krodh oinyotom. Baaki bisar aaponar.

  • @Jintu325
    @Jintu325 4 หลายเดือนก่อน +3

    আপোনালোকে টো দান বৰঙণি পইচাই হে পেট পোহি আছে।১০টকা ২০টকা দান বৰঙণি দিলেই আপোনালোক সুখী নহয় । একাংশ সত্ৰাধিকা আছে বৰঙণি দাবী কৰে। আৰু জুবিন দাই সংগীত পৰিৱেশন কৰা ধনেৰে দৰিদ্ৰলোকক দান কৰে , আনকি নিজৰ তাতে একো নাথাকে গৈ কেতিয়াবা। আপুনি কৈছে তেওঁক মদ এৰা কথা, জুবিন দাই‌ নিজৰ টকাৰে মদ খাইছে আপোনাৰ টকাৰে খোৱা নাই । ভগৱান আমি দেখা নাই কিন্তু মানৱ ৰূপি ভগৱান আমাৰ জুবিন দাই ।

  • @Vipergaming_000
    @Vipergaming_000 4 หลายเดือนก่อน +6

    Mod tohotor baperror poisai d khuwa ni nhi zubeen dai zubeen dai ji koise thike koise joy zubeen da❤❤

  • @samujjalgogoi3174
    @samujjalgogoi3174 4 หลายเดือนก่อน +87

    শ্ৰীকৃষ্ণৰ কথা জুবিন দাই তেনেকৈ ক'ব নালাগিছিল বাৰু।ভুল হৈছিল,অলপ নিচাও লাগিছিল, মানি লৈছোঁ।কিন্তু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ নহয়,এইটো মদ খালেও ঠিকেই কৈছে তেওঁ(প্ৰভু-ঈশ্বৰ শব্দটোৰে তেওঁলোকক সম্বোধন কৰি থাকিব নালাগে আৰু,সামন্তবাদীসকলেও lord বুলিলে ভাল পাইছিল,Courtত বিচাৰকক lord বোলা কথাটোৰো বিতৰ্ক হৈ আহিছে মাজে মাজে,কিহৰ lord?)ঈশ্বৰ সেইজন যি নিৰাকাৰ,দয়াৰ আধাৰ তেওঁহে কেৱল প্ৰভু/ঈশ্বৰ।
    শংকৰদেৱক বহুতে ঈশ্বৰ বুলিলেও সাধাৰণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলিহে কোৱা হয়,তেওঁ আমাৰ গুৰু,সকলোৱে শ্ৰদ্ধা কৰোঁ।নকলেও নোৱাৰোঁ ফটা মুখ,ক'লেও লাগে ভকতৰ দোষ।ধৰ্মৰ ঠিকা কেৱল মুষ্টিমেয় এচাম মানুহে লৈ থোৱা নাই যে ই নীচ জাতিৰ মানুহ,ইয়াক মই হৰণ নিদিওঁ বুলি কোনোবাই ক'ব। মোৰ কাষৰ বাগানৰ গাওঁকেইখনত সুধি যাবহি পাৰে যদি মিছা কৈছোঁ।উচ্চ-নীচৰ ভেদাভেদ কোনে কৰি আহিছে মানুহে জানে।কাৰোবাৰ গাত লাগিবও পাৰে।প্ৰভু-ঈশ্বৰে এইবোৰ কৰিব লাগে জানো?😒
    আজিকালি আকৌ কেইজনমান সত্ৰাধিকাৰ Innova,Scorpioত হে অহা-যোৱা কৰে।যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত সেইদিনা দেখিছিলোঁ এজন সত্ৰাধিকাৰৰ(প্ৰভু ঈশ্বৰ?) লগত তিনিখন বিলাসী গাড়ী। যেন চৰকাৰী আমোলাহে।অৱশ্যে দান-বৰঙনি চৰকাৰ আৰু ৰাইজেই দিয়ে বাৰু।
    আমাৰ ঘৰলৈও এজন সত্ৰাধিকাৰ ভাত খোৱাকৈ দুবাৰমান আহিছিল,তেওঁ নিজেই কৈ গৈছে জুৱা খেলিছিল ডেকাকালত,গুণ্ডা আছিল। ঘৰত কেইটামান দুৰ্ঘটনা ঘটাৰ পাছৰ পৰাহে ভগৱানৰ নাম ল'বলৈ ল'লে আৰু এতিয়া তেওঁ সত্ৰাধিকাৰ(শিৱসাগৰৰ এখন সত্ৰৰ)।মইও শ্ৰদ্ধা কৰোঁ কিন্তু প্ৰভু ঈশ্বৰ নহয় তেওঁলোক।
    সেই সত্ৰাধিকাৰজনে তিনিখন গাওঁ ঘূৰি আৰ্শীবাদ দি পইচা-পাতি লৈ যায়। মুখখন ইমান মিঠা।ইমান তেলীয়া।পিছে তেওঁৰ আকৌ side business ও আছে দেই। দুখন দোকান ভাড়ালৈ দি থৈছে।নিজে কৈ গৈছে আমাৰ ঘৰত🤓
    মোৰ commentত ফেপেৰি পাতি লাগিবলৈ fake name লগাই উপাধিবিহীন কিছুমান মানুহ আহিব এতিয়া to raise voice in favour of the so called "Provu Iswars"

