Asorit holu anekoi manuh thake | Manuhe Manuhor Babe ep. 17

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024

ความคิดเห็น • 1.8K

  • @mohimpatori4140
    @mohimpatori4140 10 หลายเดือนก่อน +551

    তোমাক জন্ম দিয়া মাক-দেউতাকৰ কোটি কোটি প্ৰণাম ♥️🥰

    • @rashmi_vlogs44
      @rashmi_vlogs44 10 หลายเดือนก่อน +4

      Hoi 😊

    • @junmonimech3467
      @junmonimech3467 10 หลายเดือนก่อน +4

      তোমাক জন্ম দিয়া মা দেউতাই ভগবান জন্ম দিলে তোমাক তুমি আৰু আগ বাঢ়ি জোৱা

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 หลายเดือนก่อน

      উন্নয়ন চাৰিওফালে উন্নয়ন ।নেতা পালিনেতা সকলৰ উন্নয়নৰ ডাঙৰ ডাঙৰ ভাষণ,উচ্চ পদত থকা বিষয়া সকলৰ কমিচনৰ অংক ।সময় তুমি আগ বাঢ়ি যোৱা ,আমি তোমাৰ লগত আছো ।

  • @mdas1352
    @mdas1352 10 หลายเดือนก่อน +72

    দাদা তুমি অসমৰ সকলোতকৈ ডাঙৰ youtuber হোৱা যেন ❤️❤️❤️

  • @dilipdas8112
    @dilipdas8112 10 หลายเดือนก่อน +20

    কি কম তোমাক মই, দয়া উপজিল তোমালৈ দূখ লাগিল তোমাৰ খৰছ দেখি ঈশ্বৰে তোমাক আৰু শক্তি দিয়ক ❤

  • @himangshugaming6011
    @himangshugaming6011 10 หลายเดือนก่อน +8

    Dada apuni 10000000000000000 bosor jiyai thkuk aponar nisina kotu npai ajir dint ❤❤❤❤

  • @santanu1234
    @santanu1234 10 หลายเดือนก่อน +192

    Bhaiti মই যোৰহাটৰ ।মই সাধাৰণ sabji বিকী কৰোঁ।মানুহৰ ঘৰে ঘৰে গৈ ।তুমি বহুত ভাল কাম kori আচা । মইও তোমাক আৰ্থিক ভাবে অলপ সহায় কৰিব বিচাৰোঁ।

  • @missmajoni2241
    @missmajoni2241 10 หลายเดือนก่อน +355

    মানুহৰূপী দেৱতা আপুনী 🙂❤️ আপোনালৈ মোৰ সহস্ৰ প্ৰণাম ✨🙏

  • @treveling2003
    @treveling2003 10 หลายเดือนก่อน +36

    সপোন সপোন লগা যেন এটি বাস্তৱ জীৱন ....পাৰ কৰিছে তেখেত লোকে 😢সচাকৈ দুখ লগা এটি বিষয় ....❤love from charaideo ...সময়ে এতিয়া সকলো সলনি কৰিব ....তোমাৰ লগত সদায় আমাৰ আশীৰ্ৱাদ❤

  • @DeepYouTube
    @DeepYouTube 10 หลายเดือนก่อน +17

    চৰকাৰ খনে আপোনাৰ পৰা বহুত শিকিব আছে । আগুৱাই যাওঁক সহায় কৰি । ❤

  • @pikumoniyein972
    @pikumoniyein972 10 หลายเดือนก่อน +87

    চকুপানী ওলাই গৈছে তোমাৰ মানৱতাৰ গুণ দেখি । ভাইটি তুমি আগুৱাই যোৱা ভালেই থাকা তুমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তোমাৰ বাবে অন্তৰৰ নিৰ্ভিককোণৰপৰা তুমি বহু দূৰ আগুৱাই যোৱা 🙏🙏🙏

    • @biswacreative8325
      @biswacreative8325 10 หลายเดือนก่อน

      Right bro muru ulai goise soku Pani .. brother Tumi aguwai juwa...🙏🙏🙏🙏❤️❤️❤️❤️

    • @bharatidevi6477
      @bharatidevi6477 10 หลายเดือนก่อน

      😭Om 🙏🙏🙏

  • @MyDreams122
    @MyDreams122 10 หลายเดือนก่อน +134

    তুমি মহান🙏ভগৱানে তোমাক আৰু শক্তি দিয়ক। তুমি সদায় ভালে থাকা....