  • @KrishnaDas-mc1lq
    @KrishnaDas-mc1lq 4 หลายเดือนก่อน

    Good deceson

  • @Prakash-dk4zr
    @Prakash-dk4zr 4 หลายเดือนก่อน

    Nice voice

  • @Ziskajitkaswa7401
    @Ziskajitkaswa7401 4 หลายเดือนก่อน +1

    ঘেন্টা টো আপোনালোকক কোৱা নাই ।

  • @user-sl3xq4nd3o
    @user-sl3xq4nd3o 4 หลายเดือนก่อน +1

    অই ককা যি আপোনাৰ ফকতীয়া কথা কোৱা বাদ দিয়ক আপোনি আথো কাৰিব লাগিব বুলি কলেই আথো কাৰিব নেকী ❤

  • @GitarthaBharaliBharali
    @GitarthaBharaliBharali 4 หลายเดือนก่อน +4

    জুবিন গাৰ্গ ৰ মুখেদি ঘেন্ত শব্দটো শুনিলে ভাল লগে ,কিন্তু আপোনাৰ তথা সত্ৰাধিকাৰ এজনৰ মুখৰ পৰা ঘেন্তা শব্দ টো ওলালে ভাল নালাগে আৰু জুবিন ক আঠু কৰহুৱা ইমান সহজ কথা নহয় ।জুবিনক আঠু কৰ্হুৱা টো দুৰ এ তেওঁক আপুনি গাঁত হাত দি ও চুব নোৱাৰে । আৰু জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী সকল থকা লৈকে তেওঁক কোনেও একো কৰিব নোৱাৰে ।আমি সদায় জুবিন গাৰ্গৰ লগত আছোঁ আৰু পিচলৈকেও থাকিম ❤।

  • @nayan.j
    @nayan.j 4 หลายเดือนก่อน +3

    ৱাহ বেলেগ খংচোন😂😂😂

  • @assamgameingboy3772
    @assamgameingboy3772 4 หลายเดือนก่อน +5

    Zubeen da is right

  • @AnshuKashyap-sr5rf
    @AnshuKashyap-sr5rf 4 หลายเดือนก่อน +2

    Zubeen da always great

  • @davidbaishya4340
    @davidbaishya4340 4 หลายเดือนก่อน +1

    কাম নায়। কাম নায়। মামাই zubeen dak কিবা কোৱাৰ অগত এবচৰ ভাবে। অসমৰ ভগবানৰ লগত লাগি নিজেই লজ পব।

  • @xmungaming7105
    @xmungaming7105 4 หลายเดือนก่อน +3

    জুবিন দা জিন্দাবাদ ❤

  • @kangkandeka3938
    @kangkandeka3938 4 หลายเดือนก่อน +1

    শ্ৰী কৃষ্ণ আমাৰ ভগৱান আছিল আছে আৰু সদায় থাকিব,কোনোবা এজন নাস্তিক মানুহে তেওঁক ভগৱান মানে বা নেমানে সেইটো তেওঁৰ ব্যক্তিগত কথা তাকে লৈ ইমান চিয়ৰ বাখৰ কৰি লাভ নাই আজি হেজাৰ হেজাৰ বছৰৰ পৰা আমি ভগৱান শ্ৰী কৃষ্ণৰ পুঁজি আহিছোঁ আৰু আগলৈও হেজাৰ হেজাৰ বছৰলৈ আমি তেখেতক পুজি থাকিম,সীমিত সময়ৰ কাৰণে মনুষ্য জীৱন লাভ কৰা t এজন সাধাৰণ মনুষ্যৰ প্ৰভু শ্ৰী কৃষ্ণৰ অস্তিত্বক লৈ কৰা প্ৰশ্নত ইমান হৈ চৈ কৰি একো লাভ নাই।

  • @assamramdhenu2501
    @assamramdhenu2501 4 หลายเดือนก่อน +4

    মানুহ ভগৱান নহয় ঘন্টা ...

  • @utpalsahariah6969
    @utpalsahariah6969 4 หลายเดือนก่อน +3

    এনেকুৱা সত্ৰাধিকাৰক মই sutmarani বুলি কম। কথা ইমানেই

    • @ranjanborah6503
      @ranjanborah6503 4 หลายเดือนก่อน

      Kobiye toi satraor mati dokhol kora Bangla desir jaroj santan je

  • @diamondpayeng1119
    @diamondpayeng1119 4 หลายเดือนก่อน

    জুবিন দাৰ নিজৰ ডিয়ুটী গান গুৱা। গতিকে ৰাইজক মনোৰঞ্জন কৰাব লাগে। ভগৱান কোন হয়, সত্ৰাধিকাৰ প্রভু হয়নে নহয়, সেইবোৰ কবলৈ দৰকাৰ নাই নহয়।

    • @Khitendradka
      @Khitendradka 4 หลายเดือนก่อน

      Jixon stage t aibuli koise jubin Garg a ... Tat apuni ase jano .. ki krne ba kole teneke. . Kiba blg koi o tu kobo pare . Nojona koi ako nokobo

  • @DipjyotiMusical
    @DipjyotiMusical 4 หลายเดือนก่อน +3

    Manuh Bogoban hobo nuware Aru katiyau Nahoi Zubeen Dae Ji Koise Thikei koise Aru Apuni ki koise Athu kohar kotha Zubeen Dai apunar kothat Athu Aneu nakahe I Love you Zubeen Da ❤

  • @VlogSR2093
    @VlogSR2093 4 หลายเดือนก่อน +4

    Krishna was God … but dont make urself a god… We and u all are human beings… God is one … Manuh ketiau bhogoban hbo nuare 🙏 Zubeen Garg’s way of saying was different but literally he was right… MANUH BHOGOBAN HOBO NUARE ..

    • @bandanamahantamusical3919
      @bandanamahantamusical3919 4 หลายเดือนก่อน

      But Zubeen Garg crossed the limits by saying that "Krishna is not God. He is a man". Do you really think that he was right here? Reply koriba...

  • @user-wo8do2vm2u
    @user-wo8do2vm2u 4 หลายเดือนก่อน +1

    জুবিন গাৰ্গে ঠিকে কৈছে ❤❤❤

  • @amborishadhyapok1053
    @amborishadhyapok1053 4 หลายเดือนก่อน

    এখেতৰ বাক্যবাণৰ শব্দাৱলী ভাল লাগিছে।

  • @user-tt4lr8fr9t
    @user-tt4lr8fr9t 4 หลายเดือนก่อน +1

    Zg 🔥

  • @Bigbossjhvfuik
    @Bigbossjhvfuik 4 หลายเดือนก่อน +3

    বিতৰ্ক কৰিব লাগিছিল কি বিতৰ্ক কৰি আছে কি....... জুবিন গাৰ্গ আলোচনাৰ বিষয় নহয় অৰুণাচলৰ পৰা অহা জনগণ বৰ্তমান আমাৰ সমস্যা😢

  • @mjmusicassam3863
    @mjmusicassam3863 4 หลายเดือนก่อน +4

    Zubeen k athu kohaboloi aji loike axom t kunu jonmoi huwa nii

  • @bishnu_jyoti_das33
    @bishnu_jyoti_das33 4 หลายเดือนก่อน +1

    Axomor Roja hoi Zubeen da ❤❤

  • @jimidas7050
    @jimidas7050 4 หลายเดือนก่อน +4

    Probhu issor nhoi diyok... Thikei koise.... Apunaloke xonskriti roikhya krise... Xeibuli njke probhu issor buli vabibo odhikar nai... Zubeen da mnh k bipodot jimn xohaai kre . Xei hisapot tu tew o njk probhu issor buli kbo parile hoi😅

  • @user-qg8it6yf7r
    @user-qg8it6yf7r 4 หลายเดือนก่อน +3

    Zubeen dai tike koise...