  • @bikashsvlogs861
    @bikashsvlogs861 10 หลายเดือนก่อน +2

    Dhunia brother val val kori ase kori jawok❤❤❤

  • @Romanticsonowal
    @Romanticsonowal 10 หลายเดือนก่อน +4

    Moja Lage aapunar video sai bohut.
    Love from Lakhimpur ❤️

  • @khiruddaflari3083
    @khiruddaflari3083 10 หลายเดือนก่อน +88

    প্ৰথমে আপোনাৰ মা-দেউতালৈ কোটি কোটি প্ৰণাম সময় দা আৰু আপুনি এজন ভগৱান ৰূপী মানুহ শেষত আপোনালৈও শ্ৰদ্ধাৰে প্ৰণাম জনালোঁ দাদা।

  • @momisaikia8468
    @momisaikia8468 10 หลายเดือนก่อน +93

    তুমি মানুহ ৰূপত ভগৱান । কোটি কোটি প্ৰনাম জনালোঁ।

  • @barnali173
    @barnali173 10 หลายเดือนก่อน +31

    ভগৱানৰ শ্ৰী চৰণত প্ৰাৰ্থনা তোমাক সদায় সুস্থ সবল আৰু নিৰোগী কৰি ৰাখক 🙏🙏🙏

  • @pradipbarman412
    @pradipbarman412 10 หลายเดือนก่อน +3

    সঁচাকৈ দাদা আপোনাক কি বুলি কম ভাষা নাই ,এনেকৈ আগ বাঢ়ি যাওক আপুনি

  • @bhaikiasaikia9445
    @bhaikiasaikia9445 10 หลายเดือนก่อน +39

    হে প্ৰভু দয়াময় অশেষ ধন্যবাদ তোমাক 🙏 এই মানু্হ জনক যে তুমি উলিয়াই দিলা তাত... নমো নাৰায়ন 🙏 নমো নাৰায়ন 🙏 নমো নাৰায়ন 🙏

  • @skcreation321
    @skcreation321 10 หลายเดือนก่อน +160

    এতিয়া মই কলেজত পঢ়ি আছো ❤ যেতিয়া নিজেই উপাৰ্জন কৰিম তেতিয়া মোৰ নিজৰ সাধ্য অনুসাৰে আপোনাৰ দৰে দুখীয়া অসহায় জনক সহায় কৰিম ।
    মোৰ বেলেগৰ দৰে ডাঙৰ চাকৰি কৰাৰ ও ইচ্ছা নাই জীয়াই থকা কেইদিন এনেদৰে সহায় কৰিব মন আছে ☺️❤️

    • @bulendeka1005
      @bulendeka1005 10 หลายเดือนก่อน +1

      Good 👍❤

    • @purnabora7005
      @purnabora7005 10 หลายเดือนก่อน +4

      Hohay koribo bisara jodi dangor sakori koribo try...tetia aru valke hohai koribo pariba...
      Nijor karone nlge belegok hohai koribole

    • @skcreation321
      @skcreation321 10 หลายเดือนก่อน

      @@purnabora7005 yes 🙏
      Xohai koribo loi sakori dangor hbo nalage manuh or mon tu dangor hbo lage ❤️

    • @manujdas3004
      @manujdas3004 10 หลายเดือนก่อน +2

      Sakori korile ghenta diba prai manuhe kaku help nakore. Karon nije table or talere toka loi.