  • @apschannelyt4816
    @apschannelyt4816 4 หลายเดือนก่อน +1

    Burha,r iman Josh kor pora ba ahise ,, jaboi uporot aru dudin pisot 😂😂 ,,, love you Zubeen daa

  • @gobindutta3029
    @gobindutta3029 4 หลายเดือนก่อน +1

    kajiya kora vokot akhet tene kuwa lagile

  • @Ithinkend
    @Ithinkend 4 หลายเดือนก่อน +24

    মদাহী হ'লেও সত্য কথাটো কৈ দিলে

    • @xoulff753
      @xoulff753 4 หลายเดือนก่อน

      Leura Suda tr 100 bap ka olad

  • @meghameghamegha8545
    @meghameghamegha8545 4 หลายเดือนก่อน

    Jai shree krishna 🕉️🕉️🕉️

  • @Who___2134
    @Who___2134 4 หลายเดือนก่อน +1

    জুবিন গাৰ্গ : মই কাকো ঘেনতা খাটি নকৰোঁ

  • @KaranKumar-ti3mx
    @KaranKumar-ti3mx 4 หลายเดือนก่อน +2

    Oi bura Zubeen dai ki nuhua kotha koise thike koise সত্ৰাধিকাৰ কোনো দিনে প্ৰভু ঈশ্বৰ হব নোৱাৰে আৰু Zubeen dar lgt whole assamor youth ase joi Zubeen da

  • @ReemagogoiReema
    @ReemagogoiReema 4 หลายเดือนก่อน

    Aiooo.. toi Zubin da.. 1/ nhoi.. sala.. kun beee toi.. ha..
    Joi Zubin daaa.. love you..

  • @DHONKULI-we7wg
    @DHONKULI-we7wg 4 หลายเดือนก่อน +2

    Bad dya hy

  • @dhrubarajkashyap753
    @dhrubarajkashyap753 4 หลายเดือนก่อน +1

    জুবিন দাৰ কথা এনেকৈ কবা কত সাহস পালি তই

  • @RahulRay-je5mv
    @RahulRay-je5mv 4 หลายเดือนก่อน +1

    Jai zuben daa❤❤❤❤

  • @bimaldas1622
    @bimaldas1622 4 หลายเดือนก่อน +1

    Ami nakaru de andulan krn 1ta kotha falr pra sab gole beya kowa nai 1k falr pra sab gole beya o krise..

  • @binuddeka7799
    @binuddeka7799 4 หลายเดือนก่อน +1

    উগ্ৰমূৰ্তি দেখুন 😅😅😅

  • @BrajenDeka-tm6wp
    @BrajenDeka-tm6wp 4 หลายเดือนก่อน +1

    Zubeen. da Love you

  • @prakashsaikia7586
    @prakashsaikia7586 4 หลายเดือนก่อน +3

    Khosa kotha kole zubeen da a

  • @niranjanmiri1057
    @niranjanmiri1057 4 หลายเดือนก่อน +2

    Mod.. Besike khabole loise.. Zubeen dai😢😢

  • @riturajgogoi1043
    @riturajgogoi1043 4 หลายเดือนก่อน +1

    Zubeen da ❤❤❤❤

  • @NIPNIRMAL
    @NIPNIRMAL 4 หลายเดือนก่อน +14

    Tor bapere hoi zubeen garg .. jay zubeen da ❤❤❤

    • @readmycomment101
      @readmycomment101 4 หลายเดือนก่อน +1

      exactly

    • @ranjanborah6503
      @ranjanborah6503 4 หลายเดือนก่อน +2

      Zubin Axomor apo sankritir aborjononahe😊

    • @AdventurousLens318
      @AdventurousLens318 4 หลายเดือนก่อน +2

      যা মাৰক এৰাতি কাৰণে শুৱাই দে জুবিনৰ লগত

    • @ranjanborah6503
      @ranjanborah6503 4 หลายเดือนก่อน

      Herou zubinor pagol fan Zubinor logote tohotoro adhopotan sannikot

    • @user-br7qo2jy6t
      @user-br7qo2jy6t 4 หลายเดือนก่อน

      Tur mur tu mokkel goya

  • @prasantakumargogoi6867
    @prasantakumargogoi6867 4 หลายเดือนก่อน +58

    মানুহ মানুহেই ৷ মানুহক কেতিয়াও ভগৱানৰ শাৰীত ৰাখিব নাপায় নহয় ৷ অৱশ্যে স৺চা কথা অপ্ৰিয়কৈ কব নালাগে ৷

    • @deepjyotithakuria1790
      @deepjyotithakuria1790 4 หลายเดือนก่อน +1

      sankardev ki asil

    • @axomiayt2285
      @axomiayt2285 4 หลายเดือนก่อน

      ​@@deepjyotithakuria1790 Guru asil

    • @UtpolaPhukon-ct6xv
      @UtpolaPhukon-ct6xv 4 หลายเดือนก่อน +1

      জুবিন গাৰ্গে নোকোৱা হলে গমেই নাপালে হেঁতেন আপুনি

    • @hirakjyotidutta7515
      @hirakjyotidutta7515 4 หลายเดือนก่อน +1

      Manuh manuhe hoi... Vogowan tumio nhoi... Koka.. Tumi o tnke vat muthi milai asa.. Ru
      ...
      Tumaloke agot jat pator khel khon hamora sun..
      Ajio eisob tumalokr majote soli ase besi vag.. , eitu to sankardev ba krishnai hikai jua nsil.. Moi jnt.

    • @hrittikrajpnkonwar6705
      @hrittikrajpnkonwar6705 4 หลายเดือนก่อน

      Sattradhikar k bhogoban buli Kune koise. Teu guru he. Guru Mane teacher. Jidore Ami nijor guru k physics, chemistry, English ba kiba subject t bisharad babe Ami honam koru. Thik heidore, Amar axom r guru Srimanta Sankardev e arombho kora vaishnav Sanskrit odhyoyon kori tak jiyai rokha babe Ami sattradhikar k honman koru. Bhogoban tu ketiau nohoi. Gyan e manuh k dangor kore, name e nohoi. Jihokol manuh e iyat beyake comment korise ba kotha tu right buli koise. Teuluke sage nijei amar Guru Sankardev r kotha hudhile 5 ta line u bhalke kobo nuaribo. Teur teaching bur hoitu bhalke kobo nuaribo.
      Srimanta Sankardev e ketiau nijok bhogoban buli kua nasil. Teu amar Guru he. Tenedore Sattradhikar u ketiau bhogoban nohoi, guru he. Aru Sanskriti jiyai rokha ei luk hokolok honman kora bhal.
      Aru jodi Bageshwar Baba, Ramdev, r nisina manuh bure security pabo pare, tente amar axom r guru e kio pabo nuare. Teuluke tu kotu beya kotha prosar nai kora. Guru hol bulie ki teuluke bhal Kapur nipindhibo neki???? Bhal garit nughuribo neki????
      Tente xilpi hokoleu gaan gai nijor poisa bur dukhiya k daan kori rasta t thakibo lage. Teuluke nu dami hotel kio khule. Amar CM re xompotti r bhandar kiman dangor . Teu jodi raijor kotha bhabe sob property dukhia r name t kio nokore.
      Olop bibek hokolue logaok. Jiman dangor guru holeu sob manuh e. Aru bhalke jiyai thoka odhikar ase sobore.
      Amar CAA tu ahilei. Tene obostha t jihokole axom r asol Sanskriti jiyai rakhise, tente lukor bhalke jiyai thokar olop besi he odhikar ase .
      Joy Ai Axom ❤️

  • @SchoolofEducation-nm6pk
    @SchoolofEducation-nm6pk 4 หลายเดือนก่อน +2

    সিদ্ধ পুৰুষৰ আকৌ কিহৰ খং 😂

  • @soldierswing
    @soldierswing 4 หลายเดือนก่อน +1

    Zubeen daa zindabaad ❤

  • @chanidas964
    @chanidas964 4 หลายเดือนก่อน +1

    Joi Zubeen da .❤ Zubeen da e thike koise xonman dile hol .