    • @purnabora7005
      @purnabora7005 10 หลายเดือนก่อน

      @@manujdas3004 luwa manuh besi....kintu nuluwa manuhu ase....

  • @lakhipriya2095
    @lakhipriya2095 10 หลายเดือนก่อน +4

    Bhogoban ne tmk aru hokti diye jate 🙏❤️

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 หลายเดือนก่อน +3

    তুমি ঈশ্বৰে দিয়া হে সন্তান বহুত বহুত আশীৰ্বাদ থাকিল

  • @rocktimalahon4244
    @rocktimalahon4244 10 หลายเดือนก่อน +3

    আপুনি মহান দাদা।আপুনি আৰু আগবাঢ়ি যাওঁক

  • @trishnakalita3501
    @trishnakalita3501 10 หลายเดือนก่อน +22

    সঁচাকৈ ভগবানৰ ৰূপত তুমি আহিছা যেন। ভগৱানে তোমাক যেন ইয়ালৈ পঠাইছে ককা আইটাহতক সহায় কৰা বাবে । আশা কৰিছোঁ তুমি এই যাত্ৰাত সদায় আগুৱাই যোৱা । ভগৱানে যেন আমাকো সহায় কৰে তোমাক এই যাত্ৰাত সাহস দিয়াৰ বাবে । এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w 2 หลายเดือนก่อน +2

    ভগৱান সদায় তোমাৰ সহায় হৈ থাকক তোমাৰ পিতৃ মাতৃকহেজাৰ 🙏🙏🙏

  • @user-ix9ju8oe5s
    @user-ix9ju8oe5s 10 หลายเดือนก่อน +1

    Dada apuni bht bhal kam ari asa selute dada🔥🔥🔥👌👌👌

  • @kornokumardoley1514
    @kornokumardoley1514 10 หลายเดือนก่อน +109

    দাদা আপোনি ভগৱানৰ অন্য এটা ৰূপ❤❤❤ Love from Lakhimpur❤❤

  • @ramtayeng5893
    @ramtayeng5893 10 หลายเดือนก่อน +3

    Apuni manuh nhoi amar karone bhogoban❤❤❤

  • @papudas2244
    @papudas2244 10 หลายเดือนก่อน

    তুমি মহান 🙏❤️❤️❤️

  • @kaushikdeka1873
    @kaushikdeka1873 10 หลายเดือนก่อน +3

    প্ৰথমতে আপোনাক সেৱা জনাইছো ❤🙏🏻🙏🏻 আপুনি suggest কৰিব কোৱা কাৰণে কৈছো ; ককা আইতাৰ ঘৰখন তাতেই বনালে ঠাই খিনি ওখ কৰিলে ভাল হব। নহলে তাত পানী উঠে যে । বেলেগ ঠাইত বনালেও আকৌ মাটি খিনিত তেওঁলোক সুৰক্ষিত হয় নে নহয় , সেইটো চাব।
    আপুনি বহুত আগুৱাই যাওক, তাকেই কামনা কৰিছো। ❤❤❤

  • @rupakboro13
    @rupakboro13 10 หลายเดือนก่อน +7

    এনেকুৱা পৰিস্থিতি দেখিলে বহুতেই বেয়া লাগে।।😥 তুমি বহুত ভাল কৰ্ম কৰি আছা।।❤ ভগবানে তোমাৰ মংগল কৰিব।।

  • @babudutta3044
    @babudutta3044 10 หลายเดือนก่อน +1

    অতি সুন্দৰ লাগিল video to চাই bro ❤❤❤

  • @rahulgogoi1685
    @rahulgogoi1685 10 หลายเดือนก่อน +1

    Homoy da tumi enedore aguwai juwa god bless you ❤❤

  • @binasaikia1675
    @binasaikia1675 10 หลายเดือนก่อน +3

    ঘৰৰ অৱস্থা দেখিলেই দুখ লগা । ভগৱানে তোমাক আৰু শক্তি দিয়ক ।

  • @dipunjachetia259
    @dipunjachetia259 10 หลายเดือนก่อน +6

    বৰ্তমান সময়ত আপোনাৰ দৰে মানু্হৰ বহুত প্ৰয়োজন। ভগৱানে আপোনাক ভালে ৰাখক তাকে কামনা কৰিছোঁ 😊