  • @manikray4223
    @manikray4223 4 หลายเดือนก่อน +1

    Ghenta 😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁

  • @NayanDas-ib3vh
    @NayanDas-ib3vh 4 หลายเดือนก่อน +1

    Zubeen daa love u

  • @WilliamNrzy
    @WilliamNrzy 4 หลายเดือนก่อน +1

    Joy Zubeen daa❤❤❤❤

  • @nripendutta2378
    @nripendutta2378 4 หลายเดือนก่อน +1

    Teu koise koise kintu apunar mukhotu huva pua ni kotha bur

  • @Amarjyoti1234
    @Amarjyoti1234 4 หลายเดือนก่อน +1

    Zubeen daai ako beya kotha kowa nai , kuno Mandir ba dharma xobhat to kowa nai .....
    Pise apuni kio kole ghenta buli dangoriya ?

  • @kamaldas2353
    @kamaldas2353 4 หลายเดือนก่อน +1

    ঘেন্তা শব্দ টো কোৱা বাবে জুবিন দাক বেয়া পাই লাভ নাই আৰু অসমৰ সংস্কৃতি কথা যে কৈছে জুবিন দাই জীয়াই ৰাখিছে অসমীয়া সংস্কৃতি 🫡🫡🫡 জয় জুবিন দা

    • @ranjanborah6503
      @ranjanborah6503 4 หลายเดือนก่อน

      ZUBIN Aposanskritir bahok teuk boycott koribo lage ,

  • @assamgameingboy3772
    @assamgameingboy3772 4 หลายเดือนก่อน +1

    Jai zubeen da

  • @mirichannel7165
    @mirichannel7165 4 หลายเดือนก่อน +1

    I love Zubeen daa

  • @ganeshamamata1117
    @ganeshamamata1117 4 หลายเดือนก่อน +2

    Iman xong kora manuhjone nijoke vagawan buli nikole kio nu beya pai? aapuni vagawan hole zubine mana korileu manuhe aapunak vagwan maniboi,iman xong nuxuai vagawanok😂
    Iman dine nijoke vagawan buli vabi aasil 😂😁

  • @anupamborah5027
    @anupamborah5027 4 หลายเดือนก่อน +2

    Zubeen always speaks the truth...apuni kun hoi imn beya boson gaise

  • @kanaksonowal7707
    @kanaksonowal7707 4 หลายเดือนก่อน +1

    Hotadhikar kijon vogoban neki ne vogobanok log pai thake , oi bura tuk dekhile zattra bea hobo ,besi dhormo luk Sur soritro hoi , Zubeen da val kotha kole moiu zubeen dar kothat honnmot ki falibi he bura deuta hokol kiman bar vogoban log paiso , ki faliso vogoban namot ,. Zubeen dai amar dekhok hunam koriyai anise ,koto manuhok hohai korise tohote ki koriso vogoban namot , okol dan dokhina loi loi soli thakile nohobo jar ontorot vogoban thake tar ketiau khong rap kotha nulai ,tohotor mukhot ji khini kotha koiso tohote mukhot Ram pale kham buli sovab manuh sinaki diso , moi zubeen dar faleu nai hua kintu zubeen dai jiman Kam kori goise himan Kam tohotor dharmik gustir kunu 1joneu kore nai . Habadhan hoi kotha kobi tohotor koi zubeen dar bohut Honnman ase ,amiu ulam sau sun kanakoi zubeen dak athu korabo paro ami bur ki Sai thakim neki

  • @medhilogichouse7859
    @medhilogichouse7859 4 หลายเดือนก่อน +43

    Zubin অনবৰত সুৰাৰাগতে থাকে

    • @dkalita4998
      @dkalita4998 4 หลายเดือนก่อน +1

      Toi kiht thaka

    • @atulgogoi3362
      @atulgogoi3362 4 หลายเดือนก่อน +1

      Toi khuiso neki

    • @paradisevlogs3754
      @paradisevlogs3754 4 หลายเดือนก่อน

      Toi akhomiya hoi tu​@@dkalita4998

    • @AdventurousLens318
      @AdventurousLens318 4 หลายเดือนก่อน

      ​@@dkalita4998 তোৰ মাৰৰ কতিত

    • @AdventurousLens318
      @AdventurousLens318 4 หลายเดือนก่อน +3

      ​@@atulgogoi3362 অ পাহৰিছিলুৱে তোৰ বাপেৰেহে খুৱাই আছে

  • @mirichannel7165
    @mirichannel7165 4 หลายเดือนก่อน +2

    Satradhikar is not vagawan and not God right

  • @ritikmaramsavlogs6694
    @ritikmaramsavlogs6694 4 หลายเดือนก่อน +1

    Zai Zubeen da ❤❤

  • @AnupZg-io2pc
    @AnupZg-io2pc 4 หลายเดือนก่อน +1

    Akhomor Kolija hoi Zubeen.. kolija nohole Akhom jiyai thakibo janu 😇

  • @KhaninSarmah
    @KhaninSarmah 4 หลายเดือนก่อน

    0:59 😂😂😂 fun fact mama also zg fan 🪭😂😂😂😂😂🤐😆

  • @abinsurin8277
    @abinsurin8277 4 หลายเดือนก่อน +1

    Zubeen garg assamor gourab ru hosa kotha koise Manuhok prabhu iswar bulatu bhul papi manuhokk😂😂😂😂

  • @debenligira1662
    @debenligira1662 4 หลายเดือนก่อน +1

    Moja

  • @kailashtalukdar
    @kailashtalukdar 4 หลายเดือนก่อน +1

    Jay Zubin da. ❤❤❤❤

  • @sahid-407
    @sahid-407 4 หลายเดือนก่อน +10

    জুবিন অসমৰ সম্পদ, বাটৰ কুকুৰ নহয়, আঠু কাঢ়ি ক্ষমা খুজিব যে। জুবিনে কোৱা কথাখিনি আগতে ভালদৰে বুজি লওক। নিচাত থকা মানুহে মিছা কথা নকয়। সত্ৰাধিকাৰ মানে প্ৰভু ঈশ্বৰ নহয়। আৰু প্ৰভু ঈশ্বৰ নেদেখা জনক হে কয়। z u been is right that's all.

    • @SanjayDas-fb1in
      @SanjayDas-fb1in 4 หลายเดือนก่อน +1

      Thik kotha koisi diyok apuni 😢

    • @TheAMIETE
      @TheAMIETE 4 หลายเดือนก่อน +1

      It's true

    • @sahid-407
      @sahid-407 4 หลายเดือนก่อน +1

      আছলতে অসমৰ মানুহে মুৰ্খ নহয় কিন্তু কিছুমান অদর্কাৰি জ্ঞানৰ বাবে আমি অসমীয়া মুৰ্খ হৈছো।

    • @SanjayDas-fb1in
      @SanjayDas-fb1in 4 หลายเดือนก่อน +1

      @@sahid-407 right

    • @air33-ias53
      @air33-ias53 4 หลายเดือนก่อน

      Nisat thoka manuhei tu kela hosa kotha koi no... Modahi, Nisa dhari...bewra...tohoti aru kobi ki...set dhel khai jua k misa kor ja

  • @assamesepoem7953
    @assamesepoem7953 4 หลายเดือนก่อน +1

    Joy zubeen da

  • @khagenkalita5840
    @khagenkalita5840 4 หลายเดือนก่อน +1

    June ji nku Zubeen da hodai Zubeen da hoi thkib 🤟🤟

  • @Mrhukai0
    @Mrhukai0 4 หลายเดือนก่อน

    Dhui kela buli kolu....

  • @Mlarmy00
    @Mlarmy00 4 หลายเดือนก่อน +1

    jai Zubeen da❤❤❤

  • @BhaskarMedhi-ow4lu
    @BhaskarMedhi-ow4lu 4 หลายเดือนก่อน +1

    Zubeen da best

  • @user-ss6vw1sx5e
    @user-ss6vw1sx5e 4 หลายเดือนก่อน +5

    😊Zubin da nohole axomot bangladesi gan bajil hoi alop
    Bhabi sabo
    Kintu bya kotha sobote nosole ba kobo nalge

  • @MridulP-hm7wu
    @MridulP-hm7wu 4 หลายเดือนก่อน +3

    Prvu esar buli kole he prvu hoi najai diok zubn dai thike koise prvu esar buli kwar kunu ortha nathake

  • @tarunstudycenter1798
    @tarunstudycenter1798 4 หลายเดือนก่อน +1

    Ki vul kole zubine

  • @arupdeka7830
    @arupdeka7830 4 หลายเดือนก่อน

    Zubin da lom adal eko krib noware jha . bonaigaon khta2 abr mnt pelaok ..joi Zubin da..aru apunak kune vl pai Zubin dak hajar hajar mnhu vl pai

  • @djvloggs9399
    @djvloggs9399 4 หลายเดือนก่อน +2

    Zubeen da mein. Tohotor ktha baad d. 16000 gaan zubeen a gaise tohote gowa nai. Jai zubeen da❤

  • @rupamkalita5837
    @rupamkalita5837 4 หลายเดือนก่อน +1

    Kon tht khotradhikar, dangor dangor topola khoa khotradhikar

  • @axomiayt2285
    @axomiayt2285 4 หลายเดือนก่อน +4

    Bitter truth by Zubeen

  • @ErRuna
    @ErRuna 4 หลายเดือนก่อน +1

    Manuh keneke prabhu.. Title kio laage... Bhaal kaam kori jauk.. Bhal manuhe title nibisare...