  • @TrishnaThenaturegirl
    @TrishnaThenaturegirl 10 หลายเดือนก่อน +1

    চকু পানী উলাই গল,আপুনি কিন্তু বহুত ভাল কাম কৰি আছে।বহুত বহুত ধন্যবাদ।

  • @SunilHembrom-xn1gm
    @SunilHembrom-xn1gm 4 หลายเดือนก่อน

    Homoy gogoi u r great aponar jibon juge juge Jate jiyay thake JOHAR mane MOMOSH kar

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy 10 หลายเดือนก่อน +40

    মানবতাৰ আচল ৰূপ দেখিলো। ধন্যবাদ।

  • @majanibegum3739
    @majanibegum3739 10 หลายเดือนก่อน +8

    প্ৰথমতে সময় দাদা মা , দেউতাক‌‌ মোৰ ফালৰ পৰা নমস্কাৰ 🙏 জনাইছো। আপোনাৰ লোকে আমাক সময় দাদক উপহাৰ দিয়াৰ বাবে। ইমান ভাল সন্তান জন্ম দিয়াৰ বাবে ধন্যবাদ মা দেউতা ।❤️❤️।সময় দাদা সদায় এনেক ভাল কাম কৰি জাব ।🙏🙏🙏

  • @mrinmoynath5079
    @mrinmoynath5079 10 หลายเดือนก่อน

    Anekoi kori jua ..aguai jua ...emn khini kribo parisa bhut dngr ktha ajir dint manuhr halp kra ...god bless you ❤️

  • @pranjaldas-ri2pp
    @pranjaldas-ri2pp 6 หลายเดือนก่อน +1

    Dada bohut val Kam korise❤

  • @ebadaahsaikia2082
    @ebadaahsaikia2082 10 หลายเดือนก่อน +145

    Heart breaking hoi bhaiti , God bless you Homoi.

  • @diptihazarika4006
    @diptihazarika4006 10 หลายเดือนก่อน +17

    তোমাৰ অসীম মানৱতাক মাজত এখন সুকীয়া আসন দেখা পাইছোঁ সেই খন আসন হ'ল ভগৱানৰ

  • @assameseoldsongs3806
    @assameseoldsongs3806 10 หลายเดือนก่อน +1

    "সময়"য়ে চৰকাৰে প্ৰচাৰ চলোৱা জন-হিতকৰ কামৰ বিপৰিতে চৰকাৰৰ মুখত তেওঁ পিন্ধা ছেণ্ডেলেৰে চৰিয়াই আছে। Great.
    💕U সময় ।

  • @ronujtayeng110
    @ronujtayeng110 10 หลายเดือนก่อน

    Apunr nisina manhu paboloi bhut kom dada apuni aru bhut agoloi jai ja tara kamona krim gd bless you

  • @rtvlogs9122
    @rtvlogs9122 10 หลายเดือนก่อน +44

    দাদা বিয়া পাতিলে আপোনাৰ দৰে এজনি বিয়া পাতিব দাদা যাতে বৌ জনিও আপোনাৰ দৰে সহায় কৰা হব লাগে যাতে বেলেগৰ দৰে কৃপন নহয়❤

    • @ikbalstore5160
      @ikbalstore5160 10 หลายเดือนก่อน +2

      Right 👍

    • @JUG2023
      @JUG2023 10 หลายเดือนก่อน +1

      Ejoni pabole taan... Ase kintu

    • @JeutiRabha-np1es
      @JeutiRabha-np1es 3 หลายเดือนก่อน +1

      Right❤❤

  • @trishnamanikalitatrishnama8365
    @trishnamanikalitatrishnama8365 10 หลายเดือนก่อน +16

    দাদা আপুনি সচাই মহান❤❤

  • @juridevi5345
    @juridevi5345 10 หลายเดือนก่อน +1

    Bahut aguwai jaok apuni ayai vagawanar osrt minati🙏🙏

  • @AbhinabRabha82
    @AbhinabRabha82 3 หลายเดือนก่อน

    Bohut val lagil dekhi aguyao jowa

  • @poko302
    @poko302 10 หลายเดือนก่อน +17

    May almighty god bless you abundantly bro for helping poor & needy people.

  • @zkhajonghajong1077
    @zkhajonghajong1077 10 หลายเดือนก่อน

    Good job bhaiti good bless you sarkare nedeke. Neki sorkaror falor pora ghor bonai dile bhal hoi

  • @jbo643
    @jbo643 10 หลายเดือนก่อน +1

    অসমৰ জনপ্ৰিয় আপুনি ❤ জনপ্ৰিয় হৈ থাকিব।

  • @lakhindratairai5278
    @lakhindratairai5278 10 หลายเดือนก่อน +5

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছা তুমি আগলৈ আৰু আগুৱাই যোৱা।

  • @Bastav_Basanta
    @Bastav_Basanta 10 หลายเดือนก่อน +15

    সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️

  • @TutuThengal-st2wv
    @TutuThengal-st2wv 10 หลายเดือนก่อน

    Bohut val kam korisa Tumi, God bless you.....

  • @archanagogoi7090
    @archanagogoi7090 3 หลายเดือนก่อน

    তুমি বৰ ভাল কাম কৰি আছা 👌 ভগৱানে তোমাৰ মংগল কৰক । চৰকাৰে নেদেখা বোৰ তুমি দেখা পাইছা । তুমি নৱপ্ৰজন্মৰ আদৰ্শ হোৱা

  • @MRINALJYOTIVLOGS
    @MRINALJYOTIVLOGS 10 หลายเดือนก่อน +4

    ঘড়ী কাটা লগত ঘুৰি ফুৰা এজন লৰা নাম তেওঁৰ সময়।
    সময় নামেৰে নহয় কামেৰে পৰিচয় ।জই আই অসম

  • @Nripen49
    @Nripen49 10 หลายเดือนก่อน +8

    Tumi bohut dhuniya kam korisa bro.... Assamese Dangr youtuber bure... Anekuwa kam kora nai.... Dimpu ye... Tumar logot nuware

  • @mr__ms8039
    @mr__ms8039 10 หลายเดือนก่อน

    Aguwai juwa dada anekoi vall kam kori😢❤❤❤best off luck

  • @monjeetdas2537
    @monjeetdas2537 10 หลายเดือนก่อน

    Apuni emn dhuniya kam kori ase tar krn e bht bht dhonyobad dada🙏🙏

  • @JyotiSaikia-yn6cw
    @JyotiSaikia-yn6cw 10 หลายเดือนก่อน +3

    দাদা আপুনি ভগৱানৰ অন্য এটা ৰূপ 🙏
    দাদা আপুনি আৰু আগুৱাই যাওক
    Love from dergaon 🙏🙏🙏🙏

  • @sujitkurmi7592
    @sujitkurmi7592 10 หลายเดือนก่อน +13

    Good job brother, God bless you ❤

  • @mainabhuyan2167
    @mainabhuyan2167 10 หลายเดือนก่อน

    Bohut val Kam korise vl lagise apunar Kam bilak dakhi ..aru agg bahi jaok vogobanor usorot parthona kori aru jate hohai koribo pare ...