  • @Itsyourboi22
    @Itsyourboi22 4 หลายเดือนก่อน +1

    Toi bura toi ki korili axomiyar karne? Zubeen e kimn jugdan dla toi jano? Tur 14 gusthiye heman koribo nuware bujili

  • @SumiDas-he1gg
    @SumiDas-he1gg 4 หลายเดือนก่อน +2

    Jubeen dai majulir shotradhika r ktha aku beya koi kuwa ni zubeen dai koixe teo provu iswar ba shri krishna aebur namanu buli kintu apunaluke kor pora korbat tani nixe teo vgowank namane teor ktha tate apunalukr mat matib loga aku ktha nai

  • @morommoromlagise936
    @morommoromlagise936 4 หลายเดือนก่อน +29

    সত্ৰাধিকাৰ সকলনো কি.... ধৰ্মৰ ভীতি দেখুৱাই ৰাইজৰ দান-বৰঙণিতহে চলি থাকে। প্ৰভু ঈশ্বৰ বুলি নামাতিলেও ভা-ভেটিবোৰ পাই থাকিব দিয়ক চিন্তা কৰিব নালাগে

    • @BrajamohanBorah.-gd3hz
      @BrajamohanBorah.-gd3hz 4 หลายเดือนก่อน

      Pagolor Dore kotha kuwajonok pagol buliei kuwa hoi.

    • @AdventurousLens318
      @AdventurousLens318 4 หลายเดือนก่อน

      তুমি পাৰিবা নেকি কেলা, ঘৰ সংসাৰৰ মায়া মোহ এৰি ভগৱানৰ গুনানোচৰ্চাত নিজৰ সম্পূৰ্ণ জীৱনটো আগবঢ়াই দিবলৈ

    • @samujjalgogoi3174
      @samujjalgogoi3174 4 หลายเดือนก่อน

      @@AdventurousLens318Appuni mur aru ata comment t reply disil hei karone kotha ata koi jau. Mur ghoroloiu hei dina ajon hotradhikar ahisil. Moi akou bordeuta bulihe matu teuk. Teu agote juwa khelisil. Gunda asil dekakaalot.Nijei koi goise.Maya moh tyag kora mane ki buje nu apuni? Teur lora suali ase. Teu maas mangkho khau buli nijei koi goise. Kintu atia burha boyokhot olop bhogowanor naam loi position ata paise aru. Hei tue. Bor besi sacrifice kora nai diyok. Enekua bohut examples ase. Aru ajonor kotha janu moi.Mur nisinake apuniu jot tot comment di ase. Satradhikar r family r jen paisu. Nohole nu emn gaat lage ne😒😒😒😒😒

    • @BrajamohanBorah.-gd3hz
      @BrajamohanBorah.-gd3hz 4 หลายเดือนก่อน

      @@AdventurousLens318 Tumi paapi xei karone jubeen modahi ji kam kore. Take xohojug kora? Aru eta kotha so ial mediat je kela xobdotu use kora ? Tumar likhonitu tumar maa, deuta' bhai, bhoni hote nesai neki?

    • @AdventurousLens318
      @AdventurousLens318 4 หลายเดือนก่อน

      @@BrajamohanBorah.-gd3hz প্ৰথম কথা মই জুবিনৰ একচিকুত মানো supporter নহয়। দ্বিতীয় কথা তুমি কিয় সত্ৰাধিকাৰ সকলে দান বৰঙণিৰ ওপৰতে অকল নিৰ্ভৰশীল বুলি কৈছা।

  • @user-gf6fs7kb8z
    @user-gf6fs7kb8z 4 หลายเดือนก่อน +1

    Bad diya he tht sur hoi

  • @user-kt2bs2rw6o
    @user-kt2bs2rw6o 4 หลายเดือนก่อน

    ক্ষমা মাগিব লাগে