  • @samarjitbarman7719
    @samarjitbarman7719 10 หลายเดือนก่อน

    Dada apuni bahut val kaam kari ase , god bless you

  • @AAKDEV
    @AAKDEV 10 หลายเดือนก่อน +16

    You are doing amazing work ...
    God Bless you bro ...
    Your work will be the very long ..... ❤️❤️

  • @parthapneog8652
    @parthapneog8652 10 หลายเดือนก่อน +11

    চাংঘৰ টাইপৰ এটা বনাই দিয়ক পাৰিলে। অলপ ওখকৈ যাতে পানী নোসোমায়। অনাগত দিনত আপোনাৰ মহৎ প্ৰচেষ্টাৰ প্ৰতি কিছু সহায় সহযোগ আগবঢ়াম সাধ্যনুসাৰে।

    • @dhirajsaloi6878
      @dhirajsaloi6878 10 หลายเดือนก่อน

      ভাল কথা কৈছে আপুনি

  • @minakshisaikia5901
    @minakshisaikia5901 10 หลายเดือนก่อน

    তেওঁ লোকৰ বাবে তুমি ভগবান।

  • @JoyshreeBora-zt1kq
    @JoyshreeBora-zt1kq 10 หลายเดือนก่อน

    Dada Apunar video sai bohut val laga apuni aguyai jauk❤❤❤

  • @Rekhasvlog1515
    @Rekhasvlog1515 10 หลายเดือนก่อน +23

    মোৰ ক'বলৈ একো বাক্য নাই ❤ তুমি এজন ভগৱান 🙏🙏🙏

    • @user-og6mb5cv5u
      @user-og6mb5cv5u 10 หลายเดือนก่อน

      good very good❤❤❤❤❤❤❤❤❤❤❤❤

  • @ranjitadeori6018
    @ranjitadeori6018 10 หลายเดือนก่อน +3

    Very nice ❤️❤️❤️

  • @DapantiMoran-gz5uz
    @DapantiMoran-gz5uz 7 หลายเดือนก่อน

    Tumar manobotar gun dekhi sokupani ulai goise tumi mohan kam korisa vaiti vogobane tumak Hodai kukhole rakhok ❤❤❤❤

  • @ThomasYT-ru7pi
    @ThomasYT-ru7pi 10 หลายเดือนก่อน

    Apunar nisina axomot 5 jon TH-camr thakile axom khon dhukiya manuh bohut kom hbo ❤❤❤❤❤❤❤❤ love from Lakhimpur assam

  • @Brianjohns-mw5lv
    @Brianjohns-mw5lv 10 หลายเดือนก่อน +5

    God bless you dada, lots of love from Morigaon ❤️

  • @rambhakonwar8845
    @rambhakonwar8845 10 หลายเดือนก่อน +7

    Good job bro❤

  • @jaypritamray1222
    @jaypritamray1222 10 หลายเดือนก่อน

    Dada apuni Rell hero .👍👍👍

  • @rajkumarbarman2129
    @rajkumarbarman2129 10 หลายเดือนก่อน +9

    দাদাই বহুতকে এনেকৈ সহায় কৰি আহিছে আৰু বিশ্বাস আছে আগলৈ কৰি যাব।মই বাৰু দাদাৰ সমান হব নোৱাৰো।কিন্তু দাদাৰ video বৰ চাই share টো কৰিব পাৰো।একো কৰিব নোৱাৰিলেও

  • @r.dentertainment3469
    @r.dentertainment3469 10 หลายเดือนก่อน +3

    Love from Tezpur vl lge apunar video sai dada ❤

  • @ankurrajkhanikar4821
    @ankurrajkhanikar4821 10 หลายเดือนก่อน

    তোমাৰ কৰ্মত আপ্লুত হৈছো। এইদৰেই কৰ্মৰ দ্বাৰা আগবাঢ়ি যোৱা।

  • @dimpalvlog8390
    @dimpalvlog8390 2 หลายเดือนก่อน

    Tumak hosa kotha kole Mur bohut bohut val lage❤❤❤

  • @banjiiiiit
    @banjiiiiit 10 หลายเดือนก่อน +3

    All Days Support Sir .
    Great Job 👍

  • @user-to7lp8sb3o
    @user-to7lp8sb3o 10 หลายเดือนก่อน +4

    You are doing amazing work ❤GD Bless you bro❤

  • @user-yh7vj8vh6w
    @user-yh7vj8vh6w 10 หลายเดือนก่อน

    Apuni real hero❤hoto hoto pronam apunaloi🙏

  • @Seng_Pratik_
    @Seng_Pratik_ 10 หลายเดือนก่อน

    Aapuni Bohut val kam korise May God bless you 💗

  • @worldofbhaskar2369
    @worldofbhaskar2369 10 หลายเดือนก่อน +4

    Good job brother.God bless you.

  • @debanganasonowal9825
    @debanganasonowal9825 10 หลายเดือนก่อน +10

    You’re a true inspiration dada❤god bless you.

  • @bikramgogoi7760
    @bikramgogoi7760 10 หลายเดือนก่อน

    Bohutttt Val Kam Kori asa.
    Adin success hoba....bst of luck 👍

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 10 หลายเดือนก่อน +1

    ভগৱানে ❤❤❤❤❤ কৃপা কৰক তাৰে কামনাৰে❤❤❤❤❤

  • @MrRunal-v1e
    @MrRunal-v1e 10 หลายเดือนก่อน +5

    You are the real content creator❤

  • @mainalahon138
    @mainalahon138 10 หลายเดือนก่อน +3

    ❤️❤️Really great job sir 👍

  • @Sunukotokiallinone
    @Sunukotokiallinone 10 หลายเดือนก่อน

    ভাল লাগিল দাদা আপোনাক অন্তৰৰ পৰা 🙏🙏🙏🙏🙏🙏

  • @mrinmoydeka8631
    @mrinmoydeka8631 10 หลายเดือนก่อน

    আপোনাক ভগবানে আৰু শক্তি দিয়ক ।

  • @BhanitaDas-cg2mk
    @BhanitaDas-cg2mk 10 หลายเดือนก่อน +6

    আৰু আগুৱাই যোৱা দাদা ❤

  • @RajenMoran-cz2cw
    @RajenMoran-cz2cw 10 หลายเดือนก่อน +10

    ঈশ্বৰে আপোনাক আশীবাদ কৰক,
    আমেন।

  • @axomgamerkd9847
    @axomgamerkd9847 10 หลายเดือนก่อน

    Dada anekoi hdai ag bahi jauk🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @lachitgogoi7949
    @lachitgogoi7949 10 หลายเดือนก่อน

    Manuh rupi vogoban ❤❤❤

  • @Popcorngaming072
    @Popcorngaming072 10 หลายเดือนก่อน +4

    দাদা আপুনি সচাই মহান ❤

  • @sumibaruah1208
    @sumibaruah1208 10 หลายเดือนก่อน +3

    Love from Goalpara❤️

  • @nikitagoswami9299
    @nikitagoswami9299 10 หลายเดือนก่อน

    Apuni bohut val kam kri ase Dada....birat val lge sai 😊

  • @yogeshrajbongshi9720
    @yogeshrajbongshi9720 10 หลายเดือนก่อน

    Axomor number one Chanel homoy🙏

  • @padminimedhi7560
    @padminimedhi7560 10 หลายเดือนก่อน +4

    ভগৱানে তোমাক মঙ্গল কৰক। তুমি আৰু আগুবাই যোবা তাকে কামনা কৰিলো❤❤❤from গোৱালপাৰা

  • @kushaldeka7783
    @kushaldeka7783 10 หลายเดือนก่อน +3

    Congratulations 70k❤

  • @barnalikakati6537
    @barnalikakati6537 10 หลายเดือนก่อน

    Apnr dre mnh koto dekha nai...jibor kam govt a kribo lge sei2 bor kam apni okole krise..lots of respect to you❤